ৰে’লৱে কৰ্মচাৰীসকলৰ বাবে ৭৮ দিনৰ প্ৰডাক্টিভিটি লিংকড বোনাছ (পিএলবি)লৈ কেবিনেটৰ অনুমোদন আৰু ঘোষণা
October 03rd, 09:53 pm
ৰে’ল কৰ্মচাৰীৰ অসাধাৰণ প্ৰদৰ্শনৰ স্বীকৃতি স্বৰূপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ১১,১৭২,২৪০ জন ৰে’ল কৰ্মচাৰীৰ বাবে ২০২৮.৫৭ কোটি টকাৰ ৭৮ দিনৰ প্ৰডাক্টিভিটি লিংকড বোনাছ (পিএলবি)লৈ অনুমোদন জনাইছে।