ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে নিউজ9 গ্ল’বেল ছামিটত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
November 22nd, 10:50 pm
মন্ত্ৰী উইনফ্ৰাইড, মোৰ কেবিনেট সহকৰ্মী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু এই শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰা ভদ্ৰ মহিলা আৰু সজ্জনসকল!Prime Minister Narendra Modi addresses the News9 Global Summit
November 22nd, 09:00 pm
PM Modi addressed the News 9 Global Summit in Stuttgart, Germany, via video conference. Organized by TV9 India in collaboration with F.A.U. Stuttgart, the summit focused on India-Germany: A Roadmap for Sustainable Growth, emphasizing partnerships in economy, sports, and entertainment.আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘ – বিশ্ব দূৰসংযোগ মানক সমাৱেশ, ২০২৪ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বক প্ৰশংসা উদ্যোগ খণ্ডৰ নেতাসকলৰ
October 15th, 02:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘ–বিশ্ব দূৰসংযোগ মানক সমাৱেশ (ITU-WTSA) ২০২৪ৰ সময়ত ভাৰত মোবাইল কংগ্ৰেছৰ অষ্টম সংস্কৰণৰ শুভাৰম্ভ কৰে। ডব্লিউটিএছএ হৈছে আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘ, ৰাষ্ট্ৰসংঘৰ ডিজিটেল প্ৰযুক্তি সংস্থাৰ প্ৰামাণিককৰণৰ কামৰ বাবে প্ৰতি চাৰি বছৰৰ মূৰে মূৰে আয়োজন কৰা প্ৰশাসনিক সন্মিলন। ভাৰত আৰু এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত প্ৰথমবাৰৰ বাবে আইটিইউ-ডব্লিউটিএছএ আয়োজন কৰা হৈছে। ই এক গুৰুত্বপূৰ্ণ বিশ্ব অনুষ্ঠান যিয়ে দূৰসংযোগ, ডিজিটেল আৰু আইচিটি খণ্ডক প্ৰতিনিধিত্ব কৰা ১৯০খনতকৈও অধিক দেশৰ ৩,০০০ৰো অধিক উদ্যোগ খণ্ডৰ নেতা, নীতি নিৰ্ধাৰক আৰু প্ৰযুক্তি বিশেষজ্ঞক একত্ৰিত কৰিছে।ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে 'ইণ্ডিয়াজ টেকেডঃ চিপছ ফৰ বিকশিত ভাৰত'ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 13th, 11:30 am
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহকৰ্মী শ্ৰী অশ্বিনী বৈষ্ণৱজী, ৰাজীৱ চন্দ্ৰশেখৰজীৰ লগতে অসম আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী, টাটা গ্ৰুপৰ অধ্যক্ষ শ্ৰী এন চন্দ্ৰশেখৰণ, চিজি পাৱাৰৰ অধ্যক্ষ ভেল্লায়ান চুব্বেয়াজী আৰু কেন্দ্ৰ, ৰাজ্য আৰু উদ্যোগৰ সৈতে জড়িত আন সকলো গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোক!‘ইণ্ডিয়াজ টেকেড: চিপছ ফৰ বিকশিত ভাৰত’ কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
March 13th, 11:12 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিংযোগে ‘ইণ্ডিয়া’জ টেকেড: চিপছ ফৰ বিকশিত ভাৰত’ কাৰ্যসূচীত ভাষণ আগবঢ়োৱাৰ লগতে প্ৰায় ১.২৫ লাখ কোটি টকাৰ তিনিটা অৰ্ধপৰিবাহী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। আজি উদ্বোধন কৰা সুবিধাসমূহ হ’ল-গুজৰাটৰ ঢোলেৰা বিশেষ বিনিয়োগ অঞ্চল (ডিএছআইআৰ)ত অৰ্ধপৰিবাহী নিৰ্মাণৰ সুবিধা, অসমৰ মৰিগাঁৱত আউটচ’ৰ্চড অৰ্ধপৰিবাহী সমাৱিষ্টকৰণ আৰু পৰীক্ষণ (অ’এছএটি)ৰ সুবিধা আৰু গুজৰাটৰ সানন্দত আউটচ’ৰ্চড অৰ্ধপৰিবাহী সমাৱিষ্টকৰণ আৰু পৰীক্ষণ (অ’এছএটি)ৰ সুবিধা আদি।The egoistic Congress-led Alliance intends to destroy the composite culture of Santana Dharma in both Rajasthan & India: PM Modi
September 25th, 04:03 pm
PM Modi addressed the Parivartan Sankalp Mahasabha in Jaipur, Rajasthan. While addressing the event PM Modi recalled Pt. Deendayal Upadhyaya on his birth anniversary. He said, “It is his thoughts and principles that have served as an inspiration to put an end to the Congress-led misrule in Rajasthan.PM Modi addresses the Parivartan Sankalp Mahasabha in Jaipur, Rajasthan
September 25th, 04:02 pm
PM Modi addressed the Parivartan Sankalp Mahasabha in Jaipur, Rajasthan. While addressing the event PM Modi recalled Pt. Deendayal Upadhyaya on his birth anniversary. He said, “It is his thoughts and principles that have served as an inspiration to put an end to the Congress-led misrule in Rajasthan.ব্ৰিকছ ব্যৱসায়িক মঞ্চ নেতৃবৰ্গৰ বৈঠকত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
August 22nd, 10:42 pm
প্ৰথমে ৰাষ্ট্ৰপতি ৰামাফোছাক তেওঁৰ আমন্ত্ৰণৰ বাবে আৰু এই বৈঠকৰ আয়োজন কৰাৰ বাবে ধন্যবাদ জনাইছো।ব্ৰিকছ ব্যৱসায়িক মঞ্চৰ নেতাৰ বৈঠকত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
August 22nd, 07:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২২ আগষ্টত জোহান্সবাৰ্গত ব্ৰিকছ ব্যৱসায়িক মঞ্চৰ নেতাৰ বৈঠকত অংশগ্ৰহণ কৰে। নেতাসকলক ব্ৰিকছ ব্যৱসায়িক মঞ্চৰ আলোচনাৰ বিষয়ে অৱগত কৰা হয়।Millets bring with them endless possibilities: PM Modi
March 18th, 02:43 pm
PM Modi inaugurated the Global Millets (Shree Anna) Conference in New Delhi. Highlighting the importance of turning a resolution into a desirable outcome, the Prime Minister reiterated that the year 2023 was declared the International Year of Millets by the United Nations after persistent efforts by India. He expressed delight that India's campaign is a significant step in this direction when the world is celebrating the International Year of Millets.‘গোলকীয় মিলেট (শ্ৰী অন্ন) সন্মিলন’ মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
March 18th, 11:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘আইএআৰআই’ৰ ‘এনএএছচি’ চৌহদৰ ‘সুব্ৰমনিয়াম প্ৰেক্ষাগৃহ’ত ‘গোলকীয় মিলেট (শ্ৰী অন্ন) সন্মিলন’ উদ্বোধন কৰে। দুদিনীয়া গোলকীয় সন্মিলনখনত উৎপাদক, উপভোক্তা আৰু অন্যান্য অংশীদাৰসকলৰ মাজত ‘মিলেট’ বা বাজ্ৰা (শ্ৰী অন্ন)ৰ প্ৰমূল্য শৃংখলাৰ বিকাশ; বাজ্ৰাৰ স্বাস্থ্য আৰু পুষ্টি সম্পৰ্কীয় দিশ; বজাৰৰ সৈতে সংযোগ; গৱেষণা আৰু বিকাশ ইত্যাদিকে ধৰি জনপ্ৰিয়কৰণ আৰু জন সজাগতাৰ দৰে সকলো গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনাৰ উদ্দেশ্যে অধিৱেশন অনুষ্ঠিত হ'ব।পিএলআই আঁচনিয়ে তীখা খণ্ডক স্পষ্টভাৱে শক্তি প্ৰদান কৰিছে আৰু ই আমাৰ যুৱ আৰু উদ্যোগীসকলৰ বাবে সুযোগ সৃষ্টি কৰিব: প্ৰধানমন্ত্ৰী
March 17th, 09:41 pm
প্ৰধানমন্ত্ৰীয়ে কয় যে আত্মনিৰ্ভৰশীলতা অৰ্জনৰ বাবে তীখা অতি গুৰুত্বপূৰ্ণ। তেওঁ কয় যে পিএলআই আঁচনিয়ে খণ্ডটোক স্পষ্টভাৱে শক্তি প্ৰদান কৰিছে আৰু আমাৰ যুৱ আৰু উদ্যোগীসকলৰ বাবে ই ন ন সুযোগ সৃষ্টি কৰিব।‘মধ্য প্ৰদেশ গ্লোবেল ইনভেষ্টৰ্ছ ছামিট ২০২৩’-ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ‘ভিডিঅ’ বাৰ্তা’ৰ ইংৰাজী তৰ্জমাৰ অসমীয়া ৰূপান্তৰ
January 11th, 05:00 pm
‘মধ্য প্ৰদেশ গ্লোবেল ইনভেষ্ট্ৰছ ছামিট’লৈ সকলো বিনিয়োগকাৰী আৰু উদ্যোগীক উষ্ম আদৰণি জনাইছো! উন্নত ভাৰত গঢ়াৰ ক্ষেত্ৰত মধ্য প্ৰদেশৰ ভূমিকা অতিকে গুৰুত্বপূৰ্ণ। ভক্তি আৰু আধ্যাত্মিকতাৰ পৰা পৰ্যটনলৈ; কৃষিৰ পৰা শিক্ষা আৰু দক্ষতা বিকাশলৈকে, মধ্য প্ৰদেশে এক স্বকীয়তা, মহিমা আৰু সজাগতাৰ স্থান দখল কৰি আহিছে।প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' বাৰ্তাৰ জৰিয়তে মধ্যপ্ৰদেশৰ ইন্দোৰত মধ্য প্ৰদেশ বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০২৩-ত ভাষণ প্ৰদান কৰে
January 11th, 11:10 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে মধ্যপ্ৰদেশৰ ইন্দোৰত অনুষ্ঠিত বিশ্ব বিনিয়োগকাৰী সন্মিলনত ভাষণ দিয়ে। এই সন্মিলনখনে মধ্য প্ৰদেশত বিবিধ বিনিয়োগৰ সুযোগ প্ৰদৰ্শন কৰিব।ৰোজগাৰ মেলাৰ অধীনত নতুনকৈ প্ৰায় ৭১,০০০ নিযুক্তিপ্ৰাপ্তক নিযুক্তি পত্ৰ বিতৰণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণ পাঠ
November 22nd, 10:31 am
আপোনালোক সকলোকে বহুত অভিনন্দন। আজি দেশৰ ৪৫ খন চহৰত ৭১,০০০ তকৈও অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। আজি হাজাৰ হাজাৰ ঘৰত সুখ-সমৃদ্ধিৰ এক নতুন যুগ আৰম্ভ হৈছে। যোৱা মাহত, ধনতেৰাছৰ আজিৰ দিনটোতে, কেন্দ্ৰীয় চৰকাৰে ৭৫,০০০ যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰিছিল। চৰকাৰে চৰকাৰী চাকৰি প্ৰদানৰ বাবে কেনেদৰে মিছন মোডত কাম কৰি আছে সেয়া আজিৰ 'ৰোজগাৰ মেলা'ই প্ৰমাণ কৰে।প্ৰধানমন্ত্ৰীয়ে ৰোজগাৰ মেলাৰ অধীনত নতুনকৈ অন্তৰ্ভুক্ত হোৱা নিযুক্তিপ্ৰাপ্ত সকলক প্ৰায় ৭১,০০০ নিযুক্তি পত্ৰ বিতৰণ কৰে
November 22nd, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ৰোজগাৰ মেলাৰ অধীনত নতুনকৈ অন্তৰ্ভুক্ত হোৱা নিযুক্তিপ্ৰাপ্ত সকলক প্ৰায় ৭১,০০০ নিযুক্তি পত্ৰ বিতৰণ কৰে। ৰোজগাৰ মেলাই নিযুক্তি সৃষ্টিত সহায়ক হিচাপে কাম কৰিব আৰু যুৱসকলৰ সশক্তিকৰণৰ লগতে ৰাষ্ট্ৰীয় উন্নয়নত প্ৰত্যক্ষ অংশগ্ৰহণৰ বাবে অৰ্থপূৰ্ণ সুযোগ প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। ইয়াৰ পূৰ্বে অক্টোবৰত, ৰোজগাৰ মেলাৰ অধীনত নতুনকৈ অন্তৰ্ভুক্ত কৰা নিযুক্তিপ্ৰাপ্ত সকলক ৭৫,০০০ নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিল।অধিক কাৰ্য্যক্ষম সৌৰ পিভি মডিউলত গিগা ৱাট (GW) স্কেলৰ উৎপাদন ক্ষমতা আহৰণৰ বাবে ‘অধিক কাৰ্য্যক্ষম সৌৰ পিভি মডিউলৰ ৰাষ্ট্ৰীয় কাৰ্য্যক্ৰম’ লৈ প্ৰডাকশ্যন লিংকড ইনচেনটিভ আঁচনিত অনুমোদন কেবিনেটৰ
September 21st, 03:45 pm
এই অধিক কাৰ্য্যক্ষম সৌৰ পিভি মডিউলৰ ৰাষ্ট্ৰীয় কাৰ্য্যক্ৰমৰ লক্ষ্য হৈছে ভাৰতত অধিক কাৰ্য্যক্ষম সৌৰ পিভি মডিউল উৎপাদনৰ বাবে এক বাতাবৰণ গঢ়ি তোলা আৰু ইয়াৰ জৰিয়তে নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰখনত আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা। ই আত্মনিৰ্ভৰ ভাৰত পদক্ষেপক সুদৃঢ়ৰ লগতে নিয়োগ সৃষ্টি কৰিব।নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় লজিষ্টিক নীতিৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 17th, 05:38 pm
স্বাধীনতাৰ অমৃতকালত আজি দেশে বিকশিত ভাৰত নিৰ্মাণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে৷ ভাৰতৰ প্ৰান্তীয় লোকসকলক সুবিধা প্ৰদান কৰাটো ক্ষিপ্ৰতাৰে হৈছে, পৰিবহনৰ সৈতে জড়িত প্ৰত্যাহ্বানৰ অন্ত পৰিছে, আমাৰ নিৰ্মাতা, আমাৰ উদ্যোগৰ সময় আৰু পইচা দুয়োটা ৰাহি হওক, একেদৰে আমাৰ যি কৃষিজাত সামগ্ৰী আছিল, বিলম্বৰ বাবে ক্ষতিগ্ৰস্ত হৈছিল৷ সেইবোৰৰ পৰা আমি কিদৰে মুক্তি লাভ কৰিম? এই সকলো বিষয়ৰ সমাধান বিচৰাৰ এক নিৰন্তৰ প্ৰয়াস চলি আছে আৰু তাৰে এটা স্বৰূপ হৈছে আজিৰ ৰাষ্ট্ৰীয় লজিষ্টিক নীতি আৰু মোৰ দৃঢ় বিশ্বাস যে আমাৰ এই সকলো ব্যৱস্থাত সংস্কাৰৰ বাবে আৰু এই ক্ষেত্ৰত কাম কৰা চৰকাৰক পৃথক বিভাগৰ মাজতো এক সমন্বয় স্থাপন হ’ব৷PM launches National Logistics Policy
September 17th, 05:37 pm
PM Modi launched the National Logistics Policy. He pointed out that the PM Gatishakti National Master Plan will be supporting the National Logistics Policy in all earnest. The PM also expressed happiness while mentioning the support that states and union territories have provided and that almost all the departments have started working together.মাংগালোৰত উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ
September 02nd, 05:11 pm
কৰ্ণাটকৰ ৰাজ্যপাল শ্ৰী থাৱাৰ চান্দ জী গেহলট, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী বাসৱৰাজ বম্মাই জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী সকল, কৰ্ণাটক চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়ক সকল, আৰু ইয়ালৈ অহা বৃহৎ সংখ্যকমৰমৰ ভাই-ভনীসকল!