প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়াসকলে মুখ্য সচিব ড০ পিকে মিশ্ৰৰ নেতৃত্বত 'এক পেড় মা কে নাম' আন্দোলনত অংশগ্ৰহণ কৰে
September 17th, 02:17 pm
মুখ্য সচিব ড০ পিকে মিশ্ৰৰ নেতৃত্বত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়াসকলে আজি পুৱা 'এক পেড় মা কে নাম' আন্দোলনত অংশগ্ৰহণ কৰে।দেশ জুৰি অক্সিজেনৰ যোগান বৃদ্ধিৰ বাবে কৰা কৰ্মব্যৱস্থা সন্দৰ্ভত অনুষ্ঠিত পৰ্যালোচনা সভাত সভাপতিত্ব কৰিলে প্ৰধানমন্ত্ৰীয়ে
July 09th, 01:10 pm
দেশত অক্সিজেনৰ পৰ্যাপ্ততা তথা ইয়াৰ যোগন বৃদ্ধিৰ বাবে গ্ৰহণ কৰা বিশেষ আয়োজনৰ আজি সমীক্ষা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।Prime Minister reviews progress of India’s vaccination drive
June 04th, 08:41 pm
PM Narendra Modi chaired a high level meeting to review the progress of India’s vaccination drive. The PM was briefed about the current availability of vaccines and the roadmap for ramping it up. He was also apprised about the efforts undertaken to help various vaccine manufacturers ramp up production of vaccines.চিবিএছই-ৰ দশম শ্রেণীৰ ব’র্ডৰ পৰীক্ষা বাতি
June 01st, 07:25 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি চিবিএছই-ৰ দ্বাদশ শ্রেণীৰ ব'র্ডৰ পৰীক্ষাৰ সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত পৌৰোহিত্য কৰে। ৰাজ্য চকাৰসমূহৰ লগতে সংশ্লিষ্ট সকলো পক্ষৰ মতামত আৰু নিবিড় আলোচনাৰ বিষয়ে বিষয়াসকলে এই বৈঠকত বিস্তাৰিতভাবে জনায়।আইআইটি, ৰূড়কীয়ে অনুষ্ঠিত কৰা প্ৰথম জয় কৃষ্ণ স্মাৰক বক্তৃতা সম্বোধন প্ৰধানমন্ত্ৰীৰ মুখ্য সচিব
November 06th, 08:41 pm
প্ৰধানমন্ত্ৰীৰ মুখ্য সচিব শ্ৰী পিকে মিশ্ৰই আইআইটি, ৰূড়কীয়ে অনুষ্ঠিত কৰা প্ৰথম জয় কৃষ্ণ স্মাৰক বক্তৃতা সম্বোধন কৰে। এই বক্তৃতাত ক’ভিড-১৯ আৰু ভাৰতৰ দুৰ্যোগ সম্ভাৱনা ব্যৱস্থাপনাৰ ভৱিষ্যৎ সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰা হয়।প্ৰধানমন্ত্ৰীৰ পৌৰহিত্যত ক’ভিড-১৯ মহামাৰী পৰিস্থিতি আৰু প্ৰতিষেধক প্ৰদান, বিতৰণ আৰু প্ৰশাসন সম্পৰ্কীয় বৈঠ
October 17th, 04:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশখনৰ ক’ভিড-১৯ মহামাৰী আৰু প্ৰতিষেধক প্ৰদান, বিতৰণ আৰু প্ৰশাসনৰ প্ৰস্তুতিমূলক পৰিস্থিতিৰ পৰ্যালোচনা কৰে। এই বৈঠকখনত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী শ্ৰী হৰ্ষ বৰ্ধন, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব, নিটি আয়োগৰ সদস্য (স্বাস্থ্য), প্ৰধান বিজ্ঞান উপদেষ্টা, জ্যেষ্ঠ বিজ্ঞানী, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকল আৰু ভাৰত চৰকাৰৰ আন-আন বিভাগসমূহৰ বিষয়া-বৰ্গ উপস্থিত থাকে।এনচিআৰ অঞ্চলত বায়ু প্ৰদূষণৰ ব্যৱস্থাপনাৰ অগ্ৰিম পদক্ষেপ গ্ৰহণ পিএমঅ’ নেতৃত্বাধীন পেনেল
September 19th, 06:57 pm
দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ বায়ুৰ মানদণ্ড উন্নত কৰিবলৈ গঠিত উচ্চ পৰ্যায়ৰ টাস্কফ’ৰ্চৰ বৈঠক প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ডঃ পি.কে. মিশ্ৰৰ অধ্যক্ষতাত অনুষ্ঠিত হয়। এই বৈঠকখনিত দিল্লী, পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ মুখ্য সচিবসকল, পৰিবেশ, বন ও জলবায়ু পৰিৱৰ্তন, কৃষি, পথ, পেট্ৰ’লিয়াম মন্ত্ৰণালয়কে ধৰি কেন্দ্ৰীয় চৰকাৰৰ ভিন্ন বিভাগ/মন্ত্ৰালয়ৰ সচিবসকল আৰু কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ বিষয়বয়ীয়াই ভাগ লয়।Prime Minister reviews India’s fight against Covid-19
June 13th, 06:26 pm
PM Modi held a meeting with senior ministers and officials to review India’s response to Covid-19 pandemic. The national level status and preparation in the context of the pandemic were discussed. The meeting also took stock of situation in different states and union territories including Delhi.PMO reviews efforts of eleven Empowered Groups towards tackling COVID-19
April 10th, 02:50 pm
A meeting of the Empowered Groups of Officers, to tackle the challenges emerging as a result of spread of COVID-19, was held today under the Chairmanship of Principal Secretary to Prime Minister.PM at the helm of India’s Fight against COVID-19
March 29th, 10:00 am
Prime Minister Shri Narendra Modi is continuing his interactions with various stakeholders in India’s fight against COVID-19.PM interacts with medical fraternity - doctors, nurses and lab technicians
March 24th, 10:00 pm
Prime Minister Shri Narendra Modi today interacted with the medical fraternity including doctors, nurses and lab technicians from all over the country via video conference.উদ্যোগ জগতৰ ষ্টেকহ’ল্ডাৰসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক অনুষ্ঠিত
March 23rd, 07:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে এছ’চেম, ফিকি, চিআইআই আৰু দেশৰ ওঠৰখন চহৰৰ বিভিন্ন স্থানীয় চেম্বাৰৰ ঔদ্যোগিক প্ৰতিনিধিসকলৰ সৈতে বাৰ্তালাপত মিলিত হয়৷ প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে দেশৰ উন্নতিৰ বাবে দ্ৰুত গতিত ধাৱমান হোৱাৰ মুহূৰ্ততে ক’ভিড-১৯ৰ দৰে এক অজ্ঞাত সমস্যাই দেশৰ অৰ্থনীতিৰ সন্মুখত বাধা হিচাপে থিয় দিছে৷ তেওঁ কয় যে এই মহামাৰীয়ে উদ্ভৱ কৰা প্ৰত্যাহ্বান বিশ্বযুদ্ধৰ প্ৰভাৱতকৈও সুদূৰপ্ৰসাৰী হোৱাৰ লগতে আমি নিৰৱচ্ছিন্নভাৱে ইয়াক প্ৰতিৰোধ কৰিবলৈ ব্যস্ত থাকিব লাগিব৷Cabinet Secretary reviews COVID-19 status with Chief Secretaries of States; important decisions taken to check the disease
March 22nd, 03:48 pm
A high level meeting was held today morning with Chief Secretaries of all the States by the Cabinet Secretary and the Principal Secretary to the Prime Minister. All the Chief Secretaries informed that there is overwhelming and spontaneous response to the call for Janta Curfew given by the Hon’ble Prime Minister.Prime Minister Narendra Modi interacts with leaders of Pharma Industry
March 21st, 07:26 pm
PM Modi interacted with the leaders of Pharma industry via video conferencing. The Prime Minister requested the industry leaders to work on manufacturing of RNA Diagnostic Kits for COVID-19 on war footing.ক’ৰোনা ভাইৰাছক লৈ প্ৰতিক্ৰিয়া আৰু প্ৰস্তুতুৰ পৰ্যালোচনা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ
March 04th, 05:49 pm
ক’ৰোনা ভাইৰাছক লৈ প্ৰতিক্ৰিয়া আৰু প্ৰস্তুতিৰ পৰ্যালোচনা কৰাৰ অৰ্থে প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব পি. কে. মিশ্ৰই আজি আন্তঃমন্ত্ৰালয়ভিত্তিক এক বৈঠকত সভাপতিত্ব কৰে৷ ২৫ জানুৱাৰীৰ প্ৰথমখন বৈছকৰ পাছত প্ৰধানমন্ত্ৰী কাৰ্যালয়ত অনুষ্ঠিত আজিৰ বৈঠকখন শেহতীয়া পৰ্যালোচনামুলক সভা৷ আজিৰ বৈঠকত কেবিনেট সচিব, বিদেশ সচিব, স্বাস্থ্য, অসামৰিক পৰিবহণ, তথ্য আৰু সম্প্ৰচাৰ, জাহাজ পৰিবহণ, পৰ্যটন মন্ত্ৰালয়ৰ সচিব, অধ্যক্ষ(ভাৰতীয় বিমান প্ৰাধিকৰণ), সচিব(সীমান্ত ব্যৱস্থাপনা), গৃহ পৰিক্ৰমা মন্ত্ৰালয় আৰু প্ৰতিৰক্ষা বাহিনী, দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা প্ৰাধিকৰণ, নীতি আয়োগ আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ একাংশ জ্যেষ্ঠ বিষয়া উপস্থিত থাকে৷কৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱ বিষয়ক এখন উচ্চস্তৰীয় বৈঠকত প্ৰধানমন্ত্ৰীৰ মুখ্য সচিবৰ সভাপতিত্ব
January 25th, 07:46 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ অনুসৰি তেওঁৰ মুখ্য সচিবে চীনৰ কৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱ সম্পৰ্কীয় এক উচ্চস্তৰীয় বৈঠকত সভাপতিত্ব কৰে৷এনডিএমএৰ পঞ্চদশ প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্রীৰ প্ৰধান সচিব ড০ পি কে মিশ্ৰৰ ভাষণ
September 27th, 07:33 pm
প্ৰধানমন্ত্রীৰ প্ৰধান সচিব ড০ পি. কে. মিশ্ৰই আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (এনডিএমএ)ৰ পঞ্চদশ প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত এক অনুষ্ঠানত ভাষণ আগবঢ়ায়৷