দ্বিতীয় ভাৰত-কেৰিকম সন্মিলনত প্ৰধানমন্ত্ৰীৰ মুকলি ভাষণৰ লিখিত ৰূপ

November 21st, 02:15 am

মোৰ বন্ধু ৰাষ্ট্ৰপতি ইৰফান আলী আৰু প্ৰধানমন্ত্ৰী ডিকন মিচেলৰ সৈতে দ্বিতীয় ভাৰত-কেৰিকম সন্মিলন আয়োজন কৰি মই অপৰিসীম আনন্দ লাভ কৰিছো। কেৰিকম পৰিয়ালৰ সকলো সদস্যক আন্তৰিকতাৰে আদৰণি জনাইছো আৰু বিশেষকৈ এই সন্মিলনৰ উৎকৃষ্ট আয়োজনৰ বাবে ৰাষ্ট্ৰপতি ইৰফান আলীক ধন্যবাদ জনাইছো।

PM Modi attends Second India CARICOM Summit

November 21st, 02:00 am

PM Modi and Grenada PM Dickon Mitchell co-chaired the 2nd India-CARICOM Summit in Georgetown. PM Modi expressed solidarity with CARICOM nations for Hurricane Beryl's impact and reaffirmed India's commitment as a reliable partner, focusing on development cooperation aligned with CARICOM's priorities.

PM Modi attends News18 Rising Bharat Summit

March 20th, 08:00 pm

Prime Minister Narendra Modi attended and addressed News 18 Rising Bharat Summit. At this time, the heat of the election is at its peak. The dates have been announced. Many people have expressed their opinions in this summit of yours. The atmosphere is set for debate. And this is the beauty of democracy. Election campaigning is in full swing in the country. The government is keeping a report card for its 10-year performance. We are charting the roadmap for the next 25 years. And planning the first 100 days of our third term, said PM Modi.

PM-SURAJ পৰ্টেল মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 13th, 04:30 pm

আজি দেশখনে নিপীড়িত, পিছপৰা আৰু বঞ্চিত সমাজৰ কল্যাণৰ বাবে আন এক বৃহৎ সুযোগৰ সাক্ষী হৈ পৰিছে। এই কাৰ্যই দেখুৱাইছে যে যেতিয়া অভাৱগ্ৰস্তসকলৰ প্ৰতি সেৱাৰ মনোভাৱ থাকে তেতিয়া কামবোৰ এনেকৈয়েই সম্পন্ন হয়। আজি ৭২০ কোটি টকাৰ সাহায্য পোনপটীয়াকৈ ১ লাখ হিতাধিকাৰীৰ বেংক একাউণ্টত জমা কৰা হৈছে। ৫০০ৰো অধিক জিলাত উপস্থিত এই হিতাধিকাৰীসকলৰ একাউণ্টত এই ধন জমা কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে সুবিধাবঞ্চিত শ্ৰেণীসমূহলৈ ঋণ সমৰ্থনৰ বাবে দেশজোৰা প্ৰসাৰ কাৰ্য্যসূচী সম্বোধন কৰে

March 13th, 04:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বঞ্চিত শ্ৰেণীসমূহলৈ ঋণ সমৰ্থনৰ বাবে দেশজোৰা প্ৰচাৰ কাৰ্য্যসূচী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰধান মন্ত্ৰী সামাজিক উত্থান আৰু ৰোজগাৰ আধাৰিত জনকল্যাণ (PM-SURAJ) ৰাষ্ট্ৰীয় পৰ্টেল মুকলিৰে দেশৰ বঞ্চিত শ্ৰেণীসমূহৰ এক লাখ উদ্যোগীলৈ ঋণ সমৰ্থনত অনুমোদন জনায়। তেখেতে অনুসূচিত জাতি, পিছপৰা শ্ৰেণী আৰু অনাময় কৰ্মীসকলকে প্ৰমুখ্য কৰি বঞ্চিত শ্ৰেণীসমূহৰ ভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতেও মত-বিনিময় কৰে।

Welfare of tribal communities is our foremost priority: PM Modi in Vyara, Gujarat

October 20th, 03:33 pm

PM Modi laid the foundation stone of multiple development initiatives in Vyara, Tapi. He said that the country has seen two types of politics regarding tribal interests and the welfare of tribal communities. On the one hand, there are parties which do not care for tribal interests and have a history of making false promises to the tribals while on the other hand there is a party like BJP, which always gave top priority to tribal welfare.

PM lays foundation stone of multiple development initiatives worth over Rs. 1970 crore in Vyara, Tapi, Gujarat

October 20th, 03:32 pm

PM Modi laid the foundation stone of multiple development initiatives in Vyara, Tapi. He said that the country has seen two types of politics regarding tribal interests and the welfare of tribal communities. On the one hand, there are parties which do not care for tribal interests and have a history of making false promises to the tribals while on the other hand there is a party like BJP, which always gave top priority to tribal welfare.

India ended three decades of political instability with the press of a button: PM Modi in Berlin

May 02nd, 11:51 pm

PM Narendra Modi addressed and interacted with the Indian community in Germany. PM Modi said that the young and aspirational India understood the need for political stability to achieve faster development and had ended three decades of instability at the touch of a button.

জার্মানীত ভাৰতীয় সমূদায়ৰ সৈতে বাৰ্তালাপ প্রধানমন্ত্রীৰ

May 02nd, 11:50 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে জার্মানীৰ বার্লিনৰ থিয়েটাৰ আম পটছডেমাৰ প্লাটজত ভাৰতীয় সমূদায়ৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে ভাষণ প্ৰদান কৰে। জার্মানীত বসবাস কৰা ছাত্র, গৱেষক আৰু বিভিন্ন বৃত্তিত জড়িত ১৬০০তকৈ অধিক প্ৰৱাসী ভাৰতীয় সদস্যই এই অনুষ্ঠানত অংশগ্রহণ কৰে৷ প্রধানমন্ত্রীয়ে জার্মানীৰ অর্থনীতি আৰু সমাজত তেওঁলোকৰ অৱদানৰ কথা উল্লেখ কৰে৷ বিশ্বজুৰি ভাৰতীয় সামগ্ৰীৰ প্রচাৰৰ জৰিয়তে ভাৰতৰ ভোকেল ফৰ লোকেল প্ৰচেষ্টাৰ প্ৰতি অৱদান আগবঢ়োৱাৰ বাবে তেওঁ ভাৰতীয় সমূদায়ক উৎসাহ যোগায়৷

ঝাৰখণ্ডৰ হাজাৰিবাগত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

February 17th, 02:31 pm

মঞ্চত উপৱিষ্ট সকলো মহানুভৱ তথা আমাক আশীৰ্বাদ দিয়াৰ বাবে বিশাল সংখ্যাত উপস্থিত মোৰ মৰমৰ ভাই আৰু ভনীসকল৷

ঝাৰখণ্ডৰ হাজাৰিবাগ ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰীয়ে, একাধিক উন্নয়নমূলক প্ৰকল্প মুকলি

February 17th, 02:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ জানুৱাৰী, ২০১৯ত ঝাৰখণ্ডৰ হাজাৰিবাগ ভ্ৰমণ কৰে৷ ঝাৰখণ্ডত তেওঁ একাধিক উন্নয়নমূলক প্ৰকল্প মুকলি কৰে৷ অনুষ্ঠানত ঝাৰখণ্ডৰ ৰাজ্যপাল শ্ৰীমতী দ্ৰৌপদী মূৰ্মূ, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জয়ন্ত সিনহা আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী ৰঘুবৰ দাসো উপস্থিত থাকে৷

সমগ্ৰ দেশতে ডিজিটেল ইণ্ডিয়াৰ বিভিন্ন পদক্ষেপৰ হিতাধিকাৰীসকলৰ সৈতে ভিডিঅ’ ব্ৰীজযোগে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

June 15th, 10:56 am

বিগত কিছুদিনৰ পৰা চৰকাৰৰ বিভিন্ন যোজনা হিতাধিকাৰীসকলৰ সৈতে ব্যক্তিগতভাৱে সাক্ষাৎ কৰিবলৈ, কথা পাতিবলৈ, তেওঁলোকৰ কথা শুনিবলৈ মোৰ সৌভাগ্য হৈছে আৰু মই এয়া ক’ব পাৰোঁ যে ই এক অতুলনীয় অনুভৱ৷ আৰু মই সদায়েই এই কাৰ্যৰ প্ৰতি আগ্ৰহী যে ফাইলৰ বাহিৰেও জীৱন এটা থাকে৷ জীৱনলৈ যি পৰিৱৰ্তন আহিছে সেয়া প্ৰত্যক্ষভাৱে জনসাধাৰণৰ পৰা শুনাৰ পিছত, তেওঁলোকৰ অভিজ্ঞতাসমূহ জনাৰ পিছত মনত সন্তোষ প্ৰাপ্ত হয়৷ কাম কৰাৰ শক্তি প্ৰাপ্ত হয়৷ আজি ডিজিটেল ইণ্ডিয়াৰ কিছুমান যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰাৰ সুযোগ পাইছোঁ৷

The movement towards more digital payments is linked to eliminating middlemen: PM Modi

June 15th, 10:56 am

Interacting with the befuddled of various Digital India efforts, PM Modi remarked that the motive of the initiative was to further the reach of technology, especially in rural areas.

Social Media Corner 24th September 2016

September 24th, 05:34 pm

Your daily does of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!