Cabinet approves continuation of schemes of Pradhan Mantri Annadata Aay SanraksHan Abhiyan (PM-AASHA)
September 18th, 03:16 pm
The Union Cabinet chaired by PM Modi has approved the continuation of schemes of Pradhan Mantri Annadata Aay SanraksHan Abhiyan (PM-AASHA) to provide remunerative prices to farmers and to control price volatility of essential commodities for consumers. The total financial outgo will be Rs. 35,000 crore during 15th Finance Commission Cycle upto 2025-26.Cabinet approves Minimum Support prices for copra for 2023 season
December 23rd, 10:58 pm
Cabinet Committee on Economic Affairs chaired by Prime Minister Narendra Modi approved MSPs for copra for 2023 season. The approval is based on recommendations of the Commission for Agricultural Costs and Prices and views of major coconut growing states.Cabinet approves distribution of fortified rice across Government Schemes
April 08th, 03:58 pm
CCEA chaired by PM Modi has accorded its approval for supply of fortified rice. Fortification will provide nutrition to every poor person of the country to overcome malnutrition and lack of essential nutrients in women, children, lactating mothers. Entire cost of rice fortification (around Rs. 2,700 crore per annum) would be borne by the Govt. of India.কেন্দ্ৰীয় মন্ত্ৰীসভাই বিপণন ঋতু ২০২২-২৩ৰ সন্দৰ্ভত ৰবি শস্যৰ বাবে ন্যূনতম সমৰ্থন মূল্য (এমএছপি) বঢ়োৱাত মঞ্জুৰী দিয়ে
September 08th, 02:49 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক বিষয়ৰ মন্ত্ৰী মণ্ডলৰ সমিতিয়ে ৰবি বিপণন ঋতু (আৰএমএছ) ২০২২-২৩ৰ বাবে সকলো ৰবি শস্যৰ ন্যূনতম সমৰ্থন মূল্য (এমএছপি)ত বৃদ্ধি কৰাত মঞ্জুৰী দিয়ে।নতুন যোজনা ‘‘প্ৰধানমন্ত্ৰী অন্নদাতা আয় সংৰক্ষণ অভিযান (পিএম-আশা)ৰ প্ৰতি কেবিনেটৰ অনুমোদন পিএম-আশাই কৃষকসকলৰ এমএছপিৰ নিশ্চয়তা প্ৰদান কৰিব যিয়ে চৰকাৰৰ ‘‘অন্নদাতা’’ক প্ৰদান কৰা প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰিব
September 12th, 04:35 pm
চৰকাৰৰ কৃষক অনুকূল পদক্ষেপসমূহক অগ্ৰগতি প্ৰদান কৰাৰ লগতে অন্নদাতাসকলৰ প্ৰতি নিজৰ দায়ৱদ্ধতাক গুৰুত্ব প্ৰদান কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে এক নতুন যোজনা ‘‘প্ৰধানমন্ত্ৰী অন্নদাতা আয় সংৰক্ষণ অভিযান’’ (পিএম–আশা)ক অনুমোদন প্ৰদান কৰিছে৷ এই যোজনাৰ উদ্দেশ্য হ’ল কৃষকসকলে যাতে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহৰ উচিত মূল্য লাভ কৰিব পাৰে৷ এই ঘোষণা ২০১৮ চনৰ কেন্দ্ৰীয় বাজেটৰ সময়ত কৰা হৈছিল৷