২০২৪ পেৰিছ পেৰালিম্পিকঃ দ্বিতীয়টো পদক জয় কৰাৰ বাবে এথলীট প্ৰীতি পালক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

২০২৪ পেৰিছ পেৰালিম্পিকঃ দ্বিতীয়টো পদক জয় কৰাৰ বাবে এথলীট প্ৰীতি পালক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

September 02nd, 10:50 am

২০২৪ চনৰ চলিত ‘পেৰিছ পেৰালিম্পিক’ত দ্বিতীয়টো পদক অৰ্জন কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ট্ৰেক এণ্ড ফিল্ড এথলীট প্ৰীতি পালক অভিনন্দন জ্ঞাপন কৰে।

Paralympics 2024: PM Modi congratulates Preeti Pal on winning Bronze medal

Paralympics 2024: PM Modi congratulates Preeti Pal on winning Bronze medal

August 30th, 06:42 pm

The Prime Minister, Shri Narendra Modi has congratulated Indian athlete, Preeti Pal on wining Bronze medal in the 100m T35 event at Paris Paralympics 2024.