Prime Minister visits Labour Camp in Kuwait
December 21st, 07:00 pm
As the first program of his visit to Kuwait, Prime Minister Shri Narendra Modi visited a labour camp in Mina Abdullah area of Kuwait with a workforce of around 1500 Indian nationals. Prime Minister interacted with a cross-section of Indian workers from different States of India and enquired about their well-being.List of Outcomes: State Visit of Prime Minister of Malaysia, H.E Mr. Anwar Ibrahim to India
August 20th, 04:49 pm
India and Malaysia inked key agreements during the meeting of PM Modi and PM Ibrahim in New Delhi. The MoUs signed include enhancing cooperation in various avenues like traditional medicine, digital technologies, arts, tourism, sports and financial services.মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা প্ৰেছ বিবৃতিৰ ইংৰাজীৰ পৰা কৰা অনুবাদ
August 20th, 12:00 pm
প্ৰধানমন্ত্ৰী হোৱাৰ পিছত আনৱাৰ ইব্ৰাহিমজীৰ এয়া হৈছে প্ৰথম ভাৰত ভ্ৰমণ। মই আনন্দিত যে মোৰ তৃতীয়টো কাৰ্যকালৰ আৰম্ভণিতে আপোনাক ভাৰতলৈ আদৰণি জনোৱাৰ সুযোগ পাইছো।'Sabka Saath-Sabka Vikaas, Sabka Vishwaas-Sabka Prayaas' is the vision for our domestic as well as global governance: PM
May 23rd, 08:54 pm
PM Modi attended mega community programme in Sydney, Australia. Australian PM Albenese also joined in for the event. He said, The basis of historic ties between India and Australia is mutual trust and mutual respect.অষ্ট্ৰেলিয়াৰ ছিডনীত ভাৰতীয় সমাজৰে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়
May 23rd, 01:30 pm
প্ৰধানমন্ত্ৰীৰ লগতে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী মহামহিম এন্টনি আলবেনিজে ২০২৩ৰ ২৩ মে’ত ছিডনীৰ কুড’ছ বেংক এৰিনাত ভাৰতীয় সমাজখনক সম্বোধন আৰু তেওঁলোকৰ সৈতে মত-বিনিময় কৰে।বাৰাণসীৰ ৰুদ্ৰাক্ষ কনভেনশ্যন চেণ্টাৰত ‘ৱান ৱৰ্ল্ড টিবি ছামিট’ত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
March 24th, 10:20 am
উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথ জী, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী শ্ৰী মনসুখ মাণ্ডবিয়া জী, উপমুখ্যমন্ত্ৰী শ্ৰী বৃজেশ পাঠক জী, বিভিন্ন দেশৰ স্বাস্থ্য মন্ত্ৰী, ডব্লিউ এইচ অ'ৰ ৰিজনেল ডাইৰেক্টৰ, উপস্থিত সকলো মহানুভৱ, STOP TB Partnership সহ বিভিন্ন সংস্থাৰ প্ৰতিনিধিগণ, দেৱী আৰু সজ্জনসকল!উত্তৰ প্ৰদেশৰ বাৰনসীত অনুষ্ঠিত ‘এক বিশ্ব যক্ষ্মা সন্মিলন’ত ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীয়ে
March 24th, 10:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীৰ ‘ৰুদ্ৰাক্ষ সন্মিলন কেন্দ্ৰ’ত অনুষ্ঠিত ‘এক বিশ্ব যক্ষ্মা সন্মিলন’ত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত সমগ্ৰ ভাৰততে ৰূপায়িত হ’ব লগা ‘যক্ষ্মা-মুক্ত পঞ্চায়তৰ উদ্যোগ’, যক্ষ্মা ৰোগৰ হ্ৰস্বম্যাদী প্ৰতিৰোধমূলক চিকিৎসা (টিপিটি) তথা পৰিয়াল কেন্দ্ৰিক শুশ্ৰূষা আৰ্হি আৰু ‘ভাৰতৰ বাৰ্ষিক যক্ষ্মা প্ৰতিবেদন ২০২৩’ মুকলি কৰাকে ধৰি বিভিন্ন পদক্ষেপৰ শুভাৰম্ভ ঘোষণা কৰে। প্ৰধানমন্ত্ৰীয়ে ‘ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ আৰু উচ্চ প্ৰতিৰোধী গৱেষণাগাৰ’ৰ আধাৰশিলা স্থাপন কৰে আৰু বাৰাণসীত ‘মেট্ৰ'পলিটান জনস্বাস্থ্য নিৰীক্ষণ গোট’ৰ বাবে নিৰ্মাণ কৰি উলিওৱা চৌহদটোও আনুষ্ঠানিক ভাবে উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচিত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু জিলাসমূহক যক্ষ্মা ৰোগ নিৰ্মূল কৰাৰ দিশত আগবাঢ়ি যোৱাত দেখুওৱা কৃতিত্বৰ বাবে পুৰস্কৃত কৰে। বঁটা প্ৰাপকসকল আছিল ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল পৰ্যায়ত কৰ্ণাটক আৰু জম্মু আৰু কাশ্মীৰ আৰু জিলা পৰ্যায়ত নীলগিৰি, পুলৱামা আৰু অনন্তনাগ।অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা যুটীয়া সংবাদ মেলত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেছ বিবৃতিৰ লিখিত ৰূপ
March 10th, 12:50 pm
প্রথমেই প্রধানমন্ত্রী আলবানিজক প্ৰথম ভাৰত ভ্রমণলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ৷ যোৱা বছৰ দুয়োখন দেশে প্ৰধানমন্ত্ৰী পৰ্যায়ত বাৰ্ষিক শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল। আৰু প্ৰধানমন্ত্ৰী আলবানিজৰ এই ভ্ৰমণৰ লগে লগে ইয়াৰ আৰম্ভণি ঘটিল। হোলীৰ দিনা তেওঁ ভাৰতত উপস্থিত হৈছিল আৰু তাৰ পিছত আমি ক্ৰিকেট খেলপথাৰত একেলগে কিছু সময় কটালোঁ। ৰং, সংস্কৃতি আৰু ক্ৰিকেটৰ এই উদযাপন এক প্ৰকাৰে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ বন্ধুত্বৰ উৎসাহ আৰু মনোভাৱৰ এক নিখুঁত প্ৰতীক।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লী ছিয়েন লুঙে ভাৰত আৰু ছিংগাপুৰৰ মাজত ইউপিআই-পেনাও লিংকেজৰ ভাৰ্চুৱেল মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰে
February 21st, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী শ্ৰী লী ছিয়েন লুঙে ভাৰতৰ ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ (ইউপিআই) আৰু ছিংগাপুৰৰ পেনাওৰ মাজত ৰিয়েল টাইম পেমেণ্ট লিংকেজৰ ভাৰ্চুৱেল মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শ্ৰী শক্তিকান্ত দাস আৰু ছিংগাপুৰৰ মুদ্ৰা কৰ্তৃপক্ষৰ পৰিচালনা সঞ্চালক শ্ৰীযুত ৰবি মেননে তেওঁলোকৰ নিজ নিজ মোবাইল ফোন ব্যৱহাৰ কৰি ইজনে সিজনক লাইভ ক্ৰছ বৰ্ডাৰ লেনদেন কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী শ্ৰী লী ছিয়েন লুঙে ভাৰতৰ ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ (ইউপিআই) আৰু ছিংগাপুৰৰ পেনাওৰ মাজত ৰিয়েল টাইম পেমেণ্ট লিংকেজৰ ভাৰ্চুৱেল মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শ্ৰী শক্তিকান্ত দাস আৰু ছিংগাপুৰৰ মুদ্ৰা কৰ্তৃপক্ষৰ পৰিচালনা সঞ্চালক শ্ৰীযুত ৰবি মেননে তেওঁলোকৰ নিজ নিজ মোবাইল ফোন ব্যৱহাৰ কৰি ইজনে সিজনক লাইভ ক্ৰছ বৰ্ডাৰ লেনদেন কৰে।১৬তম প্ৰবাসী ভাৰতীয় দিৱস সন্মিলনৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
January 09th, 10:31 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি প্রবাসী ভাৰতীয় দিৱস সন্মিলনৰ উদ্বোধন কৰে। অনুষ্ঠানত প্রধানমন্ত্রীয়ে ক’ৰোনা মহামাৰীৰ সময়ত প্রবাসী ভাৰতীয়সকলে যিসমূহ দেশত থাকে সেই সকলো দেশত তেওঁলোকৰ ভূমিকাৰ প্রশংসা কৰে। তেওঁ কয় যে বিভিন্ন ৰাষ্ট্র প্রধানসকলৰ সৈতে আলোচনাৰ সময়ত যেতিয়া সেইসকল ৰাষ্ট্রপ্রধানে তেওঁলোকৰ দেশত চিকিৎসক, পেৰা মেডিকেল কর্মী অথবা সাধাৰণ নাগৰিক হিচাপে ভাৰতীয়সকলৰ ভূমিকাৰ প্রশংসা কৰে, তেতিয়া তেওঁ গৌৰৱ অনুভৱ কৰে। ক’ভিডৰ বিৰুদ্ধে প্রবাসী ভাৰতীয়সকলে ভাৰততো যি অৱদান আছে সেই প্রসংগও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে৷প্রবাসী ভাৰতীয় দিৱস সন্মিলনৰ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
January 09th, 10:30 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি প্রবাসী ভাৰতীয় দিৱস সন্মিলনৰ উদ্বোধন কৰে। অনুষ্ঠানত প্রধানমন্ত্রীয়ে ক’ৰোনা মহামাৰীৰ সময়ত প্রবাসী ভাৰতীয়সকলে যিসমূহ দেশত থাকে সেই সকলো দেশত তেওঁলোকৰ ভূমিকাৰ প্রশংসা কৰে। তেওঁ কয় যে বিভিন্ন ৰাষ্ট্র প্রধানসকলৰ সৈতে আলোচনাৰ সময়ত যেতিয়া সেইসকল ৰাষ্ট্রপ্রধানে তেওঁলোকৰ দেশত চিকিৎসক, পেৰা মেডিকেল কর্মী অথবা সাধাৰণ নাগৰিক হিচাপে ভাৰতীয়সকলৰ ভূমিকাৰ প্রশংসা কৰে, তেতিয়া তেওঁ গৌৰৱ অনুভৱ কৰে। ক’ভিডৰ বিৰুদ্ধে প্রবাসী ভাৰতীয়সকলে ভাৰততো যি অৱদান আছে সেই প্রসংগও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে৷মৰিছাছত মেট্ৰ’ এক্সপ্ৰেছ আৰু ই এন টি চিকিৎসালয়ৰ ভিডিঅ’যোগে যুটীয়া মুকলিত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
October 03rd, 04:00 pm
মৰিছাছ গণৰাজ্যৰ মাননীয় প্ৰধানমন্ত্ৰী প্ৰৱিন্দ জুগনাথ ডাঙৰীয়া, জ্যেষ্ঠ মন্ত্ৰীসকল আৰু মৰিছাছৰ প্ৰতিনিধিসকল, সন্মানীয় অতিথি, বন্ধুসকল, নমস্কাৰ! বনজুৰ! শুভ সন্ধিয়া!মৰিচাছত মেট্ৰ’ এক্সপ্ৰেছ আৰু ইএনটি হস্পিতাল যুটীয়াভাৱে উদ্বোধন
October 03rd, 03:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী শ্ৰী প্ৰৱিন্দ জগনাথে আজি এক ভিডিঅ’ লিংকৰ মাধ্যমেৰে মৰিচাছত মেট্ৰ’ এক্সপ্ৰেছ আৰু ইএনটি হস্পিতাল যুটীয়াভাৱে উদ্বোধন কৰে৷আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিউষ্টনত প্ৰৱাসী ভাৰতীয়সকলক উদ্দেশ্যি আগবঢ়োৱা প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 22nd, 11:59 pm
মোৰ সন্মুখৰ যি দৃশ্য দেখিবলৈ পাইছো, এই পৰিৱেশ অকল্পনীয়৷ যেতিয়াই টেক্সাছৰ কথা চৰ্চা হয়, সকলো ডাঙৰ কৰি তোলা, বিশাল কৰি তোলা ইত্যাদিবোৰ টেক্সাছৰ স্বভাৱত আছে৷ আজি টেক্সাছৰ এই প্রাণশক্তি ইয়াতো প্ৰতিফলিত হৈছে। এই বিশাল জনসমুদ্রৰ উপস্থিতি কেৱল সংখ্যাৰে গণনা কৰিব পৰা নাযাব, আজি ইয়াত আমি এক নতুন ইতিহাস ৰচনা হোৱা দেখিছো৷ আৰু এক নতুন ৰসায়নো প্ৰত্যক্ষ কৰিছো৷হিউষ্টনত প্ৰৱাসী ভাৰতীয়ৰ অনুষ্ঠান ‘হাউডী মোদী’ সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
September 22nd, 11:58 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেক্সাছৰ হিউষ্টনস্থিত এনআৰজি ষ্টেডিয়ামত আয়োজিত ‘হাউডী মোদী’ অনুষ্ঠানত ৫০হাজাৰৰো অধিক লোকক সম্বোধন কৰে৷ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীক সংগ দিয়ে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে৷Everybody has seen how the UDF and LDF are threatening the traditions and religious practices of the people in Kerala: PM Modi
April 18th, 08:41 pm
Prime Minister Narendra Modi addressed a major public meeting in Thiruvananthapuram in Kerala today.PM Modi addresses public meeting in Thiruvananthapuram, Kerala
April 18th, 08:40 pm
Prime Minister Narendra Modi addressed a major public meeting in Thiruvananthapuram in Kerala today.কুম্ভ বিশ্বজনীন অংশগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
February 23rd, 11:34 am
মঞ্চত বিৰাজমান আমাৰ দেশৰ বৈদেশিক মন্ত্ৰী তথা দেশৰ প্ৰথম মহিলা বৈদেশিক মন্ত্ৰী ভগ্নী সুষমা স্বৰাজজী, জেনেৰেল বি.কে. সিং, বিনয় সহস্ৰবুদ্ধেজী আৰু বিশ্বৰ অনেক দেশৰ পৰা উপস্থিত হোৱা সমূহ মহানুভৱক মই আন্তৰিক স্বাগতম জনাইছো৷ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ৰূপত মই আপোনালোকক স্বাগতম জনাইছো লগতে কালি আপোনালোকে যি স্থানলৈ গৈছিল সেই উত্তৰ প্ৰদেশৰ লোকসভাৰ প্ৰতিনিধি হিচাপেও মই বিশেষৰূপত আপোনালোকক আদৰেৰে স্বাগতম জনাইছো৷আইচিচিআৰৰ দ্বাৰা আয়োজিত কুম্ভ বিশ্ব অংশগ্ৰহণকাৰী প্ৰতিনিধিবৰ্গক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণ
February 23rd, 11:33 am
প্ৰয়াগৰাজত অনুষ্ঠিত কুম্ভ মেলাত অংশগ্ৰহণকাৰী ১৮৮খন দেশৰ প্ৰতিনিধিবৰ্গক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেছনছৰ দ্বাৰা নতুন দিল্লীৰ প্ৰবাসী ভাৰতী কেন্দ্ৰত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়৷বাৰাণসীত পঞ্চদশ প্ৰবাসী ভাৰতীয় দিবস উদ্বোধন প্ৰধানমন্ত্রীৰ
January 22nd, 11:02 am
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীৰ দীনদয়াল হস্তকলা সংকুলত পঞ্চদশ প্ৰবাসী ভাৰতীয় দিৱসৰ পূর্ণাংগ অধিৱেশন উদ্বোধন কৰে৷