‘‘পৰীক্ষা পে চৰ্চা ২.০’’ত শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
January 29th, 10:17 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ তালকাটৰা ষ্টেডিয়ামত পৰীক্ষা পে চৰ্চা ২.০ৰ কাৰ্যসূচীৰ অধীনত শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকসকলৰ সৈতে বাৰ্তালাপত মিলিত হয়৷ নব্বৈ মিনিটজোৰা এই আলোচনাত শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকসকলে যথেষ্ট সপ্ৰতিভভাৱে তথা হাঁহি–আনন্দৰে পাৰ কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ দূৰদৃষ্টিক যথেষ্ট প্ৰশংসাও কৰে৷The Play Station is good but never forget the playing field: PM Modi
January 29th, 10:17 am
Interacting with thousands of students, their parents and teachers, PM Modi discussed ways to handle the exam stress. He said that learning cannot be reduced to exams only but education must equip us to face various challenges of life as well. He urged the parents to be a factor of motivation and encouragement for the children.পৰীক্ষা সম্পৰ্কীয় চৰ্চা- ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
February 16th, 02:14 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টাউনহলত ছাত্ৰ-ছাত্ৰীৰ সৈতে পৰীক্ষা সম্পৰ্কীয় এক বাৰ্তালাপত মিলিত হয়। তেওঁ নতুন দিল্লীৰ টালাকাটৰা ষ্টেডিয়ামৰ অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ পৰা বহুকেইটা প্ৰশ্ন গ্ৰহণ কৰে। ছাত্ৰ-ছাত্ৰীসমূহে বিভিন্ন টিভি চেনেল, ‘নৰেন্দ্ৰ মোদী এপ’ আৰু ‘মাইগভ’ মঞ্চযোগেও প্ৰশ্ন উত্থাপন কৰে।Social Media Corner 6 August 2017
August 06th, 06:46 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!Shri Modi's book 'Aankh Aa Dhanya Che' released in Sanskrit
November 20th, 10:06 pm
Shri Narendra Modi's book 'Aankh Aa Dhanya Che' has been translated into Sanskrit by eminent scholar Dr. Rajalakshmi Srinivasan. Shri Modi originally wrote the book in Gujarati. The book contains poems penned by Shri Narendra Modi on nature.