The dreams of crores of women, poor and youth are Modi's resolve: PM Modi
February 18th, 01:00 pm
Addressing the BJP National Convention 2024 at Bharat Mandapam, Prime Minister Narendra Modi said, “Today is February 18th, and the youth who have reached the age of 18 in this era will vote in the country's 18th Lok Sabha election. In the next 100 days, you need to connect with every new voter, reach every beneficiary, every section, every community, and every person who believes in every religion. We need to gain the trust of everyone.PM Modi addresses BJP Karyakartas during BJP National Convention 2024
February 18th, 12:30 pm
Addressing the BJP National Convention 2024 at Bharat Mandapam, Prime Minister Narendra Modi said, “Today is February 18th, and the youth who have reached the age of 18 in this era will vote in the country's 18th Lok Sabha election. In the next 100 days, you need to connect with every new voter, reach every beneficiary, every section, every community, and every person who believes in every religion. We need to gain the trust of everyone.জয়পুৰ ‘চিপেট : পেট্ৰোকেমিকেলছ প্ৰযুক্তি প্ৰতিষ্ঠান’ উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
September 30th, 11:01 am
কিছুবছৰ আগলৈকে দেশৰ চিকিত্সা ব্যৱস্থাৰ অৱস্থা কি আছিল আমি সকলোৱে দেখিছো। ২০০১চন, আজি মই, ২০বছৰৰ আগতে যেতিয়া মই গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে সেৱা আগবঢ়োৱাৰ সুযোগ পাইছিলো, চিকিত্সাৰ স্থিতি তাতো বহুত প্ৰত্যাহ্বানপূৰ্ণই আছিল। সেয়া লাগিলে চিকিত্সা আন্তঃগাঁথনিয়েই হওক, চিকিত্সা বিজ্ঞানৰ শিক্ষাই হওক, অথবা চিকিত্সা প্ৰদানৰ ব্যৱস্থাপনাই হওক, সকলো ক্ষেত্ৰতে দ্ৰুত গতিৰে কাম কৰাৰ প্ৰয়োজন আছিল। আমি সেই প্ৰত্যাহ্বান স্বীকাৰ কৰি লৈছিলো আৰু সকলোৱে মিলি পৰিস্থিতি সলোৱাৰ প্ৰয়াস কৰিছিলো। গুজৰাটত সেই সময়ত ‘মুখ্যমন্ত্ৰী অমৃতম যোজনা’ৰ অধীনত দুখীয়া পৰিয়ালক ২লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিত্সা প্ৰদান ব্যৱস্থাৰ শুভাৰম্ভ কৰা হৈছিল। গৰ্ভৱতী মহিলাক হাস্পটালত প্ৰসৱ কৰোৱাৰ বাবে ‘চিৰঞ্জীৱি যোজনা’ৰ অধীনত উত্সাহিত কৰাৰ দিহা কৰা হৈছিল, যাৰ ফলত মাতৃ আৰু সন্তান উভয়ৰে জীৱন বচোৱাৰ ক্ষেত্ৰত অধিক সফলতা লাভ কৰিব পৰা গৈছিল। চিকিত্সাবিজ্ঞানৰ শিক্ষাৰ ক্ষেত্ৰতো যোৱা দুটা দশকৰ অশেষ প্ৰয়াসৰ সুবাদত গুজৰাটে চিকিত্সা মহাবিদ্যালয়সমূহত আসনৰ সংখ্যা প্ৰায় ৬গুণে বৃদ্ধি কৰিবলৈ সক্ষম হ’ল।জয়পুৰত চিপেটঃ ইনষ্টিটিউট অফ পেট্র’কেমিকেলছ টেকন’ল’জিৰ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
September 30th, 11:00 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে জয়পুৰত চিপেট : ইনষ্টিটিউট অফ পেট্র’কেমিকেলছ টেকন’ল’জি উদ্বোধন কৰে৷ তেওঁ ৰাজস্থানৰ বাঁশৱাড়া, ছিৰোহি, হনুমানগড় আৰু দৌছা জিলাত ৪খন নতুন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলাও স্থাপন কৰে৷ প্রধানমন্ত্রীয়ে ৰাজস্থানৰ এই ৪খন চিকিৎসা মহাবিদ্যালয় আৰু চিপেট প্রতিষ্ঠানৰ বাবে ৰাজ্যবাসীক অভিনন্দন জনায়৷ তেওঁ কয় যে ২০১৪ চনৰ পাছত ৰাজস্থানৰ বাবে ২৩খন চিকিৎসা মহাবিদ্যালয় অনুমোদন দিছে কেন্দ্রীয় চৰকাৰে আৰু ৭খন চিকিৎসা মহাবিদ্যালয় ইতিমধ্যে আৰম্ভ কৰা হৈছে।India will emerge stronger only when we empower our daughters: PM Modi
February 12th, 01:21 pm
Prime Minister Modi addressed Swachh Shakti 2019 in Kurukshetra, Haryana and launched various development projects. Addressing the programme, PM Modi lauded India’s Nari Shakti for their contributions towards the noble cause of cleanliness. The Prime Minister said that in almost 70 years of independence, sanitation coverage which was merely 40%, has touched 98% in the last five years.মহিলা সৱলীকৰণৰ দ্বাৰা সমাজৰ সৱলীকৰণ আৰু শক্তিশালী ৰাষ্ট্ৰ গঢ়িব পাৰিঃ প্ৰধানমন্ত্ৰী
February 12th, 01:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ কুৰুক্ষেত্ৰ ভ্ৰমণ কৰে৷ তাতে তেওঁ মহিলা পঞ্চায়ত নেত্ৰীসকলৰ স্বচ্ছ শক্তি ২০১৯ সন্মিলনত অংশগ্ৰহণ কৰে আৰু দেশৰ বিভিন্ন প্ৰান্তৰ মহিলা পঞ্চায়ত নেত্ৰীসকলক স্বচ্ছ শক্তি ২০১৯ বঁটাৰে সন্মানিত কৰে৷ প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ সুন্দৰ শৌচালয় প্ৰদৰ্শনীও পৰিদৰ্শন কৰে৷ তেওঁ হাৰিয়ানাত বিভিন্ন উন্নয়নমূলক প্ৰকল্প মুকলি কৰে৷ এই অনুষ্ঠানত হাৰিয়ানাৰ মুখ্যমম্ত্ৰী লাল মনোহৰ খাট্টাৰ আৰু অন্যান্য প্ৰতিনিধিবৰ্গও উপস্থিত আছিল৷Through the Swachh Bharat Abhiyan, we are ensuring cleaner and healthier environment for our children: PM Modi
February 11th, 12:45 pm
PM Modi took part in the 3 billionth meal of Akshaya Patra mid-day meal programme in Vrindavan today where he served food to children. Addressing a gathering at the event, PM Modi spoke at length about Centre's flagship initiatives like Mission Indradhanush and National Nutrition Mission. Stressing on cleanliness, the PM said, Swachhata is an important aspect of any child's health. Through the Swachh Bharat Abhiyan, we are ensuring cleaner and healthier environment fo rour children.PM Modi takes part in the 3 billionth meal of Akshaya Patra mid-day meal programme in Vrindavan
February 11th, 12:44 pm
PM Modi took part in the 3 billionth meal of Akshaya Patra mid-day meal programme in Vrindavan today where he served food to children. Addressing a gathering at the event, PM Modi spoke at length about Centre's flagship initiatives like Mission Indradhanush and National Nutrition Mission. Stressing on cleanliness, the PM said, Swachhata is an important aspect of any child's health. Through the Swachh Bharat Abhiyan, we are ensuring cleaner and healthier environment fo rour children.তামিলনাডুৰ মাডুৰাইত এইমছৰ আধাৰশিলা স্থাপন অনু্ষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ লিখিত ৰূপ
January 27th, 11:55 am
দেশবাসীয়ে কালি ব্যাপক উলহ-মালহেৰে গণৰাজ্য দিৱস উদযাপন কৰিলে৷ আজি মাডুৰাইত এইমছৰ আধাৰশিলা স্থাপনে চৰকাৰৰ ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ নীতিক প্ৰতিফলিত কৰিছে৷মাডুৰাইত এইমছ মুকলি, দেশৰ প্ৰতিটো প্ৰান্তলৈ এইমছৰ সেৱা লৈ যোৱা হ’বঃ প্ৰধানমন্ত্ৰী
January 27th, 11:54 am
মাডুৰাই আৰু তামিলনাডুৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ স্বাস্থ্যসেৱা ব্যৱস্থালৈ বৃহৎ উদগণি কঢ়িয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মাডুৰাইত এইমছৰ আধাৰশিলা স্থাপন কৰাৰ লগতে আন কেইবাটাও প্ৰকল্প উদ্বোধন কৰে৷IPPB would usher in economic transformation by bringing banks to the doorsteps of the villagers and the poor: PM Modi
September 01st, 10:54 pm
The Prime Minister, Shri Narendra Modi, today launched the India Post Payments Bank (IPPB) at Talkatora Stadium in New Delhi. The function was witnessed at over 3000 locations across the country, which were connected to the main event in Delhi.প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ইণ্ডিয়া প’ষ্ট পেমেণ্টছ বেংক—বিত্তীয় অন্তৰ্ভুক্তিৰ দিশে এক বলিষ্ঠ পদক্ষেপ
September 01st, 04:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত ইণ্ডিয়া প’ষ্ট পেমেণ্টছ বেংক(আইপিপিবি)মুকলি কৰে৷ এই অনুষ্ঠান দেশৰ ৩০০০ৰো অধিক স্থানৰ পৰা প্ৰত্যক্ষ কৰা হয়, যিবোৰ দিল্লীৰ মূল অনুষ্ঠানৰ সৈতে সংযুক্ত কৰা হৈছিল৷Our government has given a new direction to public healthcare: PM Modi
June 29th, 11:52 am
The Prime Minister, Shri Narendra Modi, today laid the Foundation Stone of the National Centre for Aging at the All India Institute of Medical Sciences (AIIMS) in New Delhi.This will provide the older population with multi-speciality healthcare. It will have 200 general ward beds.এইমছত গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
June 29th, 11:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ এইমছত নেশ্যনেল চেণ্টাৰ ফৰ এজিঙৰ আধাৰশিলা স্থাপন কৰে৷ এই সুবিধাই বয়োজেষ্ঠ লোকসকলক মাল্টি-স্পেচিয়েলিটী স্বাস্থ্যসেৱা প্ৰদান কৰিব৷ ইয়াত ২০০ সাধাৰণ ৱাৰ্ড বিচনাৰ সুবিধা আছে৷Social Media Corner 1st August
August 01st, 08:48 pm
Your daily does of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!Social Media Corner – 31st Jul’16
July 31st, 07:52 pm
Our future will be technology driven. We need to embrace it: PM Modi
July 31st, 11:36 am