‘Modi Ki Guarantee’ vehicle is now reaching all parts of the country: PM Modi
December 16th, 08:08 pm
PM Modi interacted and addressed the beneficiaries of the Viksit Bharat Sankalp Yatra via video conferencing. Addressing the gathering, the Prime Minister expressed gratitude for getting the opportunity to flag off the Viksit Bharat Sankalp Yatra in the five states of Rajasthan, Madhya Pradesh, Chhattisgarh, Telangana and Mizoram, and remarked that the ‘Modi Ki Guarantee’ vehicle is now reaching all parts of the countryবিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ
December 16th, 04:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰে মত-বিনিময় কৰি তেওঁলোকক সম্বোধন কৰে। এই কাৰ্য্যসূচীতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, তেলেংগানা আৰু মিজোৰামত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ ফ্লেগ-অফ কৰে।ৰিপাব্লিক টিভিৰ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণ পাঠ
April 26th, 08:01 pm
অৰ্ণব গোস্বামীজী, ৰিপাব্লিক মিডিয়া নেটৱৰ্কৰ সকলো সহকৰ্মী, ৰিপাব্লিক টিভিৰ দেশ-বিদেশৰ সমূহ দৰ্শক, ভদ্ৰ মহিলা আৰু ভদ্ৰলোকসকল। বেলেগ কথা কোৱাৰ পূৰ্বে মই শৈশৱতে শুনা এটা কৌতুক আপোনালোক সকলোৰে আগত ক’ব বিচাৰিছোঁ। এগৰাকী অধ্যাপক আছিল। তেওঁৰ কন্যাই এদিন আত্মহত্যাৰ পথ বাচি লয় আৰু এক টোকা লিখি থৈ যায়। টোকাটিত তেওঁ এইদৰে উল্লেখ কৰে যে, তেওঁ জীৱনত ভাগৰি পৰিছে আৰু জীয়াই থাকিব নিবিচাৰে। টোকাটোত তেওঁ আৰু লিখে যে তেওঁ কিবা খাব আৰু কানকাৰিয়া হ্ৰদত জঁপিয়াই মৰিম। পিছদিনা ৰাতিপুৱা অধ্যাপকজনে দেখে যে তেওঁৰ ছোৱালীজনী ঘৰত নাই। তেওঁ ছোৱালীজনীৰ কোঠালৈ গৈ বিচনাত এখন চিঠি দেখা পায়। পত্ৰখন পঢ়ি তেওঁৰ বৰ খং উঠে। তেওঁ কয়, ‘মই এজন অধ্যাপক, মই ইমান বছৰ ধৰি কঠোৰ পৰিশ্ৰম কৰিছোঁ, তথাপিও আত্মহত্যাৰ টোকাত তাই কানকাৰিয়া বানানটো ভুলকৈ লিখিছে।’ মই সুখী যে অৰ্ণবে ভাল হিন্দী কোৱা আৰম্ভ কৰিছে। তেওঁ কি কৈছিল মই শুনা নাছিলো, কিন্তু হিন্দী ঠিক আছে নে নাই সেয়া মই মনোযোগেৰে শুনি আছিলো। সম্ভৱতঃ মুম্বাইত বাস কৰাৰ বাবে, আপোনাৰ হিন্দী উন্নত হৈছে।নতুন দিল্লীত ৰিপাব্লিক সন্মিলনত ভাষণ প্ৰধানমন্ত্ৰীৰ
April 26th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ হোটেল তাজ পেলেচত অনুষ্ঠিত ৰিপাব্লিক সন্মিলনত ভাষণ দিয়ে।সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ শ্ৰম মন্ত্ৰীসকলৰ ৰাষ্ট্ৰীয় শ্ৰম সন্মিলনত ভিডিঅ' কনফাৰেঞ্চিঙৰ মাধ্যমত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
August 25th, 04:31 pm
চণ্ডীগড়ৰ এডমিনিষ্ট্ৰেটৰ শ্ৰীমান বনৱাৰী লাল পুৰোহিত জী, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহযোগী শ্ৰী ভূপেন্দ্ৰ যাদব জী, শ্ৰী ৰামেশ্বৰ তেলী জী, সকলো ৰাজ্যৰ আদৰণীয় শ্ৰম মন্ত্ৰীগণ, শ্ৰম সচিবগণ, অন্য মহানুভৱ, দেৱীসকল আৰু সজ্জনসকল, সৰ্ব প্ৰথমে মই ভগৱান তিৰুপতি বালাজীৰ চৰণত প্ৰণিপাত কৰিছো। যি পৱিত্ৰ স্থানত এতিয়া আপোনালোক উপস্থিত আছে, সেয়া ভাৰতৰ শ্ৰম আৰু সামৰ্থ্যৰ সাক্ষী হৈ আছে। মোৰ বিশ্বাস আছে, এই কনফাৰেঞ্চৰ পৰা ওলোৱা চিন্তাই দেশৰ শ্ৰম-সামৰ্থ্যক শক্তিশালী কৰিব। মই আপোনালোক সকলোকে আৰু বিশেষকৈ শ্ৰম মন্ত্ৰালয়ক এই আয়োজনৰ বাবে অভিনন্দন জনাইছো।PM Modi addresses National Labour Conference of Labour Ministers of all States and UTs
August 25th, 04:09 pm
PM Modi addressed the National Conference of Labour Ministers of all States and Union Territories via video conferencing. He reiterated the various efforts by the Government like Pradhan Mantri Shram-Yogi Maandhan Yojana, Pradhan Mantri Suraksha Bima Yojana, Pradhan Mantri Jeevan Jyoti Bima Yojana that have given a security cover to the workers.This time we are going to hit a 'Jeet Ka Chowka'...First in 2014, then 2017, 2019, and now 2022: PM Modi in Bahraich
February 22nd, 04:00 pm
Prime Minister Narendra Modi addressed an election rally in Uttar Pradesh’s Bahraich. Elated to see a huge crowd in a public meeting, PM Modi said, “You have come in such a large number to bless the BJP, this time we are going to hit a 'Jeet Ka Chowka'... First in 2014, then 2017, 2019, and now 2022. People of UP have decided to reject 'Parivarvadis'.”PM Modi addresses a Vishal Jan Sabha in Bahraich, Uttar Pradesh
February 22nd, 03:59 pm
Prime Minister Narendra Modi addressed an election rally in Uttar Pradesh’s Bahraich. Elated to see a huge crowd in a public meeting, PM Modi said, “You have come in such a large number to bless the BJP, this time we are going to hit a 'Jeet Ka Chowka'... First in 2014, then 2017, 2019, and now 2022. People of UP have decided to reject 'Parivarvadis'.”When India grows, the world grows, when India reforms, the world transforms: PM Modi
September 25th, 06:31 pm
Prime Minister Narendra Modi addressed the 76th session of the United Nations General Assembly. In his remarks, PM Modi focused on global challenges posed by Covid-19 pandemic, terrorism and climate change. He highlighted the role played by India at the global stage in fighting the pandemic and invited the world to make vaccines in India.PM Modi's address to the United Nations General Assembly
September 25th, 06:30 pm
Prime Minister Narendra Modi addressed the 76th session of the United Nations General Assembly. In his remarks, PM Modi focused on global challenges posed by Covid-19 pandemic, terrorism and climate change. He highlighted the role played by India at the global stage in fighting the pandemic and invited the world to make vaccines in India.UNDP Report Lauds Aspirational Districts Programme, Recommends Replication in Other Parts of the World
June 11th, 07:21 pm
In an independent appraisal report released today,United Nations Development Programme (UNDP) India has lauded the Aspirational Districts Programme (ADP) as ‘a very successful model of local area development’that ‘should serve as a best practice for several other countries where regional disparities in development status persist for many reasons’.অসমৰ শোণিতপুৰ জিলাত উন্নয়নী প্ৰকল্পৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
February 07th, 11:41 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত দুখনি চিকিৎসালয়ৰ শিলান্যাস আৰু ৰাজ্যিক ঘাইপথ আৰু মূল জিলা পথসমূহৰ অৰ্থে ‘অসম মালা’ শীৰ্ষক কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰীসকল আৰু বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ মুৰব্বী শ্ৰী প্ৰমোদ বড়ো উপস্থিত থাকে।‘অসম মালা’ৰ শুভাৰম্ভ আৰু দুখন চিকিৎসালয়ৰ শিলান্যাস কৰিলে প্ৰধানমন্ত্ৰীয়ে
February 07th, 11:40 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত দুখনি চিকিৎসালয়ৰ শিলান্যাস আৰু ৰাজ্যিক ঘাইপথ আৰু মূল জিলা পথসমূহৰ অৰ্থে ‘অসম মালা’ শীৰ্ষক কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰীসকল আৰু বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ মুৰব্বী শ্ৰী প্ৰমোদ বড়ো উপস্থিত থাকে।মধ্য প্ৰদেশৰ পদপথৰ দোকানীসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে কৰা বাৰ্তালাপৰ অসমীয়া লিখিত ৰূ
September 09th, 11:01 am
কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী শ্ৰী হৰদ্বীপ সিং পুৰী মহোদয়, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী ভাই শিৱৰাজ মহোদয়, ৰাজ্য মন্ত্ৰীমণ্ডলৰ অন্যান্য সদস্য, প্ৰশাসনৰ সৈতে জড়িত লোক, প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ সকলো লাভাৰ্থী আৰু এই কাৰ্যসূচীৰ সৈতে জড়িত হোৱা মধ্য প্ৰদেশ তথা মধ্য প্ৰদেশৰ বাহিৰৰ সকলো মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল৷মধ্য প্ৰদেশৰ পদ পথৰ ব্যৱসায়ীৰে প্ৰধানমন্ত্ৰীৰ ‘স্বনিধি সংবাদ’ সম্পন্
September 09th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্য় প্ৰদেশৰ পদ পথৰ ব্যৱসায়ীসকলৰ সৈতে ‘স্বনিধি সংবাদ’ত ভাগ লয়। ক’ভিড-১৯ৰদ্বাৰা প্ৰভাৱিত হোৱা পদ পথৰ দুখীয়া ব্যৱসায়ীসকলৰ জীৱিকাৰ কাম-কাজৰ পুনৰ আৰম্ভণিত সহায় কৰিবলৈ ভাৰত চৰকাৰখনে ১ জুন, ২০২০ত প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ শুভাৰম্ভ কৰিছিল। মধ্য প্ৰদেশৰ ৪.৫ লাখ পদ পথৰ ব্যৱসায়ীয়ে পঞ্জীয়ন কৰাৰ বিপৰীতে ১.৪ লাখ পদ পথৰ ব্যৱসায়ীলৈ ১৪০ কোটি টকা অনুমোদন জনোৱা হৈছে।Inspired by Pt. Deendayal Upadhyaya, 21st century India is working for Antyodaya: PM Modi
February 16th, 01:01 pm
PM Modi unveiled the statue of Deendayal Upadhyaya in Varanasi. He flagged off the third corporate train Mahakaal Express which links 3 Jyotirling Pilgrim Centres – Varanasi, Ujjain and Omkareshwar. The PM also inaugurated 36 development projects and laid foundation stone for 14 new projects.দীনদয়াল উপাধ্যায়ৰ প্ৰতিমূৰ্তি উন্মোচন আৰু স্মৃতিকেন্দ্ৰ দেশবাসীৰ নামত উচৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে
February 16th, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীত দীনদয়াল উপাধ্যায়ৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে এটা স্মৃতিকেন্দ্ৰ দেশবাসীৰ নামত উচৰ্গা কৰে৷ তেওঁ তিনি জ্যোতিৰ্লিংগ ক্ৰমে-বাৰাণসী, উজ্জয়নী আৰু ওমকাৰেশ্বৰ সংযোগী তৃতীয়খন কৰ্প’ৰেট ৰে’লৰ ফ্লেগ অফ কৰে৷ প্ৰধানমন্ত্ৰীয়ে ৪৩০খন বিচনাযুক্ত অতিবিশিষ্ট সেৱা চৰকাৰী হাস্পতালকে ধৰি ৩৬টা উন্নয়নমুলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে ১৪টা উন্নয়নমুলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷বিজেপি চৰকাৰে সদায়েই দৰিদ্ৰ আৰু মহিলাৰ কল্যাণৰ বাবে কাম কৰি আহিছেঃ প্ৰধানমন্ত্ৰী মোদী
February 04th, 03:09 pm
দিল্লীৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দ্বাৰকাত এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰে৷ এখন বৃহৎ সমাৱেশত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দিল্লীৰ জনতা বিজেপিৰ পক্ষত আছে৷ তেওঁ কয় যে বিৰোধী দলে বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হৈছে৷দিল্লীৰ দ্বাৰকাত এখন ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ প্ৰদান
February 04th, 03:08 pm
দিল্লীৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দ্বাৰকাত এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰে৷ এখন বৃহৎ সমাৱেশত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দিল্লীৰ জনতা বিজেপিৰ পক্ষত আছে৷ তেওঁ কয় যে বিৰোধী দলে বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হৈছে৷৩২তম প্ৰগতিৰ বৈঠকত প্ৰধানমন্ত্ৰীৰ সভাপতিত্ব
January 22nd, 05:36 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ৰ প্ৰথমখন প্ৰগতিৰ বৈঠকত সভাপতিত্ব কৰে৷ ৩২তম প্ৰগতিৰ এই বৈঠকত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক অন্তৰ্ভুক্ত কৰি আঁচনিসমূহৰ সময়মতে ৰূপায়নৰ খতিয়ান লোৱা হয়৷