Our government has given a new direction to public healthcare: PM Modi
June 29th, 11:52 am
The Prime Minister, Shri Narendra Modi, today laid the Foundation Stone of the National Centre for Aging at the All India Institute of Medical Sciences (AIIMS) in New Delhi.This will provide the older population with multi-speciality healthcare. It will have 200 general ward beds.এইমছত গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
June 29th, 11:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ এইমছত নেশ্যনেল চেণ্টাৰ ফৰ এজিঙৰ আধাৰশিলা স্থাপন কৰে৷ এই সুবিধাই বয়োজেষ্ঠ লোকসকলক মাল্টি-স্পেচিয়েলিটী স্বাস্থ্যসেৱা প্ৰদান কৰিব৷ ইয়াত ২০০ সাধাৰণ ৱাৰ্ড বিচনাৰ সুবিধা আছে৷বিভিন্ন স্বাস্থ্য সেৱা আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে সমগ্ৰ দেশতে ভিডিঅ’ ব্ৰীজ যোগে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
June 07th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰী ভাৰতীয় জনৌষধি পৰিযোজনা আৰু অন্যান্য কেন্দ্ৰীয় চৰকাৰ স্বাস্থ্য সেৱা আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে সমগ্ৰ দেশতে ভিডিঅ’ ব্ৰীজযোগে বাৰ্তালাপ কৰে৷ বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে ভিডিঅ’ ব্ৰীজযোগে প্ৰধানমন্ত্ৰীয়ে এইবাৰৰ সৈতে পঞ্চমবাৰলৈ বাৰ্তালাপ কৰে৷ স্বাস্থ্যসেৱা আৰু কল্যাণৰ গুৰুত্ব সম্পৰ্কে বৰ্ণনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে স্বাস্থ্যই হ’ল সকলো উন্নতি আৰু সফলতাৰ মূলমন্ত্ৰ৷ তেওঁ লগতে কয় যে ১২৫ কোটি সুস্থ নাগৰিকৰ সৈতে ভাৰতো সুস্থ হৈ উঠিব৷A person from a backward society like me could become PM because of Babasaheb: PM Modi
April 14th, 02:59 pm
On birth anniversary of Dr Babasaheb Ambedkar, Prime Minister Narendra Modi launched India's first wellness centre under Ayushmaan Bharat and laid foundation stones of various projects of central & state government in Bijapur, Chhattisgarh.PM inaugurates Health and Wellness Centre to mark the launch of Ayushman Bharat, in Bijapur, Chhattisgarh
April 14th, 02:56 pm
On birth anniversary of Dr Babasaheb Ambedkar, Prime Minister Narendra Modi launched India's first wellness centre under Ayushmaan Bharat and laid foundation stones of various projects of central & state government in Bijapur, Chhattisgarh.স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনিৰ উন্নয়ন
March 21st, 10:20 pm
স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনিৰ উন্নয়নৰ অৰ্থে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানক ১ এপ্ৰিল ২০১৭ৰ পৰা ৩১ মাৰ্চ ২০২০লৈ অবিৰত সেৱা আগবঢ়াবলৈ ৮৫,২১৭ কোটি টকাৰ কেন্দ্ৰীয় অংশ হিচাপে আৰ্থিক সাহায্য প্ৰদানৰ অনুমোদন জনাইছে৷