‘শক্তিসমৃদ্ধ নাৰী-বিকশিত ভাৰত’ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
March 11th, 10:30 am
মহিলা সৱলীকৰণৰ দৃষ্টিৰে আজিৰ কাৰ্যসূচীটো হৈছে নিতা্ন্তই ঐতিহাসিক। আজি মই ‘নমো ড্ৰোন দিদি অভিযান’ৰ অধীনত ‘’মহিলা আত্ম-সহায়ক গোট’সমূহক ১০০০টা আধুনিক ‘ড্ৰোন’ হস্তান্তৰ কৰাৰ সুযোগ পাইছোঁ। শেহতীয়াকৈ, বিভিন্ন আঁচনি আৰু লাখ লাখ প্ৰচেষ্টাৰ বাবে, দেশৰ ১ কোটিতকৈয়ো অধিক ভগ্নী ‘লাখপতি দিদি’ হৈ উঠিছে। এই সংখ্যাটো সৰু নহয়। আৰু এতিয়া যেতিয়া মই কথা পাতি আছিলো, সেই কিশোৰী ভনীজনীয়ে মোক কৈছিল যে তেওঁৰ উপাৰ্জন বোলে প্ৰতি মাহে ৬০-৭০ হাজাৰ, ৮০ হাজাৰ পৰ্যন্ত হয়গৈ। এই কথাৰে আমি দেশৰ যুৱক-যুৱতীসকলকো অনুপ্ৰাণিত কৰিব পাৰোঁ, গাঁৱৰ এগৰাকী ভগ্নীয়ে তেওঁৰ উদ্যোগৰ জৰিয়তে প্ৰতি মাহে ৬০ হাজাৰ ৭০ হাজাৰ টকা উপাৰ্জন কৰে। তেওঁৰ আত্মবিশ্বাসলৈ চাওক, হয় হয় সেইগৰাকী কিশোৰী তাত বহি আছে, তেওঁ হাত দাঙি আছে। আৰু যেতিয়া মই এনে কথা শুনো, দেখিবলৈ পাওঁ, মোৰ বিশ্বাস যথেষ্ট বাঢ়ি যায়। আপোনালোক আচৰিত হ'ব যে যেতিয়া মই আপোনালোকৰ দৰে লোকৰ পৰা সৰু-সুৰা কথাবোৰ শুনিবলৈ পাওঁ, তেতিয়া মোৰ বিশ্বাস বাঢ়ি যায়। এৰা, আমি সঠিক দিশেৰে আগবাঢ়িছোঁ, দেশৰ নিশ্চয় কিবা ভালেই হ'ব। কিয়নো আমি যোজনা নিশ্চয় কৰোঁ, কিন্তু এই যোজনাক সাৰোগত কৰি আপোনালোকে কাম কৰিবলৈ লাগি যায় নহয়..., আৰু আপোনালোকে পৰিণাম দেখুৱায়। আৰু সেই পৰিণাম দেখি চৰকাৰী বাবুসকলেও অনুভৱ কৰে... এৰা কিবা ভালেই হৈ আছে দেখোন, তেতিয়া কামবোৰ দ্ৰুতগতিৰে আগবাঢ়িবলৈ লয়। আৰু ইয়াৰ বাবে, যেতিয়া মই সিদ্ধান্ত লৈছিলোঁ যে মই এতিয়া ৩ কোটি ‘লাখপতি দিদি’ৰ সংখ্যা অতিক্ৰম কৰিব লাগিব। আৰু এই উদ্দেশ্যৰ বাবেই আজি এই ভগ্নীসকলৰ একাউণ্টলৈ ১০,০০০ কোটি টকা স্থানান্তৰ কৰা হৈছে। আৰু মই আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাইছোঁ।সশক্ত নাৰী-বিকশিত ভাৰত কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
March 11th, 10:10 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সশক্ত নাৰী-বিকশিত ভাৰত কাৰ্যসূচীত অংশগ্ৰহণ কৰি নতুন দিল্লীৰ পুছাস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত নমো ড্ৰোন দিদিসকলে পৰিচালনা কৰা কৃষি ড্ৰোন প্ৰদৰ্শন প্ৰত্যক্ষ কৰে। দেশজুৰি ১০টা ভিন্ন স্থানৰ পৰা নমো ড্ৰোন দিদিসকলেও একেলগে ড্ৰোন প্ৰদৰ্শনত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে এহেজাৰ নমো ড্ৰোন দিদিসকলেক ড্ৰোনো গতাই দিয়ে। প্ৰধানমন্ত্ৰীয়ে প্ৰতিখন জিলাৰ বেংকে স্থাপন কৰা বেংক লিংকেজ কেম্পৰ জৰিয়তে ৰাজসাহায্যযুক্ত সুতৰ হাৰত আত্মসহায়ক গোটসমূহক প্ৰায় ৮ হাজাৰ কোটি টকাৰ বেংক ঋণ প্ৰদান কৰে। লগতে প্ৰধানমন্ত্ৰীয়ে আত্মসহায়ক গোটসমূহক প্ৰায় ২,০০০ কোটি টকা মুলধনীকৰণ সহায়ক পুঁজি প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে হিতাধিকাৰীসকলৰ সৈতেও মত বিনিময় কৰে।১১ মাৰ্চত দিল্লীত ‘সশক্ত নাৰী- বিকশিত ভাৰত’ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
March 10th, 11:14 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ মাৰ্চৰ পুৱা ১০ বজাত নতুন দিল্লীৰ পুছাৰ ‘ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান’ত ‘নমো ড্ৰোন দিদি’সকলে অনুষ্ঠিত কৰিব লগা ‘কৃষি ড্ৰোন’ৰ প্ৰদৰ্শনৰ সাক্ষী হ'ব। দেশজুৰি ১০ টা বিভিন্ন স্থানৰ ‘নমো ড্ৰোন দিদি’য়ে একেলগে ‘ড্ৰোন প্ৰদৰ্শন’ত অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ‘নমো ড্ৰোন দিদি’সকলৰ মাজত ১,০০০ ‘ড্ৰোন’ হস্তান্তৰ কৰিব।Today's massive program underscores BJP's commitment to harnessing the power of women for India's development: PM
March 06th, 12:30 pm
Prime Minister Narendra Modi addressed the Barasat event, in West Bengal and greeted the audience with full vigour. The PM positively remarked, “Today's massive program underscores BJP's commitment to harnessing the power of women for India's development” and added that BJP has engaged thousands of women self-help groups nationwide. Today, in West Bengal, we witness a significant conference uniting sisters from these groups, furthering the cause of empowerment and progress.”PM Modi addressed at an enthusiasm-filled event in Barasat, West Bengal
March 06th, 12:09 pm
Prime Minister Narendra Modi addressed the Barasat event, in West Bengal and greeted the audience with full vigour. The PM positively remarked, “Today's massive program underscores BJP's commitment to harnessing the power of women for India's development” and added that BJP has engaged thousands of women self-help groups nationwide. Today, in West Bengal, we witness a significant conference uniting sisters from these groups, furthering the cause of empowerment and progress.”প্ৰধানমন্ত্ৰীয়ে ২ কোটি দিদিক লাখপতি কৰাৰ তেওঁৰ সপোনৰ ওপৰত জোৰ দিয়ে
December 27th, 02:31 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰে।ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বিকশিত ভাৰত যাত্ৰা কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণ পাঠ
December 27th, 12:45 pm
উন্নত ভাৰতৰ সংকল্পৰ সৈতে সংযোগ স্থাপন আৰু দেশবাসীক সংযোগ কৰাৰ এই অভিযান নিৰন্তৰ বিস্তাৰিত হৈ আছে, দূৰৱৰ্তী গাওঁসমূহত উপনীত হৈছে, দৰিদ্ৰতম লোকসকলক সংযোগ কৰিছে। যুৱ, মহিলা, গাঁৱৰ জ্যেষ্ঠ নাগৰিক; সকলোৱে আজি মোদীৰ গাড়ীৰ বাবে অপেক্ষা কৰে আৰু মোদীৰ গাড়ীৰ কাৰ্যসূচীৰ আয়োজনো কৰে। সেয়েহে, এই মহান অভিযানক সফল কৰাৰ বাবে মই আপোনালোক সকলোকে, বিশেষকৈ মোৰ মাতৃ আৰু ভগ্নীসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যুৱপ্ৰজন্মৰ শক্তি ইয়াৰ সৈতে জড়িত হৈ আছে আৰু যুৱপ্ৰজন্মৰ শক্তি ইয়াত জড়িত হৈ আছে। এই কাৰ্যসূচীটো সফল কৰাৰ বাবে সকলো যুৱক-যুৱতী অভিনন্দনৰ যোগ্য। কিছুমান ঠাইত, কৃষকসকলে পথাৰত কাম কৰাৰ সময় হয়, তথাপিও যেতিয়া ৰেলখন তেওঁলোকৰ ওচৰলৈ যায়, তেওঁলোকেও তেওঁলোকৰ কৃষিৰ কাম চাৰিৰ পৰা ছয় ঘণ্টাৰ বাবে এৰি এই কাৰ্যসূচীত যোগদান কৰে। এক প্ৰকাৰে, প্ৰতিখন গাঁৱত এটা অতি ডাঙৰ বিকাশৰ মহোৎসৱ চলি আছে।প্ৰধানমন্ত্ৰীয়ে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে
December 27th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সমবেত লোকসকলকো সম্বোধন কৰে।বাৰাণসীত বিভিন্ন প্ৰকল্পৰ উদ্বোধন আৰু উৎসৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
December 18th, 02:16 pm
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথজী, উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য, গুজৰাট বিধানসভাৰ অধ্যক্ষ তথা বনাস ডেইৰীৰ অধ্যক্ষ আৰু আজি বিশেষভাৱে কৃষকসকলক উপহাৰ দিবলৈ অহা শ্ৰীমান শংকৰ ভাই চৌধুৰী, ৰাজ্যিক মন্ত্ৰী পৰিষদৰ সদস্য, বিধায়কসকল, অন্যান্য গণ্যমান্য ব্যক্তি আৰু বাৰাণসীৰ মোৰ পৰিয়ালৰ সদস্যসকল।উত্তৰ প্ৰদেশৰ বাৰাণসীত ১৯,১৫০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰীয়ে
December 18th, 02:15 pm
প্ৰকল্পসমূহৰ ভিতৰত আছে প্ৰায় ১০,৯০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নিউ পণ্ডিত দীনদয়াল উপাধ্যায় নগৰ-নিউ ভৌপুৰ ডেডিকেটেড ফ্ৰেইট কৰিডৰ প্ৰকল্পৰ উদ্বোধন আৰু অন্যান্য ৰে’ল প্ৰকল্প। তেওঁ নতুনকৈ উদ্বোধন কৰা ডেডিকেটেড ফ্ৰেইট কৰিডৰত বাৰাণসী-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল, দোহৰীঘাট-মাউ মেমু ৰে’ল আৰু এযোৰ লং হ’ল গুডছ ৰে’লৰ ফ্লেগ অফ কৰে। বেনাৰস ইঞ্জিন ৱৰ্কছৰ দ্বাৰা নিৰ্মিত ১০,০০০ সংখ্যক ইঞ্জিনকো তেওঁ ফ্লেগ অফ কৰে। তেওঁ ৩৭০ কোটিতকৈ অধিক ব্যয় সাপেক্ষে দুটা আৰ অ’ বিৰ সৈতে সেউজ ক্ষেত্ৰ শিৱপুৰ-ফুলৱাৰিয়া-লাহৰতৰা পথ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা আন মূল প্ৰকল্পসমূহৰ ভিতৰত আছে ২০টা পথ শক্তিশালী আৰু বহল কৰা; কাইঠি গাঁৱৰ সংগম ঘাট পথ আৰু পণ্ডিত দীনদয়াল উপাধ্যায় চিকিৎসালয়ত আৱাসিক ভৱন নিৰ্মাণ, পুলিচ লাইন আৰু পি এ চি ভুলনপুৰৰ দুটা ২০০ আৰু ১৫০ বিচনাযুক্ত বহুমহলীয়া বেৰেক বিল্ডিং, ৯টা স্থানত নিৰ্মাণ কৰা স্মাৰ্ট বাছ আশ্ৰয় শিবিৰ আৰু আলাইপুৰত নিৰ্মাণ কৰা ১৩২ কিলোৱাট চাবষ্টেচন নিৰ্মাণৰ কাম। তেওঁ স্মাৰ্ট চিটি মিছনৰ অধীনত ইউনিফাইড টুৰিষ্ট পাছ ছিষ্টেমো আৰম্ভ কৰে।২০৪৭ চনৰ ভিতৰত অৰুণাচলৰ গাঁৱত বিকশিত ভাৰতৰ বাৰ্তা প্ৰতিধ্বনিত
November 30th, 01:26 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ প্ৰধানমন্ত্ৰী মহিলা কিষাণ ড্ৰোণ কেন্দ্ৰও মুকলি কৰে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দেওঘৰৰ এইমছত ১০,০০০ সংখ্যক জন ঔষধী কেন্দ্ৰ উৎসৰ্গা কৰে। তদুপৰি, শ্ৰী মোদীয়ে দেশত জন ঔষধি কেন্দ্ৰৰ সংখ্যা ১০,০০০ ৰ পৰা ২৫,০০০ লৈ বৃদ্ধি কৰাৰ বাবেও কাৰ্যসূচী আৰম্ভ কৰে। মহিলা আত্মসহায়ক গোটসমূহক ড্ৰোন প্ৰদান কৰা আৰু জন ঔষধি কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা –এই দুয়োটা পদক্ষেপৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে। তেওঁ এই বছৰৰ আৰম্ভণিতে স্বাধীনতা দিৱসৰ ভাষণত জন ঔষধি কেন্দ্ৰৰ সংখ্যা ১০,০০০ ৰ পৰা ২৫,০০০ লৈ বৃদ্ধি কৰাৰ বিষয়ে ঘোষণা কৰিছিল। এই কাৰ্যসূচীয়ে প্ৰধানমন্ত্ৰী মোডীৰ প্ৰতিশ্ৰুতি পূৰণ কৰাটো চিহ্নিত কৰে।মহিলাসকল হৈছে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ মূল অংশীদাৰ
November 30th, 01:26 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। তেখেতে প্ৰধানমন্ত্ৰী মহিলা কিষাণ ড্ৰোন কেন্দ্ৰও উদ্বোধন কৰে। এই কাৰ্য্যসূচীতে প্ৰধানমন্ত্ৰীগৰাকীয়ে এইমছ, দেওঘৰত ১০,০০০ সংখ্যক জন ঔষধি কেন্দ্ৰটো উৎসৰ্গা কৰে। ইয়াৰোপৰি শ্ৰী মোদীয়ে দেশত জন ঔষধি কেন্দ্ৰৰ সংখ্যা ১০,০০০ ৰপৰা ২৫,০০০লৈ বৃদ্ধিৰ কাৰ্য্যসূচীৰো শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে চলিত বৰ্ষৰ স্বাধীনতা দিৱসৰ ভাষণত মহিলা আত্ম-সহায়ক গোটসমূহক (SHG) ড্ৰোন প্ৰদানৰ লগতে জন ঔষধি কেন্দ্ৰৰ সংখ্যা ১০,০০০ ৰপৰা ২৫,০০০লৈ বৃদ্ধি, এই দুই পদক্ষেপৰ কথা ঘোষণা কৰিছিল। এই কাৰ্য্যসূচীৰ জৰিয়তে উক্ত ঘোষণাৰাজিৰ পৰিপূৰণ নিশ্চিত কৰা হয়।জম্মুৰ সীমান্ত অঞ্চলৰ গাঁওপ্ৰধানক তেওঁৰ কৰ্তব্যনিষ্ঠাৰ বাবে প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে
November 30th, 01:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ প্ৰধানমন্ত্ৰী মহিলা কিষাণ দ্ৰোণ কেন্দ্ৰও মুকলি কৰে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দেওঘৰৰ এইমছত ১০,০০০ সংখ্যক জন ঔষধি কেন্দ্ৰ উৎসৰ্গা কৰে। তদুপৰি, শ্ৰী মোদীয়ে দেশত জন ঔষধি কেন্দ্ৰৰ সংখ্যা ১০,০০০ৰ পৰা ২৫,০০০লৈ বৃদ্ধি কৰাৰ বাবেও কাৰ্যসূচী শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীয়ে এই বছৰৰ আৰম্ভণিতে স্বাধীনতা দিৱসৰ ভাষণত মহিলা আত্মসহায়ক গোটসমূহক ড্ৰোন প্ৰদান কৰা আৰু জন ঔষধি কেন্দ্ৰৰ সংখ্যা ১০,০০০ৰ পৰা ২৫,০০০ লৈ বৃদ্ধি কৰা-এই দুয়োটা পদক্ষেপৰ কথা ঘোষণা কৰিছিল। এই কাৰ্যসূচীয়ে এই প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰাটো চিহ্নিত কৰে।প্ৰধানমন্ত্ৰীয়ে হিতাধিকাৰী কৃষকক জয় জগন্নাথৰে শুভেচ্ছা জনায়
November 30th, 01:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ ‘প্ৰধানমন্ত্ৰী মহিলা কিষাণ ড্ৰোণ কেন্দ্ৰ’ও মুকলি কৰে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দেওঘৰৰ ‘এইমছ’ত ‘১০,০০০ সংখ্যক জন ঔষধী কেন্দ্ৰ’টো আনুষ্ঠানিক ভাবে মুকলি কৰে। তদুপৰি, শ্ৰী মোদীয়ে দেশত ‘জন ঔষধী কেন্দ্ৰ’ৰ সংখ্যা ১০,০০০ৰ পৰা ২৫,০০লৈ বৃদ্ধি কৰাৰ বাবে গ্ৰহণ কৰা কাৰ্যসূচীৰো শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীয়ে এই দুয়োটা পদক্ষেপৰ কথা ঘোষণা কৰে, মহিলা ‘এছএইচজি’সমূহক ‘ড্ৰোন’ প্ৰদান কৰে। প্ৰণিধানযোগ্য যে এই বছৰৰ আৰম্ভণিতে ‘স্বাধীনতা দিৱস’ৰ ভাষণত ‘জন ঔষধী কেন্দ্ৰ’ৰ সংখ্যা ১০,০০০ৰ পৰা ২৫,০০০ লৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল। আজিৰ কাৰ্যসূচীটোৱে এই প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাটোকে চিহ্নিত কৰে।