Corona period has proved importance of skill, re-skill and up-skill: PM Modi
June 18th, 09:45 am
Prime Minister Narendra Modi today launched the ‘Customized Crash Course programme for Covid 19 Frontline workers’ via video conferencing. On the occasion, PM Modi said, We are working towards preparing 1 lakh frontline workers in the country. With the launch, it will commence the programme in 111 training centres spread over 26 states.ক’ভিড-১৯ৰ চিকিত্সাসেৱাৰে জড়িত আগশাৰীৰ কৰ্মীসকলৰ বাবে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে হ্ৰস্বকালীন অনুকূলিত প্ৰশিক্ষণ পাঠ্যক্ৰম
June 18th, 09:43 am
ক’ভিড-১৯ৰ চিকিত্সাৰে জড়িত আগশাৰীৰ কৰ্মচাৰীসকলকৰ বাবে আয়োজিত এক হ্ৰস্বকালীন অনুকূলিত প্ৰশিক্ষণ পাঠ্যক্ৰম আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে আনুষ্ঠানিক ভাবে মুকলি কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ ২৬খন ৰাজ্যত স্থাপিত ১১১টা প্ৰশিক্ষণ কেন্দ্ৰত এই কাৰ্যক্ৰমৰ শুভাৰম্ভ ঘোষিত কৰা হয়। এই কাৰ্যক্ৰমৰ জৰিয়তে আগন্তুক ২-৩মাহত একলাখ যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়া হ’ব। শুভাৰম্ভ অনুষ্ঠানত ‘দক্ষতা বিকাশ আৰু উদ্যশীলতা বিভাগ’ৰ কেন্দ্ৰীয় মন্ত্ৰী ড০ মহেন্দ্ৰনাথ পাণ্ডেকে ধৰি বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী, বহুকেইখন ৰাজ্যৰ মন্ত্ৰী, বিশেষজ্ঞ, অন্যান্য বিশিষ্ট ব্যক্তি তথা অভিভাৱকসকল উপস্থিত থাকে।বিহাৰত পেট্ৰ’লিয়াম খণ্ডৰ তিনিটা প্ৰধান প্ৰকল্প মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া লিখিত ৰূ
September 13th, 12:01 pm
কাৰ্যসূচীৰ আৰম্ভণিতে মই এক দুখদ খবৰ আপোনালোকক দিবলৈ ওলাইছো৷ বিহাৰৰ জ্যেষ্ঠ নেতা শ্ৰীমান ৰঘুবংশ প্ৰসাদ সিং আমাৰ মাজত নাই৷ মই তেখেতলৈ প্ৰণাম জনাইছো৷ ৰঘুবংশ বাহুৰ দেহাৱাসনত দেশৰ ৰাজনীতিত এক শূন্যৰ সৃষ্টি হ’ল৷ মাটিৰ মানুহ, দুখীয়াৰ সহমৰ্মী ব্যক্তিত্বৰ তেখেতে সমগ্ৰ জীৱন বিহাৰৰ সংঘৰ্ষত অতিবাহিত কৰিলে৷ তেওঁ যি চিন্তা-ধাৰাৰ সৈতে ডাঙৰ-দীঘল হৈছিল, সমগ্ৰ জীৱনটো সেই চিন্তা-ধাৰাৰ সৈতে অতিবাহিত কৰাৰ প্ৰয়াস কৰিলে৷বিহাৰত পেট্ৰ’লিয়াম খণ্ডৰ সৈতে জড়িত তিনিটা গুৰুত্বপূৰ্ণ প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়
September 13th, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰত আজি ভিডিঅ’ কনফাৰেন্সিংযোগে পেট্ৰ’লিয়াম খণ্ডৰ সৈতে জড়িত তিনিটা গুৰুত্বপূৰ্ণ প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা কৰে৷ এই প্ৰকল্প কেইটা হৈছে পাৰাদীপ-হালদিয়া-দুৰ্গাপুৰ পাইপলাইন ব্যৱস্থাপনা প্ৰকল্পৰ দুৰ্গাপুৰ-বাংকা অংশ আৰু দুটা এলপিজি বটলিং প্লাণ্ট৷ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতি গেছ মন্ত্ৰালয়ৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ইণ্ডিয়ান অইল আৰু এইচপিচিএলৰ সহযোগত এই প্ৰকল্পৰ কাম আৰম্ভ হৈছে৷কলকাটা বন্দৰ ন্যাসৰ ডেৰশবছৰীয়া জয়ন্তী উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ
January 12th, 11:18 am
নমস্কাৰ। আমাৰ প্ৰিয়বাংলাৰ ভাই-ভনীসকল! ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভকামনাৰ লগতে সমাগত মকৰ সংক্ৰান্তি উপলক্ষে আপোনালোক আটাইলৈকে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলো।কলকাতা প’ৰ্ট ট্ৰাষ্টৰ ডেৰশ বছৰীয়া জয়ন্তী সমাৰোহত উপস্থিত প্ৰধানমন্ত্ৰী, মুকলি কৰিলে কলকাতা প’ৰ্টৰ বহুমুখী বিকাশ প্ৰকল্প প’ৰ্টৰ বন্দনা গীত মুকলি
January 12th, 11:17 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলকাতা প’ৰ্ট ট্ৰাষ্টৰ ডেৰশ বছৰীয়া জয়ন্তী সমাৰোহত অংশগ্ৰহণ কৰে৷১১ আৰু ১২ জানুৱাৰী ২০২০ তাৰিখে প্ৰধানমন্ত্ৰীৰ কলকাতাত চৰকাৰী ভ্ৰমণ
January 10th, 12:14 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ আৰু ১২ জানুৱাৰী ২০২০ তাৰিখে কলকাতালৈ দুদিনীয়া ভ্ৰমণৰ উদ্দেশ্য ৰাওনা হ’ব৷ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে দুখন ভিডিঅ’ কনফাৰেন্স সম্বোধন প্ৰধানমন্ত্ৰীৰ
January 12th, 06:25 pm
ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে দুটাকৈ গুৰুত্বপূৰ্ণ অনুষ্ঠানত ভাগ লয়৷২২ সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ-২০১৮ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপৰ ইংৰাজী সংস্কৰণ (ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে)
January 12th, 12:45 pm
প্ৰথমে মই আমাৰ বৈজ্ঞানিকসকলৰ এক বৃহৎ সাফল্যৰ বাবে দেশবাসীক অভিনন্দন জ্ঞাপন কৰিব বিচাৰো৷ এতিয়াৰ পৰা কিছু সময় পূৰ্বে ইছৰোই পিএছএলভি-চি৪০ৰ সফল উৎক্ষেপন কৰিছে৷ পিএছএলভিৰ পৰা কাৰ্টোছেট-২ ছিৰিজৰ উপগ্ৰহ সহ মুঠ ৩১টা উপগ্ৰহক মহাকাশত সংস্থাপিত কৰা হৈছে৷ ইয়াৰে ২৮টা উপগ্ৰহ আন দেশৰ৷ আজি ইছৰোই আন এক অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে৷ উপগ্ৰহ উৎক্ষেপনৰ ক্ষেত্ৰত তেওঁলোকে আজি শতক সম্পূৰ্ণ কৰিলে৷People of Uttar Pradesh Are Tired Of Goondaism: PM Modi
December 19th, 02:32 pm
PM Narendra Modi while addressing a public meeting in Kanpur said that Uttar Pradesh wants change and progress. Shri Modi said Uttar Pradesh has a vital role in giving a stable Government. Shri Modi spoke about how skilled youth can be agents of change in countering poverty. PM affirmed that the Centre’s agenda is to end corruption and ensure welfare of poor and marginalized people. PM also thanked people for being patient and cooperating in the demonetization drive to fight corruption.PM Modi addresses Parivartan Rally in Kanpur, Uttar Pradesh
December 19th, 02:31 pm
Prime Minister Narendra Modi while addressing a public meeting in Kanpur said that Uttar Pradesh wants change and progress. Shri Modi said Uttar Pradesh has a vital role in giving a stable Government. Shri Modi spoke about how skilled youth can be agents of change in countering poverty. PM Modi remarked that corruption and black money have adversely affected the lives of common man. He attacked the opposition for not letting the Parliament function.PM Modi lays foundation of first ever Indian Institute of Skills in India at Kanpur
December 19th, 01:30 pm
Furthering his vision of a Skilled India, PM Narendra Modi laid foundation of first ever Indian Institute of Skills in India at Kanpur. The Prime Minister also visited Kaushal Pradarshani, an exhibition showcasing opportunities in skill development for our youth.Prime Minister to lay foundation of first ever Indian Institute of Skills in India at Kanpur Tomorrow
December 18th, 06:07 pm
Prime Minister Shri Narendra Modi will lay the foundation stone of the first “Indian Institute of Skills” in the country at Kanpur, Uttar Pradesh. The Institute has been conceptualized by Shri Narendra Modi during his visit to Singapore’s Institute of Technical Education.First Meeting of Governing Council of National Skill Development Mission held under Chairmanship of Hon’ble Prime Minister of India, Shri Narendra Modi
June 02nd, 07:06 pm