Congress' priority to fill its coffers through corruption: PM Modi in Chhattisgarh
November 04th, 01:40 pm
Ahead of Chhattisgarh assembly elections, Prime Minister Narendra Modi today congratulated the people of state for the newly unveiled BJP manifesto, which promises to transform their aspirations into reality. Addressing a public meeting in Chhattisgarh’s Durg, PM Modi said, “Within this manifesto, priority has been given to the women, youth, and farmers of Chhattisgarh. The BJP has a consistent track record of delivering on its promises.”PM Modi campaigns in Chhattisgarh’s Durg
November 04th, 01:05 pm
Ahead of Chhattisgarh assembly elections, Prime Minister Narendra Modi today congratulated the people of state for the newly unveiled BJP manifesto, which promises to transform their aspirations into reality. Addressing a public meeting in Chhattisgarh’s Durg, PM Modi said, “Within this manifesto, priority has been given to the women, youth, and farmers of Chhattisgarh. The BJP has a consistent track record of delivering on its promises.”লোকসভাত ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা ভাষণৰ বাবে উথ্থাপিত ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা উত্তৰৰ পাঠ
February 08th, 04:00 pm
প্ৰথমতে, মই ৰাষ্ট্ৰপতি মহোদয়াক তেওঁৰ ভাষণৰ বাবে ধন্যবাদ জনাইছো, আৰু এয়া মোৰ সৌভাগ্য যে অতীতত ৰাষ্ট্ৰপতিৰ ভাষণৰ পিচত ৰাষ্ট্ৰপতিক কেইবাবাৰো ধন্যবাদ জনোৱাৰ সুযোগ মই পাইছো। কিন্তু এইবাৰ ধন্যবাদৰ লগতে মই ৰাষ্ট্ৰপতিক অভিনন্দনো জনাইছো। ৰাষ্ট্ৰপতিয়ে তেওঁৰ দূৰদৰ্শী ভাষণত আমাৰ সকলোকে, আৰু কোটি কোটি দেশবাসীক পথ প্ৰদৰ্শন কৰিছে। গণৰাজ্যৰ মুৰব্বী হিচাপে তেওঁৰ উপস্থিতিও ঐতিহাসিক আৰু দেশৰ কোটি কোটি ভগ্নী আৰু কন্যাৰ বাবে এক মহান অনুপ্ৰেৰণাৰো সুযোগ।লোকসভাত ৰাষ্ট্ৰপতিৰ অভিভাষণৰ ওপৰত ধন্যবাদসূচক মন্তব্য প্ৰধানমন্ত্ৰীৰ
February 08th, 03:50 pm
সংসদৰ উভয় সদনত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদসূচক এক বক্তব্য আজি লোকসভাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দাঙি ধৰে।Our policy-making is based on the pulse of the people: PM Modi
July 08th, 06:31 pm
PM Modi addressed the first ‘Arun Jaitley Memorial Lecture’ in New Delhi. In his remarks, PM Modi said, We adopted the way of growth through inclusivity and tried for everyone’s inclusion. The PM listed measures like providing gas connections to more than 9 crore women, more than 10 crore toilets for the poor, more than 45 crore Jan Dhan accounts, 3 crore pucca houses to the poor.PM Modi addresses the first "Arun Jaitley Memorial Lecture" in New Delhi
July 08th, 06:30 pm
PM Modi addressed the first ‘Arun Jaitley Memorial Lecture’ in New Delhi. In his remarks, PM Modi said, We adopted the way of growth through inclusivity and tried for everyone’s inclusion. The PM listed measures like providing gas connections to more than 9 crore women, more than 10 crore toilets for the poor, more than 45 crore Jan Dhan accounts, 3 crore pucca houses to the poor.পঞ্চায়তীৰাজ দিৱস সন্দৰ্ভত গাঁও সভাসমূহলৈ আগবঢ়োৱা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
April 24th, 11:31 am
জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী মনোজ সিনহাজী, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহযোগী গিৰিৰাজ সিংজী, এই দেশৰ সন্তান মোৰ সহযোগী ডাঃ জিতেন্দ্ৰ সিংজী, শ্ৰী কপিল ম’ৰেশ্বৰ পাটিলজী, সংসদত মোৰ সহযোগী শ্ৰী যুগল কিশোৰজী, জম্মু-কাশ্মীৰকে ধৰি সমগ্ৰ দেশৰ সৈতে জড়িত পঞ্চায়তীৰাজৰ সকলো প্ৰতিনিধি, ভাই-ভনীসকল!প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস উদযাপনত অংশগ্ৰহণ কৰিবলৈ জম্মু-কাশ্মীৰ ভ্ৰমণ কৰে
April 24th, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ জম্মু আৰু কাশ্মীৰ ভ্ৰমণ কৰে। এই অনুষ্ঠানৰ পৰা তেওঁ সমগ্ৰ দেশৰ গাঁও পঞ্চায়তসমূহক সম্বোধন কৰে। তেওঁ ছাম্বা জিলাৰ পল্লী পঞ্চায়ত ভ্ৰমণ কৰে আৰু প্ৰায় ২০,০০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে। তেওঁ অমৃত সৰোবৰ প্ৰকল্পও উদ্বোধন কৰে। অনুষ্ঠানত উপস্থিত থাকে উপ-ৰাজ্যপাল শ্ৰী মনোজ সিনহা, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী গিৰিৰাজ সিং, ড০ জিতেন্দ্ৰ সিং আৰু শ্ৰী কপিল মৰেশ্বৰ পাটিল আদি।PM to visit J&K to participate in celebrations of National Panchayati Raj Day on 24th April
April 23rd, 11:23 am
Prime Minister Narendra Modi will undertake a visit to Jammu & Kashmir to participate in the celebration of National Panchayati Raj Day at around 11:30 AM on 24 April, 2022 and address all the Gram Sabhas across the country.বিশ্ব স্বাস্থ্য দিৱসত দেশবাসীলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা, সকলোৰে সুস্বাস্থ্য আৰু সুস্থতাৰ বাবেও প্ৰাৰ্থনা কৰিলে প্ৰধানমন্ত্ৰীয়ে
April 07th, 09:18 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰি সকলোৰে সুস্বাস্থ্য আৰু সুস্থতাৰ বাবে প্ৰাৰ্থনা জনায়। তেওঁ স্বাস্থ্য খণ্ডৰ সৈতে জড়িত প্ৰতিগৰাকী লোকৰ প্ৰতি কৃতজ্ঞতাও জ্ঞাপন কৰে। তেওঁ কয় যে আয়ুষ্মান ভাৰত আৰু প্ৰধানমন্ত্ৰী জনঔষধি যোজনাই আমাৰ নাগৰিকসকলৰ বাবে গুণগত মানদণ্ড আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। তেওঁ লগতে কয় যে যোৱা ৮ বছৰত চিকিৎসা শিক্ষাখণ্ডত দ্ৰুত পৰিৱৰ্তন দেখা গৈছে। কেইবাখনো নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছে। তেওঁ আৰু কয় যে ভাৰত চৰকাৰে স্থানীয় ভাষাত চিকিৎসা বিজ্ঞান অধ্যয়ন সুচল কৰাৰ বাবে প্ৰচেষ্টা চলাই আছে আৰু এই প্ৰচেষ্টাৰ সফলতাই অগণন যুৱক-যুৱতীৰ আশা-আকাংক্ষাক সফলকাম কৰি তুলিব।জন ঔষধি যোজনাৰ উপভোক্তাসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মতবিনিময়ৰ লিখিত ৰূপ
March 07th, 03:24 pm
মোৰ বাবে এয়া এক আনন্দৰ কথা যে দেশৰ ভিন্ন প্ৰান্তৰ লোকৰ সৈতে আজি মনবিনিময়ৰ সুযোগ পাইছো। আমাৰ এই অভিযানৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো। একাংশ সতীৰ্থক আজি সন্মানিত কৰিবলৈ পাই চৰকাৰে সৌভাগ্য অনুভৱ কৰিছে। জন ঔষধি দিৱসত মই আপোনালোক সকলোকে শুভেচ্ছা জনাইছো।জন ঔষধি যোজনাৰ সুবিধাভোগীসকলৰ সৈতে প্রধানমন্ত্রীৰ মতবিনিময়
March 07th, 02:07 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিও কনফাৰেন্সৰ মাধ্যমত জন ঔষধি কেন্দ্রৰ মালিক আৰু সুবিধাভোগীসকলৰ সৈতে মতবিনিময় কৰিছে। জেনেৰিক ঔষধৰ ব্যৱহাৰ আৰু জন ঔষধি পৰিকল্পনাৰ সুফল সম্পর্কে সচেতনতা সৃষ্টিৰ বাবে এক মার্চৰ পৰা সমগ্ৰ দেশত জন ঔষধি সপ্তাহ পালিত হৈছে। এই অনুষ্ঠানৰ বিষয় ভাবনা হ'ল – “জন ঔষধি-জনউপযোগী”। অনুষ্ঠানত উপস্থিত আছিল কেন্দ্রীয় মন্ত্রী ডঃ মনসুখ মাণ্ডাভিয়া।প্ৰধানমন্ত্ৰীয়ে ৭মাৰ্চত জন ঔষধি যোজনাৰ উপভোক্তাসকলৰ সৈতে মতবিনিময় কৰিব
March 06th, 07:37 pm
জন ঔষধি দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ মাৰ্চৰ দুপৰীয়া ১২.৩০বজাত ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে জন ঔষধি যোজনাৰ স্বত্তাধিকাৰী আৰু উপভোক্তাসকলৰ সৈতে মতবিনিময় কৰিব। মতবিনিময়ৰ পিছত তেওঁ অুষ্ঠানত ভাষণ আগবঢ়াব। এই অনুষ্ঠানৰ বিষয়বস্তু হ’ল-‘জন ঔষধি, জন উপযোগী।’১১ খন নতুন চিকিৎসা মহাবিদ্যালয় আৰু তামিলনাডুৰ কেন্দ্ৰীয় শাস্ত্ৰীয় তামিল প্ৰতিষ্ঠানৰ এটা নতুন চৌহদৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠৰ অসমীয়া অনুবাদ
January 12th, 03:37 pm
আজি আমি এই দুটা বিশেষ কাৰণত মিলিত হৈছো: ১১ খন চিকিৎসা মহাবিদ্যালয়ৰ উদ্বোধন, আৰু কেন্দ্ৰীয় শাস্ত্ৰীয় তামিল প্ৰতিষ্ঠানৰ নতুন ভৱনৰ উদ্বোধন। সেয়েহে, আমি আমাৰ সম্প্ৰদায়ক আৰু অধিক স্বাস্থ্যৱান কৰি তুলিছো আৰু আমাৰ সংস্কৃতিৰ সৈতে আমাৰ সম্পৰ্ক অধিক শক্তিশালী কৰিছো।প্ৰধানমন্ত্ৰীয়ে তামিলনাডুত ১১ খন নতুন চিকিৎসা মহাবিদ্যালয় আৰু চিআইচিটিৰ এটা নতুন চৌহদ উদ্বোধন কৰে
January 12th, 03:34 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে তামিলনাডুৰ ১১খন নতুন চিকিৎসা মহাবিদ্যালয় আৰু কেন্দ্ৰীয় শাস্ত্ৰীয় তামিল প্ৰতিষ্ঠানৰ (চিআইচিটি) এটা নতুন চৌহদ উদ্বোধন কৰে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়া, ড০ এল মুৰুগান আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰী ড০ ভাৰতী পাৱাৰ উপস্থিত আছিল।নতুন দিল্লীৰ এইমছৰ ঝাজ্জৰ চৌহদত ৰাষ্ট্ৰীয় কৰ্কট প্ৰতিষ্ঠানত ইনফোচিছ ফাউণ্ডেচন বিশ্ৰাম সদনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
October 21st, 10:31 am
উপস্থিত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ লাল খট্টৰজী, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী শ্ৰী মনসুখ মাণ্ডব্য জী, কেন্দ্ৰীয় ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী ডাঃ ভাৰতী পাৱাৰ জী, হাৰিয়ানাৰ স্বাস্থ্যমন্ত্ৰী শ্ৰী অনিল বীজ জী, ইনফোছিছ ফাউণ্ডেশ্যনৰ অধ্যক্ষা শ্ৰীমতী সুধা মূৰ্তি জী, সংসদত মোৰ সতীৰ্থগণ, উপস্থিত সকলো বিষয়া আমোলা, অভ্যাগত তথা মোৰ আদৰৰ ভাই-ভনীসকল।প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীৰ অখিল ভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ ঝাজ্জৰ চৌহদত ৰাষ্ট্ৰীয় কৰ্কট প্ৰতিষ্ঠানত ইনফোচিছ ফাউণ্ডেচন ৰেষ্ট হাউচ উদ্বোধন কৰে
October 21st, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে নতুন দিল্লীৰ অখিল ভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ (এইমছ) ঝাজ্জৰ চৌহদৰ ৰাষ্ট্ৰীয় কৰ্কট প্ৰতিষ্ঠানত ইনফ'চিছ ফাউণ্ডেচন বিশ্ৰাম গৃহ উদ্বোধন কৰে।‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা’ৰ মধ্য প্ৰদেশৰ হিতাধিকাৰীসকলৰ সৈতে হোৱা প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ পাঠৰ অসমীয়া অনুবাদ
August 07th, 10:55 am
মধ্য প্ৰদেশৰ ৰাজ্যপাল আৰু মোৰ বহুদিনীয়া চিনাকী শ্ৰী মংগুভাই পেটেল, যিগৰাকী ব্যক্তিয়ে নিজৰ সম্পূৰ্ণ জীৱন আদিবাসীসকলৰ কল্যাণৰ বাবে, জনজাতীয় সমাজৰ উত্কৰ্ষ সাধনৰ উদ্দেশ্যে সম্পূৰ্ণ জীৱন উত্সৰ্গা কৰিলে, তেনে এগৰাকী ব্যক্তি মধ্য প্ৰদেশৰ ৰাজ্যপাল শ্ৰী মান মংগুভাই। মুখ্য মন্ত্ৰী শ্ৰীমান শিৱৰাজ সিং, ৰাজ্য চৰকাৰৰ অন্যান্য মন্ত্ৰীসকল, বিধায়ক বন্ধুসকল আৰু মধ্য প্ৰদেশৰ বিভিন্ন প্ৰান্তৰ পৰা সংযোজিত হোৱা ভাই-ভনীসকল!মধ্য প্ৰদেশৰ প্ৰধান মন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা (PMGKAY) ৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় প্ৰধানমন্ত্ৰীৰ
August 07th, 10:54 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মধ্য প্ৰদেশৰ প্ৰধান মন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা (PMGKAY) ৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। কোনো যোগ্য লোক বাদ পৰি নাযাবলৈ আঁচনিখন সন্দৰ্ভত অধিক সজাগতা সৃষ্টিৰ অৰ্থে এটি বিশাল অভিযান ৰাজ্য চৰকাৰখনে হাতত লয়। ৰাজ্যখনে ৭ আগষ্ট, ২০২১ ক প্ৰধান মন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা দিৱস হিচাপে পালন কৰে। এই কাৰ্য্যসূচীত মধ্য প্ৰদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী উপস্থিত থাকে। মধ্য প্ৰদেশৰ প্ৰায় ৫ কোটি হিতাধিকাৰীয়ে আঁচনিখনৰ লাভ অৰ্জন কৰিছে।ক’ভিড প্রভাৱিত শিশুসকলক সাহায্য আৰু সবলীকৰণৰ লক্ষ্যৰে পিএম কেয়াৰ্ছ ফৰ চিল্ড্রেন আঁচনিৰ শুভাৰম্ভ
May 29th, 06:03 pm
Prime Minister Modi chaired an important meeting to discuss and deliberate on steps which can be taken to support children who have lost their parents due to COVID-19. All children who have lost both parents or surviving parent or legal guardian/adoptive parents due to COVID-19 will be supported under ‘PM-CARES for Children’ scheme.