‘শক্তিসমৃদ্ধ নাৰী-বিকশিত ভাৰত’ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
March 11th, 10:30 am
মহিলা সৱলীকৰণৰ দৃষ্টিৰে আজিৰ কাৰ্যসূচীটো হৈছে নিতা্ন্তই ঐতিহাসিক। আজি মই ‘নমো ড্ৰোন দিদি অভিযান’ৰ অধীনত ‘’মহিলা আত্ম-সহায়ক গোট’সমূহক ১০০০টা আধুনিক ‘ড্ৰোন’ হস্তান্তৰ কৰাৰ সুযোগ পাইছোঁ। শেহতীয়াকৈ, বিভিন্ন আঁচনি আৰু লাখ লাখ প্ৰচেষ্টাৰ বাবে, দেশৰ ১ কোটিতকৈয়ো অধিক ভগ্নী ‘লাখপতি দিদি’ হৈ উঠিছে। এই সংখ্যাটো সৰু নহয়। আৰু এতিয়া যেতিয়া মই কথা পাতি আছিলো, সেই কিশোৰী ভনীজনীয়ে মোক কৈছিল যে তেওঁৰ উপাৰ্জন বোলে প্ৰতি মাহে ৬০-৭০ হাজাৰ, ৮০ হাজাৰ পৰ্যন্ত হয়গৈ। এই কথাৰে আমি দেশৰ যুৱক-যুৱতীসকলকো অনুপ্ৰাণিত কৰিব পাৰোঁ, গাঁৱৰ এগৰাকী ভগ্নীয়ে তেওঁৰ উদ্যোগৰ জৰিয়তে প্ৰতি মাহে ৬০ হাজাৰ ৭০ হাজাৰ টকা উপাৰ্জন কৰে। তেওঁৰ আত্মবিশ্বাসলৈ চাওক, হয় হয় সেইগৰাকী কিশোৰী তাত বহি আছে, তেওঁ হাত দাঙি আছে। আৰু যেতিয়া মই এনে কথা শুনো, দেখিবলৈ পাওঁ, মোৰ বিশ্বাস যথেষ্ট বাঢ়ি যায়। আপোনালোক আচৰিত হ'ব যে যেতিয়া মই আপোনালোকৰ দৰে লোকৰ পৰা সৰু-সুৰা কথাবোৰ শুনিবলৈ পাওঁ, তেতিয়া মোৰ বিশ্বাস বাঢ়ি যায়। এৰা, আমি সঠিক দিশেৰে আগবাঢ়িছোঁ, দেশৰ নিশ্চয় কিবা ভালেই হ'ব। কিয়নো আমি যোজনা নিশ্চয় কৰোঁ, কিন্তু এই যোজনাক সাৰোগত কৰি আপোনালোকে কাম কৰিবলৈ লাগি যায় নহয়..., আৰু আপোনালোকে পৰিণাম দেখুৱায়। আৰু সেই পৰিণাম দেখি চৰকাৰী বাবুসকলেও অনুভৱ কৰে... এৰা কিবা ভালেই হৈ আছে দেখোন, তেতিয়া কামবোৰ দ্ৰুতগতিৰে আগবাঢ়িবলৈ লয়। আৰু ইয়াৰ বাবে, যেতিয়া মই সিদ্ধান্ত লৈছিলোঁ যে মই এতিয়া ৩ কোটি ‘লাখপতি দিদি’ৰ সংখ্যা অতিক্ৰম কৰিব লাগিব। আৰু এই উদ্দেশ্যৰ বাবেই আজি এই ভগ্নীসকলৰ একাউণ্টলৈ ১০,০০০ কোটি টকা স্থানান্তৰ কৰা হৈছে। আৰু মই আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাইছোঁ।সশক্ত নাৰী-বিকশিত ভাৰত কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
March 11th, 10:10 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সশক্ত নাৰী-বিকশিত ভাৰত কাৰ্যসূচীত অংশগ্ৰহণ কৰি নতুন দিল্লীৰ পুছাস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত নমো ড্ৰোন দিদিসকলে পৰিচালনা কৰা কৃষি ড্ৰোন প্ৰদৰ্শন প্ৰত্যক্ষ কৰে। দেশজুৰি ১০টা ভিন্ন স্থানৰ পৰা নমো ড্ৰোন দিদিসকলেও একেলগে ড্ৰোন প্ৰদৰ্শনত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে এহেজাৰ নমো ড্ৰোন দিদিসকলেক ড্ৰোনো গতাই দিয়ে। প্ৰধানমন্ত্ৰীয়ে প্ৰতিখন জিলাৰ বেংকে স্থাপন কৰা বেংক লিংকেজ কেম্পৰ জৰিয়তে ৰাজসাহায্যযুক্ত সুতৰ হাৰত আত্মসহায়ক গোটসমূহক প্ৰায় ৮ হাজাৰ কোটি টকাৰ বেংক ঋণ প্ৰদান কৰে। লগতে প্ৰধানমন্ত্ৰীয়ে আত্মসহায়ক গোটসমূহক প্ৰায় ২,০০০ কোটি টকা মুলধনীকৰণ সহায়ক পুঁজি প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে হিতাধিকাৰীসকলৰ সৈতেও মত বিনিময় কৰে।ৰাজস্থানৰ নাথদ্বাৰাত একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন/উৎসৰ্গাৰে প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
May 10th, 12:01 pm
ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী কলৰাজ মিশ্ৰ জী, মোৰ বন্ধু আৰু মুখ্যমন্ত্ৰী শ্ৰী অশোক গেহলট জী, বিধানসভাৰ অধ্যক্ষ শ্ৰী চি পি যোশী জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰী শ্ৰী ভজন লাল জাটভ জী, সংসদত মোৰ সতীৰ্থ তথা ৰাজস্থান বিজেপিৰ সভাপতি শ্ৰী চন্দ্ৰ প্ৰকাশ যোশী জী, সংসদত মোৰ সতীৰ্থ ভগ্নী দীয়াকুমাৰী জী, সংসদত মোৰ সতীৰ্থ শ্ৰী কনকমল কটাৰা জী, সাংসদ শ্ৰী অৰ্জুনলাল মীনা জী, এই অনুষ্ঠানত উপস্থিত আন সকলো গণ্যমান্য ব্যক্তি আৰু ৰাজস্থানৰ মোৰ মৰমৰ ভাই-ভনীসকল।ৰাজস্থানৰ নাথদ্বাৰত ৫৫০০ কোটি টকাতকৈ অধিক মূল্যৰ ৰাষ্ট্ৰীয় আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ নামত উচৰ্গা প্ৰধানমন্ত্ৰীৰ
May 10th, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ নাথদ্বাৰত ৫৫০০ কোটি টকাতকৈ অধিক মূল্যৰ আন্তঃগাঁথনি প্ৰকল্প আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে৷ এই উন্নয়ন প্ৰকল্পসমূহে অঞ্চলটোৰ আন্তঃগাঁথনি আৰু যোগাযোগ ব্যৱস্থাক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে য’ত ৰে’ল আৰু পথ প্ৰকল্পই সামগ্ৰী আৰু সেৱাৰ চলাচলত সহায় কৰিব, যাৰ ফলত ব্যৱসায়-বাণিজ্য বৃদ্ধি পাব আৰু অঞ্চলটোৰ জনসাধাৰণৰ আৰ্থ-সামাজিক অৱস্থা উন্নত হ’ব।Bhagwan Birsa Munda was a torchbearer of our spiritual and cultural energy: PM Modi on Janjatiya Gaurav Divas
November 15th, 10:06 am
The Prime Minister, Shri Narendra Modi has said that the nation is moving with the energy of ‘Panch Praan’ to realize the dreams of Bhagwan Birsa Munda and crores of Janjatiya bravehearts. “Expressing pride in the tribal heritage of the country through Janjatiya Gaurav Diwas and resolution for the development of the Apasi community is part of that energy”, he said. The Prime Minister was greeting the nation on the occasion of Janjatiya Gaurav Diwas via a video message today.“জনজাতীয় গৌৰৱ দিৱস’ৰ মাধ্যেমেৰে আদিবাসী ঐতিহ্যৰ প্ৰতি গৰ্ব প্ৰকাশ কৰিছো আৰু আদিবাসীসকলৰ উন্নয়ণৰ সংকল্প হৈছে ‘পঞ্চ পণ’ৰ শক্তিৰ অংশ”
November 15th, 10:02 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৰাষ্ট্ৰই আজি ‘পঞ্চ পণ’ৰ শক্তি লৈ ভগৱান বীৰছা মুণ্ডা আৰু কোটি কোটি জনজাতীয় বীৰৰ সপোন সাকাৰ কৰাৰ বাবে অগ্ৰসৰ হৈছে। ‘‘জনজাতীয় গৌৰৱ দিৱস’ৰ মাধ্যমৰে আদিবাসী ঐতিহ্যক লৈ গৰ্ব প্ৰকাশ কৰাৰ লগতে আদিবাসীসকলৰ উন্নয়ণৰ সংকল্প হৈছে পঞ্চ পণৰ শক্তিৰ অংশ”। ‘জনজাতীয় গৌৰৱ দিৱস’ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে আজি এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে দেশবাসীক শুভকামনাও জ্ঞাপন কৰে।মহাৰাষ্ট্ৰ ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰী ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ
November 03rd, 11:37 am
চৰকাৰী বিভাগত সামূহিকভাৱে দেশৰ যুৱক-যুৱতীসকলক নিযুক্তি পত্ৰ দিয়াৰ অভিযানত আজি মহাৰাষ্ট্ৰৰ নামো সংযোজন কৰা হৈছে। ধনতেৰাছৰ দিনা কেন্দ্রীয় চৰকাৰে ১০ লাখ চাকৰি প্রদানৰ অভিযান আৰম্ভ কৰিছিল৷ তেতিয়াই মই কৈছিলো যে আগন্তুক দিনত বিভিন্ন ৰাজ্য চৰকাৰেও একেধৰণৰ চাকৰি মেলাৰ আয়োজন কৰিব। এই শৃংখলাত আজি মহাৰাষ্ট্ৰৰ শতাধিক যুৱকক একেলগে নিযুক্তি পত্ৰ দিয়া হৈছে। আজি নিযুক্তি পত্ৰ পোৱা যুৱক-যুৱতীসকলক আন্তৰিক অভিনন্দন জনাইছো।মহাৰাষ্ট্ৰৰ চাকৰি মেলা সম্বোধন প্ৰধানমন্ত্ৰীৰ
November 03rd, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক ভিডিঅ' বাৰ্তাযোগে মহাৰাষ্ট্ৰ চৰকাৰৰ চাকৰি মেলাত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে ধনতেৰাছৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ চাকৰি মেলাৰ ধাৰণা আৰম্ভ কৰে। কেন্দ্ৰীয় চৰকাৰৰ পৰ্যায়ত ১০ লাখ চাকৰি প্ৰদান কৰাৰ এইটো অভিযানৰ আৰম্ভণি আছিল। তেতিয়াৰ পৰাই প্ৰধানমন্ত্ৰীয়ে গুজৰাট আৰু জম্মু-কাশ্মীৰ চৰকাৰৰ চাকৰি মেলাত ভাষণ দি আহিছে। ইমান কম সময়ৰ ভিতৰতে চাকৰি মেলাৰ সংগঠনৰ পৰা এইটো স্পষ্ট যে মহাৰাষ্ট্ৰ চৰকাৰে যুৱসকলক নিযুক্তি প্ৰদানৰ দিশত দৃঢ়তাৰে আগবাঢ়ি ছে। মই সুখী যে মহাৰাষ্ট্ৰত অনাগত সময়ত এনে ধৰণৰ চাকৰি মেলা আৰু সম্প্ৰসাৰিত হ'ব। মহাৰাষ্ট্ৰৰ গৃহ বিভাগ আৰু ৰাজ্যখনৰ গ্ৰামোন্নয়ন বিভাগত হাজাৰ হাজাৰ নিযুক্তি থাকিব।গুজৰাটৰ গান্ধীনগৰত ডিজিটেল ইণ্ডিয়া সপ্তাহ ২০২২ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পাঠ
July 04th, 10:57 pm
আজিৰ অনুষ্ঠানটোৱে একবিংশ শতিকাত ভাৰত ক্ৰমান্বয়ে আধুনিক হৈ পৰাৰ আভাস কঢ়িয়াই আনিছে। সমগ্ৰ বিশ্বৰ সন্মুখত ডিজিটেল ইণ্ডিয়া অভিযানৰ ৰূপত সমগ্ৰ মানৱতাৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰ কিমান বৈপ্লৱিক, তাৰ উদাহৰণ ভাৰতে দাঙি ধৰিছে।প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰত ডিজিটেল ইণ্ডিয়া সপ্তাহ ২০২২ উদ্বোধন কৰে
July 04th, 04:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গান্ধীনগৰত 'নৱ ভাৰত প্ৰযুক্তি অনুপ্ৰেৰণা' বিষয়বস্তুৰে ডিজিটেল ইণ্ডিয়া সপ্তাহ ২০২২ উদ্বোধন কৰে। অনুষ্ঠানটোত তেওঁ প্ৰযুক্তিৰ প্ৰসাৰ বৃদ্ধি, জীৱন ধাৰণৰ সহজতা নিশ্চিত কৰাৰ বাবে সেৱা প্ৰদানক সুশৃংখল কৰাৰ লক্ষ্যৰে কেইবাটাও ডিজিটেল পদক্ষেপআৰম্ভ কৰে। তেওঁ চিপ টু ষ্টাৰ্টআপ (চিআইটিইউএছ) কাৰ্যসূচীৰ অধীনত সহযোগিতা কৰা ৩০ টা প্ৰতিষ্ঠানৰ প্ৰথম গোটটোঘোষণা কৰে।PM’s speech at 'Aatmanirbhar Narishakti se Samvad' programme
August 12th, 12:32 pm
Prime Minister Shri Narendra Modi participated in ‘Atmanirbhar Narishakti se Samvad’ and interacted with women Self Help Group (SHG) members/community resource persons promoted under the Deendayal Antyodaya Yojana-National Rural Livelihoods Mission (DAY-NRLM) today via video conferencing. During the event, a compendium of success stories of women SHG members from all across the country, along with a handbook on universalization of farm livelihoods was released by the Prime Minister.PM interacts with women Self Help Groups in ‘Atmanirbhar Narishakti se Samvad’
August 12th, 12:30 pm
Prime Minister Shri Narendra Modi participated in ‘Atmanirbhar Narishakti se Samvad’ and interacted with women Self Help Group (SHG) members/community resource persons promoted under the Deendayal Antyodaya Yojana-National Rural Livelihoods Mission (DAY-NRLM) today via video conferencing. During the event, a compendium of success stories of women SHG members from all across the country, along with a handbook on universalization of farm livelihoods was released by the Prime Minister.Beware of Congress-AIUDF 'Mahajoth' as it's 'Mahajhoot': PM Modi in Assam
March 24th, 03:04 pm
PM Modi today addressed public meetings in Bihpuria and Sipajhar in Assam ahead of assembly elections. Addressing a mega election rally in Bihpuria, PM Modi raised the issue of illegal immigrants and blamed the previous Congress for the influx. He said, “The incumbent BJP government has tackled the issue of illegal immigrants. The Satras and Namghars of Assam which were captured by illegal immigrants during Congress rule are now free from encroachments.”PM Modi campaigns in Assam’s Bihpuria and Sipajhar
March 24th, 03:00 pm
PM Modi today addressed public meetings in Bihpuria and Sipajhar in Assam ahead of assembly elections. Addressing a mega election rally in Bihpuria, PM Modi raised the issue of illegal immigrants and blamed the previous Congress for the influx. He said, “The incumbent BJP government has tackled the issue of illegal immigrants. The Satras and Namghars of Assam which were captured by illegal immigrants during Congress rule are now free from encroachments.”Sant Kabir represents the essence of India's soul: PM Modi in Maghar
June 28th, 12:35 pm
The Prime Minister, Shri Narendra Modi, visited Maghar in SantKabir Nagar district of Uttar Pradesh today. He offered floral tributes at SantKabir Samadhi, on the occasion of the 500th death anniversary of the great saint and poet, Kabir. He also offered Chadar at SantKabirMazaar. He visited the SantKabir Cave, and unveiled a plaque to mark the laying of Foundation Stone of SantKabir Academy, which will highlight the great saint’s teachings and thought.সন্ত কবীৰ নগৰত মহান সন্ত তথা কবি কবীৰলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন
June 28th, 12:35 pm
মহান সন্ত তথা কবি কবীৰৰ ৫০০তম মৃত্যু বাৰ্ষিকী উপলক্ষে তেওঁৰ সমাধিত প্ৰধানমন্ত্ৰীয়ে পুষ্পাঞ্জলি অৰ্পণ কৰে৷ ইয়াৰোপৰি তেওঁ সন্ত কবীৰৰ মাজাৰত চাদৰ তৰ্পণো কৰে৷ তেওঁ সন্ত কবীৰ গুহা পৰিদৰ্শন কৰে আৰু সন্ত কবীৰ একাডেমীৰ আধাৰশিলা স্থাপনৰ চিহ্ন হিচাপে এখন ফলক উন্মোচন কৰে যিয়ে মহান সন্ত গৰাকীৰ শিক্ষা আৰু চিন্তাধাৰাক প্ৰজ্বলিত কৰিব৷The movement towards more digital payments is linked to eliminating middlemen: PM Modi
June 15th, 10:56 am
Interacting with the befuddled of various Digital India efforts, PM Modi remarked that the motive of the initiative was to further the reach of technology, especially in rural areas.সমগ্ৰ দেশতে ডিজিটেল ইণ্ডিয়াৰ বিভিন্ন পদক্ষেপৰ হিতাধিকাৰীসকলৰ সৈতে ভিডিঅ’ ব্ৰীজযোগে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
June 15th, 10:56 am
বিগত কিছুদিনৰ পৰা চৰকাৰৰ বিভিন্ন যোজনা হিতাধিকাৰীসকলৰ সৈতে ব্যক্তিগতভাৱে সাক্ষাৎ কৰিবলৈ, কথা পাতিবলৈ, তেওঁলোকৰ কথা শুনিবলৈ মোৰ সৌভাগ্য হৈছে আৰু মই এয়া ক’ব পাৰোঁ যে ই এক অতুলনীয় অনুভৱ৷ আৰু মই সদায়েই এই কাৰ্যৰ প্ৰতি আগ্ৰহী যে ফাইলৰ বাহিৰেও জীৱন এটা থাকে৷ জীৱনলৈ যি পৰিৱৰ্তন আহিছে সেয়া প্ৰত্যক্ষভাৱে জনসাধাৰণৰ পৰা শুনাৰ পিছত, তেওঁলোকৰ অভিজ্ঞতাসমূহ জনাৰ পিছত মনত সন্তোষ প্ৰাপ্ত হয়৷ কাম কৰাৰ শক্তি প্ৰাপ্ত হয়৷ আজি ডিজিটেল ইণ্ডিয়াৰ কিছুমান যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰাৰ সুযোগ পাইছোঁ৷Congress government in Puducherry has done injustice with people by not focusing on development: PM Modi
February 25th, 02:56 pm
Addressing a public meeting at Puducherry, PM Modi lashed out at the Congress party and said, Our first Prime Minister was there for nearly 17 years, third Prime Minister for about 14 years and his son also became the Prime Minister for five years. The same family also ran the government for a long time with remote control. If the sum total is calculated, then this family has been ruling this country for almost 48 years!PM Modi addresses public meeting at Puducherry
February 25th, 02:53 pm
Addressing a public meeting at Puducherry, PM Modi lashed out at the Congress party and said, Our first Prime Minister was there for nearly 17 years, third Prime Minister for about 14 years and his son also became the Prime Minister for five years. The same family also ran the government for a long time with remote control. If the sum total is calculated, then this family has been ruling this country for almost 48 years!