প্ৰধানমন্ত্ৰীয়ে ১২ মাৰ্চত গুজৰাট আৰু ৰাজস্থান ভ্ৰমণ কৰিব

March 10th, 05:24 pm

প্ৰধানমন্ত্ৰীয়ে ১২ মাৰ্চ, ২০২৪ত গুজৰাট আৰু ৰাজস্থান ভ্ৰমণ কৰিব। সেইদিনা পুৱা প্ৰায় ৯:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে আহমেদাবাদত ১,০৬,০০০ কোটি টকাৰো অধিক মূল্যৰ ভিন্ন উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰুএকাংশৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পিছত, পুৱা প্ৰায় ১০ বজাত প্ৰধানমন্ত্ৰীয়ে সাবৰমতী আশ্ৰমলৈ গৈ কোচৰব আশ্ৰম উদ্বোধনৰ লগতে গান্ধী আশ্ৰম স্মাৰকৰ মাষ্টাৰ প্লেন মুকলি কৰিব। ইয়াৰ পিছত,দিনৰ প্ৰায় ১:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ পোখৰানত ‘ভাৰত শক্তি’ - তিনি-সেৱাৰ ফায়াৰিং আৰুকৌশলঅনুশীলনৰ কাৰ্য্যসূচীত অংশগ্ৰহণেৰে থলুৱা প্ৰতিৰক্ষা ক্ষমতাৰ সমন্বিত প্ৰদৰ্শন প্ৰত্যক্ষ কৰিব।

প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি পৰিযোজনাই দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে উল্লেখনীয় সঞ্চয় নিশ্চিত কৰিছেঃ প্ৰধানমন্ত্ৰী

April 19th, 03:17 pm

জি-২০ প্ৰতিনিধি দলে প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি পৰিযোজনা কেন্দ্ৰ ভ্ৰমণ কৰাক লৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সুখ প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰী ভাৰতীয় জনৌষধি আঁচনিয়ে কোটি কোটি ভাৰতীয়ৰ চিকিৎসা ব্যয়ৰ চিন্তা দূৰ কৰিছেঃ প্ৰধানমন্ত্ৰী

March 07th, 02:04 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় জনঔষধি আঁচনিৰ সাফল্য যথেষ্ট সন্তোষজনক বুলি মন্তব্য কৰিছে। শ্ৰী মোদীয়ে কয় যে এই আঁচনিখনে দেশৰ কোটি কোটি জনসাধাৰণৰ চিকিৎসা ব্যয়ৰ চিন্তা দূৰ কৰাই নহয়, তেওঁলোকৰ জীৱনকো সহজ কৰি তুলিছে।

বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ বাৰ্তা

April 07th, 10:04 am

বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা বাৰ্তা তলত উল্লেখ কৰা হ’ল।

‘জনৌষধী দিৱস’ উদযাপনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ ইংৰাজীৰ পৰা কৰা অনুবাদ

March 07th, 10:01 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘জনৌষধী দিৱস’ উদযাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানতে তেওঁ শ্বিলঙৰ নেইগ্ৰিমছ-ত স্থাপিত ৭৫০০সংখ্যক ‘জনৌষধী কেন্দ্ৰ’টোও ৰাষ্ট্ৰৰ নামত উত্সৰ্গা কৰে। তেওঁ ‘প্ৰধানমন্ত্ৰী ভাৰতীয় জনৌষধী পৰিযোজনা’ৰ একাংশ হিতাধিকাৰীৰ সৈতে এক বাৰ্তালাপমূলক অনুষ্ঠানতো অংশগ্ৰহণ কৰাৰ লগতে এই কাৰ্যক্ৰমেৰে জড়িত হৈ উত্তম সেৱা আগবঢ়োৱা একাংশ অংশীদাৰকো পুৰস্কৃত কৰে। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ডি ভি সদানন্দ গৌড়া, শ্ৰী মনসুখ মাণ্ডবীয়া, শ্ৰী অনুৰাগ ঠাকুৰ, হিমাচল প্ৰদেশ আৰু মেঘালয়ৰ মুখ্য মন্ত্ৰীদ্বয়, মেঘালয় আৰু গুজৰাটৰ উপ মুখ্য মন্ত্ৰীদ্বয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে।

‘জনৌষধী দিৱস’ উদযাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীয়ে

March 07th, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘জনৌষধী দিৱস’ উদযাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানতে তেওঁ শ্বিলঙৰ নেইগ্ৰিমছ-ত স্থাপিত ৭৫০০সংখ্যক ‘জনৌষধী কেন্দ্ৰ’টোও ৰাষ্ট্ৰৰ নামত উত্সৰ্গা কৰে। তেওঁ ‘প্ৰধানমন্ত্ৰী ভাৰতীয় জনৌষধী পৰিযোজনা’ৰ একাংশ হিতাধিকাৰীৰ সৈতে এক বাৰ্তালাপমূলক অনুষ্ঠানতো অংশগ্ৰহণ কৰাৰ লগতে এই কাৰ্যক্ৰমেৰে জড়িত হৈ উত্তম সেৱা আগবঢ়োৱা একাংশ অংশীদাৰকো পুৰস্কৃত কৰে। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ডি ভি সদানন্দ গৌড়া, শ্ৰী মনসুখ মাণ্ডবীয়া, শ্ৰী অনুৰাগ ঠাকুৰ, হিমাচল প্ৰদেশ আৰু মেঘালয়ৰ মুখ্য মন্ত্ৰীদ্বয়, মেঘালয় আৰু গুজৰাটৰ উপ মুখ্য মন্ত্ৰীদ্বয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে।

৭মাৰ্চত উদযাপন কৰিবলগীয়া ‘জনৌষধী দিৱস’ত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে

March 05th, 09:06 pm

অহা ৭মাৰ্চত উদযাপন কৰিবলগীয়া ‘জনৌষধী দিৱস’ত ভাষণ দিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। সেইদিনা পুৱা ১০বজাত তেওঁ ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে এই ভাষণ প্ৰদান কৰিব। একেটা অনুষ্ঠানতে তেওঁ শ্বিলঙৰ ‘নেইগ্ৰিমছ’-ত স্থাপিত ৭৫০০সংখ্যক ‘জনৌষধী কেন্দ্ৰ’টোও ৰাষ্ট্ৰৰ নামত উত্সৰ্গা কৰিব। শ্ৰীমোদীয়ে ‘প্ৰধানমন্ত্ৰী ভাৰতীয় জনৌষধী পৰিযোজনা’ৰ একাংশ হিতাধিকাৰীৰ সৈতে এক বাৰ্তালাপমূলক অনুষ্ঠানত মিলিত হোৱাৰ লগতে এই পৰিযোজনা ৰূপায়ণৰ ক্ষেত্ৰত উত্কৃষ্ট সেৱা আগবঢ়োৱা একাংশ অংশীদাৰক পুৰস্কাৰো প্ৰদান কৰিব। অনুষ্ঠানত কেন্দ্ৰীয় সাৰ আৰু ৰসায়ণ বিভাগৰ মন্ত্ৰীগৰাকীয়েও অংশগ্ৰহণ কৰিব।

Jan Aushadhi Scheme to provide best and affordable medicines, says PM

March 07th, 05:00 pm

The Prime Minister, Shri Narendra Modi, today, interacted with the beneficiaries of Pradhan Mantri Bhartiya Janaushadhi Pariyojana and store owners of Jan Aushadhi Kendras, through video conference.

PM Modi interacts with beneficiaries of PM Jan Aushadi Pariyojana on Jan Aushadi Diwas

March 07th, 11:15 am

The Prime Minister, Shri Narendra Modi, today, interacted with the beneficiaries of Pradhan Mantri Bhartiya Janaushadhi Pariyojana and store owners of Jan Aushadhi Kendras, through video conference.

প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি পৰিযোজনাৰ হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

March 07th, 11:12 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি পৰিযোজনাৰ একাংশ হিতাধিকাৰী আৰু জন ঔষধি কেন্দ্ৰৰ স্বত্তাধিকাৰীৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে বাৰ্তালাপ কৰে৷

In addition to rights, we must give as much importance to our duties as citizens: PM

December 25th, 02:54 pm

PM Modi unveiled a plaque to mark the laying of foundation stone of Atal Bihari Vajpayee Medical University in Lucknow. Speaking on the occasion, PM Modi said that from Swachh Bharat to Yoga, Ujjwala to Fit India and to promote Ayurveda - all these initiatives contribute towards prevention of diseases.

PM Lays foundation stone of Atal Bihari Vajpayee Medical University

December 25th, 02:53 pm

PM Modi unveiled a plaque to mark the laying of foundation stone of Atal Bihari Vajpayee Medical University in Lucknow. Speaking on the occasion, PM Modi said that from Swachh Bharat to Yoga, Ujjwala to Fit India and to promote Ayurveda - all these initiatives contribute towards prevention of diseases.

প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি পৰিযোজনাৰ উপভোক্তাৰ সৈতে মতবিনিময় প্ৰধানমন্ত্ৰী মোদীৰ

March 07th, 01:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি পৰিযোজনাৰ উপভোক্তা আৰু জন ঔষধি কেন্দ্ৰৰ স্বতাধিকাৰীৰ সৈতে মতবিনিময় কৰে৷ কেন্দ্ৰীয় চৰকাৰে জেনেৰিক ঔষধৰ ব্যৱহাৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ লক্ষ্যৰে ২০১৯ৰ ৭ মাৰ্চ দিনটো ‘জন ঔষধি দিৱস’ হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লৈছে৷