
টিভি৯ সন্মিলন ২০২৫ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 28th, 08:00 pm
শ্ৰীমান ৰামেশ্বৰ গাৰু জী, ৰামু জী, বৰুণ দাস জী, টিভি৯ৰ সমগ্ৰ দল, আপোনালোকৰ নেটৱৰ্কৰ সকলো দৰ্শক, ইয়াত উপস্থিত সকলো গণ্যমান্য ব্যক্তিক এই সন্মিলনৰ বাবে অভিনন্দন জনাইছো।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টিভি৯ সন্মিলন, ২০২৫ সম্বোধন কৰে
March 28th, 06:53 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত টিভি৯ সন্মিলন, ২০২৫-ত অংশগ্ৰহণ কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে টিভি৯ৰ সমগ্ৰ টীমটো আৰু ইয়াৰ দৰ্শকসকললৈ শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে কয় যে টিভি৯ৰ আঞ্চলিক দৰ্শক বিস্তৃত আৰু তেখেতে লগতে কয় যে এতিয়া বিশ্বৰ দৰ্শকো সাজু হৈছে। তেখেতে এই অনুষ্ঠানৰ সৈতে টেলিকনফাৰেন্সৰ জৰিয়তে সংযোগ স্থাপন কৰা প্ৰবাসী ভাৰতীয়সকলকো আদৰণি আৰু সম্ভাষণ জনায়।
আৰাহত পাৱাৰ গ্ৰীড চাবষ্টেচন সম্প্ৰসাৰণৰ আধাৰশিলা স্থাপনে অঞ্চলটোৰ জনসাধাৰণৰ জীৱন-যাপন সহজ কৰি তুলিবঃ প্ৰধানমন্ত্ৰী
May 09th, 11:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিহাৰৰ আৰাহত পাৱাৰ গ্ৰিড উপকেন্দ্ৰৰ সম্প্ৰসাৰণৰ আধাৰশিলা স্থাপনৰ ফলত বিহাৰৰ আৰাহ, ভোজপুৰ, বাক্সাৰ আৰু ৰোহতাকে ধৰি আন বহুতো জিলাৰ লোকৰ জীৱন-যাপন সহজ হৈ পৰিব।লেহত প্ৰধানমন্ত্ৰী; ঊনবিংশতম কুশোক বাকুলা ৰিনপোচেৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ; ফলক মুকলিৰে ঝজিলা সুৰংগৰ শুভাৰম্ভ
May 19th, 12:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু আৰু কাশ্মীৰৰ দিনজোৰা ভ্ৰমণসূচীৰ প্ৰথমটো কাৰ্যসূচী হিচাপে লেহত উপস্থিত হয়৷