India’s contribution towards the fourth industrial revolution would leave the world stunned: PM Narendra Modi
October 11th, 05:15 pm
The Prime Minister, Shri Narendra Modi, today attended, and delivered an address at the event to mark the launch of the Centre for the Fourth Industrial Revolution. He said the components of “Industry 4.0” actually have the ability to transform the present and future of human life. He said the launch of this Centre, the fourth in the world after San Francisco, Tokyo and Beijing, opens the door to immense possibilities in the future.চতুৰ্থ ঔদ্যোগিক নৱজাগৰণৰ কেন্দ্ৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান
October 11th, 05:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চতুৰ্থ ঔদ্যোগিক নৱজাগৰণৰ কেন্দ্ৰ মুকলি অনুষ্ঠানত উপস্থিত থাকি ভাষণ প্ৰদান কৰে৷বাংলাদেশত তিনিটা প্ৰকল্প মুকলিৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সযোগে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
September 10th, 06:19 pm
কিছুদিন পূৰ্বে কাঠমাণ্ডুত বিমষ্টেক সন্মিলনৰ সময়ত শ্বেখ হাছিনা মহোদয়াৰ সৈতে মোৰ সাক্ষাৎ হৈছিল৷ ইয়াৰ পূৰ্বেও আমি মে’ মাহত শান্তিনিকেতনত আৰু এপ্ৰিল মাহত কমনৱেলথ সন্মিলনৰ সময়ত লণ্ডনত সাক্ষাৎ হৈছিলো৷ আজি পুনৰবাৰ ভিডিঅ’ কনফাৰেন্সিঙ যোগেদি সাক্ষাৎ লাভ কৰি মই সন্তোষ লাভ কৰিছোঁ৷প্রধানমন্ত্রী মোদী, বাংলাদেশৰ প্রধানমন্ত্রী শ্বেইখ হাছিনা আৰু পশ্চিমবংগ আৰু ত্রিপুৰাৰ মুখ্যমন্ত্রীয়ে যুটীয়াভাৱে বাংলাদেশত শুভাৰম্ভ কৰিলে তিনিটা প্রকল্পৰ
September 10th, 05:30 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী, বাংলাদেশৰ প্রধানমন্ত্রী শ্বেইখ হাছিনা, পশ্চিমবংগৰ মুখ্যমন্ত্রী শ্রীমতী মমতা বেনাৰ্জী আৰু ত্রিপুৰাৰ মুখ্যমন্ত্রী শ্রী বিপ্লৱ কুমাৰ দেৱে আজি যুটীয়াভাৱে ভিডিঅ’ কনফাৰেন্সযোগে বাংলাদেশত তিনিটা প্রকল্পৰ শুভাৰম্ভ কৰে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী শ্রীমতী সুষমা স্বৰাজ আৰু বাংলাদেশৰ বৈদেশিক মন্ত্রীয়ে ক্ৰমে নতুন দিল্লী আৰু ঢাকাৰ পৰা ভিডিঅ’ কনফাৰেন্সযোগে প্রকল্পসমূহৰ শুভাৰম্ভণী অনুষ্ঠানত যোগ দিয়ে।The Central Government is devoting significant resources for the empowerment of the power, Dalits and Tribal communities: PM Modi
May 25th, 05:30 pm
The Prime Minister, Shri Narendra Modi, today laid the foundation stone of various projects of the Government of India and Government of Jharkhand, at an event in SindriGurudev Tagore is a global citizen: PM Modi at Visva Bharati University convocation
May 25th, 05:12 pm
PM Modi and PM Sheikh Hasina of Bangladesh inaugurated the Bangladesh Bhavan at Santiniketan today. Speaking at the event, PM Modi highlighted the growing ties between both the countries and how Rabindra Sangeet and culture further strengthened India-Bangladesh ties. He also spoke about enhanced connectivity between India and Bangladesh and also mentioned about the successful conclusion of the Land Boundary Agreement between both nations.প্ৰধানমন্ত্ৰীৰ ছিন্দৰী ভ্ৰমণ, ঝাৰখণ্ডত কেইবাটাও উন্নয়নমুলক প্ৰকল্পৰ আধাৰশিলা স্থাপন
May 25th, 05:10 pm
ঝাৰখণ্ডত প্ৰধানমন্ত্ৰীয়ে আজি ছিন্দৰীৰ এক অনুষ্ঠানত ভাৰত চৰকাৰ আৰু ঝাৰখণ্ড চৰকাৰৰ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।Gurudev Tagore connects India and Bangladesh: PM Modi
May 25th, 02:41 pm
PM Modi and PM Sheikh Hasina of Bangladesh inaugurated the Bangladesh Bhavan at Santiniketan today. Speaking at the event, PM Modi highlighted the growing ties between both the countries and how Rabindra Sangeet and culture further strengthened India-Bangladesh ties. He also spoke about enhanced connectivity between India and Bangladesh and also mentioned about the successful conclusion of the Land Boundary Agreement between both nations.প্ৰধানমন্ত্ৰীৰ শান্তি নিকেতন ভ্ৰমণ, বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ, বাংলাদেশ ভৱন উদ্বোধন
May 25th, 01:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ শান্তি নিকেতন ভ্ৰমণ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে শান্তি নিকেতনত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী শ্বেইখ হাছিনাকো আদৰণী জনায়। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতি শ্ৰদ্ধা জনাই দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভিজিটৰছ বুকত স্বাক্ষৰ কৰে। তাৰ পাছতে তেওঁলোক দুয়োগৰাকীয়ে বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠান অংশগ্ৰহণ কৰে।সতৰ্ক হৈ থকা আৰু নিয়ম মানি চলাটো গুৰুত্বপূৰ্ণঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
February 25th, 11:00 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ‘মন কী বাত’ অনুষ্ঠানৰ সময়ত কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত বহল ব্যাখ্যা আগবঢ়ায়। এই বোৰৰ ভিতৰত প্ৰযুক্তিৰ পৰা দুৰ্যোগ ব্যৱস্থাপনা, ‘স্বচ্ছ ভাৰত’ৰ পৰা ‘গোৱৰধন যোজনা’ উল্লেখযোগ্য। প্ৰধানমন্ত্ৰীয়ে মহিলাকেন্দ্ৰিক উন্নয়নৰ প্ৰতি উৎসাহ জন্মোৱাৰ লগতে মহিলাসকলে বিভিন্ন ক্ষেত্ৰত নিয়োজিত হৈ কেনেদৰে ‘নতুন ভাৰত’ৰ ভেঁটি সুদৃঢ় কৰিব পাৰে সেই বিষয়ে কয়।Elections in Meghalaya are about freeing the state from scams of Congress: PM Modi
February 22nd, 04:34 pm
Prime Minister Narendra Modi today addressed a huge public meeting in Phulbari, Meghalaya. PM Modi thanked people of the state for coming out in large numbers, he said that the enthusiasm and support that people of Meghalaya towards the BJP is overwhelming.মেঘালয়ৰ ফুলবাৰীত ৰাজহুৱা সভা সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
February 22nd, 04:33 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেঘালয়ৰ ফুলবাৰীত এখন বৃহৎ ৰাজহুৱা সভা সম্বোধন কৰে৷ ইমান বৃহৎ পৰিমাণৰ লোক সভালৈ ওলাই অহাৰ বাবে জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিজেপিৰ প্ৰতি মেঘালয়ৰ জনসাধাৰণৰ মৰম-চেনেহ আৰু সমৰ্থনে তেওঁক অভিভূত কৰিছে৷এখন নতুন ভাৰত নিৰ্মাণত এখন নতুন উত্তৰপ্ৰদেশে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
February 21st, 01:04 pm
লক্ষ্ণৌত আজি উত্তৰপ্ৰদেশ বিনিয়োগ সন্মিলনত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সক্ষমতা+নীতি+পৰিকল্পনা+প্ৰদৰ্শন এই চাৰিটা উপাদানে প্ৰদৰ্শনত গতি প্ৰদান কৰে বুলি মন্তব্য কৰা লগতে এয়া উত্তৰপ্ৰদেশৰ বাবে ছুপাৰহিট প্ৰদৰ্শনৰ সময় বুলি অভিহিত কৰে। তেওঁ কয় যে উত্তৰপ্ৰদেশে এতিয়া ৰঙা ফিটাৰ মেৰপাক আঁতৰাই বিনিয়োগকাৰীক ৰঙা দলিচা পাৰি দিব লাগিব।PM addresses Uttar Pradesh Investors’ Summit
February 21st, 01:01 pm
Addressing the Uttar Pradesh Investors’ Summit in Lucknow today, PM Narendra Modi remarked that Potential + Policy + Planning+ Performance leads to Performance and it was now Uttar Pradesh’s time to give a Super-Hit Performance. He said that Uttar Pradesh would now eliminate red tape and roll out red carpet for investors.PM Modi inaugurates Magnetic Maharashtra: Convergence 2018
February 18th, 08:12 pm
Prime Minister Narendra Modi inaugurated Magnetic Maharashtra: Convergence 2018 and pitched strongly for investing in the country. He highlighted how Government was committed to creating transparent and simplified business eco-system. He said, “We believe, Potential + Policy + Performance equals Progress.”PM Modi addresses World Sustainable Development Summit
February 16th, 11:30 am
PM Narendra Modi addressed the World Sustainable Development Summit. He spoke about the International Solar Alliance which has garnered support from 121 countries across the globe. He highlighted that need of the hour was climate justice.Every Indian is working to realize the vision of a ‘New India’: PM Modi in Muscat
February 11th, 09:47 pm
The Prime Minister, Shri Narendra Modi today addressed the Indian community at Sultan Qaboos Stadium in Muscat, Oman.During his address, PM Modi appreciated the role of Indian diaspora in Oman and said that Indian diaspora has played an essential role in strengthening Indo-Oman tiesPM Modi addresses Indian Community in Muscat, Oman
February 11th, 09:46 pm
The Prime Minister, Shri Narendra Modi today addressed the Indian community at Sultan Qaboos Stadium in Muscat, Oman.During his address, PM Modi appreciated the role of Indian diaspora in Oman and said that Indian diaspora has played an essential role in strengthening Indo-Oman tiesকৰ্ণাটকে কংগ্ৰেছক ক্ষমতাছ্যুত কৰাৰ শপত লৈছেঃ বাঙ্গালুৰুত প্ৰধানমন্ত্ৰী মোদী
February 04th, 05:02 pm
বাঙ্গালুৰুত ‘পৰিৱৰ্তন যাত্ৰা’ ৰেলীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কংগ্ৰেছৰ বাবে ৰাজ্যৰ বাহিৰ হোৱাৰ সময় গণণা আৰম্ভ কৰিবৰ হ’ল। তেওঁ লগতে কয় যে বিজেপিয়ে উন্নয়নৰ কামত নিজকে সমৰ্পিত কৰিছে আনহাতে কংগ্ৰেছে কেৱল দুৰ্নীতি, ৰাজনীতি আৰু বিভেদকামী কাম-বনতে লিপ্ত হৈ আছে।PM Modi addresses public meeting in Bengaluru, Karnataka
February 04th, 04:58 pm
Addressing a ‘Parivartane Yatre’ rally in Bengaluru, PM Narendra Modi remarked that countdown for Congress to exit the state had begun and they were now standing at the exit gate. He added that BJP was devoted to development while the Congress only stood for corruption, politics of appeasement and pision.