৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
August 15th, 02:14 pm
১৷ মোৰ মৰমৰ পৰিয়ালৰ ১৪০ কোটি সদস্য, বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ আৰু এতিয়া বহু লোকে কয় যে জনসংখ্যাৰ দৃষ্টিকোণৰ পৰা লগতে বিশ্বাসৰ দিশতো আমি এক নম্বৰ। ইমান বিশাল দেশ, ১৪০ কোটি দেশবাসী, মোৰ ভাই-ভনী, মোৰ পৰিয়ালৰ লোকসকলে আজি স্বাধীনতা উৎসৱ উদযাপন কৰিছে। ভাৰতক ভালপোৱা, ভাৰতক সন্মান কৰা, ভাৰতক লৈ গৌৰৱ কৰা দেশ আৰু বিশ্বৰ কোটি কোটি জনসাধাৰণলৈ স্বাধীনতাৰ এই মহান পবিত্ৰ উৎসৱত বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ।India Celebrates 77th Independence Day
August 15th, 09:46 am
On the occasion of India's 77th year of Independence, PM Modi addressed the nation from the Red Fort. He highlighted India's rich historical and cultural significance and projected India's endeavour to march towards the AmritKaal. He also spoke on India's rise in world affairs and how India's economic resurgence has served as a pole of overall global stability and resilient supply chains. PM Modi elaborated on the robust reforms and initiatives that have been undertaken over the past 9 years to promote India's stature in the world.৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
August 15th, 07:00 am
বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ আৰু এতিয়া বহুতে মত প্ৰকাশ যে জনসংখ্যাৰ ক্ষেত্ৰতো আমি বিশ্বৰ ভিতৰত এক নম্বৰ। ইমান বিশাল দেশ, দেশৰ ১৪০ কোটি মোৰ ভাই-ভনী, মোৰ পৰিয়ালৰ সদস্যসকলে আজি স্বাধীনতাৰ উৎসৱ উদযাপন কৰিছে। দেশৰ কোটি কোটি জনসাধাৰণলৈ, ভাৰতক ভালপোৱা, ভাৰতক সন্মান কৰা, ভাৰতক লৈ গৌৰৱ কৰা কোটি কোটি লোকলৈ দেশৰ আৰু বিশ্বৰ কোটি কোটি লোকলৈ স্বাধীনতাৰ এই মহান পবিত্ৰ উৎসৱত বহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।In a historic initiative, PM to launch Power Sector’s Revamped Distribution Sector Scheme on 30th July
July 29th, 02:22 pm
Prime Minister Shri Narendra Modi will participate in the Grand Finale marking the culmination of ‘Ujjwal Bharat Ujjwal Bhavishya – Power @2047’ on 30th July at 12:30 PM via video conferencing. During the programme, Prime Minister will launch the Revamped Distribution Sector Scheme. He will dedicate and lay the foundation stone of various green energy projects of NTPC. He will also launch the National Solar rooftop portal.