We have resolved that even the poorest of the poor in this country will have a roof over their head: PM
January 03rd, 08:30 pm
In the heartwarming conversation with the beneficiaries moving into Swabhiman Apartments, Prime Minister Shri Narendra Modi expressed his joy at the transformation brought about by the Government's housing initiative. The interaction reflected the positive changes in the lives of families who had previously lived in slums and now have access to permanent homes.Prime Minister Interacts with the Beneficiaries of Swabhiman Apartments
January 03rd, 08:24 pm
In the heartwarming conversation with the beneficiaries moving into Swabhiman Apartments, Prime Minister Shri Narendra Modi expressed his joy at the transformation brought about by the Government's housing initiative. The interaction reflected the positive changes in the lives of families who had previously lived in slums and now have access to permanent homes.Our Constitution is the foundation of India’s unity: PM Modi in Lok Sabha
December 14th, 05:50 pm
PM Modi addressed the Lok Sabha on the 75th anniversary of the Indian Constitution's adoption. He reflected on India's democratic journey and paid tribute to the framers of the Constitution.PM Modi addresses Lok Sabha during special discussion on 75th anniversary of adoption of Constitution
December 14th, 05:47 pm
PM Modi addressed the Lok Sabha on the 75th anniversary of the Indian Constitution's adoption. He reflected on India's democratic journey and paid tribute to the framers of the Constitution.খাদ্য সুৰক্ষা নিশ্চিত কৰা আৰু দৰিদ্ৰতা দূৰ কৰাৰ বাবে ভাৰত প্ৰতিজ্ঞাবদ্ধ: প্ৰধানমন্ত্ৰী
November 18th, 11:52 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এই কথাত গুৰুত্ব আৰোপ কৰে যে ভাৰতে খাদ্য সুৰক্ষাৰ প্ৰসাৰৰ লগতে দৰিদ্ৰতা দূৰ কৰাৰ বাবে দায়বদ্ধ হৈ আছে। তেওঁ আস্থা প্ৰকাশ কৰে যে ভাৰতে নিজৰ সফলতাৰ ওপৰত নিৰ্মাণ কৰি আমাৰ সামূহিক শক্তি আৰু সম্পদৰ ব্যৱহাৰ কৰি সকলোৰে উজ্জ্বল ভৱিষ্যত সুনিশ্চিত কৰিব।"সামাজিক অন্তৰ্ভুক্তি আৰু ক্ষুধা তথা দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ" শীৰ্ষক জি-২০ অধিবেশনত প্ৰধানমন্ত্ৰীৰ বক্তব্য
November 18th, 08:00 pm
আৰম্ভণিতে মই ৰাষ্ট্ৰপতি লুলাক জি-২০ সন্মিলন আয়োজনৰ বাবে আৰু জি-২০ৰ সফল অধ্যক্ষতাৰ বাবে অভিনন্দন জনাইছোঁ।‘সামাজিক অন্তৰ্ভুক্তি আৰু ক্ষুধা আৰু দৰিদ্ৰতা’ৰ বিৰুদ্ধে যুঁজ সন্দৰ্ভত ‘জি-২০’ অধিৱেশনত ভাষণ দিয়ে প্ৰধানমন্ত্ৰীয়ে
November 18th, 07:55 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'সামাজিক অন্তৰ্ভুক্তি আৰু ক্ষুধা আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ' সন্দৰ্ভত জি-২০ সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাষণ দিয়ে। ব্ৰাজিলৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীযুত লুইছ ইনাচিও লুলা দা ছিলভাক সন্মিলনখন আয়োজন কৰাৰ বাবে আৰু তেওঁৰ আন্তৰিকতাপূৰ্ণ আতিথ্যৰ বাবে প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে। বহনক্ষম উন্নয়ন লক্ষ্যত গুৰুত্ব দিয়া ব্ৰাজিলিয়ান জি-২০ কাৰ্যসূচীৰ প্ৰশংসা কৰি তেওঁ কয় যে এই পদ্ধতিয়ে ‘গোলকীয় দক্ষিণ’ৰ উদ্বেগৰ প্ৰসংগত আলোকপাত কৰিছে আৰু নতুন দিল্লী জি-২০ সন্মিলনৰ জনকেন্দ্ৰিক সিদ্ধান্তসমূহক আগুৱাই নিছে। তেওঁ লগতে উল্লেখ কৰে যে ভাৰতীয় জি-২০ প্ৰেচিডেন্সিৰ এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যতৰ আহ্বান ৰিঅ'ৰ আলোচনাত প্ৰতিধ্বনিত হৈছে।বিহাৰৰ দাৰভাঙ্গাত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু উৎসৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
November 13th, 11:00 am
ৰজা জনক, সীতা মাইয়াই মিথিলা বিদ্যাপতিৰ এই পবিত্ৰ ভূমিলৈ নমস্কাৰ জনাইছো। জ্ঞান-ধন-পান-মাখানা... আপুনি এই সমৃদ্ধ গৌৰৱময় ভূমিত আপোনালোক সকলোকে শুভেচ্ছা জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰত ১২,১০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন আৰু দেশবাসীলৈ উৎসৰ্গা কৰে
November 13th, 10:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ দাৰভাংগাত প্ৰায় ১২,১০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। উন্নয়নমূলক প্ৰকল্পসমূহত স্বাস্থ্য, ৰে’ল, পথ, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ খণ্ডসমূহক অন্তৰ্ভুক্ত কৰা হৈছে।Ek Hain To Safe Hain: PM Modi in Nashik, Maharashtra
November 08th, 12:10 pm
A large audience gathered for public meeting addressed by Prime Minister Narendra Modi in Nashik, Maharashtra. Reflecting on his strong bond with the state, PM Modi said, “Whenever I’ve sought support from Maharashtra, the people have blessed me wholeheartedly.” He further emphasized, “If Maharashtra moves forward, India will prosper.” Over the past two and a half years, the Mahayuti government has demonstrated the rapid progress the state can achieve.Article 370 will never return. Baba Saheb’s Constitution will prevail in Kashmir: PM Modi in Dhule, Maharashtra
November 08th, 12:05 pm
A large audience gathered for a public meeting addressed by PM Modi in Dhule, Maharashtra. Reflecting on his bond with Maharashtra, PM Modi said, “Whenever I’ve asked for support from Maharashtra, the people have blessed me wholeheartedly.”PM Modi addresses public meetings in Dhule & Nashik, Maharashtra
November 08th, 12:00 pm
A large audience gathered for public meetings addressed by Prime Minister Narendra Modi in Dhule and Nashik, Maharashtra. Reflecting on his strong bond with the state, PM Modi said, “Whenever I’ve sought support from Maharashtra, the people have blessed me wholeheartedly.” He further emphasized, “If Maharashtra moves forward, India will prosper.” Over the past two and a half years, the Mahayuti government has demonstrated the rapid progress the state can achieve.For the BJP, the aspirations and pride of tribal communities have always been paramount: PM Modi in Chaibasa
November 04th, 12:00 pm
PM Modi addressed a massive election rally in Chaibasa, Jharkhand. Addressing the gathering, the PM said, This election in Jharkhand is taking place at a time when the entire country is moving forward with a resolution to become developed by 2047. The coming 25 years are very important for both the nation and Jharkhand. Today, there is a resounding call across Jharkhand... ‘Roti, Beti, Maati Ki Pukar, Jharkhand Mein…Bhajpa, NDA Sarkar’.”PM Modi campaigns in Jharkhand’s Garhwa and Chaibasa
November 04th, 11:30 am
Prime Minister Narendra Modi today addressed massive election rallies in Garhwa and Chaibasa, Jharkhand. Addressing the gathering, the PM said, This election in Jharkhand is taking place at a time when the entire country is moving forward with a resolution to become developed by 2047. The coming 25 years are very important for both the nation and Jharkhand. Today, there is a resounding call across Jharkhand... ‘Roti, Beti, Maati Ki Pukar, Jharkhand Mein…Bhajpa, NDA Sarkar’.”মহাৰাষ্ট্ৰৰ থানেত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু লোকাৰ্পণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
October 05th, 04:35 pm
মহাৰাষ্ট্ৰৰ দেৱী শক্তি, সাডেতিন শক্তিপীঠ, তুলজাপুৰচীৰ আই ভৱানী, কোলহাপুৰৰ মহালক্ষ্মী দেৱী, মাহুৰগড়ৰ আই ৰেনুকা, আৰু ৱানিচিৰ সপ্তশ্রুংগী দেৱী, মই কোটি কোটি বন্দন কৰোঁ (महाराष्ट्राच्या देवीशक्तीचे, साडेतीन शक्तीपीठ, तुलजापूरची आई भवानी, कोल्हापूरची महालक्ष्मी देवी, माहुरगडची आई रेणुका, आणि वणीची, सप्तश्रृंगी देवी, यान्ना कोटी कोटी वंदन करतो।)। মই থানেৰ ভূমিত শ্ৰী কোপিনেশ্বৰৰ চৰণত প্ৰণাম জনাইছোঁ। মই লগতে ছত্ৰপতি শিৱাজী মহাৰাজ আৰু বাবা চাহেব আম্বেদকাৰকো প্ৰণাম জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ থানেত ৩২,৮০০ কোটি টকাৰ এলানি প্ৰকল্প উদ্বোধন কৰাৰ লগতে বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে
October 05th, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ থানেত ৩২,৮০০ কোটি টকাৰ এলানি প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰাৰ লগতে বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু অঞ্চলটোত নগৰীয়া গতিশীলতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰে।৩য় কৌটিল্য অৰ্থনীতি সন্মিলন ২০২৪ ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 04th, 07:45 pm
মাননীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, ইনষ্টিটিউট অৱ ইকনমিক গ্ৰ'থৰ সভানেত্ৰী এন কে সিং, ভাৰত আৰু বিদেশৰ পৰা সন্মানীয় অতিথিসকল, আৰু অভ্যাগতসকল: কৌটিল্য কনক্লেভৰ তৃতীয় সংস্কৰণলৈ আপোনালোকক আদৰণি জনাই আনন্দিত হৈছো। আপোনালোক সকলোৰে সৈতে জড়িত হ’বলৈ পাই মই ৰোমাঞ্চিত হৈছো। অনাগত তিনিটা দিনত আমাৰ মূল অৰ্থনৈতিক বিষয়সমূহৰ ওপৰত আলোচনাৰ বাবে বিভিন্ন ধৰণৰ অধিবেশন অনুষ্ঠিত হ’ব। মই আশাবাদী যে আমাৰ আলোচনাই ভাৰতৰ বিকাশক ত্বৰান্বিত কৰাত যথেষ্ট অৰিহণা যোগাব৷নতুন দিল্লীত কৌটিল্য অৰ্থনৈতিক সন্মিলনৰ তৃতীয় সংস্কৰণৰ ভাষণ দিয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
October 04th, 07:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত কৌটিল্য অৰ্থনৈতিক সন্মিলনত ভাষণ প্ৰদান কৰে। বিত্ত মন্ত্ৰালয়ৰ সৈতে অংশীদাৰিত্বৰে দ্য ইনষ্টিটিউট অৱ ইকনমিক গ্ৰ’থে আয়োজন কৰা কৌটিল্য ইকনমিক কনক্লেভে সেউজ পৰিৱৰ্তনৰ বাবে বিত্তীয় সাহায্য প্ৰদান, ভূ-অৰ্থনৈতিক বিভাজন আৰু বৃদ্ধিৰ বাবে ইয়াৰ প্ৰভাৱ, আৰু অন্যান্য দিশসমূহৰ মাজত সুস্থিৰতা ৰক্ষাৰ বাবে নীতিগত ব্যৱস্থাৰ নীতি আদি বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিব।Success of Humanity lies in our collective strength, not in the battlefield: PM Modi at UN Summit
September 23rd, 09:32 pm
Prime Minister Narendra Modi addressed the 'Summit of the Future' at the United Nations in New York, advocating for a human-centric approach to global peace, development, and prosperity. He highlighted India's success in lifting 250 million people out of poverty, expressed solidarity with the Global South, and called for balanced tech regulations. He also emphasized the need for UN Security Council reforms to meet global ambitions.Prime Minister’s Address at the ‘Summit of the Future’
September 23rd, 09:12 pm
Prime Minister Narendra Modi addressed the 'Summit of the Future' at the United Nations in New York, advocating for a human-centric approach to global peace, development, and prosperity. He highlighted India's success in lifting 250 million people out of poverty, expressed solidarity with the Global South, and called for balanced tech regulations. He also emphasized the need for UN Security Council reforms to meet global ambitions.