Not ‘New India’, Congress wants ‘Old India’ marked by corruption and scams: PM Modi

February 07th, 05:01 pm

PM Narendra Modi, while addressing the Rajya Sabha today urged that there should be a constructive discussion on holding simultaneous Lok Sabha and Vidhan Sabha elections in the various states. Remembering Mahatma Gandhi, he highlighted several initiatives aimed at transforming lives of people at the grass root level.

ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণক লৈ হোৱা বিতৰ্কৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ মন্তব্য

February 07th, 05:00 pm

আজি ৰাজ্যসভাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিভিন্ন ৰাজ্যত লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একে সময়তে অনুষ্ঠিত হোৱাৰ বিষয়ে গঠনমূলক আলোচনা হ’ব লাগে। মহাত্মা গান্ধীক স্মৰণ কৰি তেওঁ তৃণমূল পৰ্যায়ৰপৰা মানুহৰ জীৱনধাৰা সলনি কৰিবলৈ লোৱা কিছুমান পদক্ষেপৰ কথা উল্লেখ কৰে।

আমাৰ ‘এক্ট ইষ্ট পলিচি’ৰ বাবে উত্তৰ-পূৰ্বাঞ্চল অভিকেন্দৰস্বৰূপ, প্ৰধানমন্ত্ৰী মোদীয়ে এডভান্টেজ আছাম সন্মিলনত কয়

February 03rd, 02:10 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অঞ্চলটোত নিৰ্মাণক্ষেত্ৰত থকা সম্ভাৱনীয়তা তথা ভৌগোলিক অৱস্থিতিৰ সুবিধাসমূহৰ ওপৰত আলোকপাত কৰি দেশৰ লগতে বিদেশী বিনিয়োগকাৰীক আকৰ্ষিত কৰিবৰ বাবে প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত এডভান্টেজ আছাম – বিশ্ব বিনিয়োগকাৰী সন্মিলনৰ উদ্বোধন কৰে।

এডভান্টেজ আছাম – বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০১৮ ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ

February 03rd, 02:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৱাহাটীত অনুষ্ঠিত এডভান্টেজ আছাম – বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০১৮ ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰে।