গুজৰাটৰ আমৰেলীত বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 28th, 04:00 pm
মঞ্চত উপবিষ্ট গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেল জী, কেন্দ্ৰৰ মোৰ সহকৰ্মী চি.আৰ. পাটিল জী আৰু গুজৰাটৰ ভাই-ভনী আৰু আজি বিশেষকৈ আমৰেলীৰ ভাই-ভনীসকল।PM Modi lays foundation stone and inaugurates various development projects worth over Rs 4,900 crore in Amreli, Gujarat
October 28th, 03:30 pm
PM Modi laid the foundation stone and inaugurated various development projects worth over Rs 4,900 crores in Amreli, Gujarat. The Prime Minister highlighted Gujarat's remarkable progress over the past two decades in ensuring water reaches every household and farm, setting an example for the entire nation. He said that the state's continuous efforts to provide water to every corner are ongoing and today's projects will further benefit millions of people in the region.PM shares an article on learnings from Mahatma Gandhi’s home in Porbandar
October 02nd, 08:41 pm
The Prime Minister, Shri Narendra Modi today shared an article on learnings from Mahatma Gandhi’s home in Porbandar.চেৰাউইকত প্ৰধানমন্ত্ৰীৰ মুল ভাষণৰ অসমীয়া অনুবাদ
March 05th, 06:59 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে চেৰা সপ্তাহ, ২০২১ ত মূল ভাষণ প্ৰদান কৰে। তেখেতক চেৰা সপ্তাহ গ্ল’ৱেল এনাৰ্জী আৰু এনভাৰমেন্ট লিডাৰশ্বীপ বঁটা প্ৰদান কৰা হয়। তেখেতে কয়, “মই চেৰা সপ্তাহ গ্ল’ৱেল এনাৰ্জী আৰু এনভাৰমেন্ট লিডাৰশ্বীপ বঁটাটো পৰম বিনম্ৰতাৰে গ্ৰহণ কৰিছো। মই এই বঁটাটি আমাৰ মহান মাতৃভূমি ভাৰতৰ জনসাধাৰণলৈ উৎসৰ্গা কৰিছো। মই আমাৰ ভূমিৰ গৌৰৱময় ঐতিহ্যলৈ এই বঁটাটি উৎসৰ্গা কৰিছো যিয়ে পৰিবেশৰ প্ৰতিপালনেৰে বাট দেখুৱাইছে।” তেখেতে লগতে কয় যে কেইবা শতিকা ধৰি পৰিবেশৰ প্ৰতিপালনেৰে ভাৰতীয়ই নেতৃত্বৰ ভাৱমূৰ্তি অৰ্জন কৰিছে। তেখেতে কয়, আমাৰ সংস্কৃতি, প্ৰকৃতি আৰু বৈভৱৰ সম্পৰ্ক হৈছে নিকট।চেৰা (CERA) সপ্তাহ, ২০২১ ত মূল ভাষণ প্ৰদান প্ৰধানমন্ত্ৰীৰ
March 05th, 06:56 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে চেৰা সপ্তাহ, ২০২১ ত মূল ভাষণ প্ৰদান কৰে। তেখেতক চেৰা সপ্তাহ গ্ল’ৱেল এনাৰ্জী আৰু এনভাৰমেন্ট লিডাৰশ্বীপ বঁটা প্ৰদান কৰা হয়। তেখেতে কয়, “মই চেৰা সপ্তাহ গ্ল’ৱেল এনাৰ্জী আৰু এনভাৰমেন্ট লিডাৰশ্বীপ বঁটাটো পৰম বিনম্ৰতাৰে গ্ৰহণ কৰিছো। মই এই বঁটাটি আমাৰ মহান মাতৃভূমি ভাৰতৰ জনসাধাৰণলৈ উৎসৰ্গা কৰিছো। মই আমাৰ ভূমিৰ গৌৰৱময় ঐতিহ্যলৈ এই বঁটাটি উৎসৰ্গা কৰিছো যিয়ে পৰিবেশৰ প্ৰতিপালনেৰে বাট দেখুৱাইছে।” তেখেতে লগতে কয় যে কেইবা শতিকা ধৰি পৰিবেশৰ প্ৰতিপালনেৰে ভাৰতীয়ই নেতৃত্বৰ ভাৱমূৰ্তি অৰ্জন কৰিছে। তেখেতে কয়, আমাৰ সংস্কৃতি, প্ৰকৃতি আৰু বৈভৱৰ সম্পৰ্ক হৈছে নিকট।হাজিৰাত ৰ’-পেক্স টার্মিনেলৰ উদ্বোধন উপলক্ষে প্ৰধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবা
November 08th, 10:51 am
যি কোনো প্ৰকল্পৰ কাম আৰম্ভ হ’লে কিদৰে ‘ইজ অফ ডুয়িং বিজনেছ’ৰ লগতে ‘ইজ অফ লিভিঙো’ বৃদ্ধি পাই ইয়াৰ উৎকৃষ্ট উদাহৰণ হ’ল এই প্ৰকল্পটো৷ ইয়াত আহি যি ৪–৫গৰাকী ভাই–ভনীৰ সৈতে কথা কোৱাৰ সুযোগ পাইছো, তেওঁলোকে যিদৰে নিজৰ অভিজ্ঞতাৰ কথা ক’লে, তীর্থযাত্রাৰ পৰা আৰম্ভ কৰি যান–বাহনৰ ন্যূনতম লোকচান, সময় ৰাহি অথবা কৃষি উৎপাদন বৃদ্ধি, অপচয় হ্রাস, সতেজ ফল আৰু শাক–পাছলি সৰবৰাহ দ্রুতগতিত ছুৰাটৰ দৰে ডাঙৰ বজাৰলৈ নিয়াৰ ইমান ভাল ব্যৱস্থা এই সকলো বন্ধুসকলৰ জীৱনত এক নতুন মাত্রা যোগ হোৱাত তেওঁলোক অতিশয় আনন্দিত হৈছে৷ তেওঁলোকে মোক জনায় যে এই প্ৰকল্পৰ ফলত কিদৰে তেওঁলোকৰ ব্যৱসায়–বাণিজ্যৰ কাম সুগম হ’ব, গতি বৃদ্ধি পাব৷ মই ভাৱো সেইবাবেই আজি আপোনালোক ইমান আনন্দিত হৈছে৷ আজি এই আনন্দময় পৰিৱেশত ব্যৱসায়ী, শ্ৰমিক, কর্মচাৰী, কৃষক, ছাত্ৰ–ছাত্রী প্ৰত্যেকৰ জীৱনত এই অভূতপূর্ব যোগাযোগ ব্যৱস্থাই ইতিবাচক প্ৰভাৱ পেলাব৷ যেতিয়া নিজৰ মাজত দূৰত্ব কমে, তেতিয়া মনটোও আনন্দৰে ভৰি পৰে৷হাজিৰাত ‘ৰো-পাক্স টাৰ্মিনেল’ মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়
November 08th, 10:50 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে গুজৰাটৰ হাজিৰাত এটা ‘ৰো-পাক্স টাৰ্মিনেল’ মুকলি কৰাৰ লগতে হাজিৰা আৰু ঘোঘাৰ মাজত পতাকা জোকাৰি ফেৰী সেৱাৰো শুভাৰম্ভ কৰে। তেওঁ স্থানীয় ব্যৱহাৰকাৰীসকলৰ সৈতেও বাৰ্তালাপত মিলিত হয়। ইফালে, তেওঁ কেন্দ্ৰীয় ‘জাহাজ পৰিবহণ মন্ত্ৰালয়’ক ‘বন্দৰ, জাহজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়’ হিচাপে পুনৰ-নামকৰণ কৰাৰ সিদ্ধান্তৰ কথাও জানিবলৈ দিয়ে।প্ৰধানমন্ত্ৰীয়ে ৮ নবেম্বৰত হাজিৰাত ৰো-পেক্স টাৰ্মিনেলৰ শুভাৰম্ভ কৰিব আৰু হাজিৰা আৰু ঘোঘাৰ মাজত ৰো-পেক্স ফেৰী সেৱাক সেউজীয়া পতাকা প্ৰদৰ্শন কৰি
November 06th, 03:41 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ নবেম্বৰ, ২০২০ত দিনৰ ১১ বজাত ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত গুজৰাটৰ হাজিৰাত ৰো-পেক্স টাৰ্মিনেলৰ শুভাৰম্ভ কৰিব আৰু হাজিৰা আৰু ঘোঘাৰ মাজত ৰো-পেক্স সেৱাক সেউজীয়া পতাকা প্ৰদৰ্শন কৰিব। এয়া জলপথৰ ব্যৱহাৰ আৰু তাক দেশৰ অৰ্থনৈতিক বিকাশৰ সৈতে একত্ৰিত কৰিবৰ বাবে প্ৰধানমন্ত্ৰীৰ ভিজ্যনৰ দিশত এক বিশেষ পদক্ষেপ। প্ৰধানমন্ত্ৰীয়ে এই কাৰ্যসূচীৰ সময়ত এই সেৱা ব্যৱহাৰ কৰা স্থানীয় মানুহৰ সৈতে বাৰ্তালাপো কৰিব। এই উপলক্ষে শ্বিপিং ৰাজ্য মন্ত্ৰী আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীও উপস্থিত থাকিব।What Gandhi Ji’s home in Porbandar teaches us
October 02nd, 12:03 pm
Water conservation is an area of immense focus for the Government of India. Innovative means are being thought of to ensure conservation on water resources and cleaner rivers across the nation. In this regard there is a lot to learn from Mahatma Gandhi. The Prime Minister even cited a fascinating example from Mahatma Gandhi’s house in Porbandar where water in conserved.Attackers of Uri incident would not go unpunished: PM During Mann Ki Baat
September 25th, 11:00 am
We have full faith in our soldiers. They will always give befitting reply to those spreading terrorPM Shri Narendra Modi today addressed the nation through radio program Mann Ki Baat. PM paid tributes to the 18 martyrs of Uri attack and said that we have full faith in our army. Shri Modi applauded the achievements of our Paralympic athletes in Rio 2016 Paralympics. PM also talked about the successful 2 years of Swacch Bharat Mission and encouraged citizens to participate in it in every way they can.I thank the 1 crore families for giving up LPG subsidy for the poor. It's not a small thing: PM Modi
April 24th, 11:35 am
CM demands immediate investigation and steps over abduction of Gujarat fishermen by Pakistan
October 12th, 11:56 am
CM demands immediate investigation and steps over abduction of Gujarat fishermen by PakistanCM pays tributes to Mahatma Gandhi in Porbandar, pays tributes to Shastri ji on his birth anniversary
October 02nd, 11:03 am
CM pays tributes to Mahatma Gandhi in Porbandar, pays tributes to Shastri ji on his birth anniversaryCM pays tributes to Mahatma Gandhi at Kirti Mandir, Porbandar
October 02nd, 08:00 am
CM pays tributes to Mahatma Gandhi at Kirti Mandir, PorbandarNarendra Modi to attend all-religion prayer meeting at Porbandar on Oct 2
October 01st, 12:58 pm
Narendra Modi to attend all-religion prayer meeting at Porbandar on Oct 2