কুৱেইটত ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠান 'হালা মোদী'ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

December 21st, 06:34 pm

মই মাত্ৰ আঢ়ৈ ঘণ্টা আগতে কুৱেইটত উপস্থিত হৈছোহি আৰু মই ইয়াত ভৰি দিয়াৰ পিছৰে পৰা মই চাৰিওফালে এক বেলেগ সম্পৰ্ক, এক পৃথক উষ্ণতা অনুভৱ কৰিছোঁ। আপোনালোক সকলো ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আহিছে। কিন্তু আপোনালোক সকলোকে দেখি এনে লাগিছে যেন মোৰ সন্মুখত এখন ক্ষুদ্ৰ ভাৰতহে গঢ়ি উঠিছে। ইয়াত, উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিমৰ প্ৰতিটো অঞ্চলৰ পৰা বিভিন্ন ভাষা কোৱা লোকসকলক মোৰ সন্মুখত দেখিবলৈ পাইছোঁ। কিন্তু সকলোৰে হৃদয়ত একেই প্ৰতিধ্বনি অনুৰণিত হৈ আছে। সকলোৰে হৃদয়ত কেৱল এটাই প্ৰতিধ্বনি অনুৰণিত হৈ আছে— ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়।

Prime Minister Shri Narendra Modi addresses Indian Community at ‘Hala Modi’ event in Kuwait

December 21st, 06:30 pm

PM Modi addressed a large gathering of the Indian community in Kuwait. Indian nationals representing a cross-section of the community in Kuwait attended the event. The PM appreciated the hard work, achievement and contribution of the community to the development of Kuwait, which he said was widely recognised by the local government and society.

PM conveys Pongal greetings

January 15th, 09:36 am

The Prime Minister, Shri Narendra Modi has extended his best wishes on the occasion of Pongal.

নতুন দিল্লীত পোংগল উৎসৱৰ সময়ত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 14th, 12:00 pm

পোংগলৰ পৱিত্ৰ দিনটোত তামিলনাডুৰ প্ৰতিটো ঘৰৰ পৰা পোংগল ধাৰাৰ প্ৰবাহ হয়। একেদৰেই আপোনালোকৰ জীৱনত সুখ, সমৃদ্ধি আৰু সন্তুষ্টিৰ সোঁত বৈ যোৱাটো মই কামনা কৰিলোঁ। কালি দেশত লোহৰী উৎসৱ অতি আড়ম্বৰেৰে উদযাপন কৰা হৈছে। একাংশ লোকে আজি মকৰ সংক্ৰান্তি-উত্তৰায়ণ পালন কৰিছে, কোনোবাই হয়তো কাইলৈ ​​উদযাপন কৰিব। মাঘ বিহুও সমাগত। এই সকলো উৎসৱৰ বাবে সকলো দেশবাসীক মই অভিনন্দন জনাইছোঁ আৰু আন্তৰিক শুভেচ্ছা জনাইছোঁ।

নতুন দিল্লীত পোংগাল উদযাপন অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

January 14th, 11:30 am

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে পোংগাল উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি কয় যে তামিলনাডুৰ প্ৰতিখন ঘৰৰ পৰা নিৰ্গত হোৱা উৎসৱমুখৰ উৎসাহ-উদ্দীপনা প্ৰত্যক্ষ কৰিব পাৰি। শ্ৰী মোদীয়ে সকলো নাগৰিকৰ জীৱনত সুখ, সমৃদ্ধি আৰু সন্তুষ্টিৰ ধাৰাটোৰ অবিৰত প্ৰবাহ কামনা কৰে। কালি অনুষ্ঠিত লহৰী, আজি মকৰ উত্তৰায়ন, কাইলৈ উদযাপন হ’বলগীয়া মকৰ সংক্ৰান্তি আৰু ইয়াৰ পাছতে মাঘ বিহুৰ আৰম্ভ হোৱাৰ কথাও তেওঁ উল্লেখ কৰে। শ্ৰী মোদীয়ে দেশত চলি থকা উৎসৱৰ সময়ছোৱাৰ বাবে সকলো নাগৰিকলৈ শুভেচ্ছা জ্ঞাপন কৰে।

ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ছেকেন্দেৰাবাদ-বিশাখাপট্টনম সংযোগী বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 15th, 10:30 am

তেলেংগানাৰ ৰাজ্যপাল ড° তামিলিছাই সৌন্দৰৰাজন, কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী জি কিষাণ ৰেড্ডী, তেলেংগানাৰ মন্ত্ৰী মহম্মদ মাহমুদ আলী গাৰু, টি শ্ৰীনিবাস যাদৱ, মোৰ সতীৰ্থ সাংসদ, মোৰ বন্ধু বুণ্ডী সঞ্জয় গাৰু, কে লক্ষ্মণ গাৰু, অন্যান্য বিশিষ্ট ভদ্ৰ পুৰুষ-মহিলাসকল।

প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ছেকেন্দ্ৰাবাদক বিশাখাপট্টনমৰ সৈতে সংযোগ কৰা বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লৰ ফ্লেগ অফ কৰে

January 15th, 10:11 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ছেকেন্দ্ৰাবাদক বিশাখাপত্তনমৰ সৈতে সংযোগ কৰা বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লৰ শুভাৰম্ভ কৰে। এই ৰে'লখন ভাৰতীয় ৰে'লৱেৰ দ্বাৰা প্ৰৱৰ্তন কৰা অষ্টমখন বন্দে ভাৰত এক্সপ্ৰেছ হ'ব আৰু প্ৰায় ৭০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশ দুখন তেলেগু ভাষী ৰাজ্যক সংযোগ কৰা প্ৰথমখন ৰে'ল হ'ব। ইয়াৰ বিশাখাপট্টনম, ৰাজমুন্দ্ৰী আৰু অন্ধ্ৰ প্ৰদেশৰ বিজয়ৱাড়া ষ্টেচন আৰু তেলেংগানাৰ খাম্মাম, ৱাৰাংগল আৰু ছেকেন্দ্ৰাবাদ ষ্টেচনত ষ্টপেজ থাকিব।

প্ৰধানমন্ত্ৰীয়ে পোংগল উপলক্ষে দেশবাসী, বিশেষকৈ তামিল জনসাধাৰণক শুভকামনা জনায়

January 15th, 09:42 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পোংগল উপলক্ষে দেশবাসীক, বিশেষকৈ তামিল জনসাধাৰণক শুভকামনা জনাইছে।

বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী ক্ৰুজ-এমভি গংগা বিলাসৰ ফ্লেগ অফ অনুষ্ঠান আৰু বাৰাণসীত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে টেণ্ট চিটি উদ্বোধন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ

January 13th, 10:35 am

বিভিন্ন ৰাজ্যৰ সন্মানীয় মুখ্যমন্ত্রীসকল, উপ-মুখ্যমন্ত্রীসকল, কেন্দ্রীয় কেবিনেটৰ মোৰ সতীর্থসকল, পর্যটন উদ্যোগৰ বন্ধুসকল, ভাৰত-বিদেশৰ পৰা বাৰাণসীলৈ অহা পর্যটকসকল, অন্যান্য বিশিষ্ট ব্যক্তি, ভদ্ৰমহিলাসকল৷

ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বাৰাণসীৰ পৰা মুকলি কৰিলে বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাস

January 13th, 10:18 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বিশ্বৰ দীৰ্ঘতম ক্ৰুজ এম ভি গংগা বিলাসৰ যাত্ৰা শুভাৰম্ভ কৰাৰ লগতে টেণ্ট চিটীও উদ্বোধন কৰে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ১০০০ কোটিতকৈও অধিক মূল্যৰ এলানি আভ্যন্তৰীণ জলপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। নদীভিত্তিক ৰিভাৰ ক্ৰুজ পৰ্যটনক প্ৰসাৰিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ পদক্ষেপৰ লগত সংগতি ৰাখি এই সেৱা আৰম্ভ কৰা হয়। ইয়াৰ দ্বাৰা ভাৰতত ক্ৰুজ পৰ্যটনৰ এক নতুন যুগৰ সূচনা হ’ব, যাৰ জৰিয়তে নতুন সুযোগৰ সঞ্চাৰ হ’ব।

মকৰ সংক্রান্তি, উত্তৰায়ন, ভোগী, মাঘ বিহু আৰু পোংগল উৎসৱ উপলক্ষে দেশবাসীক শুভেচ্ছা প্রধানমন্ত্রীৰ

January 14th, 10:24 am

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে এলানি টুইটযোগে আজি মকৰ সংক্রান্তি, উত্তৰায়ন, ভোগী, মাঘ বিহু আৰু পোংগল উপলক্ষে দেশবাসীক শুভেচ্ছা জনায়৷

ক’ভিড-১৯ পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত প্ৰধানমন্ত্ৰীৰ সামৰণি ভাষণৰ পাঠ

January 13th, 05:31 pm

ক’ভিডৰ পৰিপ্ৰেক্ষিতত জনস্বাস্থ্যৰ ক্ষেত্ৰত প্ৰস্তুতি আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত কোভিড ১৯ টিকাকৰণৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰিবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ ৰাজ্যপাল/প্ৰশাসকসকলৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অমিত শ্বাহ, ডঃ মনসুখ মাণ্ডব্য, ৰাজ্যিক মন্ত্ৰী ডঃ ভাৰতী প্ৰবীণ পাৱাৰসহ উচ্চ পৰ্যায়ৰ বিষয়াসকল উপস্থিত আছিল। বৈঠকত বিষয়াসকলে দেশৰ মহামাৰীৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে সকলোকে অৱগত কৰে।

ক’ভিড ১৯ৰ পৰিপ্ৰেক্ষিতত জনস্বাস্থ্যৰ ক্ষেত্ৰত প্ৰস্তুতি আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত কোভিড ১৯ টিকাকৰণৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰিবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্যমন্ত্ৰী আৰু উপৰাজ্যপাল/প্ৰশাসকসকলৰ সৈতে এক বিস্তৃত উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে প্ৰধানমন্ত্ৰীয়ে

January 13th, 05:30 pm

ক’ভিডৰ পৰিপ্ৰেক্ষিতত জনস্বাস্থ্যৰ ক্ষেত্ৰত প্ৰস্তুতি আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত কোভিড ১৯ টিকাকৰণৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰিবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ ৰাজ্যপাল/প্ৰশাসকসকলৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অমিত শ্বাহ, ডঃ মনসুখ মাণ্ডব্য, ৰাজ্যিক মন্ত্ৰী ডঃ ভাৰতী প্ৰবীণ পাৱাৰসহ উচ্চ পৰ্যায়ৰ বিষয়াসকল উপস্থিত আছিল। বৈঠকত বিষয়াসকলে দেশৰ মহামাৰীৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে সকলোকে অৱগত কৰে।

১১ খন নতুন চিকিৎসা মহাবিদ্যালয় আৰু তামিলনাডুৰ কেন্দ্ৰীয় শাস্ত্ৰীয় তামিল প্ৰতিষ্ঠানৰ এটা নতুন চৌহদৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠৰ অসমীয়া অনুবাদ

January 12th, 03:37 pm

আজি আমি এই দুটা বিশেষ কাৰণত মিলিত হৈছো: ১১ খন চিকিৎসা মহাবিদ্যালয়ৰ উদ্বোধন, আৰু কেন্দ্ৰীয় শাস্ত্ৰীয় তামিল প্ৰতিষ্ঠানৰ নতুন ভৱনৰ উদ্বোধন। সেয়েহে, আমি আমাৰ সম্প্ৰদায়ক আৰু অধিক স্বাস্থ্যৱান কৰি তুলিছো আৰু আমাৰ সংস্কৃতিৰ সৈতে আমাৰ সম্পৰ্ক অধিক শক্তিশালী কৰিছো।

প্ৰধানমন্ত্ৰীয়ে তামিলনাডুত ১১ খন নতুন চিকিৎসা মহাবিদ্যালয় আৰু চিআইচিটিৰ এটা নতুন চৌহদ উদ্বোধন কৰে

January 12th, 03:34 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে তামিলনাডুৰ ১১খন নতুন চিকিৎসা মহাবিদ্যালয় আৰু কেন্দ্ৰীয় শাস্ত্ৰীয় তামিল প্ৰতিষ্ঠানৰ (চিআইচিটি) এটা নতুন চৌহদ উদ্বোধন কৰে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়া, ড০ এল মুৰুগান আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰী ড০ ভাৰতী পাৱাৰ উপস্থিত আছিল।

প্ৰধানমন্ত্ৰীয়ে কোভিড-১৯ৰ স্থিতি আৰু কোভিড-১৯ টীকাকৰণৰ বাবে প্ৰস্তুতিৰ সমীক্ষা কৰে

January 09th, 05:42 pm

প্ৰধানমন্ত্ৰীয়ে কোভিড টীকাকৰণৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশৰ প্ৰস্তুতিৰ সৈতে দেশত কোভিড-১৯ৰ স্থিতিৰ সমীক্ষা কৰিবৰ বাবে আজি এখন উচ্চ-স্তৰীয় বৈঠকৰ অধ্যক্ষতা কৰে। বৈঠকত, কেবিনেট সচিব, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব, স্বাস্থ্য সচিব আৰু অন্য সংশ্লিষ্ট জ্যেষ্ঠ বিষয়াই ভাগ লয়।

স্বচ্ছতাৰ দৰে জল সংৰক্ষণতো জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধি হৈছেঃ ‘মন কী বাত’ত প্ৰধানমন্ত্ৰী মোদী

January 26th, 04:48 pm

বছৰটোৰ প্ৰথমটো ‘মন কী বাত’ত প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে ‘মন কী বাত’ কিদৰে শিক্ষা আৰু জ্ঞান বিনিময়ৰ প্লেটফ’ৰ্ম হৈ পৰিছে সেই বিষয়ে উল্লেখ কৰে৷ তেওঁ জল সংৰক্ষণ, খেলো ইণ্ডিয়া, ফিট ইণ্ডিয়া, ব্ৰু-ৰিয়াং শৰণাৰ্থীসকলৰ সমস্যা সমাপ্তিৰ ঐতিহাসিক চুক্তি, গগনযান আৰু পদ্ম বঁটা আদিৰ দৰে কেইবাটাও বিষয় সম্পৰ্কে উল্লেখ কৰে৷

ভাৰতত উদযাপিত বিভিন্ন উৎসৱ উপলক্ষে ৰাষ্ট্ৰবাসীলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

January 14th, 01:27 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ বিভিন্ন প্ৰান্তত উদযাপিত উৎসৱ উপলক্ষে ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছে৷

PM Modi interacts with booth Karyakartas from Mayiladuthurai, Perambalur, Sivaganga, Theni & Virudhunagar

January 13th, 12:34 pm

Prime Minister Narendra Modi interacted with BJP booth workers from Mayiladuthurai, Perambalur, Sivaganga, Theni and Virudhunagar in Tamil Nadu today.

ইজৰাইলৰ প্রধানমন্ত্রীৰ ভাৰত ভ্ৰমণকালত প্রধানমন্ত্রীৰ প্রেছ বিবৃতি (১৫ জানুৱাৰী, ২০১৮)

January 15th, 02:00 pm

প্রধানমন্ত্রী বেঞ্জামিন নেতান্যাহু’ৰ প্রথম ভাৰত ভ্ৰমণ উপলক্ষে তেওঁক আদৰণি জনাবলৈ পাই মই অতিশয় আনন্দিত।