Cabinet approves Pune Metro Phase-1 project extension towards south from Swargate to Katraj spanning 5.46 km
August 16th, 09:35 pm
Pune Metro Phase-1 Project Extension: The Cabinet, chaired by PM Modi, has given the green light for the extension of Pune Metro's Phase-1 from Swargate to Katraj. This extension spans 5.46 km and will further improve the metro connectivity in Pune, easing the commute for residents in the southern part of the city.প্ৰধানমন্ত্ৰীয়ে ২৩ ছেপ্টেম্বৰত উদ্বোধন কৰিব ৰাজ্যসমূহৰ পৰিৱেশ দপ্তৰৰ মন্ত্ৰীসকলৰ ৰাষ্ট্ৰীয় সন্মিলন
September 21st, 04:29 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৩ ছেপ্টেম্বৰ, ২০২২ৰ পুৱা ১০.৩০ বজাত ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে দেশৰ ৰাজ্যসমূহৰ পৰিৱেশ দপ্তৰৰ মন্ত্ৰীসকলৰ ৰাষ্ট্ৰীয় সন্মিলনখন আনুষ্ঠানিক ভাবে উদ্বোধন কৰিব। এই উপলক্ষে সমবেত হোৱা সমজুৱাক সম্বোধি তেওঁ ভাষণো প্ৰদান কৰিব।প্ৰধানমন্ত্ৰীয়ে ৬ মাৰ্চত পুনে ভ্ৰমণ কৰিব আৰু পুনে মেট্ৰ' ৰে'ল প্ৰকল্পউদ্বোধন কৰিব
March 05th, 12:49 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ৬ মাৰ্চত পুনে ভ্ৰমণ কৰিব আৰু পুনে মেট্ৰ' ৰে'ল প্ৰকল্পউদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা উদ্বোধন আৰু স্থাপন কৰিব।ভাৰতীয় যুৱসমাজে কিবা নতুন আৰু বৃহৎ পৰিসৰত কৰিবলৈ বিচাৰে: মন কী বাতত প্ৰধানমন্ত্ৰী
August 29th, 11:30 am
মোৰ মৰমৰ যুৱবন্ধুসকল, আমি বিভিন্ন ধৰণৰ ক্ৰীড়া আয়ত্ত কৰাৰ এই সুযোগৰ সদ্ব্যৱহাৰ কৰা উচিত। গাঁৱে-গাঁৱে ক্ৰীড়া প্ৰতিযোগিতা অব্যাহত থাকিব লাগে। প্ৰতিযোগিতাৰ পৰাই খেলখন সম্প্ৰসাৰিত হয়, খেলৰ বিকাশ হয়, খেলুৱৈসকলেও ইয়াৰ পৰাই ওলাই ৷ আহক আমি সকলোৱে যিমান পাৰোঁ এই গতি গ্ৰহণ কৰোঁ, আৰু 'সবকা প্ৰয়াস'ৰ এই মন্ত্ৰেৰে ইয়াক উপলব্ধি কৰি ইয়াত অৱদান আগবঢ়াওঁ।ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদত 'আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সুৰক্ষা বৃদ্ধি সন্দৰ্ভত মুকলি আলোচনাঃ সামুদ্ৰিক সুৰক্ষা' বিষয়ৰ ওপৰত প্ৰধানমন্ত্ৰীৰ মন্তব্য
August 09th, 05:41 pm
Maritime Securityৰ ওপৰত এই বিশেষ আলোচনাত সংযুক্ত কৰা বাবে আপোনালোক সকলোকে ধন্যবাদ। মই Secretary Generalৰ সকাৰাত্মক বাৰ্তা আৰু U.N.O.D.C.ৰ Executive Directorৰ দ্বাৰা briefingৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছো। Democratic Republic of Congoৰ ৰাষ্ট্ৰপতিয়ে के African Unionৰ অধ্যক্ষ হিচাপে নিজৰ বাৰ্তা দিলে। মই বিশেষভাৱে তেওঁৰ ওচৰত কৃতজ্ঞ। মই ৰুছৰ ৰাষ্ট্ৰপতি, কেনিয়াৰ ৰাষ্ট্ৰপতি আৰু ভিয়েটনামৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিৰ বাবেও হৃদয়ৰ পৰা কৃতজ্ঞতা প্ৰকাশ কৰিছো।বিশ্ব পৰিৱেশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 05th, 11:05 am
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেট্ৰ’লিয়াম ও প্ৰাকৃতিক গেছ মন্ত্ৰালয় আৰু পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে যুটীয়াভাৱে অনুষ্ঠিত কৰা বিশ্ব পৰিবেশ দিৱসৰ কাৰ্য্যসূচী ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সম্বোধন কৰে। এই কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনেৰ এজন কৃষকৰ সৈতে মত-বিনিময় কৰে য’ত তেওঁ জৈৱিক কৃষি কাৰ্য্য আৰু কৃষিত জৈৱিক ইন্ধন ব্যৱহাৰৰ অভিজ্ঞতা জনায়।বিশ্ব পৰিবেশ দিৱসৰ কাৰ্য্যসূচী সম্বোধন প্ৰধানমন্ত্ৰীৰ
June 05th, 11:04 am
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেট্ৰ’লিয়াম ও প্ৰাকৃতিক গেছ মন্ত্ৰালয় আৰু পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে যুটীয়াভাৱে অনুষ্ঠিত কৰা বিশ্ব পৰিবেশ দিৱসৰ কাৰ্য্যসূচী ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সম্বোধন কৰে। এই কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনেৰ এজন কৃষকৰ সৈতে মত-বিনিময় কৰে য’ত তেওঁ জৈৱিক কৃষি কাৰ্য্য আৰু কৃষিত জৈৱিক ইন্ধন ব্যৱহাৰৰ অভিজ্ঞতা জনায়।দিল্লী হ’ল ১৩০কোটিৰো অধিক লোকৰ অৰ্থনৈতিক আৰু কৌশলগত শক্তিৰ ৰাজধানী, ইয়াৰ মহানতা প্ৰতীয়মান স্পষ্ট হোৱা উচিতঃ প্ৰধানমন্ত্ৰ
December 28th, 11:03 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে দেশৰ সৰু-বৰ প্ৰত্যেকখন চহৰ ভাৰতৰ অৰ্থনীতিৰ কেন্দ্ৰস্থলত পৰিণত হ’ব। অৱশ্যে ৰাষ্ট্ৰীয় ৰাজধানী হিচাপে দিল্লীয়ে ২১শতিকাৰ ভাৰতৰ মহানতাক প্ৰতিফলিত কৰিব লাগিব। তেওঁ কয় যে এই প্ৰাচীন চহৰখনক আধুনিক কৰিবলৈ বহুতো প্ৰচেষ্টা হাতত লোৱা হৈছে। প্ৰধানমন্ত্ৰীয়ে এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে দেশ সৰ্বপ্ৰথম চালকবিহীন মেট্ৰ’ ৰেলসেৱা আৰু নেচনেল কমন মোবিলিটী কাৰ্ড মুকলি কৰি এই কথা প্ৰকাশ কৰে।PM Elaborates ‘Ek Bharat Shreshtha Bharat’ Through Consolidation of Systems and Processes
December 28th, 11:02 am
The Prime Minister, Shri Narendra Modi, while inaugurating the first-ever driverless Metro operations today also launched the expansion of National Common Mobility Card to the Airport Express Line of Delhi Metro.Urbanization should not be seen as a challenge but used as an opportunity: PM Modi
December 28th, 11:01 am
Prime Minister Narendra Modi inaugurated India’s first-ever driverless train operations on Delhi Metro’s Magenta Line. National Common Mobility Card was expanded to the Airport Express Line of Delhi Metro, which was started in Ahmedabad last year.PM inaugurates India’s first-ever driverless train operations on Delhi Metro’s Magenta Line
December 28th, 11:00 am
Prime Minister Narendra Modi inaugurated India’s first-ever driverless train operations on Delhi Metro’s Magenta Line. National Common Mobility Card was expanded to the Airport Express Line of Delhi Metro, which was started in Ahmedabad last year.Development of Jammu and Kashmir is one of the biggest priorities of our Government: PM
December 26th, 12:01 pm
PM Modi launched Ayushman Bharat PM-JAY SEHAT to extend coverage to all residents of Jammu & Kashmir. The PM congratulated the people of Jammu and Kashmir for strengthening democracy. He said the election of the District Development Council has written a new chapter. He complimented the people for reaching the voting booth despite the cold and corona.PM Modi launches SEHAT healthcare scheme for Jammu and Kashmir
December 26th, 11:59 am
PM Modi launched Ayushman Bharat PM-JAY SEHAT to extend coverage to all residents of Jammu & Kashmir. The PM congratulated the people of Jammu and Kashmir for strengthening democracy. He said the election of the District Development Council has written a new chapter. He complimented the people for reaching the voting booth despite the cold and corona.India has a rich legacy in science, technology and innovation: PM Modi
December 22nd, 04:31 pm
Prime Minister Narendra Modi delivered the inaugural address at India International Science Festival (IISF) 2020. PM Modi said, All our efforts are aimed at making India the most trustworthy centre for scientific learning. At the same time, we want our scientific community to share and grow with the best of global talent.PM delivers inaugural address at IISF 2020
December 22nd, 04:27 pm
Prime Minister Narendra Modi delivered the inaugural address at India International Science Festival (IISF) 2020. PM Modi said, All our efforts are aimed at making India the most trustworthy centre for scientific learning. At the same time, we want our scientific community to share and grow with the best of global talent.এনচিআৰ অঞ্চলত বায়ু প্ৰদূষণৰ ব্যৱস্থাপনাৰ অগ্ৰিম পদক্ষেপ গ্ৰহণ পিএমঅ’ নেতৃত্বাধীন পেনেল
September 19th, 06:57 pm
দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ বায়ুৰ মানদণ্ড উন্নত কৰিবলৈ গঠিত উচ্চ পৰ্যায়ৰ টাস্কফ’ৰ্চৰ বৈঠক প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ডঃ পি.কে. মিশ্ৰৰ অধ্যক্ষতাত অনুষ্ঠিত হয়। এই বৈঠকখনিত দিল্লী, পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ মুখ্য সচিবসকল, পৰিবেশ, বন ও জলবায়ু পৰিৱৰ্তন, কৃষি, পথ, পেট্ৰ’লিয়াম মন্ত্ৰণালয়কে ধৰি কেন্দ্ৰীয় চৰকাৰৰ ভিন্ন বিভাগ/মন্ত্ৰালয়ৰ সচিবসকল আৰু কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ বিষয়বয়ীয়াই ভাগ লয়।১৫ আগষ্ট, ২০২০ত ৭৪সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
August 15th, 02:49 pm
স্বাধীনতাৰ এই পবিত্ৰ উৎসৱত সকলো দেশবাসীক অভিনন্দন আৰু বহুত বহুত শুভকামনা জনাইছো৷ আজি আমি যি স্বাধীন ভাৰতত উশাহ-নিশাহ লৈছো, ইয়াৰ অন্তৰালত ভাৰত মাতাৰ লাখ লাখ সন্তানৰ ত্যাগ, তেওঁলোকৰ বলিদান আৰু ভাৰত মাতাক স্বাধীন কৰি তোলাৰ প্ৰতি তেওঁলোকৰ সমর্পন, আজি এই সকলো আমাৰ স্বাধীনতা সংগ্রামী, স্বাধীনতা বীৰ-বীৰাংগনা, বীৰ শ্বহীদক প্ৰণাম জনোৱাৰে এই অনুষ্ঠান৷৭৪ তম স্বাধীনতা দিৱসত লাল কিল্লাৰ প্ৰাচীৰৰপৰা ৰাষ্ট্ৰবাসীক সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
August 15th, 02:38 pm
মোৰ প্ৰিয় দেশৰ নাগৰিক, এই শুভ অনুষ্ঠানত, আপোনালোক সকলোকে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো।India celebrates 74th Independence Day
August 15th, 07:11 am
Prime Minister Narendra Modi addressed the nation on the occasion of 74th Independence Day. PM Modi said that 130 crore countrymen should pledge to become self-reliant. He said that it is not just a word but a mantra for 130 crore Indians. “Like every young adult in an Indian family is asked to be self-dependent, India as nation has embarked on the journey to be Aatmanirbhar”, said the PM.বিজেপি চৰকাৰে সদায়েই দৰিদ্ৰ আৰু মহিলাৰ কল্যাণৰ বাবে কাম কৰি আহিছেঃ প্ৰধানমন্ত্ৰী মোদী
February 04th, 03:09 pm
দিল্লীৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দ্বাৰকাত এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰে৷ এখন বৃহৎ সমাৱেশত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দিল্লীৰ জনতা বিজেপিৰ পক্ষত আছে৷ তেওঁ কয় যে বিৰোধী দলে বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হৈছে৷