প্ৰধানমন্ত্ৰীক সাক্ষাৎ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ
December 12th, 12:23 pm
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফডনৱিছে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে।সংবিধান দিৱস উপলক্ষে প্ৰস্তাৱনা পাঠ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়াসকলৰ
November 26th, 08:17 pm
সংবিধান দিৱস উপলক্ষে আজি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড০ পি কে মিশ্ৰই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ অন্যান্য বিষয়া আৰু কৰ্মচাৰীসকলৰ সৈতে প্ৰস্তাৱনা পাঠ কৰে।হৰদোই পথ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক
November 06th, 05:59 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ হৰদোইত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত কৰুণভাৱে প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াল আৰু আপোনজনৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে। @PMOIndiaই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা বিবৃতিত, প্ৰধানমন্ত্ৰীয়ে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে দুখ প্ৰকাশ কৰিছে, লগতে দুৰ্ঘটনাটোত আহত আটাইকেইজন লোকৰ আশু আৰোগ্য কামনা কৰিছে।প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়াসকলে মুখ্য সচিব ড০ পিকে মিশ্ৰৰ নেতৃত্বত 'এক পেড় মা কে নাম' আন্দোলনত অংশগ্ৰহণ কৰে
September 17th, 02:17 pm
মুখ্য সচিব ড০ পিকে মিশ্ৰৰ নেতৃত্বত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়াসকলে আজি পুৱা 'এক পেড় মা কে নাম' আন্দোলনত অংশগ্ৰহণ কৰে।প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন
June 21st, 02:26 pm
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে আজি পুৱা দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিং, প্ৰধানমন্ত্ৰীৰ মুখ্য সচিব ড০ পি কে মিশ্ৰ, জ্যেষ্ঠ বিষয়াবৰ্গ আৰু অন্যান্যসকলে যোগ অধিৱেশনত অংশগ্ৰহণ কৰে।প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ দায়িত্ব ল’লে প্ৰধানমন্ত্ৰীয়ে
June 10th, 05:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ দায়িত্ব গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া আৰু কৰ্মচাৰীসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে পিএমঅ’ক সেৱাৰ প্ৰতিষ্ঠান আৰু জনসাধাৰণৰ পিএমঅ’ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা আৰম্ভণিৰে পৰাই কৰি অহা হৈছে। “আমি পিএমঅ’ক অনুঘটকীয় এজেণ্ট হিচাপে বিকশিত কৰাৰ চেষ্টা কৰিছো, যাতে ই নতুন শক্তি আৰু প্ৰেৰণাৰ উৎস হৈ পৰে”, প্ৰধানমন্ত্ৰীয়ে কয়।মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ সিন্ধিয়া বিদ্যালয়ৰ ১২৫ সংখ্যক প্ৰতিষ্ঠাপক দিৱস উদযাপনৰ কাৰ্যসূচীত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
October 21st, 11:04 pm
মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীমান মংগু ভাই পেটেল, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, সিন্ধিয়া বিদ্যালয়ৰ পৰিচালনা সমিতিৰ অধ্যক্ষ আৰু মন্ত্ৰীসভাত মোৰ সহযোগীসকল শ্ৰীযুত জ্যোতিৰাদিত্য সিন্ধিয়া জী, শ্ৰীযুত নৰেন্দ্ৰ সিং টোমৰ, ডাঃ জিতেন্দ্ৰ সিং, বিদ্যালয় পৰিচালনাৰ সহকৰ্মী আৰু সকলো কৰ্মচাৰী, শিক্ষক আৰু অভিভাৱকসকল আৰু মোৰ প্ৰিয় যুৱ বন্ধুসকল!মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ দ্য সিন্ধিয়া স্কুলৰ ১২৫সংখ্যক প্ৰতিষ্ঠাপক দিৱস উদযাপনৰ কাৰ্যসূচী উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণ
October 21st, 05:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ গোৱালিয়ৰত ‘দ্য সিন্ধিয়া স্কুল’ৰ ১২৫সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ কাৰ্যসূচীত ভাষণ আগবঢ়ায়। কার্যসূচীৰ সময়ত প্রধানমন্ত্রীয়ে বিদ্যালয়খনত ‘বহুমূখী ক্ৰীড়া চৌহদ’ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বিশিষ্ট প্রাক্তন ছাত্র-ছাত্রী আৰু কৃতিত্বতে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক বিদ্যালয়খনৰ বার্ষিক বঁটা প্রদান কৰে৷ ১৮৯৭ চনত প্ৰতিষ্ঠা হোৱা সিন্ধিয়া বিদ্যালয়খন ঐতিহাসিক গোৱালিয়ৰ দুৰ্গৰ ওপৰত অৱস্থিত। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এক স্মাৰক ডাক টিকটো মুকলি কৰে।ৰাজস্থানত প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানত ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ উপস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইট
July 27th, 10:46 am
ৰাজ্যখনত প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ উপস্থিতি সন্দৰ্ভত ৰাজস্থানৰ মুখ্যমন্ত্ৰীয়ে কৰা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে নিম্নলিখিত টুইটটো জাৰি কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি চিকাৰ ভ্ৰমণলৈ আহিছে।প্ৰধানমন্ত্ৰীক সাক্ষাৎ ওড়িশা মুখ্যমন্ত্ৰীৰ
May 11th, 06:07 pm
ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী নবীন পাটনায়কে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷যোশীমঠ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ সভা অনুষ্ঠিত কৰিব প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে
January 08th, 02:19 pm
প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড০ পি কে মিশ্ৰই আজি আবেলি প্ৰধানমন্ত্ৰীৰ কাৰ্যলয়ত কেবিনেট সচিব, ভাৰত চৰকাৰৰ জ্যেষ্ঠ বিষয়াবৰ্গ আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সদস্যসকলৰ উপস্থিতিৰে এক উচ্চ পৰ্যায়ৰ পৰ্যালোচনা সভা অনুষ্ঠিত কৰিব।In the last eight years, relations between India and Japan have reached new heights: PM
August 28th, 08:06 pm
PM Modi addressed a programme marking the commemoration of 40 years of Suzuki in India. The Prime Minister said, The success of Maruti-Suzuki also signifies the strong India-Japan partnership. In the last eight years, these relations between our two countries have reached new heights.গান্ধীনগৰৰ মহাত্মা মন্দিৰত ভাৰতত ছুজুকীৰ ৪০সংখ্যক বৰ্ষপূৰ্তিৰ স্মাৰক অনুষ্ঠানত ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰীয়ে
August 28th, 05:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত ছুজুকীৰ ৪০সংখ্যক বৰ্ষপূৰ্তি স্মৰণ কৰি আজি গান্ধীনগৰ মহাত্মা মন্দিৰত অনুষ্ঠিত হোৱা এক কাৰ্যসূচীত ভাষণ প্ৰদান কৰে। এই উপলক্ষে অনুষ্ঠানত ভাৰতস্থিত জাপানৰ ৰাষ্ট্ৰদূত শ্ৰী সাতোশী ছুজুকি, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল, সাসংদ শ্ৰী চি আৰ পাটিল, ৰাজ্যিক মন্ত্ৰী শ্ৰী জগদীশ পাঞ্চাল, ছুজুকী ছুজুকী মটৰ নিগমৰ প্ৰাক্তন সভাপতি শ্ৰী অ’ ছুজুকী, ছুজুকী মটৰ কৰ্প’ৰেচনৰ সভাপতি শ্ৰীযুত টি ছুজুকী আৰু মাৰুতি-ছুজুকীৰ অধ্যক্ষ শ্ৰী আৰ চি ভাৰ্গৱ উপস্থিত থাকে৷ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ লালে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাষণ দিয়ে আৰু জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিশিদাইও ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰে৷প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ যুগনাথে যুটীয়াভাৱে মৰিচাছত সামাজিক আৱাস গোট প্ৰকল্প উদ্বোধন কৰে আৰু ভাৰ্চুৱেল পদ্ধতিত অসামৰিক সেৱা মহাবিদ্যালয় আৰু ৮ মেগাৱাট সৌৰ পিভি ফাৰ্ম প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে
January 20th, 06:43 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী শ্ৰী প্ৰবীন্দ কুমাৰ যুগনাথে আজি মৰিচাছত যুটীয়াভাৱে সামাজিক আৱাস গোট প্ৰকল্পৰ শুভাৰম্ভ কৰে। ভাৰত আৰু মৰিচাছৰ মাজত প্ৰাণৱন্ত উন্নয়নমূলক অংশীদাৰিত্বৰ অংশ হিচাপে এই প্ৰকল্পটো ৰূপায়ণ কৰা হৈছে। এই উপলক্ষে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেল পদ্ধতিত ভাৰতৰ উন্নয়ন সহযোগিতাৰ অংশ হিচাপে অত্যাধুনিক অসামৰিক সেৱা মহাবিদ্যালয় নিৰ্মাণ আৰু ৮ মেগাৱাটৰ সৌৰ পিভি ফাৰ্মৰ আন দুটা প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানতো অংশগ্ৰহণ কৰে। অনুষ্ঠানটো ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে অনুষ্ঠিত হৈছিল। মৰিচাছৰ প্ৰধানমন্ত্ৰী কাৰ্যালয় প্ৰাংগণত কেবিনেট মন্ত্ৰী আৰু মৰিচাছ চৰকাৰৰ জ্যেষ্ঠ বিষয়াসহ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত অনুষ্ঠানটো অনুষ্ঠিত হৈছিল।মৰিছাছত যৌথভাৱে বিভিন্ন উন্নয়নমূলক প্রকল্পৰ উদ্বোধন আৰু সূচনা অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ভাষণ
January 20th, 04:49 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী শ্ৰী প্ৰবীন্দ কুমাৰ যুগনাথে আজি মৰিচাছত যুটীয়াভাৱে সামাজিক আৱাস গোট প্ৰকল্পৰ শুভাৰম্ভ কৰে। ভাৰত আৰু মৰিচাছৰ মাজত প্ৰাণৱন্ত উন্নয়নমূলক অংশীদাৰিত্বৰ অংশ হিচাপে এই প্ৰকল্পটো ৰূপায়ণ কৰা হৈছে। এই উপলক্ষে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেল পদ্ধতিত ভাৰতৰ উন্নয়ন সহযোগিতাৰ অংশ হিচাপে অত্যাধুনিক অসামৰিক সেৱা মহাবিদ্যালয় নিৰ্মাণ আৰু ৮ মেগাৱাটৰ সৌৰ পিভি ফাৰ্মৰ আন দুটা প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানতো অংশগ্ৰহণ কৰে। অনুষ্ঠানটো ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে অনুষ্ঠিত হৈছিল। মৰিচাছৰ প্ৰধানমন্ত্ৰী কাৰ্যালয় প্ৰাংগণত কেবিনেট মন্ত্ৰী আৰু মৰিচাছ চৰকাৰৰ জ্যেষ্ঠ বিষয়াসহ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত অনুষ্ঠানটো অনুষ্ঠিত হৈছিল।দিৱালী মিলন উপলক্ষে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰে মত বিনিময় প্ৰধানমন্ত্ৰীৰ
November 12th, 08:49 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোক কল্যান মাৰ্গৰ প্ৰধানমন্ত্ৰীৰ আৱাসত আয়োজিত ‘দিৱালী মিলন’ উপলক্ষে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰে মত বিনিময় কৰে৷ এই উপলক্ষে তেওঁ সকলোকে দিৱালীৰ শুভেচ্ছা জ্ঞাপন কৰে৷প্ৰধানমন্ত্ৰীয়ে ‘টাকটাই’ ঘূৰ্ণী বতাহ সন্দৰ্ভত প্ৰস্তুতিৰ বুজ ল’বলৈ এখন উচ্চ পৰ্যায়ৰ বৈঠকত অংশ লয়
May 15th, 06:54 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘টাকটাই’ ঘূৰ্ণী বতাহ সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয় মন্ত্ৰালয়/সংশ্লিষ্ট বিভাগৰ প্ৰস্তুতিৰ বুজ ল’বলৈ এখন উচ্চ পৰ্যায়ৰ বৈঠকত অংশ লয়।প্ৰধানমন্ত্ৰীৰ পৌৰহিত্যত ক’ভিড-১৯ মহামাৰী পৰিস্থিতি আৰু প্ৰতিষেধক প্ৰদান, বিতৰণ আৰু প্ৰশাসন সম্পৰ্কীয় বৈঠ
October 17th, 04:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশখনৰ ক’ভিড-১৯ মহামাৰী আৰু প্ৰতিষেধক প্ৰদান, বিতৰণ আৰু প্ৰশাসনৰ প্ৰস্তুতিমূলক পৰিস্থিতিৰ পৰ্যালোচনা কৰে। এই বৈঠকখনত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী শ্ৰী হৰ্ষ বৰ্ধন, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব, নিটি আয়োগৰ সদস্য (স্বাস্থ্য), প্ৰধান বিজ্ঞান উপদেষ্টা, জ্যেষ্ঠ বিজ্ঞানী, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকল আৰু ভাৰত চৰকাৰৰ আন-আন বিভাগসমূহৰ বিষয়া-বৰ্গ উপস্থিত থাকে।এনচিআৰ অঞ্চলত বায়ু প্ৰদূষণৰ ব্যৱস্থাপনাৰ অগ্ৰিম পদক্ষেপ গ্ৰহণ পিএমঅ’ নেতৃত্বাধীন পেনেল
September 19th, 06:57 pm
দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ বায়ুৰ মানদণ্ড উন্নত কৰিবলৈ গঠিত উচ্চ পৰ্যায়ৰ টাস্কফ’ৰ্চৰ বৈঠক প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ডঃ পি.কে. মিশ্ৰৰ অধ্যক্ষতাত অনুষ্ঠিত হয়। এই বৈঠকখনিত দিল্লী, পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ মুখ্য সচিবসকল, পৰিবেশ, বন ও জলবায়ু পৰিৱৰ্তন, কৃষি, পথ, পেট্ৰ’লিয়াম মন্ত্ৰণালয়কে ধৰি কেন্দ্ৰীয় চৰকাৰৰ ভিন্ন বিভাগ/মন্ত্ৰালয়ৰ সচিবসকল আৰু কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ বিষয়বয়ীয়াই ভাগ লয়।PMO reviews efforts of eleven Empowered Groups towards tackling COVID-19
April 10th, 02:50 pm
A meeting of the Empowered Groups of Officers, to tackle the challenges emerging as a result of spread of COVID-19, was held today under the Chairmanship of Principal Secretary to Prime Minister.