অসমৰ কোকৰাঝাৰত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

February 07th, 12:46 pm

মঞ্চত বিৰাজমান অসমৰ ৰাজ্যপাল, সংসদৰ মোৰ সহযোগী, বিভিন্ন পৰিষদ আৰু সংগঠনৰ সৈতে জড়িত নেতাগণ৷ ইয়াত উপস্থিত এনডিএফবিৰ বিভিন্ন গোটৰ সদস্যগণ, ইয়ালৈ অহা সন্মানীয় মহানুভৱ আৰু বিশাল সংখ্যাত উপস্থিত তথা আমাক আশীৰ্বাদ দিবলৈ অহা মোৰ মৰমৰ ভাই আৰু ভনীসকল৷

অসমত কোকৰাঝাৰত বড়ো শান্তি চুক্তি স্বাক্ষৰৰ বিজয় উৎসৱত উপস্থিত প্ৰধানমন্ত্ৰী

February 07th, 12:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ কোকৰাঝাৰত বড়ো চুক্তি সম্পাদনৰ বিজয় উৎসৱত অংশগ্ৰহণ কৰি উগ্ৰবাদীসকলক অস্ত্ৰ-শস্ত্ৰ সম্বৰণৰ জৰিয়তে হিংসাৰ পথ পৰিহাৰ কৰি বড়ো কেডাৰসকলৰ দৰে মুলসূঁতিলৈ উভতি আহিবলৈ আহ্বান জনায়৷ ২৭ জানুৱাৰী ২০২০ তাৰিখে এই ঐতিহাসিক চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত এয়া প্ৰধানমন্ত্ৰীৰ প্ৰথমটো উত্তৰ-পূব ভ্ৰমণ৷

বিজেপি চৰকাৰে সদায়েই দৰিদ্ৰ আৰু মহিলাৰ কল্যাণৰ বাবে কাম কৰি আহিছেঃ প্ৰধানমন্ত্ৰী মোদী

February 04th, 03:09 pm

দিল্লীৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দ্বাৰকাত এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰে৷ এখন বৃহৎ সমাৱেশত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দিল্লীৰ জনতা বিজেপিৰ পক্ষত আছে৷ তেওঁ কয় যে বিৰোধী দলে বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হৈছে৷

দিল্লীৰ দ্বাৰকাত এখন ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ প্ৰদান

February 04th, 03:08 pm

দিল্লীৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দ্বাৰকাত এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰে৷ এখন বৃহৎ সমাৱেশত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দিল্লীৰ জনতা বিজেপিৰ পক্ষত আছে৷ তেওঁ কয় যে বিৰোধী দলে বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হৈছে৷

জন্মু আৰু কাশ্মীৰক ভাৰতৰ মুকুট আখ্যা প্ৰধানমন্ত্ৰীৰ

January 28th, 06:28 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যুৱ ভাৰতবৰ্ষই এতিয়া সমস্যাসমূহ অধিক দীঘলীয়া কৰিব নিবিচাৰে আৰু বিচ্ছিন্নতাবাদ তথা সন্ত্ৰাসবাদৰ মোকাবিলা কৰি আগুৱাব বিচাৰে৷ দিল্লীত আজি এনচিচি সমাৱেশত তেওঁ আজি ভাষণ আগবঢ়ায়৷

নতুন দিল্লীত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ সমাৱেশত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ সকলোকে একেলগে লগত লৈ দেশক আগবঢ়াই নিয়াৰ আহ্বান

January 28th, 12:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এনচিচিৰ সমাৱেশত উপস্থিত থাকে৷ সমাৱেশত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন এনচিচি বাহিনী আৰু আন চুবুৰীয়া ৰাষ্ট্ৰৰ কেডেটসকলৰ গাৰ্ড অৱ অনা আৰু কুচকাৱাজ পৰিদৰ্শন কৰে৷

NCC strengthens the spirit of discipline, determination and devotion towards the nation: PM

January 28th, 12:07 pm

Addressing the NCC Rally in Delhi, PM Modi said that NCC was a platform to strengthen the spirit of discipline, determination and devotion towards the nation. The Prime Minister said that as a young nation, India has decided that it will confront the challenges ahead and deal with them.

দিল্লীত ৰাষ্ট্ৰীয় কেডেট কৰ্পছ(এনচিচি)ৰ ৰেলীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

January 28th, 12:06 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত ৰাষ্ট্ৰীয় কেডেট কৰ্পছ ৰেলীত অংশগ্ৰহণ কৰে৷

দিল্লীৰ ৰামলীলা ময়দানত এক বিশাল নিৰ্বাচনী সভাত ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰী মোদীয়ে

December 22nd, 01:07 pm

দিল্লীৰ ৰামলীলা ময়দানত আজি এক বিশাল নিৰ্বাচনী সভাত ভাষণ আগবঢ়াই দিল্লীৰ আগন্তুক নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰচাৰ অভিযানৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। জনতাৰ ধ্বনি আৰু শ্ল’গানৰ মাজত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অনৈক্যৰ মাজত একতাই ভাৰত হলমাৰ্ক। অকৰ্তৃত্বশীল কলনিত বসবাস কৰা লোকসকলক উদ্দেশ্যি তেওঁ কয়, “ৰামলীলা ময়দান এক ঐতিহাসিক স্থান। মই আপোনালোকৰ মুখমণ্ডলত এক অনিশ্চয়তাৰ অন্ত পৰা দেখিবলৈ পাৰিছো।”

দিল্লীৰ ৰামলীলা ময়দানত এক বিশাল নিৰ্বাচনী সভাত ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰী মোদীয়ে

December 22nd, 01:06 pm

দিল্লীৰ ৰামলীলা ময়দানত আজি এক বিশাল নিৰ্বাচনী সভাত ভাষণ আগবঢ়াই দিল্লীৰ আগন্তুক নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰচাৰ অভিযানৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। জনতাৰ ধ্বনি আৰু শ্ল’গানৰ মাজত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অনৈক্যৰ মাজত একতাই ভাৰত হলমাৰ্ক। অকৰ্তৃত্বশীল কলনিত বসবাস কৰা লোকসকলক উদ্দেশ্যি তেওঁ কয়, “ৰামলীলা ময়দান এক ঐতিহাসিক স্থান। মই আপোনালোকৰ মুখমণ্ডলত এক অনিশ্চয়তাৰ অন্ত পৰা দেখিবলৈ পাৰিছো।”

For Better Tomorrow, our government is working on to solve the current challenges: PM Modi

December 06th, 10:14 am

Prime Minister Modi addressed The Hindustan Times Leadership Summit. PM Modi said the decision to abrogate Article 370 may seem politically difficult, but it has given a new ray of hope for development in of Jammu, Kashmir and Ladakh. The Prime Minister said for ‘Better Tomorrow’, the government is working to solve the current challenges and the problems.

হিন্দুস্তান টাইমছ লীডাৰশ্বিপ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান

December 06th, 10:00 am

সন্মিলনত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যিকোনো দেশৰ উন্নতিৰ বাবে পৰিৱৰ্তন আৱশ্যম্ভাৱী৷ পৰিৱৰ্তনতেই উন্নত ভৱিষ্যতৰ ভেঁটি স্থাপন হয়৷ চৰকাৰে পূৰ্বৰ প্ৰত্যাহ্বান আৰু সমস্যাসমূহ ‘সকলোৰে সৈতে, সকলোৰে বিকাশ, সকলোৰে বিশ্বাস’ৰ মন্ত্ৰৰ জৰিয়তে সমাধান কৰাৰ দিশত অগ্ৰসৰ হৈছে বুলি তেওঁ মন্তব্য কৰে৷

Government is committed to ensure a better future for the residents of Delhi: PM Modi

November 08th, 04:33 pm

PM Modi interacted with members of the RWA and unauthorized colonies of Delhi at his official residence. PM Modi said that in a way the new rise of Delhi will start with PM Uday Yojana. The PM said that the government was committed to ensure a better future for the residets of Delhi.

দিল্লীৰ অকৰ্তৃত্বশীল কলনিসমূহৰ আবাসিক কল্যাণ সংস্থাৰ কর্মকর্তাৰ সৈতে প্ৰধানমন্ত্রীৰ সাক্ষাৎ পিএম-উদয়ৰ জৰিয়তে দিল্লীৰ এই অকৰ্তৃত্বশীল কলনিত বসাবাস কৰা চল্লিশ লাখ বাসিন্দাই বসবাসৰ স্বত্ব লাভ কৰাৰ লগতে সেয়া বন্ধক আৰু হস্তান্তৰৰ অধিকাৰ প্ৰদানৰ ঐতিহাসিক সিদ্ধান্তৰ বাবে প্ৰধানমন্ত্ৰীক সম্বৰ্ধনা

November 08th, 04:32 pm

দিল্লীৰ অকৰ্তৃত্বশীল কলনিসমূহৰ সদস্যবৃন্দ তথা আবাসিক কল্যাণ সংস্থাৰ কর্মকর্তাসকলে কেন্দ্রীয় কেবিনেটে শেহতীয়াকৈ গ্ৰহণ কৰা এক ঐতিহাসিক সিদ্ধান্তৰ বাবে প্ৰধানমন্ত্রীক সম্বর্ধনা জনায়। এই সিদ্ধান্ত অনুসৰি দিল্লীৰ এই অকৰ্তৃত্বশীল কলনিত বসাবাস কৰা চল্লিশ লাখ বাসিন্দাই বসবাসৰ স্বত্ব লাভ কৰাৰ লগতে সেয়া বন্ধক আৰু হস্তান্তৰৰ অধিকাৰ পাব৷