২০ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
September 18th, 09:58 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰৰ ৱাৰ্ধা ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১১:৩০ বজাত তেওঁ পিএম বিশ্বকৰ্মা আঁচনিৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে ৰাষ্ট্ৰীয় ‘পিএম বিশ্বকৰ্মা’ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।Many people want India and its government to remain weak so that they can take advantage of it: PM in Ballari
April 28th, 02:28 pm
Prime Minister Narendra Modi launched the poll campaign in full swing for the NDA in Karnataka. He addressed a mega rally in Ballari. In Ballari, the crowd appeared highly enthusiastic to hear from their favorite leader. PM Modi remarked, “Today, as India advances rapidly, there are certain countries and institutions that are displeased by it. A weakened India, a feeble government, suits their interests. In such circumstances, these entities used to manipulate situations to their advantage. Congress, too, thrived on rampant corruption, hence they were content. However, the resolute BJP government does not succumb to pressure, thus posing challenges to such forces. I want to convey to Congress and its allies, regardless of their efforts... India will continue to progress, and so will Karnataka.”PM Modi addresses public meetings in Belagavi, Uttara Kannada, Davanagere & Ballari, Karnataka
April 28th, 11:00 am
Prime Minister Narendra Modi today launched the poll campaign in full swing for the NDA in Karnataka. He addressed back-to-back mega rallies in Belagavi, Uttara Kannada, Davanagere and Ballari. PM Modi stated, “When India progresses, everyone becomes happy. But the Congress has been so indulged in 'Parivarhit' that it gets perturbed by every single developmental stride India makes.”Today, the benefits of every scheme related to the poor, farmers, women and youth are reaching the southern corner of India: PM Modi
February 28th, 12:15 pm
Prime Minister Narendra Modi addressed an enthusiastic crowd in Tirunelveli, Tamil Nadu. The PM thanked each and every one for their presence, love, respect and affection. The PM also expressed his happiness from the core to be surrounded by so many people.PM Modi's address at a public gathering in Tirunelveli, Tamil Nadu
February 28th, 12:03 pm
Prime Minister Narendra Modi addressed an enthusiastic crowd in Tirunelveli, Tamil Nadu. The PM thanked each and every one for their presence, love, respect and affection. The PM also expressed his happiness from the core to be surrounded by so many people.BJP’s vision for a developed India contrasts with INDI Alliance’s family-centered politics: PM Modi
February 27th, 04:15 pm
During a public meeting at Tiruppur, Tamil Nadu, Prime Minister Narendra Modi began his address by thanking the people of Tamil Nadu and saying that being with all of you is a great pleasure. “This Kongu region of Tamil Nadu represents India’s growth story in many ways. It is one of India’s most vibrant textile and industry hubs. It also contributes to our country’s wind energy capacity. This region is also known for its spirit of enterprise. Our risk-taking entrepreneurs and MSMEs play a role in making us the fastest-growing economy,” said PM Modi.PM Modi addresses a public meeting in Tiruppur, Tamil Nadu
February 27th, 03:44 pm
During a public meeting at Tiruppur, Tamil Nadu, Prime Minister Narendra Modi began his address by thanking the people of Tamil Nadu and saying that being with all of you is a great pleasure. “This Kongu region of Tamil Nadu represents India’s growth story in many ways. It is one of India’s most vibrant textile and industry hubs. It also contributes to our country’s wind energy capacity. This region is also known for its spirit of enterprise. Our risk-taking entrepreneurs and MSMEs play a role in making us the fastest-growing economy,” said PM Modi.ইন্দোৰত 'মজদুৰোঁ কা হিট মজদুৰোঁ কো সমৰ্পিত' কাৰ্যক্ৰমত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ
December 25th, 12:30 pm
মধ্য প্ৰদেশৰ শক্তিশালী মুখ্যমন্ত্ৰী ডাঃ মোহন যাদৱ জী, লোকসভাৰ প্ৰাক্তন অধ্যক্ষ তথা দীৰ্ঘদিন ইন্দোৰত সেৱা আগবঢ়োৱা, আমাৰ সকলোৰে মাতৃ সুমিত্ৰা তাই, সংসদৰ মোৰ সহযোগীসকল, বিধানসভালৈ নৱনিৰ্বাচিত বিধায়কসকল, অন্যান্য গণ্যমান্য ব্যক্তি আৰু মোৰ প্ৰিয় শ্ৰমিক ভাই আৰু ভগ্নীসকল,'মজদুৰোঁ কা হিত মজদুৰোঁ কো সমৰ্পিত' কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীয়ে
December 25th, 12:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্স’ৰ জৰিয়তে 'মজদুৰোঁ কা হিত মজদুৰোঁ কো সমৰ্পিত' অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ ‘হুকুমচান্দ মিল’ৰ শ্ৰমিকসকলৰ প্ৰাপ্য পৰিহিত তথ্য সম্পৰ্কীয় প্ৰায় ২২৪ কোটি টকাৰ ‘চেক’ ইন্দোৰৰ ‘হুকুমচান্দ মিল’ৰ শ্ৰমিক সংঘৰ ‘অফিচিয়েল লিকুইডেটৰ’ আৰু মুৰব্বীসকলক প্ৰদান কৰে। এই কাৰ্যসূচীয়ে ‘হুকুমচান্দ মিল’ৰ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া দাবীৰ নিষ্পত্তি চিহ্নিত কৰিছে। শ্ৰী মোদীয়ে খাৰগোন জিলাত এটা ৬০ মেগাৱাট উত্পাদনক্ষম সৌৰ শক্তি প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে।চৰকাৰী বিভাগত নতুনকৈ নিযুক্তি লাভ কৰাসকলৰ মাজত ৫১০০০+ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণ পাঠ
August 28th, 11:20 am
স্বাধীনতাৰ এই অমৃত কালত দেশৰ স্বাধীনতাৰ অমৃত-ৰক্ষক আৰু দেশৰ কোটি কোটি লোকৰ অমৃত-ৰক্ষক হোৱাৰ বাবে আপোনালোক সকলোকে বহুত অভিনন্দন জনাইছোঁ। মই আপোনাসৱক 'অমৃত ৰক্ষক' বুলি অভিহিত কৰিছোঁ, কাৰণ আজি নিযুক্তি-পত্ৰ লাভ কৰা যুৱক-যুৱতীসকলে কেৱল দেশৰ সেৱাই নহয়, দেশৰ নাগৰিকসকলকো সুৰক্ষা দিব। সেয়েহে, এক প্ৰকাৰে, আপোনাসৱো এই অমৃত কালৰ লোক আৰু অমৃত-ৰক্ষক।ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ৰো অধিক নিযুক্তি পত্ৰ বিতৰণ প্ৰধানমন্ত্ৰীৰ “আপোনালোকৰ এই ‘অমৃত কাল’ৰ ‘অমৃত ৰক্ষক’”
August 28th, 10:43 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে নতুনকৈ নিযুক্তি পোৱা ৫১,০০০ৰো অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰে। এই ৰোজগাৰ মেলা দেশৰ ৪৫টা স্থানত অনুষ্ঠিত হয়। এই ৰোজগাৰ মেলা অনুষ্ঠানৰ জৰিয়তে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআৰপিএফ), সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ), সশস্ত্ৰ সীমা বল (এছএছবি), অসম ৰাইফলছ, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ), কেন্দ্ৰীয় উদ্যোগ নিৰাপত্তা বাহিনী (চিআইএছএফ), ভাৰত তিব্বত সীমান্ত আৰক্ষী (আইটিবিপি) আৰু মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰ’ (এনচিবি)ৰ লগতে দিল্লী আৰক্ষীৰ জোৱান নিযুক্তি দিছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বাছনি হোৱা নতুনকৈ নিযুক্তি পোৱা সকলে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনৰ বিভিন্ন সংস্থাত কনিষ্টবল (জেনেৰেল ডিউটি), উপ-পৰিদৰ্শন (জেনেৰেল ডিউটি) আৰু নন-জেনেৰেল ডিউটি কেডাৰ পদত যোগদান কৰিব।পিএম-মিত্ৰ মেগা টেক্সটাইল পাৰ্কে উৎপাদনশীলতা বঢ়াব, নৱোন্মেষণক উদগনি দিব আৰু সংস্থাপনৰ বহু সুযোগ সৃষ্টি কৰিব: প্ৰধানমন্ত্ৰী
July 16th, 08:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা কেইদিনমানত মহাৰাষ্ট্ৰ আৰু গুজৰাটত ২খন পিএম-মিত্ৰ মেগা টেক্সটাইল পাৰ্কৰ আধাৰশিলা স্থাপন কৰা কাৰ্যৰ প্ৰশংসা কৰিছে।উত্তৰ প্ৰদেশৰ লক্ষ্নৌ আৰু হাৰদোই জিলাত পিএম মিত্ৰ মেগা টেক্সটাইল পাৰ্ক স্থাপন কাৰ্য্যক শলাগ প্ৰধানমন্ত্ৰীৰ
April 18th, 02:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ লক্ষ্নৌ আৰু হাৰদোই জিলাত পিএম মিত্ৰ মেগা টেক্সটাইল পাৰ্ক স্থাপন কাৰ্য্যৰ শলাগ লৈছে।চেন্নাইত একাধিক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
April 08th, 06:37 pm
তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ এন ৰবি জী, তামিলনাডুৰ মুখ্যমন্ত্ৰী শ্ৰী এমকে ষ্টেলিন জী, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সতীৰ্থ শ্ৰী অশ্বিনী বৈষ্ণৱ জী, শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া জী আৰু তামিলনাডুৰ ভ্ৰাতৃ-ভগ্নীসকল, সকলোলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলো।প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ চেন্নাইত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীক উৎসৰ্গা কৰে
April 08th, 06:14 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ চেন্নাইৰ আলষ্ট্ৰোম ক্ৰিকেট গ্ৰাউণ্ডত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীক উৎসৰ্গা কৰে। দিনটোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন ইণ্টিগ্ৰেটেড টাৰ্মিনেল ভৱন (প্ৰথম পৰ্যায়) উদ্বোধন কৰে আৰু চেন্নাইত চেন্নাই-কইম্বাটুৰ বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে।কলাবুৰাগীত স্থাপন হোৱা পিএম মিত্ৰ মেগা টেক্সটাইলছ পাৰ্কৰ বাবে কৰ্ণাটকক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
March 28th, 05:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কলাবুৰাগীত পি এম মিত্ৰ মেগা টেক্সটাইলছ পাৰ্ক স্থাপনৰ বাবে কৰ্ণাটকবাসীক অভিনন্দন জ্ঞাপন কৰিছে।বিৰুধুনগৰত প্ৰধানমন্ত্ৰী মিত্ৰ মেগা টেক্সটাইল পাৰ্কৰ বাবে তামিলনাডুক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
March 22nd, 05:56 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে প্ৰধানমন্ত্ৰী মিত্ৰ মেগা টেক্সটাইল পাৰ্কখনে বিৰুধুনগৰৰ উচ্চাকাংক্ষী জিলাৰ স্থানীয় অৰ্থনীতিক শক্তিশালী কৰি তুলিব।Swayampurna Goa is the result of new team spirit of Team Goa: PM Modi
October 23rd, 11:01 am
Prime Minister Narendra Modi interacted with beneficiaries and stakeholders of AatmaNirbhar Bharat Swayampurna Goa programme. The Prime Minister said the infrastructure being developed in Goa will also help in increasing the income of farmers, livestock farmers and our fishermen.প্ৰধানমন্ত্ৰীয়ে আত্মনিৰ্ভৰ ভাৰত স্বয়ংপূৰ্ণ গোৱা কাৰ্যক্ৰমৰ লাভাৰ্থী আৰু হিতধাৰকৰ সৈতে বাৰ্তালাপ কৰে
October 23rd, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত আত্মনিৰ্ভৰ ভাৰত স্বয়ংপূৰ্ণ গোৱা কাৰ্যক্ৰমৰ লাভাৰ্থী আৰু হিতধাৰকৰ সৈতে বাৰ্তালাপ কৰে।Government approves setting up of 7 PM MITRA Parks with a total outlay of Rs. 4,445 crore
October 06th, 05:21 pm
With a view to realise the vision of PM Narendra Modi of building an Aatmanirbhar Bharat and to position India strongly on the Global textiles map, the Government has approved the setting up of 7 PM MITRA parks as announced in Union Budget for 2021-22.