Our government is working with ‘DevINE’ intentions: PM Modi in Meghalaya

December 18th, 04:22 pm

The Prime Minister, Shri Narendra Modi laid the foundation stone, and inaugurated and dedicated to the nation multiple projects worth over Rs. 2450 crores in Shillong, Meghalaya today. Earlier in the day, the Prime Minister attended the meeting of the North Eastern Council at the State Convention Centre in Shillong and participated in its golden jubilee celebrations.

প্ৰধানমন্ত্ৰীয়ে মেঘালয়ৰ শ্বিলঙত ২৪৫০ কোটি টকাৰ অধিক মূল্যৰ একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে, উদ্বোধন কৰে আৰু দেশবাসীলৈ উৎসৰ্গা কৰে

December 18th, 11:15 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেঘালয়ৰ শ্বিলঙত ২৪৫০ কোটি টকাৰো অধিক মূল্যৰ একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীলৈ উৎসৰ্গা কৰে। দিনটোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে শ্বিলঙৰ ৰাজ্যিক সন্মিলন কেন্দ্ৰত উত্তৰ-পূব পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰে আৰু ইয়াৰ সোণালী জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰে।

ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত উথ্থাপিত ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা উত্তৰৰ ইংৰাজীৰ পৰা কৰা অনুবাদ

February 08th, 08:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্য সভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱক লৈ উত্তৰ দিয়ে। তেখেতে উচ্চ সদনখনিৰ সদস্যসকলক এই বিতৰ্কত অংশগ্ৰহণ আৰু বৰঙণি আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেখেতে কয় যে ৰাষ্ট্ৰপতিগৰাকীৰ ভাষণে কঠোৰ প্ৰত্যাহ্বানৰ মুখামুখি হৈ থকা বিশ্বখনক আশা, বিশ্বাস প্ৰদান কৰিলে।

ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱক লৈ ৰাজ্য সভাত প্ৰধানমন্ত্ৰীৰ উত্তৰ

February 08th, 11:27 am