সমবায় খণ্ডৰ একাধিক মূল পদক্ষেপৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
February 24th, 10:36 am
আজি ‘বিকশিত ভাৰত’ৰ ‘অমৃত যাত্ৰা’ত আন এক উল্লেখযোগ্য সাফল্যৰ সাক্ষী হৈ পৰিছে ‘ভাৰত মণ্ডপম’। আজি আমি দেশে গ্ৰহণ কৰা ‘সহকাৰ সে সমৃদ্ধি’ (সহযোগিতাৰ জৰিয়তে সমৃদ্ধি) সংকল্প বাস্তৱায়িতকৰণৰ দিশত আগবাঢ়িছোঁ। কৃষি আৰু খেতিৰ ভেটি সুদৃঢ়কৰণত সমবায়সমূহে উল্লেখযোগ্য ভূমিকা পালন কৰে। এই কথা মনত ৰাখি আমি এটা সুকীয়া সমবায় মন্ত্ৰালয় স্থাপন কৰিছোঁ। আৰু, আজি এই কাৰ্য্যসূচী একে মনোভাৱেৰে উদযাপন কৰা হৈছে। আজি আমি আমাৰ কৃষকৰ বাবে বিশ্বৰ সৰ্ববৃহৎ ষ্ট’ৰেজ আঁচনি-গুদাম আঁচনি আৰম্ভ কৰিছোঁ। এই আঁচনিৰ অধীনত দেশৰ চুকে-কোণে হাজাৰ-হাজাৰ গুদাম স্থাপন কৰা হ’ব। আজি ১৮,০০০ ‘পেকছ’ (PACS-Primary Agricultural Credit Societies)ৰ কম্পিউটাৰাইজেচনৰ এক উল্লেখযোগ্য কামো সম্পূৰ্ণ হৈছে। এই সকলোবোৰ প্ৰকল্পই দেশৰ কৃষি আন্তঃগাঁথনিলৈ নতুন উদ্দীপনা যোগাব, কৃষিক আধুনিক প্ৰযুক্তিৰ সৈতে সংযোগ কৰিব। এই গুৰুত্বপূৰ্ণ আৰু সুদূৰপ্ৰসাৰী পদক্ষেপসমূহৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ আৰু আপোনালোক সকলোকে মোৰ শুভেচ্ছা জনাইছোঁ।সমবায় খণ্ডৰ বাবে একাধিক গুৰুত্বপূৰ্ণ আঁচনি উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
February 24th, 10:35 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত সমবায় খণ্ডৰ বাবে একাধিক গুৰুত্বপূৰ্ণ আঁচনি উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে ১১খন ৰাজ্যৰ ১১খন প্ৰাথমিক কৃষি ঋণ সমিতি (পেকছ)ত চলি থকা ‘সহবায় খণ্ডত বিশ্বৰ সৰ্ববৃহৎ শস্য সংৰক্ষণ পৰিকল্পনা’ৰ পাইলট প্ৰকল্প উদ্বোধন কৰে। এই পদক্ষেপৰ অধীনত প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশতে গুদাম আৰু অন্যান্য কৃষি আন্তঃগাঁথনি নিৰ্মাণৰ বাবে অতিৰিক্ত ৫০০ পেকছৰ আধাৰশিলা স্থাপন কৰে। এই পদক্ষেপৰ লক্ষ্য হৈছে খাদ্য শস্য যোগান শৃংখলৰ সৈতে পেকছৰ গুদামসমূহক নিৰৱচ্ছিন্নভাৱে একত্ৰিত কৰা, খাদ্য সুৰক্ষা সুদৃঢ় কৰা আৰু নাবাৰ্ডৰ সমৰ্থিত আৰু ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম (এনচিডিচি)ৰ নেতৃত্বত সহযোগিতামূলক প্ৰচেষ্টাৰে দেশৰ অৰ্থনৈতিক উন্নয়নক লাভান্বিত কৰা। এই পদক্ষেপ কৃষি আন্তঃগাঁথনি পুঁজি (এআইএফ), কৃষি বিপণন আন্তঃগাঁথনি (এএমআই) আদি বিভিন্ন বৰ্তমানৰ আঁচনিৰ একত্ৰীকৰণৰ জৰিয়তে ৰূপায়ণ কৰা হৈছে যাতে প্ৰকল্পটোত অংশগ্ৰহণ কৰা পেকছে আন্তঃগাঁথনি উন্নয়নৰ কাম হাতত লোৱাৰ বাবে ৰাজসাহায্য আৰু সুদৰ সাহায্যৰ সুবিধা লাভ কৰিব পাৰে। প্ৰধানমন্ত্ৰীয়ে সমবায় খণ্ডক সজীৱ কৰি তোলা আৰু ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকক সবলীকৰণৰ লক্ষ্যৰে চৰকাৰৰ সহকাৰ ছে সমৃদ্ধিৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি সমগ্ৰ দেশৰ ১৮ হাজাৰ পেকছত কম্পিউটাৰাইজেচনৰ বাবে এক প্ৰকল্প উদ্বোধন কৰে।ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বিকশিত ভাৰত সংকল্প যাত্ৰাত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 18th, 12:47 pm
বিকশিত ভাৰত সংকল্প যাত্ৰাৰ দুমাহ সম্পূৰ্ণ হৈছে। এই যাত্ৰাত যি ‘বিকাশ ৰথ’এ (উন্নয়ন ৰথ) গতি কৰিছে সেয়া হৈছে ‘বিশ্বাস ৰথ’ (আত্মবিশ্বাস ৰথ), আৰু এতিয়া মানুহে ইয়াক ‘গেৰাণ্টী ৱালা ৰাথ’ (গেৰাণ্টী ৰথ) বুলিও আখ্যা দিছে। কোনো আঁচনিৰ সুবিধা কোনেও হেৰুৱাব নোৱাৰে বুলি বিশ্বাস হৈছে জনসাধাৰণৰ। সেয়ে মোডীৰ গ্যাৰাণ্টেড বাহনখন এতিয়াও গৈ নোপোৱা গাঁওবোৰত ৰাইজে এতিয়া আগ্ৰহেৰে অপেক্ষা কৰি আছে। প্ৰথম অৱস্থাত আমি ২৬ জানুৱাৰীলৈকে এই যাত্ৰাৰ পৰিকল্পনা কৰিছিলোঁ, কিন্তু ইমান সমৰ্থন আৰু চাহিদা বৃদ্ধিৰ লগে লগে প্ৰতিখন গাঁৱৰ মানুহে কৈছে যে মোডীৰ নিশ্চয়তাযুক্ত বাহনখন নিজৰ ঠাইলৈ আহিব লাগে। যিহেতু মই এই বিষয়ে জানিব পাৰিছো, তেতিয়াৰ পৰাই মই আমাৰ চৰকাৰী বিষয়াসকলক কৈছো যে ২৬ জানুৱাৰীৰ পিছত ইয়াক অলপ বৃদ্ধি কৰক। মানুহক ইয়াৰ প্ৰয়োজন আৰু তেওঁলোকৰ দাবীও আছে, সেয়েহে, আমি ইয়াক পূৰণ কৰিব লাগিব। সেয়ে হয়তো কিছুদিনৰ পাছত সিদ্ধান্ত লোৱা হ’ব যে ফেব্ৰুৱাৰী মাহতো মোডীৰ এই গেৰাণ্টেড বাহন চলি থাকিব।বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰীৰ
January 18th, 12:46 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিংযোগে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে। অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিকশিত ভাৰত সংকল্প যাত্ৰাৰ সহস্ৰাধিক হিতাধিকাৰীয়ে যোগদান কৰে। কাৰ্যসূচীত কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ, বিধায়ক আৰু স্থানীয় পৰ্য্যায়ৰ প্ৰতিনিধিয়েও যোগদান কৰে।Government at the center understands the pains and needs of the farmers: PM Modi
July 27th, 12:00 pm
PM Modi laid the foundation stone and dedicated to the nation, various development projects in Sikar, Rajasthan. Noting the importance of farmers of the Sikar and Shekhawati regions, the Prime Minister paid tribute to their hard work despite the hardships of the terrain. PM Modi said that the current government at the centre understands the pains and needs of the farmers. PM Modi then explained how, from seed to market (Beej se Bazaar tak) new systems have been created in the last 9 years.PM lays foundation stone and dedicates to nation various development projects in Sikar, Rajasthan
July 27th, 11:15 am
PM Modi laid the foundation stone and dedicated to the nation, various development projects in Sikar, Rajasthan. Noting the importance of farmers of the Sikar and Shekhawati regions, the Prime Minister paid tribute to their hard work despite the hardships of the terrain. PM Modi said that the current government at the centre understands the pains and needs of the farmers. PM Modi then explained how, from seed to market (Beej se Bazaar tak) new systems have been created in the last 9 years.১৭ তম ভাৰতীয় সমবায় কংগ্ৰেছৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
July 01st, 11:05 am
মোৰ কেবিনেট সহযোগী শ্ৰীযুত অমিত শ্বাহ, ৰাষ্ট্ৰীয় সমবায় সংঘৰ সভাপতি শ্ৰীযুত দিলীপ সংঘানি, ড° চন্দ্ৰপাল সিং যাদৱ, দেশৰ প্ৰতিটো কোণৰ পৰা অহা সমবায় সংঘৰ সকলো সদস্য, আমাৰ কৃষক ভাই-ভনী, অন্যান্য বিশিষ্ট ব্যক্তি, ভদ্ৰমহিলাসকল! সপ্তদশ ভাৰতীয় সমবায় সন্মিলনলৈ আপোনালোক সকলোকে মোৰ আন্তৰিক অভিনন্দন! এই সন্মিলনলৈ আপোনালোক সকলোকে আদৰণি জনাইছো আৰু অভিবাদন জনাইছো।নতুন দিল্লীত সপ্তদশ ভাৰতীয় সমবায় কংগ্ৰেছত প্ৰধানমন্ত্ৰীৰ ভাষণ
July 01st, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আন্তঃৰাষ্ট্ৰীয় সমবায় দিৱস উপলক্ষে নতুন দিল্লীৰ প্ৰগতি ময়দানত সপ্তদশ ভাৰতীয় সমবায় কংগ্ৰেছত ভাষণ আগবঢ়ায়। এই কংগ্ৰেছৰ বিষয়বস্তু হৈছে ‘অমৃতকাল: সমবায়ৰ জৰিয়তে সমৃদ্ধি এটা সজীৱ ভাৰতৰ বাবে’। শ্ৰী মোদীয়ে সমবায় বিপণনৰ বাবে ই-কমাৰ্চ ৱেবছাইটৰ ই-পৰ্টেল আৰু সমবায় সম্প্ৰসাৰণ আৰু পৰামৰ্শদাতা সেৱা পৰ্টেল মুকলি কৰে।I guarantee that the strictest possible action will be taken against the corrupt: PM Modi
June 27th, 12:04 pm
PM Modi flagged off five Vande Bharat Trains that will connect the six states of India including Madhya Pradesh, Goa, Karnataka, Jharkhand, Maharashtra and Bihar. After this, he addressed a public meeting on ‘Mera Booth Sabse Majboot’ in Bhopal. PM Modi acknowledged the role of the state of Madhya Pradesh in making the BJP the biggest political party in the world.PM Modi addresses Party Karyakartas during ‘Mera Booth Sabse Majboot’ in Bhopal, Madhya Pradesh
June 27th, 11:30 am
PM Modi flagged off five Vande Bharat Trains that will connect the six states of India including Madhya Pradesh, Goa, Karnataka, Jharkhand, Maharashtra and Bihar. After this, he addressed a public meeting on ‘Mera Booth Sabse Majboot’ in Bhopal. PM Modi acknowledged the role of the state of Madhya Pradesh in making the BJP the biggest political party in the world.BJP’s sankalpa is to make Karnataka the No.1 state in India: PM Modi in Kolar
April 30th, 12:00 pm
With Prime Minister Narendra Modi's public address in Kolar today, the campaign for the upcoming Karnataka Assembly elections has started to gather pace. Addressing the massive crowd, the PM said, “This election of Karnataka is not just to make MLA, Minister or CM for the coming 5 years. This election is to strengthen the foundation of the roadmap of a developed India in the coming 25 years.”PM Modi addresses three public rallies in poll bound Karnataka
April 30th, 11:40 am
With Prime Minister Narendra Modi's public addresses in Kolar, Channapatna and Belur today, the campaign for the upcoming Karnataka Assembly elections has started to gather pace. PM Modi sought blessings from the people of Karnataka for a full majority BJP government in the state.‘কিষাণ ঋণ পত্ৰ’ই কঠোৰ শ্ৰম কৰা আমাৰ খেতিয়কসকলৰ জীৱন সহজ কৰি তুলিছে
April 06th, 11:23 am
হাতৰাছৰ সাংসদ শ্ৰী ৰাজবীৰ দিলাৰে প্ৰকাশ কৰা এলানি ‘টুইট’-ত কৃষকসকলক ‘কিষাণ ঋণ পত্ৰ’ প্ৰদানে আগবঢ়োৱা সুবিধাৰ বিষয়ে উল্লেখ কৰিছিল।২৭ ফেব্ৰুৱাৰীত কৰ্ণাটক ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
February 25th, 01:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ ফেব্ৰুৱাৰী, ২০২৩ত কৰ্ণাটক ভ্ৰমণ কৰিব৷ পুৱা ১১.৪৫ বজাত তেওঁ খোজকাঢ়ি শিৱমোগ্গা বিমানবন্দৰ পৰিদৰ্শন কৰাৰ পাছত শিৱমোগ্গাত একাধিক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব৷ ইয়াৰ পাছত বিয়লি প্ৰায় ৩.১৫ বজাত প্ৰধানমন্ত্ৰীয়ে বেলাগাৱীত এলানি উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰাৰ লগতে পিএন কিষাণৰ ত্ৰয়োদশ কিস্তি মুকলি কৰিব৷People of Tripura removed 'red signal' & elected 'double engine government’: PM Modi in Agartala
February 13th, 04:20 pm
As the poll campaign in Tripura is reaching a crescendo, Prime Minister Narendra Modi addressed a huge public meeting today in Agartala. Addressing a huge rally, PM Modi hit out at Left party, accusing them of looting the state for years and forcing people to live in poverty. He said, “The leftist rule had pushed Tripura on the path of destruction. The people of Tripura cannot forget the condition that prevailed here.”PM Modi campaigns in Tripura’s Agartala
February 13th, 04:19 pm
As the poll campaign in Tripura is reaching a crescendo, Prime Minister Narendra Modi addressed a huge public meeting today in Agartala. Addressing a huge rally, PM Modi hit out at Left party, accusing them of looting the state for years and forcing people to live in poverty. He said, “The leftist rule had pushed Tripura on the path of destruction. The people of Tripura cannot forget the condition that prevailed here.”লোকসভাত ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা ভাষণৰ বাবে উথ্থাপিত ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা উত্তৰৰ পাঠ
February 08th, 04:00 pm
প্ৰথমতে, মই ৰাষ্ট্ৰপতি মহোদয়াক তেওঁৰ ভাষণৰ বাবে ধন্যবাদ জনাইছো, আৰু এয়া মোৰ সৌভাগ্য যে অতীতত ৰাষ্ট্ৰপতিৰ ভাষণৰ পিচত ৰাষ্ট্ৰপতিক কেইবাবাৰো ধন্যবাদ জনোৱাৰ সুযোগ মই পাইছো। কিন্তু এইবাৰ ধন্যবাদৰ লগতে মই ৰাষ্ট্ৰপতিক অভিনন্দনো জনাইছো। ৰাষ্ট্ৰপতিয়ে তেওঁৰ দূৰদৰ্শী ভাষণত আমাৰ সকলোকে, আৰু কোটি কোটি দেশবাসীক পথ প্ৰদৰ্শন কৰিছে। গণৰাজ্যৰ মুৰব্বী হিচাপে তেওঁৰ উপস্থিতিও ঐতিহাসিক আৰু দেশৰ কোটি কোটি ভগ্নী আৰু কন্যাৰ বাবে এক মহান অনুপ্ৰেৰণাৰো সুযোগ।লোকসভাত ৰাষ্ট্ৰপতিৰ অভিভাষণৰ ওপৰত ধন্যবাদসূচক মন্তব্য প্ৰধানমন্ত্ৰীৰ
February 08th, 03:50 pm
সংসদৰ উভয় সদনত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদসূচক এক বক্তব্য আজি লোকসভাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দাঙি ধৰে।কৰ্ণাটকৰ য়াদগীৰ জিলাৰ কোড়েকলত এলানি উন্নয়নী প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
January 19th, 12:11 pm
কৰ্ণাটকৰ ৰাজ্যপাল শ্ৰী থাৱাৰচান্দ গেহলটজী, মুখ্যমন্ত্ৰী শ্ৰী বাসবৰাজ বোম্মাইজী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী শ্ৰী ভগৱন্ত খুবাজী, কৰ্ণাটক চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়ক আৰু বৃহৎ সংখ্যাত আমাক আশীৰ্বাদ দিবলৈ সমবেত হোৱা মোৰ মৰমৰ ভাই-ভনীসকল!প্ৰধানমন্ত্ৰীয়ে কৰ্ণাটকৰ কোড়েকালত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীলৈ উৎসৰ্গা কৰে
January 19th, 12:10 pm
প্ৰধানমন্ত্ৰীয়ে আজি কৰ্ণাটকৰ ইয়াদগিৰৰ কোড়েকালত জলসিঞ্চন, খোৱা পানী আৰু ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু বিভিন্ন উন্নয়নমূলক প্ৰকল্প উৎসৰ্গা কৰে। প্ৰকল্পবোৰৰ ভিতৰত আছে জল জীৱন মিছনৰ অধীনত ইয়াদগিৰ মাল্টি-ভিলেজ খোৱা পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰা আৰু চুৰাটৰ ৬৫.৫ কিলোমিটাৰ শাখা (বদাদলৰ পৰা মাৰাদাগী এছ এণ্ডোলালৈ) চুৰাট - চেন্নাই এক্সপ্ৰেছৱে ৰাষ্ট্ৰীয় ঘাইপথ-১৫০চি, আৰু নাৰায়ণপুৰ বাওঁ বেংক খাল – সম্প্ৰসাৰণ নৱীকৰণ আৰু আধুনিকীকৰণ প্ৰকল্প (এনএলবিচি – ইআৰএম)ৰ উদ্বোধন।