৫ অক্টোবৰত মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

October 04th, 05:39 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ অক্টোবৰত মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। তেওঁ ৱাছিমলৈ যাত্ৰা কৰিব আৰু প্ৰায় ১১:১৫ বজাত পহাৰাদেৱীৰ জগদম্বা মাতা মন্দিৰ দৰ্শন কৰিব। ৱাছিমৰ সন্ত সেৱালাল মহাৰাজ আৰু সন্ত ৰামৰাও মহাৰাজৰ সমাধিস্থলত তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। ইয়াৰ পিছত প্ৰায় ১১:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে বঞ্জাৰা জনগোষ্ঠীৰ চহকী ঐতিহ্যক উদযাপন কৰি বঞ্জাৰা ঐতিহ্য সংগ্ৰহালয় উদ্বোধন কৰিব। দুপৰীয়া প্ৰায় ১২ বজাত তেওঁ প্ৰায় ২৩,৩০০ কোটি টকাৰ কৃষি আৰু পশুপালন খণ্ডৰ সৈতে জড়িত কেইবাটাও পদক্ষেপ আৰম্ভ কৰিব। বিয়লি প্ৰায় ৪ বজাত প্ৰধানমন্ত্ৰীয়ে থানেত ৩২,৮০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পিছত সন্ধিয়া প্ৰায় ৬ বজাত বিকেচি মেট্ৰ’ ষ্টেচনৰ পৰা বিকেচিৰ আআৰু মুম্বাইৰ আৰে জেভিএলআৰলৈ চলিবলগীয়া মেট্ৰ’ ৰে’লৰ ফ্লেগ অফ কৰিব। বিকেচি আৰু চাণ্টাক্ৰুজ ষ্টেচনৰ মাজত মেট্ৰ’ত যাত্ৰাও গ্ৰহণ কৰিব।

উত্তৰপ্ৰদেশৰ বাৰাণসীত কিষাণ সন্মান সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

June 18th, 05:32 pm

উত্তৰপ্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, মোৰ কেন্দ্ৰীয় কেবিনেট সতীৰ্থ শিৱৰাজ সিং চৌহান, ভগীৰথ চৌধাৰী জী, উত্তৰপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য, ব্ৰজেশ পাঠক, বিধান পৰিষদৰ সদস্য আৰু ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি শ্ৰী ভূপেন্দ্ৰ চৌধুৰী জী, ৰাজ্য চৰকাৰৰ অন্যান্য মন্ত্ৰীসকল, জনপ্ৰতিনিধি আৰু মোৰ কৃষক ভাই-ভনীসকল আৰু মোৰ কাশীৰ পৰিয়ালৰ সদস্যসকল,

প্ৰধানমন্ত্ৰীয়েউত্তৰ প্ৰদেশৰ বাৰাণসীত কিষাণ সন্মান সন্মিলন সম্বোধন কৰে

June 18th, 05:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত কিষাণ সন্মান সন্মিলনৰ কাৰ্য্যসূচী সম্বোধনেৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-KISAN)ৰ ১৭-সংখ্যক কিস্তি হিচাপে প্ৰত্যক্ষ লাভ হস্তান্তৰৰ জৰিয়তে প্ৰায় ৯.২৬ কোটি হিতাধিকাৰী কৃষকলৈ ২০,০০০ কোটিৰো অধিক টকা মুকলি কৰে। এই কাৰ্য্যসূচীতে তেখেতে আত্ম-সহায়ক গোটসমূহৰ (SHG) ৩০,০০০ ৰো অধিক মহিলাক কৃষি-সখী হিচাপে প্ৰমাণ-পত্ৰও প্ৰদান কৰে। এই অনুষ্ঠানত দেশৰ ভিন্ন প্ৰান্তৰ কৃষকসকলে প্ৰযুক্তিৰ মাধ্যমেৰেঅংশগ্ৰহণ কৰে।

১৮-১৯ জুনত প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশ আৰু বিহাৰ ভ্ৰমণ কৰিব

June 17th, 09:52 am

১৮ জুনৰ সন্ধিয়া প্ৰায় ৫ বজাত প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসীত ‘প্ৰধানমন্ত্ৰী কিষাণ সন্মান সন্মিলন’ত অংশগ্ৰহণ কৰিব। সন্ধিয়া প্ৰায় ৭ বজাত প্ৰধানমন্ত্ৰীয়ে ‘দশশ্বমেধ ঘাট’ত ‘গংগা আৰতি’ প্ৰত্যক্ষ কৰিব। তেওঁ নিশা প্ৰায় ৮ বজাত ‘কাশী বিশ্বনাথ মন্দিৰ’ত পূজা সম্পাদন কৰাৰ লগতে মন্দিৰ দৰ্শন কৰিব।

INDI alliance can divide the country but cannot take the country forward: PM Modi in Maharajganj, Bihar

May 21st, 11:20 am

Addressing his second public meeting in Maharajganj, Bihar, PM Modi reaffirmed his commitment to the people and outlined his vision for a developed Bihar and a prosperous India. PM Modi highlighted the increasing criticism from the opposition as June 4th approaches, and said “INDI alliance cannot tolerate that the people of this country are going to choose Modi again for the next five years.”

PM Modi addresses public meetings in Champaran & Maharajganj, Bihar

May 21st, 11:00 am

PM Modi addressed spirited public meetings in Champaran and Maharajganj, Bihar, emphasizing the transformative journey India has undertaken under his leadership and the urgent need to continue this momentum. PM Modi highlighted the significant achievements of his government while exposing the failures of the opposition, particularly the INDI alliance.

The people of Mewar’s intent for change in favour of the BJP are clearly visible in the whole of Rajasthan: PM Modi

November 21st, 12:30 pm

Ahead of the assembly election in poll-bound Rajasthan, PM Modi addressed grand public rallies in Baran, Kota and Karauli. He said, “The people of Mewar’s intent for change in favour of BJP are clearly visible in the whole of Rajasthan”.

PM Modi addresses Grand Public Rallies in poll-bound Rajasthan’s Baran, Kota and Karauli

November 21st, 12:00 pm

Ahead of the assembly election in poll-bound Rajasthan, PM Modi addressed grand public rallies in Baran, Kota and Karauli. He said, “The people of Mewar’s intent for change in favour of BJP are clearly visible in the whole of Rajasthan”.

The BJP’s manifesto is dedicated to strengthening every individual in MP: PM Modi

November 13th, 05:00 pm

In an electrifying public address in Barwani, Madhya Pradesh, Prime Minister Narendra Modi said that the manifesto released by the Madhya Pradesh BJP is set to take the state to new heights. He said, “The meticulously crafted manifesto charts a transformative course for Madhya Pradesh, focusing on self-reliance, youth and women empowerment, and holistic development for all communities.”

PM Modi addresses a public meeting in Madhya Pradesh’s Barwani

November 13th, 04:30 pm

In an electrifying public address in Barwani, Madhya Pradesh, Prime Minister Narendra Modi said that the manifesto released by the Madhya Pradesh BJP is set to take the state to new heights. He said, “The meticulously crafted manifesto charts a transformative course for Madhya Pradesh, focusing on self-reliance, youth and women empowerment, and holistic development for all communities.”

PM Modi addresses emphatic election rallies in Mungeli and Mahasamund, Chhattisgarh

November 13th, 11:20 am

Ahead of the Assembly Election, PM Modi addressed two massive public meetings in Mungeli and Mahasamund, Chhattisgarh. He said, “It is clear in the 1st phase of polling that Chhattisgarh is going to be Congress-free soon.” He added that he is thankful to the youth and the women of the state who voted in favor of the state’s development. PM Modi stated, “Victory for BJP in Chhattisgarh means rapid development, fulfilling dreams of youth, empowerment of women, and an end to rampant corruption.”

Congress & BRS have three things in common in their DNA, dynasty, corruption and appeasement: PM Modi

November 07th, 05:05 pm

Continuing his election campaigning spree, Prime Minister Narendra Modi spoke at a public rally in Hyderabad, Telangana, where he conveyed his heartfelt greetings to the people of the state. He acknowledged that the winds that bring change can be witnessed through such public gatherings in Telangana. Also, recognising a message that perse people from every corner of Telangana brought along, PM Modi said, “The trust of Telangana is now with the BJP.”

PM Narendra Modi addresses a public meeting in Hyderabad, Telangana

November 07th, 04:44 pm

Continuing his election campaigning spree, Prime Minister Narendra Modi spoke at a public rally in Hyderabad, Telangana, where he conveyed his heartfelt greetings to the people of the state. He acknowledged that the winds that bring change can be witnessed through such public gatherings in Telangana. Also, recognising a message that perse people from every corner of Telangana brought along, PM Modi said, “The trust of Telangana is now with the BJP.”

BJP government will extend the scheme of providing free ration to the poor people for the next 5 years: PM Modi

November 07th, 02:00 pm

Prior to the Madhya Pradesh assembly election, Prime Minister Narendra Modi today delivered a public address in Sidhi. The Prime Minister initiated his speech by affectionately referring to the people of Madhya Pradesh as God. He said, “Today, people are saying that in Modi stays in Madhya Pradesh’s heart, Madhya Pradesh stays in Modi’s heart.” Why Modi is in the hearts of people in Madhya Pradesh, why BJP is here, is no longer a mystery, he added.

PM Modi addresses a public meeting in Sidhi, Madhya Pradesh

November 07th, 01:15 pm

Prior to the Madhya Pradesh assembly election, Prime Minister Narendra Modi today delivered a public address in Sidhi. The Prime Minister initiated his speech by affectionately referring to the people of Madhya Pradesh as God. He said, “Today, people are saying that in Modi stays in Madhya Pradesh’s heart, Madhya Pradesh stays in Modi’s heart.” Why Modi is in the hearts of people in Madhya Pradesh, why BJP is here, is no longer a mystery, he added.

উত্তৰাখণ্ডৰ পিথোৰাগড়ত একাধিক প্ৰকল্পৰ উদ্বোধনী আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ

October 12th, 10:16 pm

উত্তৰাখণ্ডৰ জনপ্ৰিয়, যুৱ মুখ্যমন্ত্ৰী ভাই পুষ্কৰ সিং ধামী জী, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অজয় ​​ভট জী, প্ৰাক্তন মুখ্যমন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংক জী, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি মহেন্দ্ৰ ভট জী, উত্তৰাখণ্ড চৰকাৰৰ মন্ত্ৰী, সকলো সাংসদ, বিধায়ক, অন্যান্য বিশিষ্ট ব্যক্তি আৰু এই পবিত্ৰ ভূমিৰ মৰমৰ পৰিয়ালৰ সদস্যসকল, আপোনালোক সকলোকে শুভেচ্ছা জনাইছো। আজি উত্তৰাখণ্ডে অনবদ্য কাম কৰিলে। হয়তো আগতে এনে দৃশ্য চোৱাৰ সৌভাগ্য কোনেও পোৱা নাই। আজি পুৱাৰে পৰা উত্তৰাখণ্ডত য'তেই যাওঁ, আচৰিত মৰম, অপৰিসীম আশীৰ্বাদ লাভ কৰিছো; প্ৰেমৰ গংগা যেন বৈ গৈছে।

প্ৰধানমন্ত্ৰীয়ে উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাত প্ৰায় ৪২০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশৰ প্ৰতি উৎসৰ্গিত কৰে

October 12th, 03:04 pm

সমবেত জনতাক সম্বোধি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভ্ৰমণৰ সময়ত উত্তৰাখণ্ডৰ জনসাধাৰণৰ অভূতপূৰ্ব মৰম, স্নেহ আৰু আশীৰ্বাদৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি কয়, এয়া যেন স্নেহৰ গংগা বৈ আছিল। শ্ৰী মোদীয়ে আধ্যাত্মিকতা আৰু বীৰত্বৰ ভূমিত বিশেষকৈ সাহসী মাতৃসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ জোৰ দি কয় যে বৈদ্যনাথ ধামত জয় বদ্ৰী বিশাল ঘোষণাই গড়োৱাল ৰাইফলছৰ জোৱানসকলৰ উৎসাহ আৰু উদ্দীপনা বৃদ্ধি কৰে আৰু গংগোলিহাটৰ কালি মন্দিৰত ঘণ্টাৰ শব্দই কুমাওঁ ৰেজিমেণ্টৰ জোৱানসকলৰ মাজত নতুন সাহসৰ সৃষ্টি কৰে। মানসখণ্ডত প্ৰধানমন্ত্ৰীয়ে এই ভূমিৰ ভৱিষ্যৎ আৰু ঐতিহ্য প্ৰতিফলিত কৰা বৈদ্যনাথ, নন্দাদেৱী, পূৰ্ণাগিৰি, কাছাৰদেৱী, কৈঞ্চিধাম, কাটাৰমল, নানকমত্তা, ৰীঠা চাহিব আদি বহুতো মন্দিৰৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, যেতিয়াই উত্তৰাখণ্ডত আপোনালোকৰ মাজত থাকোঁ তেতিয়াই মই নিজকে সদায় ধন্য বুলি গণ্য কৰোঁ।

মধ্যপ্ৰদেশৰ জবলপুৰত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

October 05th, 03:31 pm

মা নৰ্মদাৰ এই পুন্যভূমিক প্ৰণাম জনাই, শ্ৰদ্ধাপূৰ্বক প্ৰণিপাত জনাই, মই আজি জবলপুৰৰ এক নতুন ৰূপ দেখিবলৈ পাইছো। মই দেখিছো জবলপুৰত উৎসাহ আছে, মহাকৌশলত মংগল আছে, উদ্দীপনা আছে।

প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশৰ জবলপুৰত ১২,৬০০ কোটি টকাৰ অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন কৰে আৰু ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰে

October 05th, 03:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ জবলপুৰত ১২,৬০০ কোটি টকাৰ অধিক মূল্যৰ পথ, ৰে'ল, গেছ পাইপলাইন, গৃহ আৰু বিশুদ্ধ খোৱা পানীৰ দৰে উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে। শ্ৰী মোদীয়ে ৰাণী দুৰ্গাৱতীৰ ৫০০ তম জন্ম শতবাৰ্ষিকী উদযাপনৰ সৈতে সংগতি ৰাখি জবলপুৰত 'বীৰাংগনা ৰাণী দুৰ্গাৱতী স্মাৰক আৰু উদ্যান'ৰ 'ভূমি পূজা' সম্পন্ন কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে ইন্দোৰত লাইট হাউচ প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা ১০০০ তকৈও অধিক গৃহ উদ্বোধন, মাণ্ডলা, জবলপুৰ আৰু দিনদোৰী জিলাত একাধিক জল জীৱন মিছন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু চিঅ’নি জিলাত জল জীৱন মিছন প্ৰকল্পৰ উৎসৰ্গা, মধ্য প্ৰদেশত পথ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে ৪৮০০ কোটি টকাৰ অধিক মূল্যৰ একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উৎসৰ্গা কৰা। ১৮৫০ কোটি টকাৰ অধিক মূল্যৰ ৰে'ল প্ৰকল্প, বিজয়পুৰ-ঔৰেয়া-ফুলপুৰ পাইপলাইন প্ৰকল্প আৰু জবলপুৰত এটা নতুন বটলিং প্ৰকল্প উৎসৰ্গা কৰা, আৰু মুম্বাই নাগপুৰ ঝাৰচুগুড়া পাইপলাইন প্ৰকল্পৰ নাগপুৰ জবলপুৰ শাখাৰ (৩১৭ কিলোমিটাৰ) আধাৰশিলা স্থাপন কৰা।

Congress loves its vote bank more than interest of people: PM Modi in Jodhpur

October 05th, 12:21 pm

Prime Minister Narendra Modi addressed a public meeting at Jodhpur in Rajasthan today. The PM began his address by saying that he had already prepared a special gift from Delhi. He said, “Only yesterday the BJP government has decided that now the beneficiary sisters of Ujjwala will get gas cylinders from the central government for only Rs 600. Before Dussehra and Diwali, Ujjwala cylinder has been made cheaper by Rs 100 more.”