চিত্তৰঞ্জন ৰাষ্ট্ৰীয় কৰ্কট প্ৰতিষ্ঠান (CNCI) ৰ দ্বিতীয়টো চৌহদৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

January 07th, 01:01 pm

নমস্কাৰ, পশ্চিম বংগৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰীমতী মমতা জী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহকৰ্মী মনসুখ মাণ্ডাভিয়া জী, সুভাষ সৰকাৰ জী, শান্তনু ঠাকুৰ জী, জন বাৰলা জী, নিশীথ প্রামাণিক জী, বিৰোধী দলৰ নেতা সুভেন্দু অধিকাৰী জী, চিএনচিআই, কলকাতাৰ পৰিচালনা কমিটিৰ সদস্যসকল, স্বাস্থ্য খণ্ডৰ সকলো কঠোৰ পৰিশ্ৰমী সহকৰ্মী, আন-আন গণ্যমান্য লোক আৰু ভদ্ৰলোকসকল!

কলকাতাত চিত্তৰঞ্জন ৰাষ্ট্ৰীয় কৰ্কট প্ৰতিষ্ঠানৰ দ্বিতীয় চৌহদৰ উদ্বোধন কৰিলে প্রধানমন্ত্রীয়ে

January 07th, 01:00 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিংযোগে কলকাতাত চিত্তৰঞ্জন ৰাষ্ট্ৰীয় কৰ্কট প্ৰতিষ্ঠানৰ দ্বিতীয়টো চৌহদ উদ্বোধন কৰে৷ এই উপলক্ষে পশ্চিমবংগৰ মুখ্যমন্ত্রী শ্রীমতী মমতা বেনার্জী, কেন্দ্রীয় মন্ত্রী ডাঃ মনসুখ মান্দভিয়া, ডাঃ সুভাষ চৰকাৰ, শ্রী শান্তনু ঠাকুৰ, শ্রী জন বার্লা আৰু শ্রী নিশিথ প্রামাণিক অনুষ্ঠানত উপস্থিত থাকে৷

প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ সফল ৬ষ্ঠ বৰ্ষ পূৰ্তিত প্ৰধানমন্ত্ৰীৰ সন্তোষ প্ৰকাশ

August 28th, 11:09 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন ধন যোজনাৰ সফল ৬ষ্ঠ তম বৰ্ষপূৰ্তিত সন্তোষ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী জন ধন যোজনাক সফল কাম কৰি তোলাৰ ক্ষেত্ৰত যিসকল লোকে দিনে নিশাই অবিৰাম কষ্ট কৰিছে তেওঁলোককো শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰীয়ে।

আয়ুষ্মান ভাৰতে ৰক্ষা কৰিলে চট্টিশগড়ৰ ২১ বছৰীয়া যুৱকৰ জীৱন

October 01st, 09:45 pm

চট্টিশগড়ৰ ২১ বছৰীয়া যুৱক সঞ্জয় বাৰগেম বিগত ১৪ ফেব্ৰুৱাৰী ২০১৯ তাৰিখে বুকুৰ বিষ, দ্ৰুত হৃদস্পন্দন, কাঁহ আৰু চুটি চুটি শ্বাস-প্ৰশ্বাসৰ সমস্যা লৈ চিকিৎসালয়ত ভৰ্তি হৈছিল।

Ayushman Bharat is a holistic solution for a healthy India: PM Modi

October 01st, 04:00 pm

Prime Minister Modi addressed the Arogya Manthan programme to mark one year of Ayushman Bharat Yojana. The Prime Minister said Ayushman Bharat is one of the revolutionary steps of New India. He termed it as a symbol of collective resolve and strength of 130 crore people in India.

আয়ুষ্মান ভাৰতৰ প্ৰথমবৰ্ষপূৰ্তি উপলক্ষে আয়োজিত আৰোগ্য মন্থন সমাৰোহত প্ৰধানমন্ত্ৰীৰ ভাষণ

October 01st, 03:58 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ‘আয়ুষ্মান ভাৰত’ৰ বাবে এটা নতুন ‘মোবাইল এপ্লিকেশ্যন’ৰ শুভাৰম্ভ কৰে। দেশৰ ১০.৭০ কোটি দৰিদ্ৰ পৰিয়ালক চিকিত্সা সেৱা আগবঢ়াই আৰোগ্য জীৱন প্ৰদান কৰিব পৰাকৈ আৰম্ভ কৰা ‘আয়ুষ্মান ভাৰত’ শীৰ্ষক স্বাস্থ্য বীমা আঁচনিখনৰ বাবে এই এপটো বাৰুকৈয়ে উপযোগী হ’ব বুলি আশা কৰা হৈছে। ‘আয়ুষ্মান ভাৰত’ৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে নতুন দিল্লীত আয়োজিত ‘আৰোগ্য মন্থন’ সমাৰোহত প্ৰধানমন্ত্ৰীয়ে নতুন এপটো মুকলি কৰে। উল্লেখ্য যে বিশাল সংখ্যক লোকক চিকিত্সা ব্যয়ৰ পৰা সকাহ দান কৰিব পৰা ‘আয়ুষ্মান ভাৰত’ ইতিমধ্যে পৃথিৱীৰ ভিতৰতে বৃহত্তম স্বাস্থ্য বীমা আঁচনি বুলি পৰিগণিত হৈছে। ‘আয়ুষ্মান ভাৰত’ৰ বৰ্ষপূৰ্তিৰ সামৰণি সমাৰোহ হিচাপে আয়োজিত ‘আৰোগ্য মন্থন’ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডীয়ে সভাপতিত্ব কৰিছিল। অনুষ্ঠানত তেওঁ দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা ‘আয়ুষ্মান ভাৰত প্ৰধান মন্ত্ৰী জন আৰোগ্য যোজনা’ৰ কেইগৰাকীমান নিৰ্বাচিত হিতাধিকাৰীৰ সৈতেও কথা-বতৰা পাতে।