Our government is working with ‘DevINE’ intentions: PM Modi in Meghalaya
December 18th, 04:22 pm
The Prime Minister, Shri Narendra Modi laid the foundation stone, and inaugurated and dedicated to the nation multiple projects worth over Rs. 2450 crores in Shillong, Meghalaya today. Earlier in the day, the Prime Minister attended the meeting of the North Eastern Council at the State Convention Centre in Shillong and participated in its golden jubilee celebrations.প্ৰধানমন্ত্ৰীয়ে মেঘালয়ৰ শ্বিলঙত ২৪৫০ কোটি টকাৰ অধিক মূল্যৰ একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে, উদ্বোধন কৰে আৰু দেশবাসীলৈ উৎসৰ্গা কৰে
December 18th, 11:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেঘালয়ৰ শ্বিলঙত ২৪৫০ কোটি টকাৰো অধিক মূল্যৰ একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীলৈ উৎসৰ্গা কৰে। দিনটোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে শ্বিলঙৰ ৰাজ্যিক সন্মিলন কেন্দ্ৰত উত্তৰ-পূব পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰে আৰু ইয়াৰ সোণালী জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰে।Our government is making unprecedented investments on health infrastructure: PM Modi
April 28th, 02:30 pm
PM Modi inaugurated seven cancer hospitals in Assam. The project has been executed by Assam Cancer Care Foundation, a joint venture of Government of Assam and Tata Trusts. The hospitals will augment healthcare capacities in the region. PM Modi said, There was a time, even one hospital getting opened up in seven years was a thing to celebrate. Times have changed now. I've been told three more cancer hospitals will be ready for your service in few months.প্ৰধানমন্ত্ৰীয়ে সাতখন কৰ্কট ৰোগ চিকিৎসালয় দেশবাসীলৈ উৎসৰ্গা কৰে আৰু সমগ্ৰ অসমত সাতখন নতুন কৰ্কট চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে
April 28th, 02:29 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডিব্ৰুগড়ত অনুষ্ঠিত এক অনুষ্ঠানত অসমত সাঁতখন কৰ্কট ৰোগৰ চিকিৎসালয় দেশবাসীলৈ বুলি উৎসৰ্গা কৰে। এই কৰ্কট ৰোগৰ চিকিৎসালয়সমূহ ডিব্ৰুগড়, কোকৰাঝাৰ, বৰপেটা, দৰং, তেজপুৰ, লখিমপুৰ আৰু যোৰহাটত নিৰ্মাণ কৰা হৈছে। নতুন চিকিৎসালয়খনৰ চৌহদ পৰিদৰ্শন কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিনটোৰ আৰম্ভণিতে ডিব্ৰুগড় চিকিৎসালয়খন ৰাষ্ট্ৰবাসীলৈ উৎসৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰকল্পটোৰ দ্বিতীয় পৰ্যায়ৰ অধীনত নিৰ্মাণ হ'ব লগীয়া ধুবুৰী, নলবাৰী, গোৱালপাৰা, নগাঁও, গুৱাহাটী, তিনিচুকীয়া আৰু গোলাঘাটত সাতখন নতুন কৰ্কট চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত উপস্থিত আছিল অসমৰ ৰাজ্যপাল শ্ৰী জগদীশ মুখী, অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল, শ্ৰী ৰামেশ্বৰ তেলী, প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা ৰাজ্যসভাৰ সদস্য শ্ৰী ৰঞ্জন গগৈ আৰু বিশিষ্ট উদ্যোগপতি শ্ৰী ৰতন টাটা ৷