PM chairs meeting of Board of Trustees of PM CARES Fund
September 21st, 11:39 am
Prime Minister Modi chaired a meeting of the Board of Trustees of the PM CARES Fund. Trustees appreciated the role played by the fund at a crucial time for the country. The PM appreciated the people of the country for contributing wholeheartedly to PM CARES Fund.ছিমলাত গৰিব কল্যান সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 31st, 11:01 am
হিমাচল প্ৰদেশৰ ৰাজ্যপাল শ্ৰীযুত ৰাজেন্দ্ৰ জী, ৰাজ্যখনৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী, মোৰ বন্ধু শ্ৰীযুত জয় ৰাম ঠাকুৰ জী, ৰাজ্যিক বিজেপিৰ সভাপতি, মোৰ পুৰণি সহকৰ্মী শ্ৰীযুত সুৰেশ জী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থসকল, সাংসদ, বিধায়ক, হিমাচলৰ সকলো জনপ্ৰতিনিধি৷ আজিও মোৰ জীৱনৰ এটা বিশেষ দিন আৰু সেই বিশেষ দিনটোত যদি মই এই দেৱভূমিক প্ৰণাম কৰাৰ সুযোগ পাওঁ তেন্তে ইয়াতকৈ ভাল জীৱন কি হ’ব পাৰে। ইমান বিশাল হাৰত মোক আশীৰ্বাদ দিবলৈ অহাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।PM addresses ‘Garib Kalyan Sammelan’ in Shimla
May 31st, 11:00 am
Prime Minister Narendra Modi addressed ‘Garib Kalyan Sammelan’ in Shimla, Himachal Pradesh. The Prime Minister said that the welfare schemes, good governance, and welfare of the poor (Seva Sushasan aur Gareeb Kalyan) have changed the meaning of government for the people. Now the government is working for the people, he added.Maa Bharati is with all of you: PM Modi at launch of PM-CARES for Children Scheme
May 30th, 10:31 am
Releasing the benefits under PM-CARES for Children Scheme, PM Modi said, It is a small effort to reduce the difficulties of such corona affected children who lost both their parents. PM-CARES for children is also a reflection of the fact that every countryman is with you with the utmost sensitivity.”PM releases benefits under PM CARES for Children Scheme
May 30th, 10:30 am
Releasing the benefits under PM-CARES for Children Scheme, PM Modi said, It is a small effort to reduce the difficulties of such corona affected children who lost both their parents. PM-CARES for children is also a reflection of the fact that every countryman is with you with the utmost sensitivity.”PM to release benefits under PM CARES for Children Scheme on 30 May
May 29th, 12:35 pm
Prime Minister Shri Narendra Modi will release benefits under the PM CARES for Children Scheme on 30 May 2022 at 10:30 AM via video conferencing. Prime Minister will transfer scholarships to school going children. A passbook of PM CARES for Children, and health card under Ayushman Bharat – Pradhan Mantri Jan Arogya Yojana will be handed over to the children during the programme.গুজৰাটৰ দিওদাৰৰ বানাস ডেইৰীত উন্নয়নমূলক পদক্ষেপৰ শুভাৰম্ভৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 19th, 11:02 am
আপোনালোক সকলো আনন্দত আছে। এতিয়া আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছো কিয়নো আৰম্ভণিতে মই অলপ হিন্দীত ক'ব লাগিব। কিয়নো এইটো সংবাদ মাধ্যমৰ বন্ধুবৰ্গৰ পৰা অনুৰোধ আহিছে যে আপুনি হিন্দীত কথা ক'লে ভাল হ'ব, সেয়েহে মই ভাবিলো যে সকলোবোৰ নহ’লেও তেওঁলোকৰ কথাটো মানি লোৱা উচিত।বনাচকান্থাৰ দিয়োদাৰস্থিত বনাচ ডেইৰী সংকুলত একাধিক উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
April 19th, 11:01 am
PM Modi dedicated to the nation a new dairy complex and potato processing plant at Diyodar, Banaskantha district. These plants will empower the local farmers and give a boost to the rural economy in the region. He also noted how along with Banas Dairy complex, cheese and whey plant, Banas Dairy has proved that other resources like potato can also be used to increase the income of local farmers.Facilities India prepared in short timespan to fight Covid pandemic, shows capability of our country: PM
October 07th, 11:59 am
PM Modi, dedicated 35 PSA Oxygen Plants established under PM CARES, across 35 States and Union Territories, in an event held at AIIMS Rishikesh. The PM remarked, It is a matter of pride for every Indian that 93 crore doses of corona vaccine have been administered. Very soon India will cross the 100 crore mark.PM dedicates to the nation PSA Oxygen Plants established under PM CARES
October 07th, 11:58 am
PM Modi, dedicated 35 PSA Oxygen Plants established under PM CARES, across 35 States and Union Territories, in an event held at AIIMS Rishikesh. The PM remarked, It is a matter of pride for every Indian that 93 crore doses of corona vaccine have been administered. Very soon India will cross the 100 crore mark.প্রধানমন্ত্রীয়ে ৭ অক্টোবৰত পিএম কেয়াৰ্ছ তহবিলত নির্মিত অক্সিজেন প্লাণ্ট জাতিৰ উদ্দেশ্যে উৎসর্গ কৰিব
October 06th, 02:54 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কাইলৈ পিএম কেয়াৰ্ছ তহবিলৰ পৰা নির্মিত ৩৫টা প্রেছাৰ ছুইং এডছর্পশন (পিএসএ) অক্সিজেন প্লাণ্ট জাতিৰ উদ্দেশ্যে উৎসর্গ কৰিব। দেশৰ ৩৫খন জিলা আৰু কেন্দ্রশাসিত অঞ্চলত এইবিলাক বহুওৱা হৈছে। কাইলৈ, ৭ অক্টোবৰত পুৱা ১১ টাযত উত্তৰাখণ্ডৰ অল ইণ্ডিয়া ইনস্টিটিউট অফ মেডিকেল ছাইন্সেস, ঋষিকেশৰ পৰা ইয়াৰ উদ্বোধন হ'ব। প্রধানমন্ত্রীয়ে এই উপলক্ষে ভাষণ দিব। ইয়াৰ মাধ্যমত দেশৰ প্রতিখন জিলাযত পিএছএ অক্সিজেন প্লাণ্ট স্থাপন অনুমোদিত হৈছে।শিশুৰ অৰ্থে পিএম কেয়াৰ্ছ আঁচনি
August 02nd, 05:02 pm
২০২০ ৰ ১১ মাৰ্চৰপৰা পৰৱৰ্তী সময়ছোৱাত ক’ভিড-১৯ মহামাৰীৰ বাবে পিতৃ-মাতৃ উভয়কে বা আইনগত অভিভাৱক বা পালন কৰা পিতৃ-মাতৃ বা পিতৃ-মাতৃক হেৰুৱাবলগীয়া হোৱা শিশুহঁতক সহায়ৰ অৰ্থে ২০২১ ৰ ২৯ মে’ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শিশুৰ অৰ্থে পিএম কেয়াৰ্ছ আঁচনিৰ শুভাৰম্ভ কৰিছিল। এই আঁচনিখনৰ উদ্দেশ্য হৈছে নিৰন্তৰভাৱে শিশুসকলৰ সৰ্বাংগীন যত্ন আৰু সুৰক্ষা নিশ্চিতকৰণ আৰু স্বাস্থ্য বীমাৰ জৰিয়তে তেওঁলোকৰ কল্যাণ সমৰ্থন, শিক্ষাৰ জৰিয়তে তেওঁলোকক সবলীকৰণ আৰু ২৩ বছৰ বয়সত ভৰি দিয়াৰ লগে-লগে আৰ্থিক সহায়তাসহ স্বয়ংসম্পূৰ্ণ জীৱনৰ অৰ্থে তেওঁলোকক সমৃদ্ধ কৰি তোলা।দেশ জুৰি অক্সিজেনৰ যোগান বৃদ্ধিৰ বাবে কৰা কৰ্মব্যৱস্থা সন্দৰ্ভত অনুষ্ঠিত পৰ্যালোচনা সভাত সভাপতিত্ব কৰিলে প্ৰধানমন্ত্ৰীয়ে
July 09th, 01:10 pm
দেশত অক্সিজেনৰ পৰ্যাপ্ততা তথা ইয়াৰ যোগন বৃদ্ধিৰ বাবে গ্ৰহণ কৰা বিশেষ আয়োজনৰ আজি সমীক্ষা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।পিএম কেয়াৰ্ছৰ জৰিয়তে পশ্চিম বংগৰ মুৰ্শিদাবাদ আৰু কল্যাণীত দুখন ২৫০ খন বিচনাযুক্ত অস্থায়ী কোভিড চিকিৎসালয় গঢ়ি তোলা হ’ব
June 16th, 02:24 pm
প্ৰধানমন্ত্ৰীৰ নাগৰিক সহায় আৰু জৰুৰীকালীন পৰিস্থিতিত সাহায্য (পিএম কেয়াৰ্ছ) ফাণ্ড ন্যাসে পশ্চিম বংগৰ মুৰ্শিদাবাদ আৰু কল্যাণীত ডিআৰডিঅ’ৰ দ্বাৰা দুখন ২৫০ খন বিচনাযুক্ত অস্থায়ী কোভিড চিকিৎসালয় স্থাপনৰ বাবে ৪১.৬২ কোটি টকা আৱণ্টন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বাবে, ৰাজ্য চৰকাৰ আৰু ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়েও কিছু আন্তঃগাঁথনিমূলক সহায় আগবঢ়াব।Government announces further measures to help families who lost the earning member due to Covid
May 29th, 08:06 pm
In addition to the measures announced under PM CARES for Children- Empowerment of Covid affected children, Government of India has announced further measures to help families who have lost the earning member due to Covid. They will provide pension to families of those who died due to Covid and an enhanced & liberalised insurance compensation.ক’ভিড প্রভাৱিত শিশুসকলক সাহায্য আৰু সবলীকৰণৰ লক্ষ্যৰে পিএম কেয়াৰ্ছ ফৰ চিল্ড্রেন আঁচনিৰ শুভাৰম্ভ
May 29th, 06:03 pm
Prime Minister Modi chaired an important meeting to discuss and deliberate on steps which can be taken to support children who have lost their parents due to COVID-19. All children who have lost both parents or surviving parent or legal guardian/adoptive parents due to COVID-19 will be supported under ‘PM-CARES for Children’ scheme.পিএম কেয়াৰ্ছৰ জৰিয়তে অক্সিকেয়াৰ ব্যৱস্থাৰ ১.৫ লাখ ইউনিট ক্ৰয় কৰা হ’ব
May 12th, 06:24 pm
পিএম-কেয়াৰ্ছ ফাণ্ডৰ পৰা ১,৫০,০০০ইউনিট অক্সিকেয়াৰ প্ৰণালী ক্ৰয়ৰ বাবে ৩২২.৫ কোটি টকা অনুমোদন জনোৱা হৈছে। এইটো ডিআৰডিঅ’ৰ দ্বাৰা বিকশিত এক বিস্তৃত প্ৰণালী। অক্সিকেয়াৰ হৈছে SpO2-ভিত্তিক অক্সিজেন সৰবৰাহ ব্যৱস্থাপনা। ৰোগীৰ শৰীৰত SpO2ৰ মাত্ৰা নিৰ্ধাৰণ কৰি এই ব্যৱস্থাপনাৰ জৰিয়তে অক্সিজেন সৰবৰাহ কৰা হয়।চিকিৎসাৰ বাবে গেছীয় অক্সিজেনৰ ব্যৱহাৰৰ সন্দৰ্ভত প্রধানমন্ত্রীৰ পর্যালোচনা
May 02nd, 02:18 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি চিকিৎসাৰ কামত গেছীয় অক্সিজেনৰ ব্যৱহাৰৰ ওপৰত এক পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে৷ দেশত অক্সিজেনৰ সৰবৰাহ আৰু পৰ্যাপ্ততা বৃদ্ধিত বিভিন্ন বিষয় উদ্ভাৱন কৰাৰ ওপৰত প্রধানমন্ত্রী ইয়াৰ পূৰ্বে পৰামর্শ দিছিল৷ তীখা কাৰখানা, পেট্র’-ৰাসায়নিক শোধনাগাৰ, যিবোৰ উদ্যোগ প্ৰতিষ্ঠানত বিপুল পৰিমাণে দাহ্য পদার্থ হিচাপে ব্যৱহাৰ কৰা হয়, বিদ্যুৎ উৎপাদন কেন্দ্র ইত্যাদিৰ দৰে বিভিন্ন উদ্যোগত অক্সিজেন প্লাণ্ট আছে। এইবোৰ প্ৰতিষ্ঠানত গেছীয় অক্সিজেন উৎপাদন কৰা হয় আৰু সেইবোৰ কাৰখানাৰ কামত ব্যৱহাৰ হয়। এই অক্সিজেন চিকিৎসাৰ কামতো ব্যৱহাৰ কৰবি পৰা যায়৷পিএম কেয়াৰ্ছ ফাণ্ডৰ পৰা ১ লাখ পোৰ্টেবল অক্সিজেন কনচেণ্ট্ৰেটাৰ ক্ৰয় কৰিব লাগি
April 28th, 05:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পিএম কেয়াৰ্ছ ফাণ্ডৰ পৰা ১ লাখ পোৰ্টেবল অক্সিজেন কনচেণ্ট্ৰেটাৰ ক্ৰয়ৰ বাবে অনুমোদন জনাইছে।পিএম কেয়াৰ্ছৰ জৰিয়তে সমগ্ৰ দেশখনৰ জন স্বাস্থ্য ব্যৱস্থাসমূহত ৫৫১ পিএছএ অক্সিজেন জেনেৰেশ্যন প্লান্ট স্থাপন কৰা হ’
April 25th, 12:27 pm
চিকিৎসালয়সমূহত অক্সিজেনৰ উপলব্ধতা বৃদ্ধিৰ অৰ্থে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনাৰ সৈতে সংগতি ৰাখি, পিএম কেয়াৰ্ছ ফাণ্ডে দেশখনৰ জন স্বাস্থ্য ব্যৱস্থাসমূহৰ চৌহদত ৫৫১ সমৰ্পিত প্ৰেছাৰ চুইং এডচৰ্পশ্যন (PSA) মেডিকেল অক্সিজেন জেনেৰেশ্যন প্লান্ট স্থাপনৰ অৰ্থে পুঁজি আবন্টনৰ বাবে নীতিগত অনুমোদন জনালে। প্ৰধানমন্ত্ৰীয়ে এই প্লান্টসমূহ যিমান সম্ভৱ সিমান সোনকালে কাৰ্যকৰী কৰি তুলিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে। তেখেতে কয় যে এই প্লান্টসমূহে জিলা পৰ্যায়ত অক্সিজেনৰ উপলব্ধতা বৃদ্ধিৰ অৰ্থে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।