কেবিনেটে ২০২৪-২৫ চনৰ পৰা ২০৩০-৩১ চনলৈকে ৰাষ্ট্ৰীয় খাদ্য তেল অভিযান– তৈলবীজৰ (এনএমইঅ’-তৈলবীজ)ত অনুমোদন জনায়

October 03rd, 09:06 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰীসভাই ৰাষ্ট্ৰীয় খাদ্য তেল – তৈলবীজ (NMEO-Oilseeds)ক অনুমোদন জনাইছে, যি ঘৰুৱা তৈলবীজ উৎপাদনক প্ৰসাৰিত কৰিব আৰু খাদ্য তেলত আত্মনিৰ্ভৰশীলতা (আত্মনিৰ্ভৰ ভাৰত) অৰ্জন কৰাৰ লক্ষ্যৰে এক ঐতিহাসিক পদক্ষেপ। এই অভিযান ১০,১০৩ কোটি টকাৰ আৰ্থিক ব্যয়ৰে ২০২৪-২৫ চনৰ পৰা ২০৩০-৩১ চনলৈ সাত বছৰৰ ভিতৰত কাৰ্যকৰী কৰা হ’ব।

Cabinet approves continuation of schemes of Pradhan Mantri Annadata Aay SanraksHan Abhiyan (PM-AASHA)

September 18th, 03:16 pm

The Union Cabinet chaired by PM Modi has approved the continuation of schemes of Pradhan Mantri Annadata Aay SanraksHan Abhiyan (PM-AASHA) to provide remunerative prices to farmers and to control price volatility of essential commodities for consumers. The total financial outgo will be Rs. 35,000 crore during 15th Finance Commission Cycle upto 2025-26.

জাপানৰ টকিঅ’ত ভাৰতীয় সমূদায়ক উদ্দেশ্যি আগবঢ়োৱা প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

May 23rd, 08:19 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ২৩ মে'ত জাপানত প্ৰবাসী ভাৰতীয়সকলৰ ৭০০ৰো অধিক সদস্যৰ সৈতে মত বিনিময় কৰে।

জাপানত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰীৰ

May 23rd, 04:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ২৩ মে'ত জাপানত প্ৰবাসী ভাৰতীয়সকলৰ ৭০০ৰো অধিক সদস্যৰ সৈতে মত বিনিময় কৰে।

আশা কৰ্মীসকলে বিশ্ব স্বাস্থ্য সংস্থাৰ মহা নিৰ্দেশকৰ ‘গ্লবেল হেল্থ লিডাৰ্ছ’ বঁটা লাভ কৰাত আনন্দ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

May 23rd, 10:30 am

বিশ্ব স্বাস্থ্য সংস্থাৰ মহানিৰ্দেশকৰ গ্লবেল হেল্থ লিডাৰ্ছ বঁটা লাভ কৰা আশা কৰ্মীসকলৰ সমগ্ৰ দলটোৰ বাবে আনন্দ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে কয় যে আশা কৰ্মীসকলে আগশাৰীত থাকি এক সুস্থ ভাৰত গঢ়ি তোলাৰ লক্ষ্যত আগুৱাই গৈছে। তেওঁলোকৰ নিষ্ঠা আৰু সংকল্প প্ৰশংসনীয়।

PM’s remarks at review meeting with districts having low vaccination coverage

November 03rd, 01:49 pm

ইটালী আৰু গ্লাছগ’ৰ ভ্ৰমণ সামৰি দেশলৈ উভতি অহাৰ পিচতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কম হাৰত টীকাকৰণ হোৱা দেশৰ জিলাসমূহৰে এক পৰ্যলোচনা সভাত মিলিত হয়। এই সভাত ক’ভিড-ৰ প্ৰথম পালি প্ৰতিষেধকৰ ক্ষেত্ৰত ৫০%তকৈ কম আৰু দ্বিতীয় পালি প্ৰতিষেধকৰ ক্ষেত্ৰত কম হাৰত টীকাকৰণ সম্পন্ন হোৱা জিলাসমূহক অন্তৰ্ভুক্ত কৰা হৈছে। সভাত প্ৰধানমন্ত্ৰীয়ে কম হাৰত টীকাৰকৰণ হোৱা ঝাৰখণ্ড, মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মহাৰাষ্ট্ৰ, মেঘালয় আৰু অন্যান্য ৪০খনৰো অধিক জিলাৰ জিলা দণ্ডাধীশৰ সৈতে বাৰ্তালাপ কৰে।

কম হাৰত টীকাকৰণ হোৱা জিলাসমূহৰে পৰ্যালোচনা সভাত মিলিত হ’ল প্ৰধানমন্ত্ৰী

November 03rd, 01:30 pm

ইটালী আৰু গ্লাছগ’ৰ ভ্ৰমণ সামৰি দেশলৈ উভতি অহাৰ পিচতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কম হাৰত টীকাকৰণ হোৱা দেশৰ জিলাসমূহৰে এক পৰ্যলোচনা সভাত মিলিত হয়। এই সভাত ক’ভিড-ৰ প্ৰথম পালি প্ৰতিষেধকৰ ক্ষেত্ৰত ৫০%তকৈ কম আৰু দ্বিতীয় পালি প্ৰতিষেধকৰ ক্ষেত্ৰত কম হাৰত টীকাকৰণ সম্পন্ন হোৱা জিলাসমূহক অন্তৰ্ভুক্ত কৰা হৈছে। সভাত প্ৰধানমন্ত্ৰীয়ে কম হাৰত টীকাৰকৰণ হোৱা ঝাৰখণ্ড, মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মহাৰাষ্ট্ৰ, মেঘালয় আৰু অন্যান্য ৪০খনৰো অধিক জিলাৰ জিলা দণ্ডাধীশৰ সৈতে বাৰ্তালাপ কৰে।

১০০ কোটি টিকাকৰণৰ পিছত, ভাৰত নতুন উৎসাহ আৰু শক্তিৰে আগবাঢ়িছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

October 24th, 11:30 am

মোৰ মৰমৰ দেশবাসী, আপোনালোক সকলোকে শুভেচ্ছা জনাইছো। জনসাধাৰণক শুভেচ্ছা জনাইছো। আৰু, মই কোটি-কোটি নমস্কাৰো জনাইছো কাৰণ ১০০ কোটিৰ প্ৰতিষেধক পালিৰ পিছত আজি দেশখনে নতুন উৎসাহ, নতুন শক্তিৰে আগবাঢ়িছে। আমাৰ প্ৰতিষেধক কাৰ্যসূচীৰ সফলতাই ভাৰতৰ শক্তি, সকলোৰে প্ৰচেষ্টাৰ মন্ত্ৰৰ শক্তি প্ৰদৰ্শন কৰে।

হিমাচল প্ৰদেশত ক’ভিড টীকাকৰণ অভিযানত জড়িত স্বাস্থ্যকৰ্মী আৰু হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

September 06th, 11:01 am

হিমাচল প্ৰদেশত আজি এজন ‘প্ৰধান সেৱক’ হিচাপেই নহয় বৰং পৰিয়াল এগৰাকী সদস্য হিচাপেও মই গৌৰৱ কৰাৰ সুযোগ লাভ কৰিছো। মই সৰু সৰু সা-সুবিধাসমূহৰ বাবেও সংঘৰ্ষ কৰা হিমাচলখনক দেখিছো, আৰু আজি বিকাশ-গাঁথা লিখি থকা হিমাচলখনকো প্ৰত্যক্ষ কৰিছো। এয়া সকলো দেৱী-দেৱতাৰ আশীৰ্বাদ, হিমাচল চৰকাৰৰ কৰ্মকুশলতা আৰু হিমাচলৰ প্ৰতিগৰাকী ব্যক্তিৰ সজাগতাৰে সম্ভৱ হৈছে। মই আকৌ এবাৰ যিসকলৰ সৈতে কথা পতাৰ সুযোগ পালো আৰ যি দৰে সকলোৱে কথা পাতিলে তাৰ বাবে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছো। মই গোটেই টীমটোকে ধন্যবাদ জনাইছো। হিমাচলে এটা টীমৰ ৰূপত কাম কৰি অদ্ভুত সাফল্য লাভ কৰিলে। মোৰ ফালৰ পৰা আপোনালোক আটাইকে বহুত বহুত শুভকামনা যাঁচিলো।

হিমাচল প্ৰদেশৰ ক’ভিড টিকাকৰণ কাৰ্য্যক্ৰমৰ হেল্থকেয়াৰ কৰ্মী আৰু হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়

September 06th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে হিমাচল প্ৰদেশৰ ক’ভিড টিকাকৰণ কাৰ্য্যক্ৰমৰ হেল্থকেয়াৰ কৰ্মী আৰু হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। এই কাৰ্য্যসূচীত ৰাজ্যখনৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, শ্ৰী জে পি নাড্ডা, কেন্দ্ৰীয় মন্ত্ৰী, শ্ৰী অনুৰাগ সিং ঠাকুৰ, সাংসদ, বিধায়ক, পঞ্চায়ত নেতা তথা অন্যান্যসকল উপস্থিত থাকে।

হিমাচল প্ৰদেশৰ কভিড টীকাকৰণ কাৰ্যক্ৰমত জড়িত স্বাস্থ্যকৰ্মী তথা হিতাধিকাৰীসকলৰ সৈতে ৬ছেপ্টেম্বৰত বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীয়ে

September 04th, 07:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৬ ছেপ্টেম্বৰ, ২০২১ৰ পুৱা ১১বজাত ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে হিমাচল প্ৰদেশৰ ক’ভিড টীকাকাৰণ কাৰ্যক্ৰমত জড়িত স্বাস্থ্যকৰ্মী তথা হিতাধিকাৰীসকলৰ সৈতে এক বাৰ্তালাপত মিলিত হ’ব।

Corona period has proved importance of skill, re-skill and up-skill: PM Modi

June 18th, 09:45 am

Prime Minister Narendra Modi today launched the ‘Customized Crash Course programme for Covid 19 Frontline workers’ via video conferencing. On the occasion, PM Modi said, We are working towards preparing 1 lakh frontline workers in the country. With the launch, it will commence the programme in 111 training centres spread over 26 states.

ক’ভিড-১৯ৰ চিকিত্সাসেৱাৰে জড়িত আগশাৰীৰ কৰ্মীসকলৰ বাবে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে হ্ৰস্বকালীন অনুকূলিত প্ৰশিক্ষণ পাঠ্যক্ৰম

June 18th, 09:43 am

ক’ভিড-১৯ৰ চিকিত্সাৰে জড়িত আগশাৰীৰ কৰ্মচাৰীসকলকৰ বাবে আয়োজিত এক হ্ৰস্বকালীন অনুকূলিত প্ৰশিক্ষণ পাঠ্যক্ৰম আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে আনুষ্ঠানিক ভাবে মুকলি কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ ২৬খন ৰাজ্যত স্থাপিত ১১১টা প্ৰশিক্ষণ কেন্দ্ৰত এই কাৰ্যক্ৰমৰ শুভাৰম্ভ ঘোষিত কৰা হয়। এই কাৰ্যক্ৰমৰ জৰিয়তে আগন্তুক ২-৩মাহত একলাখ যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়া হ’ব। শুভাৰম্ভ অনুষ্ঠানত ‘দক্ষতা বিকাশ আৰু উদ্যশীলতা বিভাগ’ৰ কেন্দ্ৰীয় মন্ত্ৰী ড০ মহেন্দ্ৰনাথ পাণ্ডেকে ধৰি বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী, বহুকেইখন ৰাজ্যৰ মন্ত্ৰী, বিশেষজ্ঞ, অন্যান্য বিশিষ্ট ব্যক্তি তথা অভিভাৱকসকল উপস্থিত থাকে।

ক’ভিড আৰু টীকাকৰণ সম্পৰ্কীয় পৰিস্থিতি সন্দৰ্ভত অনুষ্ঠিত উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰিলে প্ৰধানমন্ত্ৰীয়

May 15th, 02:42 pm

বিষয়াসকলে ৰাজ্য তথা জিলা ভিত্তিক ক’ভিড-পৰিস্থিতিৰ লগতে নমুনা পৰীক্ষণ, অক্সিজেনৰ পৰ্যাপ্ততা, স্বাস্থ্য সেৱা আন্তঃগাঁথনি, টীকাকৰণৰ পৰিকল্পনা আদিৰ তথ্য সম্বলিত কৰি বিস্তৃত প্ৰতিবেদন দঙি ধৰাৰ ব্যৱস্থা কৰে।

টিকাদানত অগ্ৰাধিকাৰেৰে ভাৰতে ফ্ৰন্টলাইন ক’ভিড যোদ্ধাসকললৈ কৃতজ্ঞতা জনাইছেঃ প্ৰধানমন্ত্ৰী

January 16th, 03:22 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ৰোনাৰ বিৰুদ্ধে যুঁজৰ সময়ছোৱাত সম্পূৰ্ণৰূপে প্ৰতিফলিত হোৱা দেশখনৰ নিঃস্বাৰ্থ শক্তিশালী উদ্দীপনাক প্ৰশংসা কৰে। আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সমগ্ৰ-দেশত ক’ভিড-১৯ ৰ টিকাদান কাৰ্যক্ৰমৰ শুভাৰম্ভণিত, শ্ৰী মোদীয়ে কয়, যোৱাটো বছৰত, ভাৰতীয়সকলে ব্যক্তিগতভাৱে, পৰিয়াল হিচাপে আৰু এখন ৰাষ্ট্ৰ হিচাপে বিশেষ কথা শিকিলে আৰু সহ্য কৰিলে। জনপ্ৰিয় তেলেগু কবি গুৰাজাদা ভেংকাটা আপ্পাৰাওৰ উদ্ধৃতি দি, শ্ৰী মোদীয়ে কয়, আমি সদায়ে আনৰ বাবে নিঃস্বাৰ্থভাৱে কাম কৰিব লাগে।

কোভিড-১৯ টীকাকৰণ অভিযানৰ সৰ্ব-ভাৰতীয় শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ

January 16th, 10:31 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে সমগ্ৰ দেশ জুৰি ক’ৰোনা টীকাকৰণ কাৰ্যসূচীৰ সূচনা কৰে। ই হৈছে বিশ্বৰ ভিতৰতে বৃহত্তম টীকাকৰণ অভিযান। প্ৰধানমন্ত্ৰীৰ এই টীকা অভিযান উদ্বোধনৰ সময়খিনি সমগ্ৰ দেশতে ৩ হাজাৰ ৬ টা সংযোগৰ মাধ্যমে দেখুওৱা হৈছে।

সমগ্ৰ দেশতে ক’ৰোনা টীকাদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে

January 16th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে সমগ্ৰ দেশ জুৰি ক’ৰোনা টীকাকৰণ কাৰ্যসূচীৰ সূচনা কৰে। ই হৈছে বিশ্বৰ ভিতৰতে বৃহত্তম টীকাকৰণ অভিযান। প্ৰধানমন্ত্ৰীৰ এই টীকা অভিযান উদ্বোধনৰ সময়খিনি সমগ্ৰ দেশতে ৩ হাজাৰ ৬ টা সংযোগৰ মাধ্যমে দেখুওৱা হৈছে।

Development of Jammu and Kashmir is one of the biggest priorities of our Government: PM

December 26th, 12:01 pm

PM Modi launched Ayushman Bharat PM-JAY SEHAT to extend coverage to all residents of Jammu & Kashmir. The PM congratulated the people of Jammu and Kashmir for strengthening democracy. He said the election of the District Development Council has written a new chapter. He complimented the people for reaching the voting booth despite the cold and corona.

PM Modi launches SEHAT healthcare scheme for Jammu and Kashmir

December 26th, 11:59 am

PM Modi launched Ayushman Bharat PM-JAY SEHAT to extend coverage to all residents of Jammu & Kashmir. The PM congratulated the people of Jammu and Kashmir for strengthening democracy. He said the election of the District Development Council has written a new chapter. He complimented the people for reaching the voting booth despite the cold and corona.

To save Bihar and make it a better state, vote for NDA: PM Modi in Patna

October 28th, 11:03 am

Amidst the ongoing election campaign in Bihar, PM Modi’s rally spree continued as he addressed public meeting in Patna today. Speaking at a huge rally, PM Modi said that people of Bihar were in favour of the BJP and the state had made a lot of progress under the leadership of Chief Minister Nitish Kumar. “Aatmanirbhar Bihar is the next vision in development of Bihar,” the PM remarked.