উত্তৰাখণ্ডৰ পিথোৰাগড়ত একাধিক প্ৰকল্পৰ উদ্বোধনী আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ

October 12th, 10:16 pm

উত্তৰাখণ্ডৰ জনপ্ৰিয়, যুৱ মুখ্যমন্ত্ৰী ভাই পুষ্কৰ সিং ধামী জী, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অজয় ​​ভট জী, প্ৰাক্তন মুখ্যমন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংক জী, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি মহেন্দ্ৰ ভট জী, উত্তৰাখণ্ড চৰকাৰৰ মন্ত্ৰী, সকলো সাংসদ, বিধায়ক, অন্যান্য বিশিষ্ট ব্যক্তি আৰু এই পবিত্ৰ ভূমিৰ মৰমৰ পৰিয়ালৰ সদস্যসকল, আপোনালোক সকলোকে শুভেচ্ছা জনাইছো। আজি উত্তৰাখণ্ডে অনবদ্য কাম কৰিলে। হয়তো আগতে এনে দৃশ্য চোৱাৰ সৌভাগ্য কোনেও পোৱা নাই। আজি পুৱাৰে পৰা উত্তৰাখণ্ডত য'তেই যাওঁ, আচৰিত মৰম, অপৰিসীম আশীৰ্বাদ লাভ কৰিছো; প্ৰেমৰ গংগা যেন বৈ গৈছে।

প্ৰধানমন্ত্ৰীয়ে উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাত প্ৰায় ৪২০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশৰ প্ৰতি উৎসৰ্গিত কৰে

October 12th, 03:04 pm

সমবেত জনতাক সম্বোধি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভ্ৰমণৰ সময়ত উত্তৰাখণ্ডৰ জনসাধাৰণৰ অভূতপূৰ্ব মৰম, স্নেহ আৰু আশীৰ্বাদৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি কয়, এয়া যেন স্নেহৰ গংগা বৈ আছিল। শ্ৰী মোদীয়ে আধ্যাত্মিকতা আৰু বীৰত্বৰ ভূমিত বিশেষকৈ সাহসী মাতৃসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ জোৰ দি কয় যে বৈদ্যনাথ ধামত জয় বদ্ৰী বিশাল ঘোষণাই গড়োৱাল ৰাইফলছৰ জোৱানসকলৰ উৎসাহ আৰু উদ্দীপনা বৃদ্ধি কৰে আৰু গংগোলিহাটৰ কালি মন্দিৰত ঘণ্টাৰ শব্দই কুমাওঁ ৰেজিমেণ্টৰ জোৱানসকলৰ মাজত নতুন সাহসৰ সৃষ্টি কৰে। মানসখণ্ডত প্ৰধানমন্ত্ৰীয়ে এই ভূমিৰ ভৱিষ্যৎ আৰু ঐতিহ্য প্ৰতিফলিত কৰা বৈদ্যনাথ, নন্দাদেৱী, পূৰ্ণাগিৰি, কাছাৰদেৱী, কৈঞ্চিধাম, কাটাৰমল, নানকমত্তা, ৰীঠা চাহিব আদি বহুতো মন্দিৰৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, যেতিয়াই উত্তৰাখণ্ডত আপোনালোকৰ মাজত থাকোঁ তেতিয়াই মই নিজকে সদায় ধন্য বুলি গণ্য কৰোঁ।

This is Uttarakhand's decade: PM Modi in Haldwani

December 30th, 01:55 pm

Prime Minister Narendra Modi inaugurated and laid the foundation stone of 23 projects worth over Rs 17500 crore in Uttarakhand. In his remarks, PM Modi said, The strength of the people of Uttarakhand will make this decade the decade of Uttarakhand. Modern infrastructure in Uttarakhand, Char Dham project, new rail routes being built, will make this decade the decade of Uttarakhand.

PM inaugurates and lays the foundation stone of 23 projects worth over Rs 17500 crore in Uttarakhand

December 30th, 01:53 pm

Prime Minister Narendra Modi inaugurated and laid the foundation stone of 23 projects worth over Rs 17500 crore in Uttarakhand. In his remarks, PM Modi said, The strength of the people of Uttarakhand will make this decade the decade of Uttarakhand. Modern infrastructure in Uttarakhand, Char Dham project, new rail routes being built, will make this decade the decade of Uttarakhand.

Uttarakhand has potential to attract tourists from all over the country: PM Modi

February 12th, 11:21 pm

Prime Minister Shri Narendra Modi addressed a huge public rally in Srinagar, Uttarakhand. Addressing the rally PM Modi recalled former PM Atal Bihari Vajpayee’s contribution in the formation of Uttarakhand. He added that Govt at the Centre has allotted Rs.12, 000 crores for connecting Char Dham with better roads. He added, “We want Uttarakhand to be connected with the entire country with all-weather roads. We have allotted Rs.12,000 crore for Char Dham.”

Our Government is devoted to serve the poor: PM Modi in Pithoragarh

February 12th, 11:18 pm

Addressing a public meeting in Pithoragarh, PM Narendra Modi launched attack on the Congress and Samajwadi parties and held them responsible for playing with aspirations of people in the state. The PM said, “We want Uttarakhand to be connected with the entire country with all-weather roads. We have allotted Rs.12,000 crore for Char Dham.”

PM Modi addresses public meeting in Srinagar & Pithoragarh, Uttarakhand

February 12th, 11:17 pm

PM Narendra Modi addressed huge public rallies in Srinagar & Pithoragarh today. Addressing the rally PM Modi recalled former PM Atal Bihari Vajpayee’s contribution in the formation of Uttarakhand. He said, “Atal ji created three states - Chhattisgarh, Jharkhand & Uttarakhand. Both Chhattisgarh & Jharkhand have progressed under BJP.” The PM spoke at length about welfare measures for jawans and OROP scheme.