ভিন্ন-আৰ্হিৰ সংযোগৰ বাবে পিএম গতি শক্তি, নেচনেল মাষ্টাৰ প্লেন মুকলি কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
October 13th, 11:55 am
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী শ্ৰী নিতিন গাডকাৰী জী, শ্ৰী পীযুষ গোয়েল জী, শ্ৰী হৰদীপ সিংহ পুৰী জী, শ্ৰী সৰ্বানন্দ সোণোৱাল জী, শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া জী, শ্ৰী অশ্বিনী বৈষ্ণৱ জী, শ্ৰী ৰাজ কুমাৰ সিংহ জী, বেলেগ বেলেগ ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী, লেফ্টেনেণ্ট গৱৰ্নৰ্ছ, ৰাজ্য মন্ত্ৰীসভাৰ সদস্য, উদ্যোগ জগতৰ বন্ধু, অন্য মহানুভৱ আৰু মোৰ মৰমৰ ভাই আৰু ভনীসকল,Prime Minister launches PM Gati Shakti
October 13th, 11:54 am
Prime Minister Modi launched PM Gati Shakti - National Master Plan for multi-modal connectivity. He said that the masterplan will give Gati Shakti to 21st century India. “We have not only developed a work culture of completing the projects in time but efforts are to complete the projects ahead of time”, he added.‘কোচী-মাংগালুৰু প্ৰাকৃতিক গেছ পাইপলাইন’ ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 05th, 11:01 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কোচি-মাঙ্গলুৰু প্ৰাকৃতিক গেছৰ পাইপলাইন ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰিলে। ‘ওৱান নেশ্যন ওৱান গেছ গ্ৰীড’ সৃষ্টিৰ অৰ্থে এই কাৰ্যসূচী এটা গুৰুত্বপূৰ্ণ মাইলৰ খুটি হৈ ৰ’ব। কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰীকে ধৰি কৰ্ণাটক আৰু কেৰালাৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলো এই কাৰ্যসূচীত উপস্থিত থাকে।ৰাষ্ট্ৰৰ বাবে কোচি-মাঙ্গলুৰু প্ৰাকৃতিক গেছৰ পাইপলাইন উৎসৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে
January 05th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কোচি-মাঙ্গলুৰু প্ৰাকৃতিক গেছৰ পাইপলাইন ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰিলে। ‘ওৱান নেশ্যন ওৱান গেছ গ্ৰীড’ সৃষ্টিৰ অৰ্থে এই কাৰ্যসূচী এটা গুৰুত্বপূৰ্ণ মাইলৰ খুটি হৈ ৰ’ব। কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰীকে ধৰি কৰ্ণাটক আৰু কেৰালাৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলো এই কাৰ্যসূচীত উপস্থিত থাকে।প্ৰধানমন্ত্ৰীয়ে ৫ জানুৱাৰীত কোচি – মাঙ্গালুৰু প্ৰাকৃতিক গেছ পাইপ লাইন দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰিব
January 03rd, 02:29 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ জানুৱাৰীৰ দিনৰ ১১ বজাত ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে কোচি – মাঙ্গালুৰু প্ৰাকৃতিক গেছ পাইপ লাইন দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰিব। “এক দেশ, এক গেছ গ্ৰিড” গঢ়াৰ লক্ষ্যৰে এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিতত হৈছে। কৰ্ণাটক আৰু কেৰেলাৰ ৰাজ্যপাল তথা মুখ্যমন্ত্ৰীৰ উপৰিও পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী এই অনুষ্ঠানত উপস্থিত থাকিব।