In the journey of Swachh Bharat & AMRUT Mission, there is dignity, ambition, unmatched love for the motherland: PM
October 01st, 11:01 am
PM Modi launched Swachh Bharat Mission-Urban 2.0 and Atal Mission for Rejuvenation and Urban Transformation 2.0. The PM said that in 2014, the countrymen took a pledge to make India open defecation free - ODF and they fulfilled this pledge with the construction of more than 10 crore toilets. Now the goal of 'Swachh Bharat Mission-Urban 2.0' is to make the cities Garbage-Free, completely free of garbage.প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ‘স্বচ্ছ ভাৰত মিছন-আৰ্বান ২.০’ আৰু ‘অম্ৰুত ২.০’
October 01st, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘স্বচ্ছ ভাৰত মিছন-আৰ্বান ২.০’ আৰু ‘অটল মিছন ফৰ ৰিজুভিনেশ্যন এণ্ড আৰ্বান ট্ৰেন্সফৰমেশ্যন ২.০’, চমুকৈ ‘অম্ৰুত অভিযান’-ৰ দ্বিতীয় পৰ্বৰ শুভাৰম্ভ ঘোষণা কৰে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰী, শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট, শ্ৰী প্ৰহ্লাদ সিং পেটেল, শ্ৰী কুশল কিশোৰ, শ্ৰী শ্ৰী বিশ্বেশ্ব টুডু, বহুকেইগৰাকী ৰাজ্যিক মন্ত্ৰী, চহৰাঞ্চলৰ নিকায়-নিগমৰ মেয়ৰ আৰু সভাপতিসকল উপস্থিত থাকে।প্ৰধানমন্ত্ৰীয়ে ০১ অক্টোবৰত স্বচ্ছ ভাৰত মিছন- চহৰীয়া ২.০ আৰু অমৃত ২.০ৰ শুভাৰম্ভ কৰিব
September 30th, 01:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এক ঐতিহাসিক পদক্ষেপৰ জৰিয়তে ০১ অক্টোবৰ, ২০২১ৰ পুৱা ১১ বজাত ডাঃ আম্বেদকাৰ ইণ্টাৰনেচনেল চেণ্টাৰ, নতুন দিল্লীত স্বচ্ছ ভাৰত মিছন- চহৰীয়া ২.০ আৰু ইয়াৰ লগতে কায়াকল্প তথা চহৰীয়া সংশোধনৰ বাবে অটল মিছন ২.০ৰ শুভাৰম্ভ কৰিব।