ৰাজকুমাৰ তথা ছৌদি আৰৱৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ আৰু ভাৰত-চৌদি আৰব কৌশলগত অংশীদাৰিত্ব পৰিষদৰ সহ-অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ

ৰাজকুমাৰ তথা ছৌদি আৰৱৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ আৰু ভাৰত-চৌদি আৰব কৌশলগত অংশীদাৰিত্ব পৰিষদৰ সহ-অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ

April 23rd, 02:20 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ এপ্ৰিল, ২০২৫ত চৌদি আৰৱ ভ্ৰমণ কৰে। জেদ্দাৰ ৰয়েল পেলেচত চৌদি আৰৱৰ ৰাজকুমাৰ আৰু প্ৰধানমন্ত্ৰী প্ৰিন্স মহম্মদ বিন ছলমানে প্ৰধানমন্ত্ৰীক আনুষ্ঠানিকভাৱে আদৰণি জনায়।

হাৰিয়ানাৰ যমুনা নগৰত উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী/আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

হাৰিয়ানাৰ যমুনা নগৰত উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী/আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

April 14th, 12:00 pm

হাৰিয়ানাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী নয়াব সিং চাইনীজী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহকৰ্মী মনোহৰ লালজী, ৰাও ইন্দ্ৰজিৎ সিং জী আৰু কৃষ্ণ পালজী, হাৰিয়ানা চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়ক আৰু মোৰ মৰমৰ ভাই-ভনীসকল। হাৰিয়ানাৰ মোৰ ভাই-ভনীসকলক মোদীয়ে শুভেচ্ছা জনাইছোঁ।

হাৰিয়ানাৰ যমুনা নগৰত উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

হাৰিয়ানাৰ যমুনা নগৰত উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

April 14th, 11:54 am

আজি হাৰিয়ানাৰ যমুনা নগৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। হাৰিয়ানাৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰি তেওঁ হাৰিয়ানাৰ পবিত্ৰ ভূমিক শ্ৰদ্ধাঞ্জলি জনায়। প্ৰধানমন্ত্ৰীয়ে হাৰিয়ানাৰ পবিত্ৰ ভূমিক মা সৰস্বতীৰ উৎপত্তিস্থল, মন্ত্ৰ দেৱীৰ বাসস্থান, পঞ্চমুখী হনুমান জীৰ জন্মস্থান আৰু ধন্য কপালমোচন চাহিবৰ উৎপত্তিস্থল বুলি স্বীকাৰ কৰে। “হাৰিয়ানা হৈছে সংস্কৃতি, ভক্তি আৰু নিষ্ঠাৰ সংগম”,ৰ কথাও তেওঁ বৰ্ণনা কৰে। তেওঁ বাবাছাহেব আম্বেদকাৰৰ ১৩৫সংখ্যক জয়ন্তীত সকলো নাগৰিকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি বাবা চাহেবৰ দৃষ্টিভংগী আৰু প্ৰেৰণাক আলোকপাত কৰে, যিয়ে ভাৰতৰ উন্নয়নৰ দিশত যাত্ৰা অব্যাহত ৰাখিছে।

Textile, Tourism & Technology will be key drivers of India's developed future: PM at Global Investors Summit in Madhya Pradesh

February 24th, 10:35 am

At the Global Investors Summit in Bhopal, PM Modi declared a new era of growth, stating, The world’s future lies in India. Emphasizing 'Viksit Madhya Pradesh se Viksit Bharat,' he highlighted MP's vast potential in agriculture, minerals and industry. He further noted that with soaring global confidence and booming investments, India is rapidly advancing towards economic supremacy and clean energy leadership.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ ভূপালত বিশ্ব বিনিয়োগকাৰী সন্মিলন, ২০২৫ উদ্বোধন কৰে

February 24th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ ভূপালত বিশ্ব বিনিয়োগকাৰী সন্মিলন (GIS), ২০২৫ উদ্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে এই কাৰ্য্যসূচীলৈ অহাত পলম হোৱাৰ বাবে ক্ষমা বিচাৰে। দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ ব’ৰ্ড পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত তেখেতৰ নিৰাপত্তা ব্যৱস্থাই যাতে ছাত্ৰ-ছাত্ৰীসকলৰ অসুবিধা নকৰে, সেই কথা অনুধাৱন কৰা হৈছে বুলি তেখেতে কয়। শ্ৰী মোদীয়ে কয় যে ৰজা ভূজৰ ভূমিত বিনিয়োগকাৰী আৰু ব্যৱসায়িক নেতাসকলক আদৰণি জনাবলৈ পোৱাটো অসীম গৌৰৱৰ কথা। তেখেতে লগতে কয় যে আজিৰ এই অনুষ্ঠান গুৰুত্বপূৰ্ণ, কিয়নো এখনি বিকশিত মধ্যপ্ৰদেশ বা উন্নত মধ্যপ্ৰদেশ এখনি বিকশিত ভাৰতৰ অভিমুখে যাত্ৰাত অতিশয় প্ৰয়োজনীয়। তেখেতে এই সন্মিলনৰ সুন্দৰ আয়োজনৰ বাবে মধ্যপ্ৰদেশ চৰকাৰক অভিনন্দন জ্ঞাপন কৰে।

Eastern India is a growth engine in the development of the country, Odisha plays a key role in this: PM

January 28th, 11:30 am

PM Modi inaugurated the Utkarsh Odisha – Make in Odisha Conclave 2025 in Bhubaneswar, highlighting Eastern India's role in national growth. He emphasized Odisha's historical trade significance, growing opportunities, and its potential to lead in various industries. The PM encouraged investors to seize the moment for Odisha’s development and praised the state’s contributions to New India’s progress.

PM Modi inaugurates the 'Utkarsh Odisha' - Make in Odisha Conclave 2025 in Bhubaneswar

January 28th, 11:00 am

PM Modi inaugurated the Utkarsh Odisha – Make in Odisha Conclave 2025 in Bhubaneswar, highlighting Eastern India's role in national growth. He emphasized Odisha's historical trade significance, growing opportunities, and its potential to lead in various industries. The PM encouraged investors to seize the moment for Odisha’s development and praised the state’s contributions to New India’s progress.

Congress wants to loot your property and distribute it among its favorite vote bank: PM in Betul

April 24th, 03:00 pm

Prime Minister Narendra Modi addressed massive public gatherings in Madhya Pradesh’s Betul, reaffirming the strong support of the people for the BJP government and emphasizing the importance of stable governance for development.

Congress wants to snatch your property and impose inheritance tax: PM Modi in Sagar

April 24th, 03:00 pm

Prime Minister Narendra Modi addressed a massive public gathering today in Sagar, Madhya Pradesh, reaffirming the strong support of the people for the BJP government and emphasizing the importance of stable governance for development.

PM Modi addresses public meetings in Sagar and Betul, Madhya Pradesh

April 24th, 02:50 pm

Prime Minister Narendra Modi addressed massive public gatherings in Madhya Pradesh’s Sagar and Betul, reaffirming the strong support of the people for the BJP government and emphasizing the importance of stable governance for development.

গোৱাত অনুষ্ঠিত ভাৰত শক্তি সপ্তাহ ২০২৪ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ

February 06th, 12:00 pm

গোৱাৰ ৰাজ্যপাল শ্ৰীযুত পি এছ শ্ৰীধৰণ পিল্লাই, গোৱাৰ গতিশীল মুখ্যমন্ত্ৰী শ্ৰীযুত প্ৰমোদ সাৱন্ত, মোৰ কেবিনেট সহযোগী হৰদীপ সিং পুৰী আৰু ৰামেশ্বৰ তেলী, বিভিন্ন দেশৰ সন্মানীয় অতিথি, ভদ্ৰমহিলা, আৰু ভদ্ৰলোকসকল!

প্ৰধানমন্ত্ৰীয়ে ভাৰত শক্তি সপ্তাহ ২০২৪ উদ্বোধন কৰে

February 06th, 11:18 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোৱাত ভাৰত শক্তি সপ্তাহ ২০২৪ উদ্বোধন কৰে। ভাৰত শক্তি সপ্তাহ ২০২৪ হৈছে ভাৰতৰ সৰ্ববৃহৎ আৰু একমাত্ৰ সৰ্বাত্মক শক্তি প্ৰদৰ্শনী আৰু সন্মিলন, যি ভাৰতৰ শক্তি পৰিৱৰ্তনৰ লক্ষ্যক অনুপ্ৰাণিত কৰিবলৈ সমগ্ৰ শক্তি খণ্ডৰ মূল্য শৃংখলাটো একত্ৰিত কৰে। প্ৰধানমন্ত্ৰীয়ে গোলকীয় তেল আৰু গেছৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকলৰ সৈতে এখন বৈঠকো অনুষ্ঠিত কৰে।

ওড়িশাৰ সম্বলপুৰত ভিন্ন প্ৰকল্পৰ উদ্বোধনী আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 03rd, 02:10 pm

ওড়িশাৰ ৰাজ্যপাল ৰঘুবৰ দাস জী, মুখ্যমন্ত্ৰী, মোৰ বন্ধু শ্ৰী নবীন পাটনায়ক জী, মোৰ কেবিনেট সতীৰ্থ ধৰ্মেন্দ্ৰ প্ৰধান জী, অশ্বিনী বৈষ্ণৱ জী, বিশ্বেশ্বৰ টুডু জী, মোৰ সংসদীয় সতীৰ্থ নীতেশ গংগা দেৱ জী, আইআইএম-সম্বলপুৰৰ সঞ্চালক অধ্যাপক মহাদেও জয়ছোৱাল, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰ লোক-মহিলাসকল!

ওড়িশাৰ সম্বলপুৰত ৬৮,০০০ কোটি টকাতকৈ অধিক মূল্যৰ প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

February 03rd, 02:07 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ সম্বলপুৰত প্ৰাকৃতিক গেছ, কয়লা আৰু বিদ্যুৎ উৎপাদনৰ সৈতে জড়িত শক্তি খণ্ডক উন্নীত কৰাৰ লক্ষ্যৰে পথ, ৰেলৱে আৰু উচ্চ শিক্ষা খণ্ডৰ ৬৮,০০০ কোটি টকাতকৈও অধিক মূল্যৰ প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। শ্ৰী মোদীয়ে আইআইএম সম্বলপুৰ মডেল আৰু এখন ফটো প্ৰদৰ্শনী ৰ পৰিদৰ্শন কৰে।

Today, the country is undertaking holistic initiatives for the betterment of tribal communities: PM Modi

October 27th, 02:46 pm

PM Modi addressed the program marking the centenary birth year celebrations of late Shri Arvind Bhai Mafatlal in Chitrakoot, Madhya Pradesh. PM Modi cited the life of Arvind Mafatlal as an example of glory of the company of saints as he dedicated his life and made it into a resolution of service in the guidance of Param Pujya Ranchhoddasji Maharaj. The PM said that we should imbibe the inspirations of Arvind Bhai.

মধ্যপ্ৰদেশৰ চিত্ৰকূটত প্ৰয়াত শ্ৰী অৰবিন্দ ভাই মফতলালৰ জন্ম শতবাৰ্ষিকী উদযাপনত প্ৰধানমন্ত্ৰীৰ সম্বোধন

October 27th, 02:45 pm

আজি মধ্যপ্ৰদেশৰ চিত্ৰকূটত প্ৰয়াত শ্ৰী অৰবিন্দ ভাই মফতলালৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ দিয়ে। শ্ৰী সাধগুৰু সেৱা সংঘ ট্ৰাষ্ট ১৯৬৮ চনত পৰম পূজ্য ৰাঞ্চোদাসজী মহাৰাজে প্ৰতিষ্ঠা কৰিছিল। পৰম পূজ্য ৰাঞ্চোদাসজী মহাৰাজৰ পৰা অনুপ্ৰাণিত হৈ শ্ৰী অৰবিন্দ ভাই মফতলালে ট্ৰাষ্ট প্ৰতিষ্ঠাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। শ্ৰী অৰবিন্দ ভাই মফতলাল স্বাধীনোত্তৰ ভাৰতৰ অন্যতম আগশাৰীৰ উদ্যোগী আছিল, যিয়ে দেশৰ বৃদ্ধিৰ কাহিনীত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

মধ্যপ্ৰদেশৰ বীনাত উন্নয়নমুলক কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

September 14th, 12:15 pm

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ভাই শিৱৰাজ জী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ হৰদীপ সিং পুৰী, মধ্যপ্ৰদেশৰ, সাংসদ, মন্ত্ৰী, বিধায়কসকলৰ লগতে মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল,

মধ্যপ্ৰদেশৰ বিনাত ৫০,৭০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে

September 14th, 11:38 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ বিনাত ৫০,৭০০ কোটি টকাতকৈ অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত আছে ভাৰত পেট্ৰলিয়াম কৰ্প’ৰেশ্যন লিমিটেডৰ বিনা শোধনাগাৰত থকা পেট্ৰ’কেমিকেল কমপ্লেক্স প্ৰায় ৪৯ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব; নৰ্মদাপুৰম জিলাৰ এটা শক্তি আৰু নবীকৰণযোগ্য শক্তি উৎপাদন মণ্ডল; ইন্দোৰত দুখন আই টি পাৰ্ক; ৰাটলামত এখন মেগা ঔদ্যোগিক উদ্যান; আৰু সমগ্ৰ মধ্যপ্ৰদেশত ছটা নতুন ঔদ্যোগিক অঞ্চল।

১৪ ছেপ্টেম্বৰত মধ্যপ্ৰদেশ আৰু ছত্তীশগড় ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

September 13th, 11:19 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ ছেপ্টেম্বৰ, ২০২৩ত মধ্যপ্ৰদেশ আৰু ছত্তীশগড় ভ্ৰমণ কৰিব। প্ৰায় ১১:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশৰ বীনাত উপস্থিত হ’ব, য’ত তেওঁ ৫০,৭০০ কোটি টকাতকৈ অধিক মূল্যৰ ‘বিনা শোধনাগাৰত থকা পেট্ৰ’কেমিকেল কমপ্লেক্স’কে ধৰি ৰাজ্যজুৰি দহটা নতুন ঔদ্যোগিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। বিয়লি ৩:১৫ বজাত তেওঁ ছত্তীশগড়ৰ ৰায়গড়ত উপস্থিত হ’ব, য’ত তেওঁ ৰাষ্ট্ৰৰ নামত ৰে’ল খণ্ডৰ গুৰুত্বপূৰ্ণ প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে চত্তীশগড়ৰ ৯খন জিলাত ‘ক্ৰিটিকেল কেয়াৰ ব্লক’ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে এক লাখ ছিকল চেল কাউন্সেলিং কাৰ্ডো বিতৰণ কৰিব।

কৰ্ণাটকৰ বেংগালুৰুত অনুষ্ঠিত ইণ্ডিয়া এনাৰ্জী উইক, ২০২৩ ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 06th, 11:50 am

আমি তুৰস্কৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছো। দেশখন বিধ্বংসী ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। বহু লোকৰ মৰ্মান্তিকভাৱে মৃত্যু হোৱাৰ লগতে ব্যাপক ক্ষয়-ক্ষতিৰ খবৰ পোৱা গৈছে। তুৰস্কৰ আশে-পাশে থকা দেশসমূহো ক্ষতিৰ সন্মুখীন হোৱাৰ আশংকা আছে। ভাৰতৰ ১৪০ কোটি জনসাধাৰণে ভূমিকম্পত ক্ষতিগ্ৰস্ত সকলোৰে প্ৰতি সহানুভূতি আগবঢ়াইছে। ভূমিকম্পত ক্ষতিগ্ৰস্ত লোকসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ ভাৰত অংগীকাৰবদ্ধ।