Congress wants to loot your property and distribute it among its favorite vote bank: PM in Betul
April 24th, 03:00 pm
Prime Minister Narendra Modi addressed massive public gatherings in Madhya Pradesh’s Betul, reaffirming the strong support of the people for the BJP government and emphasizing the importance of stable governance for development.Congress wants to snatch your property and impose inheritance tax: PM Modi in Sagar
April 24th, 03:00 pm
Prime Minister Narendra Modi addressed a massive public gathering today in Sagar, Madhya Pradesh, reaffirming the strong support of the people for the BJP government and emphasizing the importance of stable governance for development.PM Modi addresses public meetings in Sagar and Betul, Madhya Pradesh
April 24th, 02:50 pm
Prime Minister Narendra Modi addressed massive public gatherings in Madhya Pradesh’s Sagar and Betul, reaffirming the strong support of the people for the BJP government and emphasizing the importance of stable governance for development.গোৱাত অনুষ্ঠিত ভাৰত শক্তি সপ্তাহ ২০২৪ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ
February 06th, 12:00 pm
গোৱাৰ ৰাজ্যপাল শ্ৰীযুত পি এছ শ্ৰীধৰণ পিল্লাই, গোৱাৰ গতিশীল মুখ্যমন্ত্ৰী শ্ৰীযুত প্ৰমোদ সাৱন্ত, মোৰ কেবিনেট সহযোগী হৰদীপ সিং পুৰী আৰু ৰামেশ্বৰ তেলী, বিভিন্ন দেশৰ সন্মানীয় অতিথি, ভদ্ৰমহিলা, আৰু ভদ্ৰলোকসকল!প্ৰধানমন্ত্ৰীয়ে ভাৰত শক্তি সপ্তাহ ২০২৪ উদ্বোধন কৰে
February 06th, 11:18 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোৱাত ভাৰত শক্তি সপ্তাহ ২০২৪ উদ্বোধন কৰে। ভাৰত শক্তি সপ্তাহ ২০২৪ হৈছে ভাৰতৰ সৰ্ববৃহৎ আৰু একমাত্ৰ সৰ্বাত্মক শক্তি প্ৰদৰ্শনী আৰু সন্মিলন, যি ভাৰতৰ শক্তি পৰিৱৰ্তনৰ লক্ষ্যক অনুপ্ৰাণিত কৰিবলৈ সমগ্ৰ শক্তি খণ্ডৰ মূল্য শৃংখলাটো একত্ৰিত কৰে। প্ৰধানমন্ত্ৰীয়ে গোলকীয় তেল আৰু গেছৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকলৰ সৈতে এখন বৈঠকো অনুষ্ঠিত কৰে।ওড়িশাৰ সম্বলপুৰত ভিন্ন প্ৰকল্পৰ উদ্বোধনী আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 03rd, 02:10 pm
ওড়িশাৰ ৰাজ্যপাল ৰঘুবৰ দাস জী, মুখ্যমন্ত্ৰী, মোৰ বন্ধু শ্ৰী নবীন পাটনায়ক জী, মোৰ কেবিনেট সতীৰ্থ ধৰ্মেন্দ্ৰ প্ৰধান জী, অশ্বিনী বৈষ্ণৱ জী, বিশ্বেশ্বৰ টুডু জী, মোৰ সংসদীয় সতীৰ্থ নীতেশ গংগা দেৱ জী, আইআইএম-সম্বলপুৰৰ সঞ্চালক অধ্যাপক মহাদেও জয়ছোৱাল, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰ লোক-মহিলাসকল!ওড়িশাৰ সম্বলপুৰত ৬৮,০০০ কোটি টকাতকৈ অধিক মূল্যৰ প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
February 03rd, 02:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ সম্বলপুৰত প্ৰাকৃতিক গেছ, কয়লা আৰু বিদ্যুৎ উৎপাদনৰ সৈতে জড়িত শক্তি খণ্ডক উন্নীত কৰাৰ লক্ষ্যৰে পথ, ৰেলৱে আৰু উচ্চ শিক্ষা খণ্ডৰ ৬৮,০০০ কোটি টকাতকৈও অধিক মূল্যৰ প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। শ্ৰী মোদীয়ে আইআইএম সম্বলপুৰ মডেল আৰু এখন ফটো প্ৰদৰ্শনী ৰ পৰিদৰ্শন কৰে।Today, the country is undertaking holistic initiatives for the betterment of tribal communities: PM Modi
October 27th, 02:46 pm
PM Modi addressed the program marking the centenary birth year celebrations of late Shri Arvind Bhai Mafatlal in Chitrakoot, Madhya Pradesh. PM Modi cited the life of Arvind Mafatlal as an example of glory of the company of saints as he dedicated his life and made it into a resolution of service in the guidance of Param Pujya Ranchhoddasji Maharaj. The PM said that we should imbibe the inspirations of Arvind Bhai.মধ্যপ্ৰদেশৰ চিত্ৰকূটত প্ৰয়াত শ্ৰী অৰবিন্দ ভাই মফতলালৰ জন্ম শতবাৰ্ষিকী উদযাপনত প্ৰধানমন্ত্ৰীৰ সম্বোধন
October 27th, 02:45 pm
আজি মধ্যপ্ৰদেশৰ চিত্ৰকূটত প্ৰয়াত শ্ৰী অৰবিন্দ ভাই মফতলালৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ দিয়ে। শ্ৰী সাধগুৰু সেৱা সংঘ ট্ৰাষ্ট ১৯৬৮ চনত পৰম পূজ্য ৰাঞ্চোদাসজী মহাৰাজে প্ৰতিষ্ঠা কৰিছিল। পৰম পূজ্য ৰাঞ্চোদাসজী মহাৰাজৰ পৰা অনুপ্ৰাণিত হৈ শ্ৰী অৰবিন্দ ভাই মফতলালে ট্ৰাষ্ট প্ৰতিষ্ঠাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। শ্ৰী অৰবিন্দ ভাই মফতলাল স্বাধীনোত্তৰ ভাৰতৰ অন্যতম আগশাৰীৰ উদ্যোগী আছিল, যিয়ে দেশৰ বৃদ্ধিৰ কাহিনীত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।মধ্যপ্ৰদেশৰ বীনাত উন্নয়নমুলক কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 14th, 12:15 pm
মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ভাই শিৱৰাজ জী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ হৰদীপ সিং পুৰী, মধ্যপ্ৰদেশৰ, সাংসদ, মন্ত্ৰী, বিধায়কসকলৰ লগতে মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল,মধ্যপ্ৰদেশৰ বিনাত ৫০,৭০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে
September 14th, 11:38 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ বিনাত ৫০,৭০০ কোটি টকাতকৈ অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত আছে ভাৰত পেট্ৰলিয়াম কৰ্প’ৰেশ্যন লিমিটেডৰ বিনা শোধনাগাৰত থকা পেট্ৰ’কেমিকেল কমপ্লেক্স প্ৰায় ৪৯ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব; নৰ্মদাপুৰম জিলাৰ এটা শক্তি আৰু নবীকৰণযোগ্য শক্তি উৎপাদন মণ্ডল; ইন্দোৰত দুখন আই টি পাৰ্ক; ৰাটলামত এখন মেগা ঔদ্যোগিক উদ্যান; আৰু সমগ্ৰ মধ্যপ্ৰদেশত ছটা নতুন ঔদ্যোগিক অঞ্চল।১৪ ছেপ্টেম্বৰত মধ্যপ্ৰদেশ আৰু ছত্তীশগড় ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
September 13th, 11:19 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ ছেপ্টেম্বৰ, ২০২৩ত মধ্যপ্ৰদেশ আৰু ছত্তীশগড় ভ্ৰমণ কৰিব। প্ৰায় ১১:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশৰ বীনাত উপস্থিত হ’ব, য’ত তেওঁ ৫০,৭০০ কোটি টকাতকৈ অধিক মূল্যৰ ‘বিনা শোধনাগাৰত থকা পেট্ৰ’কেমিকেল কমপ্লেক্স’কে ধৰি ৰাজ্যজুৰি দহটা নতুন ঔদ্যোগিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। বিয়লি ৩:১৫ বজাত তেওঁ ছত্তীশগড়ৰ ৰায়গড়ত উপস্থিত হ’ব, য’ত তেওঁ ৰাষ্ট্ৰৰ নামত ৰে’ল খণ্ডৰ গুৰুত্বপূৰ্ণ প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে চত্তীশগড়ৰ ৯খন জিলাত ‘ক্ৰিটিকেল কেয়াৰ ব্লক’ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে এক লাখ ছিকল চেল কাউন্সেলিং কাৰ্ডো বিতৰণ কৰিব।কৰ্ণাটকৰ বেংগালুৰুত অনুষ্ঠিত ইণ্ডিয়া এনাৰ্জী উইক, ২০২৩ ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 06th, 11:50 am
আমি তুৰস্কৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছো। দেশখন বিধ্বংসী ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। বহু লোকৰ মৰ্মান্তিকভাৱে মৃত্যু হোৱাৰ লগতে ব্যাপক ক্ষয়-ক্ষতিৰ খবৰ পোৱা গৈছে। তুৰস্কৰ আশে-পাশে থকা দেশসমূহো ক্ষতিৰ সন্মুখীন হোৱাৰ আশংকা আছে। ভাৰতৰ ১৪০ কোটি জনসাধাৰণে ভূমিকম্পত ক্ষতিগ্ৰস্ত সকলোৰে প্ৰতি সহানুভূতি আগবঢ়াইছে। ভূমিকম্পত ক্ষতিগ্ৰস্ত লোকসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ ভাৰত অংগীকাৰবদ্ধ।বাংগালুৰুত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে ‘ইণ্ডিয়া এনাৰ্জী উইক ২০২৩’
February 06th, 11:46 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাংগালুৰুত ‘ইণ্ডিয়া এনাৰ্জী উইক’ বা ‘ভাৰত শক্তি সপ্তাহ (আইইডব্লিউ) ২০২৩’ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে ‘ইণ্ডিয়ান অইল’ৰ 'আনবটলড' প্ৰয়াসৰ জৰিয়তে প্ৰস্তুত কৰা ‘ইউনিফৰ্ম’ও মুকলি কৰে। এই টইউনিফৰ্মটবোৰ পুনৰাই ব্যৱহাৰ কৰা ‘পিইটি’ বটলৰ দ্বাৰা তৈয়াৰ কৰা হৈছে। তেওঁ ‘ভাৰতীয় তেল নিগম’ৰ ‘ইনড'ৰ’ সৌৰ ৰন্ধন প্ৰণালীৰ ‘টুইন-কুকটপ মডেল’টো উচৰ্গা কৰাৰ লগতে ইয়াৰ বাণিজ্যিক প্ৰৱৰ্তনৰ শুভাৰম্ভ ঘোষণা কৰে।Politics of short-cuts is a malady: PM Modi in Nagpur, Maharashtra
December 11th, 11:50 am
The Prime Minister, Shri Narendra Modi laid the foundation stone and dedicated to the nation various projects worth more than 75,000 crores in Maharashtra today. It includes national rail projects worth more than 1500 crores, National Institute of One Health (NIO), Nagpur and Nag river pollution abatement project, Nagpur. During the programme, the Prime Minister also dedicated ‘Central Institute of Petrochemicals Engineering & Technology (CIPET), Chandrapur’ to the nation and inaugurated ‘Centre for Research, Management and Control of Hemoglobinopathies, Chandrapur’.PM lays foundation stone and dedicates to the nation projects worth Rs. 75,000 crores in Maharashtra
December 11th, 11:45 am
PM Modi laid the foundation stone and dedicated to the nation various projects worth more than Rs. 75,000 crores in Maharashtra. The Prime Minister highlighted that this very special day when a bouquet of development works is being launched from Nagpur, Maharashtra will transform the lives of people. Today a constellation of 11 new stars is rising for the development of Maharashtra which will help in achieving new heights and provide a new direction, he said.Gujarat’s coastal belt has become a huge power generation centre: PM Modi in Bhavnagar
November 23rd, 05:39 pm
In his last rally for the day in Bhavnagar, PM Modi highlighted about the power generation in Gujarat's coastal belt. He said, “Be it solar energy or wind energy, today this coastal belt has become a huge power generation centre. Every village, every house has got electricity, for this a network of thousands of kilometers of distribution lines was laid in the entire coastal region. Also, Hazira to Ghogha ro-ro ferry service has made life and business a lot easier.”Gujarat is progressing rapidly: PM Modi in Dahod
November 23rd, 12:41 pm
Campaigning his second rally in Dahod, PM Modi took a swipe at Congress for being oblivious to tribals for a long time. He said, “A very large tribal society lives in the country.Congress model means casteism and vote bank politics which creates rift among people: PM Modi in Mehsana
November 23rd, 12:40 pm
The campaigning in Gujarat has gained momentum as Prime Minister Narendra Modi has addressed a public meeting in Gujarat’s Mehsana. Slamming the Congress party, PM Modi said, “In our country, Congress is the party which has run the governments at the centre and in the states for the longest period of time. But the Congress has created a different model for its governments. The hallmark of the Congress model is corruption worth billions, nepotism, dynasty, casteism and many more.”In the last 20 years, Gujarat has reached new heights: PM Modi in Vadodara
November 23rd, 12:39 pm
Addressing his third public meeting of the day, PM Modi asked the gathering that who will make Gujarat developed? Then the PM himself replied that not just Bhupendra and Narendra will make a developed Gujarat, but every Gujarati will make it together. Narendra-Bhupendra's double engine government will be formed again.