আজি সমগ্ৰ বিশ্বৰ মানুহে ভাৰতৰ বিষয়ে অধিক জানিব বিচাৰিছে: মন কী বাতত প্ৰধানমন্ত্ৰী
October 27th, 11:30 am
মন কী বাতলৈ আপোনালোকক স্বাগতম। মোৰ জীৱনৰ আটাইতকৈ স্মৰণীয় মুহূৰ্তটো কি বুলি সুধিলে বহু ঘটনা মনলৈ আহে, কিন্তু এটা মুহূৰ্তই বিশেষভাৱে ধৰা দিয়ে। সেই মুহূৰ্তটো আছিল যোৱা বছৰৰ ১৫ নৱেম্বৰত ঝাৰখণ্ডৰ উলিহাতু গাঁৱত ভগৱান বীৰছা মুণ্ডাৰ জন্ম বাৰ্ষিকী অনুষ্ঠানত উপস্থিত থকাটো। এই যাত্ৰাই মোৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল। মই দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী যিয়ে এই পবিত্ৰ ভূমি শিৰত লৈ সেৱা কৰাৰ সৌভাগ্য লাভ কৰিছো। সেই মুহূৰ্তত মই কেৱল স্বাধীনতা সংগ্ৰামৰ শক্তি অনুভৱ কৰাই নহয় এই ভূমিৰ শক্তিৰ সৈতেও সংযোগ স্থাপনৰ সুযোগ পালোঁ। এটা দৃঢ়তা পূৰণৰ সাহসে দেশৰ লাখ লাখ মানুহৰ ভাগ্য কেনেদৰে সলনি কৰিব পাৰে সেই কথা উপলব্ধি কৰিছিলোঁ৷Our efforts are on modernizing the agriculture sector by incorporating latest technology: PM Modi
January 28th, 10:22 am
Prime Minister Modi addressed the Global Potato Conclave in Gandhinagar, Gujarat via video conferencing. PM Modi highlighted the steps being undertaken to double the income of farmers by 2022. The PM spoke at length about the government's efforts to modernize the agriculture sector by incorporating latest technology.তৃতীয় বিশ্ব আলু সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণ
January 28th, 10:21 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিংযোগে গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত তৃতীয় বিশ্ব আলু সন্মিলনত ভাষণ আগবঢ়ায়৷ ১৯৯৯ আৰু ২০০৮ চনত পূৰ্বৰ দুখন বিশ্ব আলু সন্মিলন অনুষ্ঠিত হৈছিল৷ নতুন দিল্লীস্থিত ভাৰতীয় কৃষি গৱেষণা পৰিষদ আৰু ছিমলাৰ আইচিএআৰ–কেন্দ্ৰীয় আলু গৱেষণা প্ৰতিষ্ঠান তথা পেৰুৰ লিমাস্থিত আন্তঃৰাষ্ট্ৰীয় আলু কেন্দ্ৰ(চিআইপি)ৰ সহযোগত ভাৰতীয় আলু সংস্থা(আইপিএ)ই এই সন্মিলনৰ আয়োজন কৰিছে৷