পদ্ম বঁটাৰ বাবে প্ৰেৰণাদায়ক ব্যক্তিত্বক মনোনীত কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
September 09th, 06:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবাসীক সন্মানীয় পদ্ম বঁটাৰ বাবে মনোনয়ন প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।পদ্ম বঁটা প্ৰদান অনুষ্ঠানত অংশ গ্ৰহণ প্ৰধানমন্ত্ৰীৰ
March 21st, 10:26 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক প্ৰদান কৰা পদ্ম বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে।For the first time, on such a large scale, the art-culture of tribal communities being honoured: PM
November 15th, 01:05 pm
The Prime Minister Shri Narendra Modi launched multiple key initiatives for the welfare of Janjatiya community at Janjatiya Gaurav Diwas Mahasammelan. He launched the ‘Ration Aapke Gram’ scheme in Madhya Pradesh. He also launched the Madhya Pradesh Sickle Cell Mission. He laid the foundation of 50 Eklavya Model Residential Schools across the country. Governor and CM of Madhya Pradesh, Dr. Virendra Kumar, Shri Narendra Singh Tomar, Shri Jyotiraditya M Scindia, Union Ministers of State Shri Prahlad S Patel, Shri Faggan Singh Kulaste and Dr. L Murugan were among those present.‘জনজাতীয় গৌৰৱ দিৱস মহাসন্মিলন’ত জনজাতিসকলৰ কল্যাণাৰ্থে ৰূপায়ণ কৰিব খোজা এলানি পদক্ষেপৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে
November 15th, 01:00 pm
‘জনজাতীয় গৌৰৱ দিৱস মহাসন্মিলন’-ত জনজাতীয় সমাজৰ বাবে এলানি কল্যাণমূলক পদক্ষেপৰ আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। মধ্য প্ৰদেশত অনুষ্ঠিত সন্মিলনখনত প্ৰধানমন্ত্ৰীয়ে ‘ৰেচন আপকে গ্ৰাম’ শীৰ্ষক আঁচনিখনৰ শুভাৰম্ভ ঘোষণা কৰে। তেওঁ ‘মধ্য প্ৰদেশ ছিকল চে’ল মিছন’ৰো শুভাৰম্ভ কৰে। দেশৰ ভিন্ন প্ৰান্তত স্থাপিত হ’বলগীয়া ৫০খন ‘একলব্য আদৰ্শ আৱাসিক বিদ্যালয়’ৰ আধাৰশিলাও স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে। অনুষ্ঠানত মধ্য প্ৰদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী, ড০ বীৰেন্দ্ৰ কুমাৰ, শ্ৰী নৰেন্দ্ৰ সিং টোমৰ, শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, শ্ৰী প্ৰহ্লাদ এছ পেটেল, শ্ৰী ফগ্গন সিং কুলস্তে আৰু ড০ এল মুৰুগন আদি উপস্থিত থাকে।পিপলছ পদ্ম সন্মান বিজয়ী দুলাৰী দেৱী জীক তেওঁ প্ৰদান কৰা উপহাৰৰ বাবে কৃতজ্ঞতা জনালে প্ৰধানমন্ত্ৰীয়ে
November 11th, 10:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পিপলছ পদ্ম সন্মান বিজয়ী দুলাৰী দেৱী জীক তেওঁ প্ৰদান কৰা উপহাৰৰ বাবে কৃতজ্ঞতা জনায়৷জনসাধাৰণৰ পদ্ম সন্মানৰ বাবে অনুপ্রেৰণাদায়ক ব্যক্তিত্বক মনোনীত কৰিবলৈ প্রধানমন্ত্রীৰ আহ্বান
July 11th, 11:40 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে যিসকলে তৃণমূল স্তৰত ব্যতিক্রমী কাম কৰে, অথচ প্রচাৰৰ আলোকলৈ অহা নাই, এনে ধৰণৰ মানুহৰ নাম পদ্ম সন্মানৰ বাবে মনোনীত কৰিবলৈ সকলোৰে উদ্দেশ্যে আহ্বান জনাইছে। ১৫ ছেপ্টেম্বৰ পর্যন্ত এই মনোনয়ন জমা দিব পাৰিব।