ৰিপাব্লিক টিভিৰ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণ পাঠ
April 26th, 08:01 pm
অৰ্ণব গোস্বামীজী, ৰিপাব্লিক মিডিয়া নেটৱৰ্কৰ সকলো সহকৰ্মী, ৰিপাব্লিক টিভিৰ দেশ-বিদেশৰ সমূহ দৰ্শক, ভদ্ৰ মহিলা আৰু ভদ্ৰলোকসকল। বেলেগ কথা কোৱাৰ পূৰ্বে মই শৈশৱতে শুনা এটা কৌতুক আপোনালোক সকলোৰে আগত ক’ব বিচাৰিছোঁ। এগৰাকী অধ্যাপক আছিল। তেওঁৰ কন্যাই এদিন আত্মহত্যাৰ পথ বাচি লয় আৰু এক টোকা লিখি থৈ যায়। টোকাটিত তেওঁ এইদৰে উল্লেখ কৰে যে, তেওঁ জীৱনত ভাগৰি পৰিছে আৰু জীয়াই থাকিব নিবিচাৰে। টোকাটোত তেওঁ আৰু লিখে যে তেওঁ কিবা খাব আৰু কানকাৰিয়া হ্ৰদত জঁপিয়াই মৰিম। পিছদিনা ৰাতিপুৱা অধ্যাপকজনে দেখে যে তেওঁৰ ছোৱালীজনী ঘৰত নাই। তেওঁ ছোৱালীজনীৰ কোঠালৈ গৈ বিচনাত এখন চিঠি দেখা পায়। পত্ৰখন পঢ়ি তেওঁৰ বৰ খং উঠে। তেওঁ কয়, ‘মই এজন অধ্যাপক, মই ইমান বছৰ ধৰি কঠোৰ পৰিশ্ৰম কৰিছোঁ, তথাপিও আত্মহত্যাৰ টোকাত তাই কানকাৰিয়া বানানটো ভুলকৈ লিখিছে।’ মই সুখী যে অৰ্ণবে ভাল হিন্দী কোৱা আৰম্ভ কৰিছে। তেওঁ কি কৈছিল মই শুনা নাছিলো, কিন্তু হিন্দী ঠিক আছে নে নাই সেয়া মই মনোযোগেৰে শুনি আছিলো। সম্ভৱতঃ মুম্বাইত বাস কৰাৰ বাবে, আপোনাৰ হিন্দী উন্নত হৈছে।নতুন দিল্লীত ৰিপাব্লিক সন্মিলনত ভাষণ প্ৰধানমন্ত্ৰীৰ
April 26th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ হোটেল তাজ পেলেচত অনুষ্ঠিত ৰিপাব্লিক সন্মিলনত ভাষণ দিয়ে।বিত্তীয় সেৱা খণ্ডৰ বাজেট প্ৰস্তাৱসমূহৰ ৰূপায়ণ সন্দৰ্ভত অনুষ্ঠিত ৱে’বিনাৰত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
February 26th, 12:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে বিত্তীয় সেৱা সন্দৰ্ভত বাজেট ব্যৱস্থাৰ সঠিক ৰূপায়নক লৈ এখন ৱেবিনাৰ সম্বোধন কৰে।বিত্তীয় সেৱা সন্দৰ্ভত বাজেট ব্যৱস্থাৰ সঠিক ৰূপায়নক লৈ প্ৰধানমন্ত্ৰীয়ে ৱেবিনাৰ সম্বোধন কৰে
February 26th, 12:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে বিত্তীয় সেৱা সন্দৰ্ভত বাজেট ব্যৱস্থাৰ সঠিক ৰূপায়নক লৈ এখন ৱেবিনাৰ সম্বোধন কৰে।ব্যক্তিগতকৰণ আৰু সম্পদৰ মুদ্ৰাকৰণৰ সন্দৰ্ভত আয়োজিত ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 24th, 05:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে নিৰ্বিনিয়োগ আৰু সম্পত্তিৰ মুদ্ৰাকৰণ সন্দৰ্ভত বাজেট ব্যৱস্থাৰ ফলপ্ৰসু ৰূপায়নক লৈ এখন ৱেবিনাৰ সম্বোধন কৰে।নিৰ্বিনিয়োগ আৰু সম্পত্তিৰ মুদ্ৰাকৰণ সন্দৰ্ভত বাজেট ব্যৱস্থাৰ ফলপ্ৰসু ৰূপায়নক লৈ ৱেবিনাৰ সম্বোধন প্ৰধানমন্ত্ৰীৰ
February 24th, 05:42 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে নিৰ্বিনিয়োগ আৰু সম্পত্তিৰ মুদ্ৰাকৰণ সন্দৰ্ভত বাজেট ব্যৱস্থাৰ ফলপ্ৰসু ৰূপায়নক লৈ এখন ৱেবিনাৰ সম্বোধন কৰে।Cabinet approves Continuation and Revamping of the Scheme for Financial Support to Public Private Partnerships in Infrastructure Viability Gap Funding VGF Scheme
November 11th, 04:07 pm
The Cabinet Committee on Economic Affairs chaired by Prime Minister Shri Narendra Modi has approvedContinuation and Revamping of the Scheme for Financial Support to Public Private Partnerships (PPPs) in Infrastructure Viability Gap Funding (VGF) Schemetill 2024-25 with a total outlay of Rs. 8,100 cr.Need to adopt a culture where sports is appreciated and supported, starting from the family: PM Modi
June 30th, 05:46 pm
PM Narendra Modi inaugurated integrated sports & entertainment ‘Arena Project’ in Ahmedabad. Speaking at the event, the PM said, “The determination of our sportspersons is admirable. They have pursued their passion with great diligence.” The PM added that there was a need to adopt a culture where sports was appreciated and supported, starting from the family.PM Modi releases Platinum Jubilee Milestone Book of Tata Memorial
May 25th, 11:08 am
PM Narendra Modi today released Platinum Jubilee Milestone Book of Tata Memorial. Speaking at the event, Shri Modi appreciated contributions of Mr. Ratan Tata and the Tata Memorial Hospital towards cancer cure. PM Modi remarked that cancer was one of the biggest challenges and hence it was vital to create a common platform where patients could avail affordable treatment.We want our railways to bring a qualitative difference in the lives of citizens: PM
January 09th, 05:57 pm
PM Narendra Modi performed Bhoomipujan’ of the redevelopment project of Gandhinagar Railway Station on Monday. He said that NDA Government has put railways in the priority category. PM Modi added that Railway work under NDA Government is being done in ‘mission mode’. The Prime Minister said that railways add ‘Gati’ (speed) and ‘Pragati’ (progress) to the nation.PM Modi performs ‘Bhoomipujan’ of redevelopment of Gandhinagar railway station
January 09th, 05:56 pm
Prime Minister Narendra Modi today attended the Bhoomipujan of Gandhinagar railway station. Addressing the event PM Modi said that the Government has accorded topmost priority to the railways and to make the rail network modern. He said that NDA Government has put railways in the priority category and railway work under NDA Government is being done in ‘mission mode’.