লালকিল্লাত পৰাক্ৰম দিৱসৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 23rd, 06:31 pm

মোৰ কেবিনেট সহকৰ্মী কিষাণ ৰেড্ডীজী, অৰ্জুন ৰাম মেঘৱালজী, মীনাক্ষী লেখীজী, অজয় ভাটজী, ব্ৰিগেডিয়াৰ আৰ এছ চিকাৰাজী, আইএনএৰ প্ৰাক্তন লেফটেনেণ্ট আৰ মাধৱনজী, আৰু মোৰ মৰমৰ দেশবাসী!

PM addresses program marking Parakram Diwas celebrations at Red Fort, Delhi

January 23rd, 06:30 pm

Prime Minister Narendra Modi participated in Parakram Diwas celebrations at the Red Fort in Delhi. Addressing the gathering, the Prime Minister conveyed his best wishes on the occasion of Parakram Diwas which is celebrated on Netaji Subhas Chandra Bose’s birth anniversary. He said that Red Fort which was once a witness to the bravery and valor of Azad Hind Fauj has once again been brimming with new energy. “The last few days of January are inspirational to India’s belief, cultural consciousness, democracy and patriotism,” the Prime Minister said as he conveyed his best wishes.

জেনেৰেল বিপিন ৰাৱাট এগৰাকী অসামান্য সৈনিক আছিলঃ প্ৰধানমন্ত্ৰী মোদী

December 08th, 06:36 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। তেখেতে কয়, তামিলনাডুত সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনাত আমি জেনেৰেল বিপিন ৰাৱাট, তেওঁৰ পত্নী আৰু সশস্ত্ৰ বাহিনীৰ আন লোকসকলক হেৰুৱাবলগীয়া হোৱাত মই গভীৰ দুখ পাইছো। তেওঁলোকে অত্যন্ত পৰিশ্ৰমেৰে ভাৰতক সেৱা আগবঢ়াইছিল। শোকসন্তপ্ত পৰিয়ালকেইটালৈ মই সমবেদনা জ্ঞাপন কৰিলো।“

PM pays tributes to Shaheed Bhagat Singh on his Jayanti

September 28th, 11:34 am

The Prime Minister, Shri Narendra Modi has paid tributes to Shaheed Bhagat Singh on his Jayanti.

ঝাৰখণ্ডৰ বাবে শক্তিশালী আৰু স্থিৰ বিজেপি চৰকাৰ গঠন হোৱাটো গুৰুত্বপূৰ্ণ কথাঃ প্ৰধানমন্ত্ৰী মোদী

November 25th, 12:03 pm

বিজেপিৰ নেতৃত্বৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ডৰ দালতনগঞ্জ আৰু গুমলাত আজি দুখন বৃহৎ নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰে৷ উপস্থিত লোকসকলক সম্বোধি প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘বিজেপি নেতৃত্বৰ অধীনত ঝাৰখণ্ডত এক শক্তিশালী আৰু স্থিৰ চৰকাৰ গঠন হোৱাটো গুৰুত্বপূৰ্ণ কথা৷’’

ঝাৰখণ্ডৰ দলটোনগঞ্জ আৰু গুমলাত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰচাৰ

November 25th, 12:02 pm

বিজেপিৰ নেতৃত্বৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ডৰ দালতনগঞ্জ আৰু গুমলাত আজি দুখন বৃহৎ নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰে৷ উপস্থিত লোকসকলক সম্বোধি প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘বিজেপি নেতৃত্বৰ অধীনত ঝাৰখণ্ডত এক শক্তিশালী আৰু স্থিৰ চৰকাৰ গঠন হোৱাটো গুৰুত্বপূৰ্ণ কথা৷’’

আমাৰ সভ্যতা, সংস্কৃতি আৰু ভাষাই সমগ্র বিশ্বত বৈচিত্ৰতাৰ মাজত একতাৰ বাৰ্তা ব্যক্ত কৰিছে - প্রধান মন্ত্রী মোদী - মন কী বাতত

November 24th, 11:30 am

মোৰো কিছু স্মৃতি ৰোমন্থন হ’ব৷ সবাতোকৈ প্ৰথমে এনচিচিৰ সকলো পূৰ্বৰ তথা বিদ্যমান কেডেটসকলক এনচিচি দিৱসৰ অশেষ শুভকামনা যাচিছো৷ কাৰণ মইও আপোনালোকৰ দৰে কেডেট আছিলো আৰু মনেৰেও মই নিজকে কেডেট বুলি ভাবো৷ আমি সকলোৱে জানো যে এনচিচি অৰ্থাৎ নেচনেল কেডেট কৰ্পছ্, বিশ্বৰ সবাতোকৈ বৃহৎ ঐক্যবেশীয় তৰুণ সংস্থাসমূহৰ ভিতৰত ভাৰতৰ এনচিচি অন্যতম৷ এয়া এক ত্ৰি–সেৱা সংস্থা য’ত সেনা, নৌসেনা, বায়ুসেনা তিনিওটাই অন্তৰ্ভুক্ত আছে৷ নেতৃত্ব, দেশভক্তি, স্বাৰ্থহীন সেৱা, নিয়মানুৱৰ্তিতা, কঠোৰ পৰিশ্ৰম এই সকলোকে নিজৰ চৰিত্ৰৰ অংশ কৰি লৈ নিজৰ অভ্যাস নিৰ্মাণ কৰাৰ এক ৰোমাঞ্চক যাত্ৰাই হ’ল এনচিচি৷ এই যাত্ৰাৰ বিষয়ে অধিক কথা কোৱাৰ বাবে আজি এনচিচিত নিজৰ স্থান নিৰ্ধাৰণ কৰা কিছু তৰুণৰ সৈতে ফোনত কথা পাতো আহক৷

Congress and TRS are playing a friendly match in Telangana: PM Modi

November 27th, 12:08 pm

Prime Minister Narendra Modi today addressed two major public meetings in Nizamabad and Mahabubnagar in Telangana. The rallies saw PM Modi thanking the BJP supporters across all the election-bound states for their faith and support for his government.

TRS same as Congress: PM Modi in Telangana

November 27th, 12:00 pm

Prime Minister Narendra Modi today addressed two major public meetings in Nizamabad and Mahabubnagar in Telangana. The rallies saw PM Modi thanking the BJP supporters across all the election-bound states for their faith and support for his government.

২৬.০৮.২০১৮ তাৰিখে সম্প্ৰচাৰ হোৱাৰ প্ৰধানমন্ত্ৰীৰ ৪৭তম মন কী বাতৰ অসমীয়া অনুবাদ

August 26th, 11:30 am

‘প্ৰধানমন্ত্ৰী মহোদয়! নমস্কাৰঃ৷ অহং চিন্ময়ী, বেংগালুৰু নগৰে বিজয়ভাৰতী বিদ্যালয়ে দশম কক্ষায়াং পঠামি৷ মহোহয় অদ্য সংস্কৃত দিনমস্তি৷ সংস্কৃতংভাষাং সৰলা ইতি সৰ্বে বদন্তি৷ সংস্কৃতং ভাষা বয়মত্ৰ বহঃ বহঃ অত্ৰঃ সম্ভাষণমঅপি কুৰ্মঃ৷ অতঃ সংস্কৃতস্য মহত্বঃ– বিষয়ে ভৱতঃ গহঃ অভিপ্ৰায়ঃ ইতি ৰূপয়াবদতু৷’