ধন্বন্তৰী জয়ন্তী আৰু নৱম আয়ুৰ্বেদ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ২৯ অক্টোবৰত ১২,৮৫০ কোটি টকাতকৈ অধিক ব্যয় সাপেক্ষে স্বাস্থ্য খণ্ডৰ সৈতে জড়িত কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ, উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব
October 28th, 12:47 pm
প্ৰধানমন্ত্ৰী মোদীয়ে ধ্বজাবাহী আঁচনি আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (পি এম-জে এ ৱাই)ৰ অধীনত ৭০ বছৰ আৰু তাতকৈ অধিক বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকলৈ হেল্থ কভাৰেজ সম্প্ৰসাৰণৰ কাম আৰম্ভ কৰিব। ইয়াৰ দ্বাৰা সকলো জ্যেষ্ঠ নাগৰিকক তেওঁলোকৰ আয় যিয়েই নহওক কিয় হেল্থ কভাৰেজ প্ৰদান কৰাত সহায়ক হ’ব।১৫-১৭ ছেপ্টেম্বৰত ঝাৰখণ্ড, গুজৰাট আৰু ওড়িশা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
September 14th, 09:53 am
১৫ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে ঝাৰখণ্ডলৈ যাত্ৰা কৰিব আৰু প্ৰায় ১০ বজাত ঝাৰখণ্ডৰ টাটানগৰ জংচন ৰে’লৱে ষ্টেচনত টাটানগৰ-পাটনা বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ কৰিব। পুৱা প্ৰায় ১০:৩০ বজাত তেওঁ ৬৬০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন ৰে’লৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু দেশবাসীৰ বাবে উচৰ্গা কৰাৰ লগতে ঝাৰখণ্ডৰ টাটানগৰত ২০ হাজাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা- গ্ৰামীণ (পিএমএৱাই-জি) হিতাধিকাৰীলৈ অনুমোদন পত্ৰ বিতৰণ কৰিব৷আনুমানিক ১৪১৩ কোটি টকা ব্যয় সাপেক্ষে বিহাৰৰ বিহটাত নতুন চিভিল এনক্লেভ উন্নয়নত মন্ত্ৰীসভাৰ অনুমোদন
August 16th, 09:27 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীয়ে ১৪১৩ কোটি টকাৰ আনুমানিক ব্যয় সাপেক্ষে বিহটা, পাটনা, বিহাৰত এটা নতুন চিভিল এনক্লেভৰ বিকাশৰ বাবে ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষ (এএআই)ৰ প্ৰস্তাৱত অনুমোদন জনাইছে।বিহাৰৰ ঔৰঙ্গাবাদত বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
March 02nd, 03:00 pm
আমি বিশ্ববিখ্যাত ‘সূৰ্য মন্দিৰ’, ‘উমগেশ্বৰী মাতা আৰু দেৱকুণ্ড’ৰ এই পবিত্ৰ ভূমিক প্ৰণিপাত জনাইছোঁ! সমবেত সকলোকে শুভেচ্ছা জনাইছোঁ! ‘ভগৱান ভাস্কৰ’ৰ কৃপা সকলোৰে ওপৰত বৰ্ষিত হওক!প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ ঔৰংগাবাদত ২১,৪০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ ৰাষ্ট্ৰক সমৰ্পিত আৰু আধাৰশিলা স্থাপন কৰে
March 02nd, 02:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ ঔৰংগাবাদত ২১,৪০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰক সমৰ্পিত কৰে আৰু আধাৰশিলা স্থাপন কৰে। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহৰ ভিতৰত আছে পথ, ৰে'লৱে আৰু নমামি গংগেৰ লগতে অন্যান্য খণ্ড। প্ৰধানমন্ত্ৰীয়ে ফটো গেলেৰীও পৰিদৰ্শন কৰে।বিহাৰৰ দীঘা আৰু সোণেপুৰ সংযোগী, গংগা নদীৰ ওপৰত ৪.৫৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ, নতুন ৬-লেনযুক্ত সেতু নিৰ্মাণত কেবিনেটে অনুমোদন জনায়
December 27th, 08:29 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটিয়ে আজি গংগা নদীৰ ওপৰেৰে (বৰ্তমানৰ দীঘা-সোণেপুৰ ৰেল আৰু পথ সেতুৰ পশ্চিমফালে সমান্তৰালভাৱে) নতুন ৪৫৫৬ মিটাৰ দীঘল, ৬-লেন হাই লেভেল/এক্সট্ৰা ড’জড কেবল ষ্টেড দলং নিৰ্মাণ আৰু ইয়াৰ দুয়োপাৰে বিহাৰৰ পাটনা আৰু সাৰণ জিলাত (NH-139W) ইপিচি ম’ডত সংযোগী পথ নিৰ্মাণত অনুমতি জনায়।পাঁচখন বন্দে ভাৰত ট্রেইনৰ যাত্রাৰ সূচনা কৰিলে প্রধানমন্ত্রীয়ে
June 27th, 10:17 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে মধ্যপ্রদেশৰ ভোপালৰ ৰাণী কমলাপতি ৰে'ল ষ্টেচনত পাঁচখন বন্দে ভাৰত এক্সপ্রেছৰ যাত্রাৰ সূচনা কৰিছে। এইবিলাক হ'ল – ভোপাল (ৰাণী কমলাপতি)–ইন্দোৰ বন্দে ভাৰত এক্সপ্রেছ; ভোপাল (ৰাণী কমলাপতি)–জব্বলপুৰ বন্দে ভাৰত এক্সপ্রেছ; ৰাঁচি-পাটনা বন্দে ভাৰত এক্সপ্রেছ; ধাৰওৱাড়-বেঙ্গালুৰু বন্দে ভাৰত এক্সপ্রেছ আৰু গোৱা (মাদগাঁও)-মুম্বাই বন্দে ভাৰত এক্সপ্রেছ।বিশ্ব শান্তিৰ বাবে কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী সংস্কৰণ
February 03rd, 07:48 pm
কৃষ্ণগুৰু সেৱাশ্ৰমত সমবেত সকলো সাধু, ঋষি আৰু ভক্তলৈ মোৰ শ্ৰদ্ধাঞ্জলি। যোৱা এমাহ ধৰি চলি আছে কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তন। কৃষ্ণগুৰু প্ৰভুৱে প্ৰচাৰ কৰা প্ৰাচীন ভাৰতীয় জ্ঞান, সেৱা আৰু মানৱতাৰ পৰম্পৰা আজিও বৃদ্ধি পাই থকাত মই সুখী। গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভু জীৰ আশীৰ্বাদ আৰু সহযোগিতাৰ লগতে কৃষ্ণগুৰু ভক্তসকলৰ প্ৰচেষ্টাত সেই দেৱত্ব এই অনুষ্ঠানত স্পষ্টকৈ দেখা যায়। অসমলৈ আহি আপোনালোক সকলোৰে সৈতে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিলে ভাল আছিল! কৃষ্ণগুৰু প্ৰভুৰ পবিত্ৰ বাসগৃহলৈ আহিবলৈ আগতে কেইবাবাৰো চেষ্টা কৰিছিলো। কিন্তু হয়তো মোৰ প্ৰচেষ্টাত কিছুমান ব্যৰ্থতা আছে যাৰ বাবে মই তালৈ আহিব নোৱাৰিলোঁ। কৃষ্ণগুৰুৰ আশীৰ্বাদে অদূৰ ভৱিষ্যতে তালৈ আহি আপোনালোক সকলোকে প্ৰণাম কৰি আপোনালোকক লগ পোৱাৰ এই সুযোগ দিব বুলি আশা কৰিছো।প্ৰধানমন্ত্ৰীয়ে বিশ্ব শান্তিৰ বাবে কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তনত ভাষণ প্ৰদান কৰে
February 03rd, 04:14 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চযোগে অসমৰ বৰপেটাস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত অনুষ্ঠিত বিশ্ব শান্তিৰ উদ্দেশ্য আয়োজন কৰা কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তনত ভাষণ প্ৰদান কৰে। বিশ্ব শান্তিৰ বাবে কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তন হৈছে কৃষ্ণগুৰু সেৱাশ্ৰমত ৬ জানুৱাৰীৰ পৰা অনুষ্ঠিত কৰা এক মাহজোৰা কীৰ্তন কাৰ্যসূচী।১২ জুলাইত দেওঘৰ আৰু পাটনা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
July 09th, 09:35 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ জুলাই, ২০২২ত দেওঘৰ আৰু পাটনা ভ্ৰমণ কৰিব।প্ৰায় ১:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে দেওঘৰত ১৬,০০০ কোটি টকাতকৈ অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলাও স্থাপন কৰিব। ইয়াৰ পিছত প্ৰায় ২:৪০ বজাত তেওঁ বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত অন্যতম বাবা বৈদ্যনাথ মন্দিৰ দৰ্শন কৰাৰ লগতে পূজা অৰ্চনা কৰিব। সন্ধিয়া প্ৰায় ৬ বজাত প্ৰধানমন্ত্ৰীয়ে পাটনাত বিহাৰ বিধানসভাৰ শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়াব।লালকিল্লাত শ্ৰী গুৰু তেগ্ বাহাদুৰ জীৰ ৪০০ সংখ্যক ‘প্ৰকাশ পূৰব’ উদযাপন সমাৰোহত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
April 22nd, 10:03 am
মঞ্চত উপৱিষ্ট মহানুভৱসকল, কাৰ্যক্ৰমত উপস্থিত থকা আইসকল, সজ্জনসকল আৰু ‘ভাৰচুৱেলী’ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা সংযোজিত হোৱা মহানুভৱমণ্ডলী!PM participates in the celebrations of 400th Parkash Purab of Sri Guru Tegh Bahadur Ji at Red Fort
April 21st, 09:07 pm
Prime Minister Narendra Modi participated in the celebrations of the 400th Parkash Purab of Sri Guru Tegh Bahadur Ji at Red Fort. Shri Modi said that nearby Gurudwara Sheeshganj Sahib, which is symbol of Guru Tegh Bahadur Ji’s immortal sacrifice, reminds us about the enormity of Guru Tegh Bahadur’s sacrifice.বিহাৰত আন্তঃগাঁথনিমূলক প্ৰকল্পৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া লিখিত ৰূ
September 21st, 12:13 pm
বিহাৰৰ গৱৰ্ণৰ শ্ৰী ফাগু চৌহান মহোদয়, বিহাৰৰ মুখ্যমন্ত্ৰী শ্ৰীমান নীতিশ কুমাৰ মহোদয়, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী শ্ৰী ৰবিশংকৰ প্ৰসাদ মহোদয়, শ্ৰী বি কে সিং মহোদয়, শ্ৰী আৰ কে সিং মহোদয়, বিহাৰৰ উপ মুখ্যমন্ত্ৰী সুশীল মহোদয়, অন্যান্য মন্ত্ৰীগণ, সাংসদ আৰু বিধায়কসকল আৰু মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল৷বিহাৰত ১৪০০০ কোটি টকাৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
September 21st, 12:12 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেস্নিং যোগে বিহাৰত ১৪০০০ কোটি টকা মূল্যৰ নটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু ৰাজ্যখনত অপ্টিকেল ফাইবাৰ ইণ্টাৰনেট সেৱাৰ প্ৰকল্প মুকলি কৰে৷১৪,০০০ কোটি টকাৰ বিহাৰৰ নটা ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়
September 19th, 05:48 pm
২১ ছেপ্টেম্বৰ, ২০২০ অৰ্থাৎ সোমবাৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বিহাৰৰ নটা ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।বিহাৰত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া লিখিত ৰূ
September 15th, 12:01 pm
আজি যি চাৰিটা যোজনাৰ উদঘাটন হৈছে তাত পাটনা চহৰৰ বেওৰ আৰু কৰম-লিচকত নৰ্দমা ব্যৱস্থাপনা প্লাণ্টৰ উপৰিও অমৃত যোজনাৰ অধীনত ছিৱান আৰু চাপ্ৰাত পানীৰ সৈতে জড়িত প্ৰকল্পও আছে৷ ইয়াৰোপৰি মুংগেৰ আৰু জমালপুৰত পানীৰ অভাৱ হ্ৰাস কৰিবলৈ জলাপুৰ্তি পৰিযোজনা আৰু মুজফৰপুৰত নমামি গংগেৰ অধীনত নদীৰ তীৰ উন্নয়ন আঁচনিৰো আজি আধাৰশিলা স্থাপন কৰা হৈছে৷ নগৰৰ দৰিদ্ৰ, নগৰত বাস কৰা মধ্যবিত্ত লোকসকলক জীৱন সহজ কৰি তুলিবলৈ এই নতুন সুবিধাসমূহৰ বাবে আপোনালোকক অভিনন্দন জনাইছো৷‘নমামী গংগা’ যোজনা আৰু ‘আমৰুট’ যোজনাৰ অধীনত বিহাৰৰ ভিন্ন প্ৰকল্প উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়
September 15th, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘নমামী গংগা’ যোজনা আৰু ‘আমৰুট’ যোজনাৰ অধীনত বিহাৰৰ কেইবাটাও প্ৰকল্প উদ্বোধন কৰে। আজি উদ্বোধন কৰা চাৰিটা আঁচনিৰ ভিতৰত আছে বেউৰ আৰু পাটনা মহানগৰৰ কৰম-লীচকত মলজল প্ৰণালী প্লান্ট তথা ‘আমৰুট’ যোজনাৰ অধীনত ছিৱান আৰু চাপ্ৰাত পানী-সম্পৰ্কীয় প্ৰকল্প। ইয়োৰোপৰি, মাংগাৰ আৰু জামালপুৰত পানী যোগান প্ৰকল্প আৰু মুজাফ্ফৰপুৰত নমামী গংগাৰ অধীনত ৰিভাৰ ফ্ৰন্ট উন্নয়নৰ আঁচনিৰ আজি আধাৰশিলা স্থাপন কৰা হয়।Last five years have shown that it is indeed possible to successfully run an honest, transparent government: PM Modi
April 22nd, 04:16 pm
Speaking at a rally in Rajasthan’s Udaipur, PM Modi said, “The last five years have shown the country that it is indeed possible to successfully run an honest, transparent and people-oriented government in India.”PM Modi addresses public meetings in Rajasthan
April 22nd, 04:15 pm
Prime Minister Narendra Modi addressed two huge rallies in Udaipur and Jodhpur in the second half of his election campaigning today. Speaking about one of the major achievements of his government, PM Modi said, “The last five years have shown the country that it is indeed possible to successfully run an honest, transparent and people-oriented government in India.”PM Modi addresses NDA Rally at Patna, Bihar
March 03rd, 01:52 pm
Prime Minister Narendra Modi addressed a huge rally of the NDA at the iconic Gandhi Maidan in Patna, Bihar today.