প্ৰধানমন্ত্ৰীয়ে দেশ বিভাজনৰ বলি হোৱা লোকসকলক স্মৰণ কৰে

August 14th, 11:20 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘বিভাজন বিভিষিকা স্মৃতি দিৱস’ উপলক্ষে দেশ বিভাজনত প্ৰাণ হেৰুওৱাসকলক স্মৰণ কৰে। শ্ৰী মোদীয়ে তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে ঘৰৰ পৰা স্থানচ্যুত হোৱা লোকসকলৰ সংগ্ৰামৰ কথাও স্মৰণ কৰে।

দেশ বিভাজনৰ সময়ত যিসকলে প্ৰাণ হেৰুৱাইছিল, সেই সকলোৰে প্ৰতি শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

August 14th, 09:08 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিভাজন বিভীষিকা স্মৃতি দিৱস উপলক্ষে দেশ বিভাজনৰ সময়ত যিসকলে প্ৰাণ হেৰুৱাইছিল, সেই সকলোৰে প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়৷

পুনৰনিৰ্মিত জালিয়ানাৱালা বাগ স্মাৰক চৌহদ ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰাৰ পিছত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অনুবাদ

August 28th, 08:48 pm

পাঞ্জাৱৰ ৰাজ্যপাল শ্ৰী ভি পি সিং বদনৌৰ জী, পাঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেন অমৰেন্দৰ সিং জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডত মোৰ সহযোগী শ্ৰী জী কিষাণ ৰেড্ডী জী, শ্ৰী অৰ্জুন ৰাম মেঘবাল জী, শ্ৰী সোম প্ৰকাশ জী, সংসদৰ মোৰ সহযোগী শ্ৰী শ্বেত মালিক জী, কাৰ্যক্ৰমত জড়িত হোৱা সকলো মুখ্যমন্ত্ৰীবৰ্গ, জন-প্ৰতিনিধিবৰ্গ, শ্বহীদৰ পৰিয়ালবৰ্গ, ভাই আৰু ভনীসকল!

প্রধানমন্ত্রীয়ে জাতিৰ উদ্দেশ্যে জালিয়ানৱালাবাগ স্মাৰকৰ পুনর্নিমিত প্রাঙ্গনটো উৎসর্গ কৰিছে

August 28th, 08:46 pm

ধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত জালিয়ানৱালাবাগ স্মাৰকৰ পুনর্নিমিত প্রাঙ্গনটো জাতিৰ উদ্দেশ্যে উৎসর্গ কৰে। তেওঁ স্মাৰক সংগ্রহশালাৰ গেলাৰীবিলাকো উদ্বোধন কৰে। কেন্দ্রীয় চৰকাৰে স্মাৰক প্রাঙ্গনটোৰ উন্নয়নকল্পে এলানি পদক্ষেপ লৈছে।

আমাৰ দেশৰ জনসাধাৰণৰ সংগ্রাম আৰু আত্মত্যাগৰ স্মৃতিত ১৪ আগষ্টৰ দিনটো বিভাজন বিভীষিকা স্মৃতি দিৱস হিচাপে পালন কৰা হ’বঃ প্রধানমন্ত্রী

August 14th, 11:16 am

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কয় যে আমাৰ দেশৰ জনসাধাৰণৰ সংগ্রাম আৰু আত্মত্যাগৰ স্মৃতিত ১৪ আগষ্টৰ দিনটো বিভাজন বিভীষিকা স্মৃতি দিৱস হিচাপে পালন কৰা হ’ব।