প্ৰধানমন্ত্ৰী মোদীয়ে পাৰ্লী, ছাটাৰা আৰু পুনেত নিৰ্বাচনী সভা সম্বোধন কৰে
October 17th, 11:30 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাৰ্লী, ছাটাৰা আৰু পুনেত আজি তিনিখন মেগা নিৰ্বাচনী সভা সম্বোধন কৰাৰ পাছত মহাৰাষ্ট্ৰৰ নিৰ্বাচনী প্ৰচাৰ অভিযানে নতুন গতি লাভ কৰিছে৷ কংগ্ৰেছ আৰু এনচিপিক আক্ৰমণৰ লক্ষ্য কৰি লৈ প্ৰধানমন্ত্ৰীয়ে কয়, ‘ইতিহাসত যেতিয়াই ৩৭০ অনুচ্ছেদৰ প্ৰসংগ উত্থাপিত হ’ব, তেতিয়াই ইয়াৰ বিৰোধিতা কৰা আৰু উপহাস কৰা লোকসকলৰ মন্তব্যক সোঁৱৰণ কৰা হ’ব৷’