ব্ৰঞ্জৰ পদক জয়ৰ বাবে মনু ভাকেৰ আৰু সৰৱজোৎ সিঙক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
July 30th, 01:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ অলিম্পিক, ২০২৪ত ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টীম ইভেণ্টত ব্ৰঞ্জৰ পদক জয়ৰ বাবে মনু ভাকেৰ আৰু সৰৱজোৎ সিঙক অভিনন্দন জনায়।ত্ৰিৰংগাৰ গৌৰৱ অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত ‘হৰ ঘৰ তিৰংগা অভিযান’ এক অনন্য উৎসৱত পৰিণত হৈছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী
July 28th, 11:30 am
বন্ধুসকল, ক্ৰীড়া জগতত এই অলিম্পিকৰ বাহিৰেও কিছুদিন আগতে গণিতৰ জগততো এখন অলিম্পিক অনুষ্ঠিত হৈছিল। আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড। ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে এই অলিম্পিয়াডত অতি সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। ইয়াত আমাৰ দলটোৱে সৰ্বোত্তম প্ৰদৰ্শন কৰি চাৰিটা স্বৰ্ণ পদক আৰু এটা ৰূপৰ পদক লাভ কৰে। আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াডত শতাধিক দেশৰ যুৱক-যুৱতীসকলে অংশগ্ৰহণ কৰিছিল আৰু আমাৰ দলটোৱে সামগ্ৰিকভাৱে শীৰ্ষ পাঁচটা স্থানত স্থান লাভ কৰাত সফল হৈছে। দেশলৈ গৌৰৱ কঢ়িয়াই অনা এইসকল ছাত্ৰ-ছাত্ৰীৰ নাম হ'ল-পুনেৰ আদিত্য ভেংকট গণেশ, পুনেৰ সিদ্ধাৰ্থ চোপ্ৰা, দিল্লীৰ অৰ্জুন গুপ্তা, গ্ৰেটাৰ নয়দাৰ কানৱ তালৱাৰ, মুম্বাইৰ ৰুশিল মাথুৰ আৰু গুৱাহাটীৰ আনন্দ ভাদুৰী।Paris Olympics: PM extends best wishes for Indian Contingent
July 26th, 10:50 pm
The Prime Minister Shri Narendra Modi today extended warm wishes to the Indian contingent in the Paris Olympics.ৰাছিয়াত ভাৰতীয় সমূদায়ৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
July 09th, 11:35 am
আপোনালোকৰ মৰম, আপোনালোকৰ স্নেহৰ বাবে, আপানোলেকে ইয়ালৈ আহিবলৈ সময় উলিওৱাৰ বাবে, মই আপোনালোকৰ ওচৰত অতিশয় কৃতজ্ঞ। মই অকলে অহা নাই। লগত বহুত লৈ আহিছো। মই লগত লৈ আহিছো ভাৰতৰ মাটিৰ সুগন্ধি। মোৰ লগত লৈ আহিছো ১৪০ কোটি দেশবাসীৰ মৰম। মই তেওঁলোকৰ শুভেচ্ছা আপোনালোকৰ বাবে লৈ আহিছো আৰু তৃতীয়বাৰৰ বাবে চৰকাৰলৈ অহাৰ পিছত প্ৰবাসী ভাৰতীয়ৰ সৈতে মস্কোত মোৰ প্ৰথম মত বিনিময় অতি সুখকৰ।প্ৰধানমন্ত্ৰীয়ে ৰাছিয়াৰ ভাৰতীয় সমাজক সম্বোধন কৰে
July 09th, 11:30 am
আজি মস্কোত অনুষ্ঠিত এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ভাৰতীয় সমাজখনৰ সৈতে মত-বিনিময় কৰে। ইয়াত তেখেতক বিশেষ সৌহাদ্য আৰু মৰমেৰে আদৰণি জনায় এই সমাজৰ লোকসকলে।পেৰিছ অলিম্পিক ২০২৪ত অংশ ল’বলগীয়া ভাৰতীয় দলটোৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ লিখিত পাঠ
July 05th, 05:07 pm
এংকৰঃ অতি সন্মানীয় প্ৰধানমন্ত্ৰী, সন্মানীয় মন্ত্ৰীসকল, ড° পি.টি. উষা। পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ সাজু হোৱা আমাৰ সকলো খেলুৱৈ আজি আপোনালোকৰ লগত কথা পাতিবলৈ আহিছে।প্ৰধানমন্ত্ৰী মহোদয়ৰ পৰা আমি মাৰ্গদৰ্শন আশা কৰিছো। প্ৰায় ৯৮ জন খেলুৱৈয়ে অনলাইনত আমাৰ সৈতে সংযুক্ত হৈছে, কাৰণ তেওঁলোকৰ প্ৰশিক্ষণ বিদেশত অথবা দেশৰ অন্যান্য কেন্দ্ৰত চলি আছে। আৰু অনাগত কেইদিনমানৰ ভিতৰত আপোনালোক সকলোৱে পেৰিছলৈ ৰাওনা হ’ব। ছাৰক অনুৰোধ জনালোঁ যে সকলোকে গাইড কৰক আৰু উৎসাহিত কৰক। ধন্যবাদ ছাৰ!পেৰিছ অলিম্পিক ২০২৪ লৈ যোৱা ভাৰতীয় দলৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰীৰ
July 04th, 09:36 pm
প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত পেৰিছ অলিম্পিক ২০২৪লৈ যোৱা ভাৰতীয় দলৰ সৈতে মত বিনিময় কৰে।