বিশ্ব অৰ্থনৈতিক মঞ্চৰ ডাভোচ সন্মিলনত প্ৰধানমন্ত্ৰীৰ 'ষ্টেট অৱ দ্য ৱৰ্ল্ড' শীৰ্ষক সম্বোধনৰ অসমীয়া অনুবাদ
January 17th, 08:31 pm
১৩০ কোটি ভাৰতীয়ৰ হৈ মই বিশ্ব অৰ্থনৈতিক মঞ্চত সমবেত সমগ্ৰ বিশ্বখনৰ বিশিষ্ট ব্যক্তিসকলক শুভেচ্ছা জ্ঞাপন কৰিছো। আজি মই আপোনাসৱৰ সৈতে কথা পাতি থকা সময়তে ভাৰতে সাৱধানতা আৰু সতৰ্কতাৰে আন এটা ক’ৰোনা ঢৌৰে মোকাবিলা কৰি আছে। সমান্তৰালভাৱে, ভাৰতে তদুপৰি বহু আশাব্যঞ্জক ফলাফলেৰে অৰ্থনৈতিক ক্ষেত্ৰখনত আগুৱাই গৈছে। আজি ভাৰত স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ উত্তেজনাৰে পৰিপূৰ্ণ আৰু লগতে মাত্ৰ এবছৰতে ১৬০ কোটি ক’ৰোনা ভেকচিনৰ পালি প্ৰদানৰ আত্মবিশ্বাসেৰে ভৰি পৰিছে।PM Modi's remarks at World Economic Forum, Davos 2022
January 17th, 08:30 pm
PM Modi addressed the World Economic Forum's Davos Agenda via video conferencing. PM Modi said, The entrepreneurship spirit that Indians have, the ability to adopt new technology, can give new energy to each of our global partners. That's why this is the best time to invest in India.U.S.-India Joint Leaders’ Statement: A Partnership for Global Good
September 24th, 09:50 pm
Prime Minister Narendra Modi held productive talks with US President Joe Biden at the White House. In his remarks, PM Modi said, Today’s bilateral summit is important. We are meeting at the start of the third decade of this century. The seeds have been sown for an even stronger friendship between India and USA.আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
September 24th, 09:46 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সৈতে হোৱাইট হাউছত ফলপ্ৰসূ আলোচনাত মিলিত হয়। অভিমত আগবঢ়াই প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আজিৰ দ্বিপাক্ষিক সন্মিলনখনি গুৰুত্বপূৰ্ণ। আমি এই শতিকাৰ তৃতীয় দশকৰ আৰম্ভণিতে মিলিত হৈছো। ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ অধিক শক্তিশালী বন্ধুত্বৰ বীজ ৰোপিত হৈছে।”প্রধানমন্ত্রীয়ে জি৭ শীর্ষ সন্মিলনৰ দ্বিতীয় দিনা দুখন অধিবেশনত যোগ দিয়ে
June 13th, 08:06 pm
প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, জি৭ শীর্ষ সন্মিলনত আউটৰিচ অধিবেশনৰ দ্বিতীয় দিনা – “মুক্ত সমাজ আৰু অর্থনীতি আকৌ একেলগে গঢ়ি তুলিম” আৰু “জলবায়ু আৰু প্রকৃতিৰ সবুজায়ন কৰিম” শীর্ষক দুটা আলোচনাত যোগ দিয়ে।ভাৰত-ব্ৰিটেইন ভাৰ্চুৱেল সন্মিলন
May 04th, 06:34 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী মাননীয় বৰিছ জনছনৰ মাজত আজি এক ভাৰ্চুৱেল শিখৰ সন্মিলনৰ আয়োজন কৰা হয়৷