PM Modi's Positive Solution to Rebuilding Parental Trust
January 29th, 05:59 pm
PM Modi addressed and interacted with various students, during the Pariskha pe Charcha, 2024. While interacting with students, he also addressed a question on how students can earn the trust of their parents through their hard work. He remarked that trust deficit does not happen suddenly; it lasts an extended period. For this, every parent, every teacher, and every student has to analyse behaviour very minutely. He advised that every student must be forthcoming with his/her parents, and only then can trust and confidence be built in parents' minds.প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে‘এক্সাম ৱাৰিয়ৰ্ছ’ নামৰ কিতাপখনৰ পৰা পৰীক্ষাৰ প্ৰস্তুতিৰ সময়ত অভিভাৱকৰ গঠনমূলক ভূমিকা সম্পৰ্কে এটা আমোদজনক সংকলন শ্বেয়াৰ কৰে
January 19th, 02:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘এক্সাম ৱাৰিয়ৰ্ছ’ নামৰ কিতাপখনৰ পৰা পৰীক্ষাৰ প্ৰস্তুতিৰ সময়ত অভিভাৱকৰ ভূমিকা সম্পৰ্কে এক সংকলন শ্বেয়াৰ কৰিছে।প্ৰধানমন্ত্ৰীয়ে পৰীক্ষা যোদ্ধা কিতাপখনৰ পৰা 'তোমাৰ পৰীক্ষা, তোমাৰ পদ্ধতি - তোমাৰ নিজৰ ষ্টাইল বাছনি কৰা' শীৰ্ষক এটা অংশ শ্বেয়াৰ কৰে
January 16th, 02:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘এক্সাম ৱাৰিয়ৰ’ নামৰ কিতাপখনৰ 'তোমাৰ পৰীক্ষা, তোমাৰ পদ্ধতি - তোমাৰ নিজৰ ষ্টাইল বাছনি কৰা' শীৰ্ষক এটা অংশ শ্বেয়াৰ কৰিছে আৰু শিক্ষাৰ্থীসকলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰাৰ পদ্ধতি ভাগ বতৰা কৰিবলৈ আহ্বান জনায়।পৰীক্ষা পে চৰ্চাক লৈ নৱম শ্ৰেণীৰ ছাত্ৰী ঈশিতাই অংকন কৰা পেইন্টিঙক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
January 08th, 06:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ পৰীক্ষা পে চৰ্চাক লৈ আম্বালা কেণ্টৰ কেন্দ্ৰীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী শ্ৰী ঈশিতাই অংকন কৰাপেইণ্টিঙক ভূয়সীপ্ৰশংসা কৰে।পৰীক্ষা প্ৰসংগত নিজে লিখা কবিতা শ্বেয়াৰ কৰাৰ বাবে ডেৰাডুনৰ ‘কেভি অ’এনজিচি’-ৰ ছাত্ৰী কুমাৰী দিয়াক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা
January 07th, 03:55 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেৰাডুনৰ ‘কেভি অ'এনজিচি’ৰ ছাত্ৰী কুমাৰী দিয়াক পৰীক্ষা প্ৰসংগত নিজে লিখা কবিতা শ্বেয়াৰ কৰাৰ বাবে প্ৰশংসা কৰে।চলিত বৰ্ষৰ‘পৰীক্ষা পে চৰ্চা’ৰ বাবে দিহা-পৰামৰ্শৰ আহ্বানপ্ৰধানমন্ত্ৰীৰ
January 05th, 10:18 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে বিশেষকৈ পৰীক্ষাৰ বাবে সাজু হোৱাশিক্ষাৰ্থী তথা তেওঁলোকৰঅভিভাৱক আৰু শিক্ষকসকলক চলিত বৰ্ষৰ পৰীক্ষ পে চৰ্চাৰ বাবেনিজৰ নিজৰ দিহা-পৰামৰ্শ শ্বেয়াৰ কৰিবলৈ আহ্বান জনাইছে।শিক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক ২০২৩ৰ পৰীক্ষা পে চৰ্চা সংক্ৰান্তীয় কাৰ্যকলাপত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীয়ে
November 30th, 04:37 pm
শিক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক ২০২৩ৰ পৰীক্ষা পে চৰ্চা সংক্ৰান্তীয় কাৰ্যকলাপত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীয়ে আমাৰ শিক্ষাৰ্থীসকলৰ বাবে এক চাপমুক্ত পৰিৱেশ গঢ়ি তোলাৰ দিশত সামূহিকভাৱে কাম কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।