Pariksha Pe Charcha: What can be done to best utilize free time? This is what PM Modi has to say…
April 08th, 09:06 am
Responding to a question from Neel Ananth, a student in Kanyakumari about best utilization of free time, PM Modi said, “Do not consider free time as spare time. It is a treasure. It is an opportunity. There should be of free time in your routine, otherwise life becomes like a robot.”Pariksha Pe Charcha: PM Modi’s request to parents and teachers…Read to find out more!
April 08th, 08:50 am
During Pariksha Pe Charcha, replying to parents who asked how to raise children in changing times and how to ensure that they are given good values, PM Modi suggested to not burden the children with their valuesPariksha Pe Charcha: PM Modi gives formula to sharpen students’ memory
April 08th, 08:44 am
During Pariksha Pe Charcha, PM Narendra Modi shared a mantra for sharpening one’s memory. PM Modi advised students to ‘internalise’ and not ‘memorize’ what they study.Are marks important to succeed in life? Find out what PM Modi has to say…
April 08th, 08:36 am
During Pariksha Pe Charcha, young Shreyaan Roy of West Bengal asked PM Modi, “Is failure in examination is actually a failure for us in our life?”. Replying to his question, PM Modi said, “Marks alone never determine success or failure. What matters most is what we do in life.”Pariksha Pe Charcha: PM Modi answers how to reduce generation gap…Read to find out more!
April 08th, 08:21 am
During Pariksha Pe Charcha, Assam’s Krishty Saikia got a chance to interact with Prime Minister Narendra Modi. She raised an important point about generation gap among parents and their children.'পৰীক্ষা পে চর্চা ২০২১' অনুষ্ঠানত প্রধানমন্ত্রীৰ সৈতে ছাত্র-ছাত্রী, শিক্ষক আৰু অভিভাবকসকলৰ আলোচনাৰ পাঠ
April 07th, 07:01 pm
নমস্কাৰ, নমস্কাৰ বন্ধুসকল, কেনেকুৱা আপোনালোকৰ? আশাকৰো পৰীক্ষাৰ প্ৰস্তুতি ভালদৰেই চলি আছে? এয়া ‘পৰীক্ষা পে চৰ্চা’ৰ প্ৰথম ভাৰ্ছুৱেল এডিচন৷ আপোনালোকে জানে, আমি যোৱা বছৰৰ পৰা ক’ৰোণাৰ মাজত জীয়াই আছো আৰু ইয়াৰ কাৰণে প্ৰত্যেকেই নতুন নতুন ইন’ভেচন কৰিবলগা হৈছে৷ ময়ো আপোনালোকৰ সৈতে সাক্ষাৎ হোৱাৰ মোহ এইবাৰ ত্যাগ কৰিবলগীয়া হৈছে, আৰু ময়ো এটা নতুন ফৰ্মেটত আপোনালোকৰ মাজলৈ আহিবলগীয়া হৈছে৷ আৰু আপোনালোকৰ সৈতে সোঁশৰীৰে লগ নোহোৱা, আপোনালোকৰ চেহেৰাবোৰ আনন্দেৰে চাবলৈ নোপোৱা, আপোনালোকৰ আশা আৰু উৎসাহ অনুভৱ কৰিবলৈ নোপোৱা, এয়া নিজে নিজেই মোৰ বাবে এক বহুত ডাঙৰ ক্ষতি৷ কিন্তু তথাপিও পৰীক্ষাতো আছেই, আপোনালোক আছে, মই আছো, পৰীক্ষা আছে, তেনেহ’লে ঠিকে আছে ‘পৰীক্ষা পে চৰ্চা’ কণ্টিনিউ কৰিম৷ আৰু এই বছৰো ব্ৰেক নলওঁ৷‘পৰীক্ষা পে চৰ্চা, ২০২১’ৰ ভাৰ্চুৱেল সংস্কৰণত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰীৰ
April 07th, 07:00 pm
পৰীক্ষা যোদ্ধা, অভিভাৱক আৰু শিক্ষকসকলৰ সৈতে ভাৱ বিনিময় কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠানত পৰীক্ষাৰ উদ্বিগ্নতা কিদৰে পৰিহাৰ কৰিব পাৰি সেই মন্ত্ৰ প্ৰদান কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে শিক্ষাৰ্থীসকলে কিদৰে পৰীক্ষাৰ উদ্বিগ্নতা পৰিহাৰ কৰিব পাৰে সেই সন্দৰ্ভত সোধা প্ৰশ্নৰো উত্তৰ দিয়ে৷ ইয়াৰ লগতে প্ৰধানমন্ত্ৰীয়ে আগন্তুক ব’ৰ্ডৰ পৰীক্ষাসমূহতো কিদৰে উন্নত ফলাফল প্ৰদান কৰিব পাৰি সেই বিষয়ে কিছুমান উপায় প্ৰদান কৰে৷৭ এপ্ৰিল, ২০২১ত ‘পৰীক্ষা পে চৰ্চা, ২০২১’ত শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকৰে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়
April 05th, 10:54 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ এপ্ৰিল, ২০২১ৰ সন্ধিয়া ৭ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে ‘পৰীক্ষা পে চৰ্চা, ২০২১’ত সমগ্ৰ বিশ্বৰ শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকৰে মত বিনিময় কৰিব৷