পৰীক্ষা আৰু জীৱন সম্পৰ্কীয় বহুতো বিষয়ৰ বাবে পৰীক্ষা পে চৰ্চা হৈছে এক জীৱন্ত মঞ্চ: প্ৰধানমন্ত্ৰী
April 16th, 07:11 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জানিবলৈ দিয়ে যে নমো এপৰ এক অভিনৱভাৱে সজ্বিত শাখাত সকলো পৰীক্ষা পে চৰ্চাৰ বাৰ্তালাপৰ অন্তৰ্দৃষ্টি উপলব্ধ যাব।পৰীক্ষা পে চৰ্চা ২০২০ৰ বাবে আপোনাৰ পৰামৰ্শ প্ৰেৰণ কৰক৷
December 05th, 04:05 pm
নৱবৰ্ষৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী মোদীয়ে যুৱ শিক্ষাৰ্থীৰ সৈতে পৰীক্ষাৰ উদ্বিগ্নতা হ্ৰাসৰ উপায় সন্দৰ্ভত মতবিনিময় কৰিব৷ ইয়াৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ সৈতে 'পৰীক্ষা পে চৰ্চা,২০২০' অনুষ্ঠানৰ বাবে সকলো শিক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষকৰ পৰা মূল্যবান দিহা-পৰামৰ্শ বিচৰা হ’ল৷আমাৰ সাহসী জোৱান শ্বহীদসকলে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ আমাৰ সংকল্পক শক্তিশালী কৰিছেঃ মন কী বাতত প্ৰধানমন্ত্ৰী
February 24th, 11:30 am
‘মন কী বাত’ৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ দিনৰ পূৰ্বে পুলৱামাত সন্ত্ৰাসবাদীৰ ঘৃণনীয় আক্ৰমণ বাবে দুখ প্ৰকাশ কৰাৰ লগতে কয় যে সাহসী জোৱান শ্বহীদসকলে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ আমাৰ সংকল্পক শক্তিশালী কৰিছে৷ সেই আক্ৰমণত শ্বহীদ হোৱা জোৱানসকলৰ পৰিয়ালবৰ্গৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সমবেদনাও জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে লগতে অন্যান্য বিষয় যেনে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক, ভগবান বীৰছা মুণ্ডাৰ সাহসিকতা, জামছেদজী টাটা আৰু মোৰাৰাজী দেশাইৰ দৰে মহান ব্যক্তিৰ অৱদানৰ সম্পৰ্কেও বক্তব্যত উল্লেখ কৰে৷‘‘পৰীক্ষা পে চৰ্চা ২.০’’ত শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ
January 29th, 10:17 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ তালকাটৰা ষ্টেডিয়ামত পৰীক্ষা পে চৰ্চা ২.০ৰ কাৰ্যসূচীৰ অধীনত শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকসকলৰ সৈতে বাৰ্তালাপত মিলিত হয়৷ নব্বৈ মিনিটজোৰা এই আলোচনাত শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকসকলে যথেষ্ট সপ্ৰতিভভাৱে তথা হাঁহি–আনন্দৰে পাৰ কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ দূৰদৃষ্টিক যথেষ্ট প্ৰশংসাও কৰে৷The Play Station is good but never forget the playing field: PM Modi
January 29th, 10:17 am
Interacting with thousands of students, their parents and teachers, PM Modi discussed ways to handle the exam stress. He said that learning cannot be reduced to exams only but education must equip us to face various challenges of life as well. He urged the parents to be a factor of motivation and encouragement for the children.